Baa video 2 val logar logote apuni vangi pati hundorkoi koi jua kotha buru bohut val lage ...apuni soday vale thakok aru amar majoloi soday enekoi notun video ani bohut nojona kotha hikai jauk ..love u so much moromor ba joni ❤️❤️
সকলোৰে গছ বিধান আৰু পৰিবেশ একে নহয় ৷ আজি বজাৰৰপৰা মোক আম দুই কেজি আনি দিছিল ৷ বহুত ধুনীয়া ছালখন চফা ৷ গোটাকৈ শুকুৱাই কাটোতে মাত্ৰ দুটা আমতহে পোক নাই ৷ বাকী গোটেই পোক ভৰ্তি ৷ আমি নিজে খাবলৈ আচাৰ প্ৰস্তুত কৰোঁ,গতিকে লেতেৰা নহয় ৷ তোমাৰ দৃষ্টিত হ’ব পাৰে ৷
Sundor Racepe
ভাল লাগিল
সুন্দৰ, খাওঁ যেন লাগিছে।
Val lagile video tu sai......
Val lagil
Bhal lagil Baideu
ভিডিওটো ভাল লাগিল। মোৰ বেচি লাগে আপোনাৰ সহজ ভাষাৰ কথাবোৰ।
❤️
সম্পূৰ্ণ ভিডিঅ চাই বান্ধৱী হলো ভাল লাগিল ❤️❤️
L😊😊😊
Bhal lagil baidew ru beleg di thakiboh
😊P😊
আপোনাৰ কথা আৰু কাম সঁচাই বৰ সন্তোষ জনক। আচাৰ খিনি খাবলৈ হে মন গৈছে।
🙏🙏
বৰ সুন্দৰ আচাৰ
Ana recepi r babai baat sai asilu. . Thank you .
বহুত বহুত ভাল লাগিল 🙏
Nice recepi. 😊❤
বৰ ভাল লাগিল ।তেতেলি আচাৰৰ এটি ভিডিঅ' জনাবচোন ।
নিশ্চয় ৷
Nice recpie thank you mam
Bhal lagil agalai aru dib.
Baa video 2 val logar logote apuni vangi pati hundorkoi koi jua kotha buru bohut val lage ...apuni soday vale thakok aru amar majoloi soday enekoi notun video ani bohut nojona kotha hikai jauk ..love u so much moromor ba joni ❤️❤️
❤️❤️
খুন্দৰ হয়ছে আচাৰ তো বাইদো লগতে নতুন বান্ধবী হয় থাকিলু আমাৰ খৰু পাকঘৰততু আহিব প্লিজ বাইদো 👍
Dekhi e khau khau lagise
Bohuth val lagilse
Bor dhumiya hoise 👌👌👌
Dhuniya 😍😍
কেতিয়া খাবলৈ পাম ভাল লাগিল
সুন্দৰ
সুন্দৰ
Nice recipes thank you very much
😋😋😋👌👌👌
Nice
আমৰ আচাৰত নিমখ আৰুআমৰ জোল দিয়াটো নতুনকৈ শিকিলো ।ধন্যবাদ বাইদেউ ।
এইখিনি আচাৰ এইবেলি খাইছোঁহে ৷ সিদিনা আমৰ আচাৰৰ ভিডিঅ’ত মই দেখুৱাইছোঁ ৷
TQ u mahi ma bohut val laghil Allah ples u ❤️
Thanks for sharing mam 👌🥰🥰
Dhunia hoise agoloi aru pam buli bat salu
বহুত dhuniya 😂😂😂😂😂😂😂😂😂😂😂😂
Khu u b vl lagil v d o tu sai.tate aamor aacharor.
Nice ,✨👍👌
U
কঠালৰ আচাৰৰ ভিডিঅ এটা দিবছোন বাইদেউ। 🙏
কঠালৰ আচাৰ | টেঙা-জ্বলা সোৱাদেৰে ভৰা | Jackfruit Pickle | Tasty & Easy Pickle Recipe
এই বছৰ কঁঠাল আজি আনিছোঁহে ৷
🙏💞💞💞
Nice recipe❤
আপোনাৰ ভিদিও চাই মই আচাৰ বনাবলৈ শিকি চো বাইদেউ
বহুত ধন্যবাদ জনালোঁ ৷ ❤️
Nice video ❤️❤️
Baidew aachar robot dile dhakoni khan khuli dib lage ne jonabo sun from nalbari r...pora
ভালকৈ শুকোৱা আচাৰ ৰ’দত দিলে ঢাকনি খুলিব নেলাগে ৷ মই নোখোলোঁ ৷ যদি পানী থাকি যোৱাৰ সন্দেহ থাকি যায় তেন্তে শুকান চৰিয়াত উলিয়াই নিজে চাই থাকিব লাগিব ৷
Nice video 📸
Mur ghr Lanka t baidw
Maam, aacher t pani porile nosto hoi buli hunisilo but apuni sun nimokh pani dise.... Beya hoi najabo nki
নষ্ট নহয় ৷ এই প্ৰসঙ্গতে বাৰ তাৰিখে ফেচবুক পেজ ‘Rupanjali Ronganoi’ ত কথা পাতিবলৈ লাইভ আহিম ৷ ❤️
Video tu sai bohut val lagile moiu notun ke channel khulisu muku jate support koribo 😊❤
নিশ্চয় ৷ কেবল বিষয়বস্তুৰ মানদণ্ড ৰখাৰ চেষ্টা কৰিবা ৷ Good luck 👍
Amar ambor eman letera nhy.
সকলোৰে গছ বিধান আৰু পৰিবেশ একে নহয় ৷ আজি বজাৰৰপৰা মোক আম দুই কেজি আনি দিছিল ৷ বহুত ধুনীয়া ছালখন চফা ৷ গোটাকৈ শুকুৱাই কাটোতে মাত্ৰ দুটা আমতহে পোক নাই ৷ বাকী গোটেই পোক ভৰ্তি ৷ আমি নিজে খাবলৈ আচাৰ প্ৰস্তুত কৰোঁ,গতিকে লেতেৰা নহয় ৷ তোমাৰ দৃষ্টিত হ’ব পাৰে ৷
Gur to dile besi bhal neki bhadew
Hoi
fotua
হয় হয়, নাচিব নেজানিলে সমান বহল চোতালখনো বেকা হয় ৷ ছিঙিব নোৱাৰিলে মিঠা আঙুৰো টেঙা হয় ৷ তুমি চাগে তেলত ডুবাই আচাৰ প্ৰস্তুত কৰিলেও ভেঁকুৰ উঠে ৷ সেয়েহে বিশ্বাস কৰিব
নোৱাৰা ৷ অসমীয়া আখৰো লিখিব নেজানা যেতিয়া...
Bhal lagil…. Muk subscribe koribo dei
Val lagil
Nice recepi. 😊❤
Nice