Teok osoro r pora dekhisu..15 din fieldwork kri ahisu aekhon satrat.. mnuh bur khub apun ❤️ Uttar Kamalabari Satrar nam kole mon tu vl lgi jai atiao😊apuni vle thkok prabhu✨🌼
Podcast is trending nowadays ,each and everyone is doing podcast, but i must say the content you’r doing is really unique .Hope you maintain this in the coming time ❤
Please add English subtitles to your videos! We can share with non-Assamese friends and they can also get to know about it with podcast episodes like these!
খুব সুন্দৰ লাগিল podcast টি চাই । বিশেষকৈ প্ৰভূৱে কোৱা সেই *পকা কল* সন্দৰ্ভীয় বাক্যশাৰী । নাম ধৰ্মীয়ে হৈছে এই মানব জীৱনৰ সাৰ । আৰু এই নাম ধৰ্ম হৈছে অতি সৰল কিন্তু আমিবোৰ অভাজনে সেই ভাগ লবলৈও অপৰাগ ঠিক তেখেতে কোৱাৰ দৰেই পকা কল হোৱাৰ পিছতো গিলিব পৰা নাই। বাকী podcast টো চাই সচাঁই ভাল লাগিল ।
Thank you so much Abayab aru tumar teamtu k..iman hundorkoi tew bujai gol kothabur..horute kitap phslu jodiu pahori goislu kisuman kotha tew ako monot pelai dile...tew hukh aru toka poisa r kothatu iman dhuniakoi bujai dile..val lage..val houk tumlaukot
Great video! I really enjoyed watching it. The content was informative and well-explained. Keep up the good work! Looking forward to seeing more videos from you in the future. Please invite Riju pathak to your podcast once!
Thanks for again reminding our own Assamese calture . I have a very little knowledge of it and I am very shameful to it , So my greatest request to you is that we need more knowledge like this , he who knows the real meaning of Assam , The real Assam , and I know you can do it . Joi aai Axom
বৰ ভাল "পডকাষ্ট" এইটো ❤ l
বিশেষ নকওঁ : "মনুষ্য জনম পাইয়া ৰাধা - কৃষ্ণ না - ভজিয়া জানিয় শুনিয় বিষ' খায় l " অৰ্থাৎ - মানৱ জীৱন পোৱাৰ পিছতো যিয়ে ৰাধা - কৃষ্ণৰ ভজন নকৰে তেওঁ জানি - বুজি বিহ পান কৰি আছে l
লগতে গীতাৰ জৰিয়তে কৃষ্ণই ৭ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ শ্লোকত এইটোও কৈছে যে : "বহুনাং জন্মনামন্তৰে জ্ঞানৱান মাং প্ৰপদ্যতে l বাসুদেৱ সৰ্বমিতি স মহাত্মা সু - দুৰ্লভ ll অৰ্থাৎ প্ৰকৃত জ্ঞানী জনেও বহু কোটি কোটি জন্ম - মৃত্যুৰ পিছতহে মোৰ ওচৰত শৰণাপন্ন হয় l ইয়াৰ পৰা বুজা যায় যে বৰ্তমান কলিযুগত "কৃষ্ণ ভক্তি" কৰা মানুহৰ সংখ্যা কম হোৱাটো তেনেই স্বাভাৱিক l কাৰণ বৰ্তমান কলিযুগত প্ৰকৃত জ্ঞানী হোৱাটো খুবেই কঠিন l অপ্ৰিয় হলেও এয়াই সত্য যে বৰ্তমান সময়ত শিক্ষা আৰু শিক্ষাগুৰুৰ নামতো অধিক শতাংশ তথাকথিত জ্ঞানহে দেখা যায় l আশা কৰোঁ অৱয়ব দা - আপুনি এই ক্ষেত্ৰত আপোনাৰ মনত উদয় হোৱা প্ৰশ্নটিৰ উত্তৰ নিসন্দেহে: পাবলৈ সক্ষম হৈছে যে - বৰ্তমান সময়ত ভক্তি কৰা মানুহৰ সংখ্যা কিয় কম?
লগতে আপুনি সকলোকে যিটো প্ৰশ্ন কৰে যে - জীৱন মানে কি? আৰু এই ক্ষেত্ৰত সকলোৰে কিছুমান ভিন্ন - ভিন্ন নিজাববীয়া মতামত দেখা যায় l যাৰ পৰা স্পষ্টৰূপে প্ৰমাণিত যে জীৱনৰ ওপৰত সকলোৱে কৰা ধাৰণা বোৰ সকলো মিছা l কিয়নো পৃথিৱীত থকা ৪ লাখ প্ৰজাতিৰ মানুহৰ সকলোৰে চিন্তা - ধাৰা বেলেগ বেলেগ l
জীৱন মানে কি তাৰ প্ৰকৃত উত্তৰটো হৈছে আজিৰ "পডকাষ্টি"ৰ জৰিয়তে প্ৰভুৱে কোৱা কথাখিনি l কিয়নো এই কথাখিনি প্ৰভুৱে নিজৰ জড় - জাগতিক চিন্তাৰে কোৱা কথা নহয় l এইয়া স্বয়ং ভগৱান "শ্ৰী কৃষ্ণৰ" প্ৰত্যেক্ষ মুখৰ বাণী l
হৰে কৃষ্ণ, জয় শ্ৰীল প্ৰভুপাদ, জয় গুৰু শংকৰ 🙏
হৰে কৃষ্ণ প্ৰভু
কৃষ্ণ
সদায় এনেকৈ ভাল ভাল ভিদিও বনাই যোৱা ভাই আৰু অসমৰ সংকৃতি বৰ সদাই ৰক্ষা কৰাৰ সতে ভিডিও বনাই যোৱা ❤
গোপীৰাম বুঢ়াভকত লগত তুমি ১০০ খণ্ড কৰা ৷ সকলোৱে লাভ কৰিব অমূল্য জীৱন দীক্ষা ৷ এইখণ্ডটোৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছো ৷ তুমি অসমৰ এজন শ্ৰেষ্ঠ অসমীয়াক তুলি ধৰিলা৷
Teok osoro r pora dekhisu..15 din fieldwork kri ahisu aekhon satrat.. mnuh bur khub apun ❤️ Uttar Kamalabari Satrar nam kole mon tu vl lgi jai atiao😊apuni vle thkok prabhu✨🌼
100 years young and strong Prabhu Gopiram Bargayan Nomoskar apunak!
মনটো শাঁত পৰি গ'ল🤗তেওঁ সদায় কুশলে থাকক লগতে অবয়ৱ দাদা তোমাকয়ো ধুনীয়া ধুনীয়া পডকাষ্ট কৰি যাবলৈ ভগৱানে শক্তি দিয়ক আৰু কুশলে ৰাখক ❤
Power of Bhagwat bhakti and brahmachary.
Bohut bhal lagile Sai . Probhu ye kripa korok hokolu Ke .. aru olp dighol Hua hole bhl lagile hoi ....
Podcast is trending nowadays ,each and everyone is doing podcast, but i must say the content you’r doing is really unique .Hope you maintain this in the coming time ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, শত কোটি প্ৰণাম জনাইছোঁ
Please add English subtitles to your videos! We can share with non-Assamese friends and they can also get to know about it with podcast episodes like these!
Yes it is really important
❤
@Probhu Gopiram Bargayan devk kouti kouti pronamo🙏.Love from North Lakhimpur❤️
Kokak bohut val lagil
Apuni aguwai jawk
বহুত ভাল লাগিছে এনেদৰে উপস্থাপন কৰা বাবে। অসমৰ ইউটিউব জগতৰ এই সামাজিক মাধ্যমৰ একমাত্ৰ সফল podcast । তুমি আগুৱাই যোৱা আৰু এনেকুৱা ভাল ভাল পদক্ষেপ দি যোৱা সমাজক । লগতে ককা আপোনালৈ প্ৰণিপাত নিবেদিছো ,,, কৃষ্ণ🙏
One of the best podcast channel of our Assam ❤
Looking forward to see many more podcasts like this! 🙏
Jiman podcast salu.. xokolutkoi val lagil... krishna..
Thank you so much for this podcast ❤❤.. 100 K subscribers loading ❤🎉🎉🎉🎉
জয় গুৰু শংকৰ
🙏 বহুত ভাল লাগিল চাই, বহুত কথা জানিব পাৰিলো, প্ৰভূৰ সু স্বাস্থ্য কামনা কৰিলো 🙏🙏
Wow dada wow ❤ tumak bohut bohut dhonyobad. Probhu iswarak pronam 🙏🙏🙏
Amak ruu podcast lage enekuwa.....
খুব ভাল লাগিল। প্ৰভুৰ কথাখিনিত মানসিক সবলতাৰ শক্তি আছে।। ❤❤
অশেষ মৰম😊
বাপ ঈশ্বৰৰ লগত আপোনাক এনে পৰিৱেশত দেখি বৰ ভাল লাগিল ।এনে পূৰ্ণাংগ জীৱনৰ অভিজ্ঞতাৰে পুষ্ট এজন শ্ৰেষ্ঠ জেষ্ঠ অসমীয়াৰ মুখৰ পৰা জীৱন সম্পৰ্কে কিছু ধাৰণা জানিবলৈ বা জনাবলৈ বিচৰা--কথাটোৱে আনন্দিত কৰিছে❤❤।তাৰ বাবে ধন্যবাদ ।লগতে প্ৰভুৰ সুস্বাস্থ্য কামনা কৰি তেৰাৰ চৰণত ভক্তি ভৰা সেৱা জনালোঁ 🙏কৃষ্ণ ।জয় গুৰু শ্ৰীমন্ত শংকৰ🙏🙏
❤আমাৰ ককা ❤... মই ধন্য যে ককাৰ সান্নিধ্য পোৱাৰ সৌভাগ্য হ'ল
#Jai shree krishna❤
#JAI SHREE RAM 🙏🙏🙏
Hore krishno
❤❤
বহুত ধন্যবাদ তোমাক ভাইটি
এনে এজন অভিজ্ঞ ব্যক্তিক আমাৰ মাজলৈ লৈ অনাৰ বাবে
খুব সুন্দৰ লাগিল podcast টি চাই । বিশেষকৈ প্ৰভূৱে কোৱা সেই *পকা কল* সন্দৰ্ভীয় বাক্যশাৰী । নাম ধৰ্মীয়ে হৈছে এই মানব জীৱনৰ সাৰ । আৰু এই নাম ধৰ্ম হৈছে অতি সৰল কিন্তু আমিবোৰ অভাজনে সেই ভাগ লবলৈও অপৰাগ ঠিক তেখেতে কোৱাৰ দৰেই পকা কল হোৱাৰ পিছতো গিলিব পৰা নাই।
বাকী podcast টো চাই সচাঁই ভাল লাগিল ।
Jai ai axom ❤
Thank you so much Abayab aru tumar teamtu k..iman hundorkoi tew bujai gol kothabur..horute kitap phslu jodiu pahori goislu kisuman kotha tew ako monot pelai dile...tew hukh aru toka poisa r kothatu iman dhuniakoi bujai dile..val lage..val houk tumlaukot
বৰ সুন্দৰ।👌
Next podcast Anand Mishra sir ❤️
You are doing amazing work aboyob da❤🙏
আজিৰ জীৱন মানে কোৱা কথাখিনি বহুত ভাল লাগিল। আৰু আমি সকলোৱে মানিবলগা এটা বিষয়- বস্তু- (তেওঁ যিখিনি কৈছে।)
Bohut kotha bujilu aji 💗
সামাজিক মাধ্যমেৰে উপস্থাপন কৰা এই ভিডিঅ' সমূহ চাই বহুত ভাল লাগিল 🙏
Moja , ❤i am Frome Majuli
মই বোকাখাতৰ পৰা চাই আছো bro❤চাই ভাল লাগিল keep it up bro you have done a great job
Great video! I really enjoyed watching it. The content was informative and well-explained. Keep up the good work! Looking forward to seeing more videos from you in the future.
Please invite Riju pathak to your podcast once!
This is game changer.I love you
Love from Majuli❤️
🙏বহুত ভাল লাগিল।
Khub bhaal lagil.
🙏🙏🙏🙏
Bhut val lagile🙏🙏🙏
Thanks for again reminding our own Assamese calture . I have a very little knowledge of it and I am very shameful to it , So my greatest request to you is that we need more knowledge like this , he who knows the real meaning of Assam , The real Assam , and I know you can do it . Joi aai Axom
Bohut unique video to bor vl lagil Sai thank you for giving this video ❤
Thank you so much for this podcast ☺️❤️
এনেকুৱা podcast লাগে ❤ ৰাতিপুৱাই মন তো ভাল লাগি গল podcast তো চাই ❤🙏🏻
সুন্দৰ, ককা বহুত দিন কুশলে থাকক।
ভাল লাগিল
Sending ❤️
very good choise of guest
🙏🏻🙏🏻🙏🏻
ভাল লাগিল
🙏🏼
Val lagil
🥰🥰🥰🥰🥰🥰🥰wow
ককাই সুন্দৰ উপহাৰ❤❤❤
Best and precious brother keep it up ..
God bless you brother
It's a very noble effort.keep it up.we really appreciate this episode on such a simple & noble Guru & his noble pursuit of life.thank u.
জয় গুৰু শঙ্কৰ 🙏🏻❤️
খুব ভাল লাগিল ৷এনেদৰে সুন্দৰ অনুষ্ঠান আগলৈকে চাবলৈ পাম বুলি বাট চাই ৰ'লো ৷
বৰ সুন্দৰ 🕉️🙏
I just love your podcasts, would like to know more about Assamese culture, tradition, spirituality and food.. Love from west bengal ❤❤❤Hare Krishna ❤
Prabhu Radhey Radhey 🙏🏻
Bor val lagil. From Majuli Kamalabari
Very good initiative brother
Bohut val kam kori asa tumi Aboyob, thank you for the video
Val lagil .. parile olop aru spritual episode koribo.. thank you
Bhut vl lagil sai.
Jodiu majuli loi jwa hwa nai, Majuli namtu hunilei kiba apun apun vab ahe. ❤
Xundor bixoyor oporot alosona.
Part buliboloi ni gutai tuwai bhal lagil❤
Radhe radhe puwai puwai enekuwa voktimulok video sale mon tu bohut lagee ❤❤love from chirang bijnij❤❤
অতীত ৰওমণ্ঠন ❤❤
Much needed podcast. Enekua podcast pale bohut val lage. Keep going brother ❤
Vall lgile dei
Aneke bonai thakiba
Tekhet mur koka hoi. Tat mur bordeutau ase. Val lagil
Khub xundor anusthan
Xangatik val lagil
Just wow
Video quality best
Tumar question hudha pronali tuh bor dhuniya
ভাল লাগিল এইটো "পডকাষ্ট"❤️
Vogowontoi apunak aru ayush diyok deota......🙏
Love from hajo
Bor hundor content loi aha tmi.. Vl lge Aboyob
🍀
খুব ভাল লাগিল 🙏
Love from majuli
Next podcast with shady mellow 😊
Heart touching conversation..❤❤
বহুত ভাল লাগিল 🙏🙏🙏
Outstanding brother......... appreciate you from bottom of my heart ❤️
One of the best episode ❤
Content bor bahut bhal❤
Great work Brother. 👍
Joi Guru Xonkoro 🙏
Mon-pran khustho lagi goise ❤🙏🌿
More on spirituality please
খুব ভাল লাগিল❤
Bht vl sintadhara tumar.Emn vl manuh podcast r babe select kra babe bht bht thnk u dei❤
ভোগপুৰ সত্ৰ সত্ৰাধিকাৰ পশু ঈশ্বৰৰ লগত podcast এটা কৰিবা