Jorhat News | গৌৰৱ গগৈৰ জয়ৰ পিছত চৰকাৰৰ ওচৰত গুৰুত্ব কমিছে নেকি যোৰহাটৰ ! N18V

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • Jorhat News | গৌৰৱ গগৈৰ জয়ৰ পিছত চৰকাৰৰ ওচৰত গুৰুত্ব কমিছে নেকি যোৰহাটৰ ! N18V
    #news18assamoriginals
    লগতে চাওক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #jorhat #jorhatnews #gaurav #bjp #congress #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 240

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 5 дней назад +9

    বি জে পিক তেল মালিচ কৰিলে , ভোট দিলে উন্নয়নৰ কাম কৰে ভোট নিদিয়া জেগাত উন্নয়ন বন্ধ কৰি দিয়ে ।

  • @harkantapampam8136
    @harkantapampam8136 7 дней назад +18

    আমি গৌৰৱ গগৈক লৈ গৌৰৱ কৰিব পাৰো কাৰণ ভাৰতৰ ৰাজনীতিত বংশবাদ জীয়াই ৰখাৰ বাবে যতপৰোনাস্তি চেষ্টা চলাই আছে। কংগ্ৰেছ জিন্দাবাদ

  • @niroddeka8957
    @niroddeka8957 7 дней назад +21

    সংসদত কথা কোৱা মানুহ লাগে যোৰহাট বাসীক। এতিয়া কথা কব জনা জনক উন্নয়নৰ বাবে আৰ্জি দিয়ক। হিমন্তক জালুকবাৰীৰ মানুহেই চিনি পায়,মৰম আৰু সন্মান দিয়ে, দৰকাৰ হ'লে জালুকবাৰীৰ প্ৰতিজনে হিমন্তৰ বাবে তেজ দিব।,। অখিল, গৌৰৱ এই দুজনক লৈ শিৱসাগৰ যোৰহাট চলি থাকক। আমাৰ আপত্তি কিহৰ।

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 7 дней назад +2

      অকল কথা কলে হব

    • @KulenGogoi
      @KulenGogoi 7 дней назад +6

      আমাক কথা কোৱা মানুহ নালাগে কাম কৰা মানুহ হে লাগে। প্ৰবাদ আছে যোৰহাট জালিয়া আৰু শিৱসাগৰ তেলিয়া । গতিকে সেই জালিয়াতি আৰু তেলীয়া অৰ্থাৎ মিছা মৌসনা কথা আমাক নালাগে। আমাক লাগে সত্য আৰু শুদ্ধ কথা কোৱা , কাম কৰা মানুহ। হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰহ সংখ্যক মানুহেই ভাল পায় সেই বাবেই তেখেত মুখ্য আসনত বহিব পাৰিছে

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 7 дней назад +3

      @KulenGogoi একমত

    • @samarthasaha32
      @samarthasaha32 6 дней назад +3

      যোৰহাটৰ লোকে বিজেপিৰ কাম-কাজ লৈ সন্তুষ্ট, কিন্তু সমস্যা এয়াই হৈছিল যে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে একো কাম কৰা নাছিল। অকল ৰাজ্য চৰকাৰৰ কাম, বিধায়কে কৰা কাম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বয়ে কৰা কাম বোৰকে নিজৰ বুলি প্ৰচাৰ চলাই আছিল। কৰবাত কিবা নতুন প্ৰকল্প উদ্ধোধন হলে তেখেত আহিছিল, কিন্তু নিজেই নিজৰ প্ৰচেষ্টাৰে কোনো কাম হাতত লোৱা নাছিল। আৰু, দিল্লীত সংসদত যোৰহাটৰ সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাতো ব্যৰ্থ দেখা গ'ল তপন গগৈক। সেয়ে যোৰহাটৰ লোকে উপায় নাপায় গৌৰৱক ভোট দিব লগা হ'ল। বিজেপিয়ে সৰ্বানন্দৰ নিচিনা শক্তিশালী প্ৰাৰ্থী দিয়া হলে যোৰহাটত বিজেপি জিকিল হেতেন। ডিব্ৰগড়তো লুৰিনৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়াই নিৰ্বাচন খেলাৰ পিছতো ২০১৯ত কে বিজেপিৰ ভোটাৰ শতাংশ কমি আহিল, কিন্তু সৰ্বানন্দৰ নিচিনা ভাল প্ৰাৰ্থিয়ে হে বিজেপিক ডিব্ৰুগড়ত বচালে। যোৰহাটত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী নোহোৱাৰ বাবে গৌৰৱ জিকিল।
      আৰু এটা কথা, হিমন্ত বিশ্ব ডাঙৰীয়া কে ধৰি, অসম মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকল যোৰহাটত প্ৰচাৰ চলোৱাৰ বাবেহে যোৰহাটত বিজেপিৰ ভোটৰ সংখ্যা ৬লাখ অতিক্ৰম কৰিলে। নহ'লে তপন গগৈয়ে মুখ্যমন্ত্ৰীৰ সহায় অবিহনে নিৰ্বাচন খেলা হলে ৩-৪ লাখৰ ব্যৱধানত পৰাস্ত হ'ল হেঁতেন। মুখ্যমন্ত্ৰীৰ লগতে বাকী মন্ত্ৰীসকলে তেনেকুৱা পৰাস্তৰ ফল আঁতৰাই দিলে।
      শিৱসাগৰৰ কথা গ'ম নাপাও, কিন্তু যোৰহাটৰ ৰাইজে জানে যে যোৰহাটত হৈ থকা কামবোৰ বিধায়ক-মুখ্যমন্ত্ৰী-ৰাজ্য চৰকাৰৰ অৱদান, তাত সাংসদৰ বিশেষ ভূমিকা নাই, সাংসদ জনৰ য'ত ভূমিকা থাকিব লাগিছিল, তাত তেখেত ৫ বছৰে নীৰৱ হৈ থাকিল।

  • @samarthasaha32
    @samarthasaha32 6 дней назад +5

    যোৰহাটৰ লোকে বিজেপিৰ কাম-কাজ লৈ সন্তুষ্ট, কিন্তু সমস্যা এয়াই হৈছিল যে প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে একো কাম কৰা নাছিল। অকল ৰাজ্য চৰকাৰৰ কাম, বিধায়কে কৰা কাম, মুখ্যমন্ত্রী হিমন্ত বিশ্বয়ে কৰা কাম বোৰকে নিজৰ বুলি প্ৰচাৰ চলাই আছিল। কৰবাত কিবা নতুন প্রকল্প উদ্ধোধন হলে তেখেত আহিছিল, কিন্তু নিজেই নিজৰ প্ৰচেষ্টাৰে কোনো কাম হাতত লোৱা নাছিল।
    বিজেপিয়ে সর্বানন্দৰ নিচিনা শক্তিশালী প্রার্থী দিয়া হলে যোৰহাটত বিজেপি জিকিল হেতেন। ডিব্ৰুগড়তো লুৰিনৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়াই নির্বাচন খেলাৰ পিছতো ২০১৯ৰ তুলনাত ডিব্ৰগড়ত বিজেপিৰ ভোটৰ শতাংশ কমি আহিল, কিন্তু সৰ্বানন্দৰ নিচিনা ভাল প্রার্থিয়ে হে বিজেপিক ডিব্ৰুগড়ত বচালে। যোৰহাটত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী নোহোৱাৰ বাবে গৌৰৱ জিকিল। আৰু, দিল্লীত সংসদত যোৰহাটৰ সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাতো ব্যর্থ দেখা গ'ল তপন গগৈক। সেয়ে যোৰহাটৰ লোকে উপায় নাপায় গৌৰৱক ভোট দিব লগা হ'ল।
    আৰু এটা কথা, হিমন্ত বিশ্ব ডাঙৰীয়া কে ধৰি, অসম মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলে যোৰহাটত প্ৰচাৰ চলোৱাৰ বাবেহে যোৰহাটত বিজেপিৰ ভোটৰ সংখ্যা ৬লাখ অতিক্ৰম কৰিলে। নহ'লে তপন গগৈয়ে মুখ্যমন্ত্ৰীৰ সহায় অবিহনে নির্বাচন খেলা হ'লে ৩-৪ লাখৰ ব্যৱধানত পৰাস্ত হ'ল হেঁতেন। মুখ্যমন্ত্ৰীৰ লগতে বাকী মন্ত্ৰীসকলে তেনেকুৱা পৰাস্তৰ ফল আঁতৰাই দিলে।
    শিৱসাগৰৰ কথা গ'ম নাপাও, কিন্তু যোৰহাটৰ ৰাইজে জানে যে যোৰহাটত হৈ থকা কামবোৰ বিধায়ক-মুখ্যমন্ত্ৰী-ৰাজ্য চৰকাৰৰ অৱদান, তাত সাংসদৰ বিশেষ ভূমিকা নাই, সাংসদ জনৰ য'ত ভূমিকা থাকিব লাগিছিল, তাত তেখেত ৫ বছৰে নীৰৱ হৈ থাকিল।

  • @hemkantaborah7434
    @hemkantaborah7434 6 дней назад +8

    দ্বিতীয় ৰাজধানী আৰু দ্বিতীয় সচিবালয়ৰ পৰিকল্পনা আছিল যোৰহাটত। এতিয়া ডিব্ৰুগড় আৰু শিলচৰ লৈ কিয় নিলে?

    • @pankajkumardey
      @pankajkumardey День назад

      Thikai korise

    • @riktimchowdhury7275
      @riktimchowdhury7275 День назад

      আগৰ পৰাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় স্থাপন কৰাৰ কথা আছিলেই। যোৰহাটত নাছিল তেনে কোনো পৰিকল্পনা

  • @manjubarman1855
    @manjubarman1855 7 дней назад +11

    অসম দৰিদ্ৰ ৰাজ্যৰ ভিতৰত ৫ নম্বৰত।

  • @girinbora7820
    @girinbora7820 7 дней назад +26

    তাৰ মানে ভোট নিদিয়ে আৰু বহুত বেছি উন্নয়ণ লাগে আৰু কাম কৰিলেও নাম নলয় আৰু গৌৰৱ খান কি কৰি আছে।

    • @sameerarshad1000
      @sameerarshad1000 7 дней назад

      Faltu Manuh

    • @samarthasaha32
      @samarthasaha32 6 дней назад +1

      যোৰহাটৰ লোকে বিজেপিৰ কাম-কাজ লৈ সন্তুষ্ট, কিন্তু সমস্যা এয়াই হৈছিল যে প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে একো কাম কৰা নাছিল। অকল ৰাজ্য চৰকাৰৰ কাম, বিধায়কে কৰা কাম, মুখ্যমন্ত্রী হিমন্ত বিশ্বয়ে কৰা কাম বোৰকে নিজৰ বুলি প্ৰচাৰ চলাই আছিল। কৰবাত কিবা নতুন প্রকল্প উদ্ধোধন হলে তেখেত আহিছিল, কিন্তু নিজেই নিজৰ প্ৰচেষ্টাৰে কোনো কাম হাতত লোৱা নাছিল।
      বিজেপিয়ে সর্বানন্দৰ নিচিনা শক্তিশালী প্রার্থী দিয়া হলে যোৰহাটত বিজেপি জিকিল হেতেন। ডিব্ৰুগড়তো লুৰিনৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়াই নির্বাচন খেলাৰ পিছতো ২০১৯ৰ তুলনাত ডিব্ৰগড়ত বিজেপিৰ ভোটৰ শতাংশ কমি আহিল, কিন্তু সৰ্বানন্দৰ নিচিনা ভাল প্রার্থিয়ে হে বিজেপিক ডিব্ৰুগড়ত বচালে। যোৰহাটত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী নোহোৱাৰ বাবে গৌৰৱ জিকিল। আৰু, দিল্লীত সংসদত যোৰহাটৰ সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাতো ব্যর্থ দেখা গ'ল তপন গগৈক। সেয়ে যোৰহাটৰ লোকে উপায় নাপায় গৌৰৱক ভোট দিব লগা হ'ল।
      আৰু এটা কথা, হিমন্ত বিশ্ব ডাঙৰীয়া কে ধৰি, অসম মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলে যোৰহাটত প্ৰচাৰ চলোৱাৰ বাবেহে যোৰহাটত বিজেপিৰ ভোটৰ সংখ্যা ৬লাখ অতিক্ৰম কৰিলে। নহ'লে তপন গগৈয়ে মুখ্যমন্ত্ৰীৰ সহায় অবিহনে নির্বাচন খেলা হ'লে ৩-৪ লাখৰ ব্যৱধানত পৰাস্ত হ'ল হেঁতেন। মুখ্যমন্ত্ৰীৰ লগতে বাকী মন্ত্ৰীসকলে তেনেকুৱা পৰাস্তৰ ফল আঁতৰাই দিলে।
      শিৱসাগৰৰ কথা গ'ম নাপাও, কিন্তু যোৰহাটৰ ৰাইজে জানে যে যোৰহাটত হৈ থকা কামবোৰ বিধায়ক-মুখ্যমন্ত্ৰী-ৰাজ্য চৰকাৰৰ অৱদান, তাত সাংসদৰ বিশেষ ভূমিকা নাই, সাংসদ জনৰ য'ত ভূমিকা থাকিব লাগিছিল, তাত তেখেত ৫ বছৰে নীৰৱ হৈ থাকিল।

  • @badanchgogoi8066
    @badanchgogoi8066 7 дней назад +9

    BJP zindabad.cm. Himanta bishow sarma zindabad.garov gogoi murdabad.jai sir ram.

  • @dipubora3518
    @dipubora3518 7 дней назад +12

    বৰৱা চাৰি আলীৰ পৰা ভোগদৈ লৈকে উৰণীয়া সেঁতু অত্যন্ত গুৰুত্বপূৰ্ণ.উন্নয়নৰ অন্য এটা হিমন্ত বিশ্ব শৰ্মা 😅(মামা)

  • @ipsitanath8285
    @ipsitanath8285 7 дней назад +16

    B. J. P. Abihona unnayan nohobo jorhator. gourab kamnai

  • @khansirgsassam6215
    @khansirgsassam6215 7 дней назад +23

    যোৰহাট মাজুলী দলং নিৰ্মাণকাৰ্য গৌৰৱ জিকাৰ বাবে বন্ধ হৈ গৈল

  • @anupkrdas6798
    @anupkrdas6798 7 дней назад +12

    সচা কথা কৈছে ।

  • @SonuKurmi-yr2no
    @SonuKurmi-yr2no 7 дней назад +36

    গৌৰৱউদ্দিন আলি আহমেদ

  • @kumudbaruah2001
    @kumudbaruah2001 7 дней назад +32

    বিহালীত যেনেকৈ গৌৰৱ গগৈৰ মুখত ক'লা ছাই সানি ঘুৰাই পঠালে তেনেদৰে ভবিষ্যতে যিকোনো সমষ্টিতে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব। বিহালীত শেনটোৰ দৰে গৈ ফেচাটোৰ দৰে ঘুৰি আহিবলৈ বাধ্য হৈছিল। কংগ্রেসী দালালী বোৰেহে গৌৰৱ গগৈক লৈ চিঞৰ বাখৰ কৰি থাকে কাৰণ সিহতৰ সান্দহ খোৱা বালি পানীত তল গ'ল।

    • @kabitasaikia380
      @kabitasaikia380 7 дней назад +6

      বেয়া নাপাব কংগ্ৰেছি দালালি বুলি লিখাৰ বাবে লিখিছোঁ আৰু মইও কোনো দলৰ সদস্য নহয় তথাপিও নিলিখাকৈ থাকিব নোৱাৰি লিখিছোঁ কিন্তু বেয়া নাপাব 🙏 বিজেপিত থকা কংগ্ৰেছি সকল যে দূৰ্নীতিৰে লুতুৰি পুতুৰি ৰাইজে ভালদৰে জানে । চৰকাৰে দিছে চৰকাৰৰ পকেটৰ পৰা দিয়া নাই নহয় সেইয়া যোৰহাটেই হওক বা গুৱাহাটীৰেই হওক ৰাজ্যৰ সকলো জনগণৰ পইচাৰ পৰা দিছে । যোৰহাটবাসী বৰশীৰ টোপতুত ভুল যোৱা মাছ নহয় তাৰেই প্ৰমাণ। চৰকাৰ সকলোৰে বাবে চৰকাৰে কব নেকি যোৰহাটৰ টেক্স আমাক নালাগে বুলি। চাওঁচোন কোনে কি কয়

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p 7 дней назад +2

      Jurhat aneo baki district tulonat agbarhi ase dibrugarh hujug ata paisu beya huwa nai baru ❤❤❤

    • @sahidurrahman1576
      @sahidurrahman1576 6 дней назад +1

      Gourav Gogoi zindabaad

    • @anupkrdas6798
      @anupkrdas6798 5 дней назад +2

      @@kumudbaruah2001 সচা কথা কৈছে । কংগ্ৰেছৰ মতে গৌৰব গগৈ ডাঙৰীয়া তেওঁলোকৰ নায়ক । কিন্ত্ত নায়কে বিহালীত শেনটোৰে দৰে গৈ ফেচাটো হৈ উভতি আহিব লগিয়া হল । কংগ্ৰেছৰ মতেহে নায়ক অসমৰ ৰাইজৰ মতে নহয় । উপ নিৰ্বাচনৰ ফলাফলেই ইয়াৰ প্ৰমান ।

  • @deepsikhakalita6635
    @deepsikhakalita6635 2 дня назад

    Jorhat.congres.🎉

  • @caborah5874
    @caborah5874 7 дней назад +12

    Right

  • @debajithukai7665
    @debajithukai7665 7 дней назад +6

    এই শিয়ালটোৱে কি বকি আছে বাৰু আপুনি MP হৈ কাম কৰি দেখোৱা তাৰ পিছত কবা আপোনাৰ কথা শুকুৰ আলি নে কি সেইজনৰ কথাৰ মাজত পাৰ্থক্য নাই ।

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад

      Fox kun homoyat gom pua jabo

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 2 дня назад

      গৌৰৱৰ জিকাৰ পাছত নামেই নাইকিয়া হল

  • @MantuPanging
    @MantuPanging 7 дней назад +14

    এইবাৰ বি জে পি ক জিকাই দিয়ক

  • @SujitSarmah-rd6rz
    @SujitSarmah-rd6rz 7 дней назад +13

    BJP Jindabad❤

  • @prasantadewri5118
    @prasantadewri5118 6 дней назад +14

    ৫০ বছৰ গৌৰৱ খানে, যোৰহাটত জিকিলেওঁ একো উন্নতি নহয় ১০০/

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 7 дней назад +6

    সংসদে যোৰহাট খন সোণেৰে সাজি দিৱ নোৱাৰে,ৰাজ্যচৰকাৰে ভেদ-ভাও ৰাখিছে, এই জন দালাল যেন পাইছো, দালালৰ ভাত হেৰালে এই বোৰ বকে।

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад +1

      Jorhat r MP sagoi kam kora dom a nai jen paisu 🙏

  • @bharatisaikia2762
    @bharatisaikia2762 7 дней назад +2

    কথাবোৰ ভাল লাগিল

  • @kaushikborah321
    @kaushikborah321 7 дней назад +7

    Bjp jindabad

  • @SunGohain-q5m
    @SunGohain-q5m 7 дней назад +5

    যোৰহাতৰ ৰাইজে সাংবাদিকৰ আগত থকা মানুহজনক চিনিনাপাই।

  • @shreddedface6039
    @shreddedface6039 7 дней назад +4

    যোৰহাটৰ উন্নয়ন নহ'লে ২৬ ত ভোট বিচাৰি আহিলে তহতৰ পিঠি বহল হব,ৰাইজৰ টেকচৰ টকাৰে যোৰহাটতো উন্নয়ন হব‌ লাগিব লগতে যোৰহাট মাজুলিৰ দলঙখন কি হ'ল?ৰাইজৰ টেকচৰ টকাৰে খালি মামাৰ পৰিয়ালৰ উন্নয়ন হৈ থাকিলেই নহব গৰুহত,এই বোৰ যোৰহাটৰ নিলাজ সন্তান।😡😡😡😡

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад +2

      MP sai a ki korise janu, aami u tewr mukholoi sai he asu

    • @lakhinathtaid
      @lakhinathtaid 2 дня назад +1

      যোৰহাটৰ উন্নয়ণ নহলে Bjp vote বিচাৰি আহিব দেই বা😅😅

    • @SanjoyKalita-h1r
      @SanjoyKalita-h1r День назад

      Gaurav e banaba ja majulir dalong

  • @JaiHanuman-m1r
    @JaiHanuman-m1r День назад

    এটা শুদ্ধ সিদ্ধান্ত লৈছে চৰকাৰে গৌৰৱ গগৈয়ে বাপেক ক অনুশৰন কৰিছে নিজৰ মুৰৰ মালেৰে একো কৰিব নোৱাৰে। আৰু বছৰ বছৰ চেষ্টা কৰিলেও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে যোৰহাট জিলাৰ একো কৰিব নোৱাৰে ম ই লিখি দিলো

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 7 дней назад +5

    পূজাৰী ডাঙৰীয়া গৌতম আপোনা লোকে যিমানে কক আপোনা লোকে যিমানে কক যোৰহাটৰ মানুহ শিক্ষিত সেই বাবে মানুহে শিক্ষিত সাংসদ বিচাৰে

    • @অসমীয়াসংস্কৃতিৰভৰাল
      @অসমীয়াসংস্কৃতিৰভৰাল 7 дней назад

      @@digantajyotibordoloi5528 😂শিক্ষিত সাংসদ জনে দেখোন এতিয়ালৈকে যোৰহাটৰ হকে সংসদত মাত মাতিব পৰা নায় । হেৰৌ বিৰোধী উপ-দলপতি কাৰনেহে চিঞৰি থাকে নিজৰ চৰকাৰৰ দিনত টো নিমাত আছিল নহয় জানো?

    • @lakhinathtaid
      @lakhinathtaid 2 дня назад

      সচা কথা

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 2 дня назад

      কাম হব লাগিব.

  • @AjoySaikia-s4k
    @AjoySaikia-s4k 7 дней назад +4

    এখন চৰকাৰৰ প্ৰধান উদ্দেশ্য হ'ৱ লাগে ৰাজ্য খনৰ উন্নতি।কোন ঠাইত কোনটো দলৰ বিধায়ক,কোন ঠাইত কোনটো দলৰ সাংসদ আছে সেইটো ওপৰত নিৰ্ভৰ কৰি উন্নয়ন নহয় কাৰণ ৰাজ্য খনৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰা টকা কোনো ৰাজনৈতিক দলৰ নহয় সেয়া সেই ৰাজ্য খনৰ জনসাধাৰণৰ।।

  • @deepsikhakalita6635
    @deepsikhakalita6635 2 дня назад +1

    11.ta.congres

  • @rajusarma9691
    @rajusarma9691 7 дней назад +4

    Main problem Tapon Gogoi

  • @khansirgsassam6215
    @khansirgsassam6215 7 дней назад +11

    I love bjp

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 7 дней назад +2

    Jurhat aneo agbarhi ase dibrugarh.re hujug ata paisu beya huwa nai baru ❤❤❤ thanks jurhat hujug kon Diya babe .

  • @gautamgoswami9723
    @gautamgoswami9723 7 дней назад +2

    খাই পাত ফলা এচামে উন্নয়ন নিবিচাৰে বিছাৰে পৰিয়াল তন্ত্ৰৰ গোলাম হৈ থাকিবলৈ লগতে বিছাৰে উজনি নামনিৰ জাতি পাতিৰ লেতেৰা ৰাজনিতী

  • @Dihingia953
    @Dihingia953 7 дней назад +4

    গৌৰৱ গগৈ হৈ কথা কোৱা আগতে কাৰ পৰা কিমান???৷

  • @technicalrubulbhai2022
    @technicalrubulbhai2022 4 дня назад

    100%right kotha Santanu da .

  • @riturajmissong7016
    @riturajmissong7016 7 дней назад +6

    চৰকাৰ নথকা মানুহক ভোট দি একো লাভ নাই কাৰণ তেওঁ কি উন্নয়ন কৰিব পাৰিব

  • @jatinsaikia2650
    @jatinsaikia2650 7 дней назад +1

    যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৰাকী এটা পৰিয়ালৰ ভৃত্যহে। যোৰহাট বাসীৰ ওচৰত তেখেতৰ অৱদান নাছিল আৰু ভৱিষ্যতেও নাথাকে। জবাবদীহি কেৱল নকল গান্ধী পৰিয়ালৰ ওচৰত।

  • @robinbora5950
    @robinbora5950 6 дней назад +1

    We want developments in Jorhàt. We don't want the people just to speak in the parliament

  • @deepsikhakalita6635
    @deepsikhakalita6635 2 дня назад +1

    Tumi.toka.loi.sakori.dia.men

  • @mborah8728
    @mborah8728 7 дней назад +14

    Next per minister G Gogoi

    • @Basantahajarika
      @Basantahajarika 7 дней назад +2

      Aiudf Sarkar ahilya hobo paribo

    • @digantajyotibordoloi5528
      @digantajyotibordoloi5528 7 дней назад

      বাদৰুদ্দিন নাহিলে ও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব​@@Basantahajarika

    • @R.R.G-w8c
      @R.R.G-w8c 7 дней назад

      @@digantajyotibordoloi5528 এইটো সপোন লৈয়ে আগবাঢ়ি যোৱা, আৰু ঘুৰি নাহিবা ।

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад

      😂😂😂

  • @KamaleswarBarman-n2w
    @KamaleswarBarman-n2w 6 дней назад

    যোৰহাটৰ ৰাইজে BJP ক ভোট দিছে নেকি । এতিয়া যোৰহাটৰ উন্নতি কংগ্ৰেছে কৰিব।

  • @bobitakharghariaborah4904
    @bobitakharghariaborah4904 7 дней назад +6

    একেবাৰে শুদ্ধ কথা কৈছে দাদা

  • @Dhanmonichetia-f1e
    @Dhanmonichetia-f1e 7 дней назад +17

    Gaurav gogoi sir Excellent zindabad❤❤❤❤❤❤❤❤

  • @bikegames4313
    @bikegames4313 6 дней назад +3

    Gaurav Gogoi zindabad ❤🎉 love from jorhat 😊

  • @samardas3337
    @samardas3337 6 дней назад +4

    ভাল খবৰ জনালে। আমি যোৰহাট লোকসভা সমষ্টিৰ ৰাইজ কিয় আৰু কেনকৈ ভুল কৰি গৌৰৱ গগৈক ভোট দিছিলোঁ , সঁচাকৈ এতিয়াহে চিন্তা কৰিছোঁ।

  • @Uncutegirl560
    @Uncutegirl560 7 дней назад +1

    চতুৰ হিমন্তৰ চকু ডিব্ৰুগড় mla prashanto ফুকনক আতৰাই তেওঁ mla খেলাৰ মন কাৰণ prashanto ৰ বয়স 75 হল তেওঁৰ ছাল l সাৱধান ডিব্ৰুগড় ৰাইজ l

  • @pranabdoley4971
    @pranabdoley4971 4 дня назад

    গৰু

  • @sameerarshad1000
    @sameerarshad1000 7 дней назад +2

    BJP a Badmashi Kori Aase Gaurav Gogoi Jika Kaine 😡😡😡😡

    • @dilipkurmi6716
      @dilipkurmi6716 5 дней назад

      Talwar ki knock me salwar pehen ne wala gyan de raha hai madarshachap gattarchap jara dekh ke bolo

  • @rajendersinghdhillon5413
    @rajendersinghdhillon5413 7 дней назад +6

    BJP ZINDABAD. ❤

  • @RanjitKumar-e3b
    @RanjitKumar-e3b 7 дней назад +6

    Bhut Val ktha koisa dada apuni❤️

  • @satyajitkakati1454
    @satyajitkakati1454 7 дней назад +17

    Gaurav gogoi zindabad ❤❤

  • @ranjitkumardas4470
    @ranjitkumardas4470 19 часов назад

    কিন্ত ভোট দিব কংগ্ৰেছত কাম কৰিব গৌৰৱ গগৈয়ে B J Pক কিয লাগে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰিলি

  • @gautamgoswami9723
    @gautamgoswami9723 7 дней назад +2

    we proud our great cm kormaveer dr himanta biswa Sarmah ✌️

  • @dibakarrajbongshi9215
    @dibakarrajbongshi9215 7 дней назад +3

    Excellent explanation.

  • @KulenGogoi
    @KulenGogoi 7 дней назад +1

    হৰকান্ত ডাঙৰীয়া বংশবাদ কোনো গ‌ণতন্ৰ নহয় । সেয়া ৰাজতন্ত্ৰ বা সামন্তবাদ হে। সামন্তবাদৰ পৰা ৰক্ষা পাবলৈ পৃথিৱীৰ প্ৰায় সকলো দেশেই সংগ্ৰাম কৰি আজি গণতান্ত্ৰিক ৰূপে গঢ় লৈছে। তোমাৰ চিন্তাধাৰা উৰ্ধগামী নহয় অধগামী হে হৈছে।

  • @TutuBora-j8r
    @TutuBora-j8r 7 дней назад +13

    Gaurav gogoi zindabad

  • @FhhCbb-z5s
    @FhhCbb-z5s 7 дней назад

    Gourob
    Gogoi
    Jindabad

  • @missnitumoni8555
    @missnitumoni8555 7 дней назад +7

    Rahul babak unnot koriboloi koooo

    • @R.R.G-w8c
      @R.R.G-w8c 7 дней назад +5

      ৰাহুল বাবাই যোৰহাট খন পাকিস্তানৰ দৰে উন্নয়ন কৰে বুলিহে ভয় ।

  • @RanaPegu-y9g
    @RanaPegu-y9g 6 дней назад +4

    BJP ❤ vote for BJP

  • @DharmeshwarPayeng-dr6is
    @DharmeshwarPayeng-dr6is 7 дней назад +3

    দাদাই ভাল কথা কৈইছে

  • @GoswamiPradip-k9s
    @GoswamiPradip-k9s 7 дней назад +1

    Gourav Gogoi ata arthohin MP Jorhat r babe.Kaziranga ari thoi ahile ako di thoi ahibo nowarile,Jorhat k o ako dibo noware.

  • @DhrubaMohan-f8p
    @DhrubaMohan-f8p День назад

    ব্যক্তি কেন্দ্ৰিক ৰাজনীতি কৰিব নালগে।আজি BJP চৰকাৰ ব্যক্তি কেন্দ্ৰিক ৰাজনীতি কৰে।

  • @kabitasaikia380
    @kabitasaikia380 7 дней назад +2

    কি বকি আছে হে চৰকাৰ মানে কি আৰু চৰকাৰে যে টেক্স লয় সেইবোৰ কি এখন ৰাজ্যৰ নে ৰাজ্যত থকা নিৰ্দিষ্ট সমষ্টিৰ পৰা লোৱা হয় তাকে ভালদৰে বুজাই দিয়কচোন ব্যক্তি যিয়ে নহওক পাৰ্টি যিয়েই নহওক ৰাইজৰ পইচা জানো চৰকাৰৰ ভঁৰাললৈয়ে যোৱা নাইনে?

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад

      Jorhat r MP r kam korar dom nai jen paisu, logote nije kam aani koralehe aami teur kotha aru kamr majot difference nai buli mani lobo marim sagoi 🙏

  • @ratulmoriya1731
    @ratulmoriya1731 2 дня назад

    ১০ ১৫ বছৰ কলিয়াবৰত একো কাম নকৰিলে যোৰহাত বাসীয়ে কথা কোৱা মানুহ লাগে কাম কৰা মানুহ নেলাগে,

  • @manjubarman1855
    @manjubarman1855 7 дней назад +6

    উৰণীয়া সেঁতুৱেই উন্নয়ন নেকি?বিৰুধী দলৰ হোৱাৰ বাবেই গৌৰৱ গগৈয়ে কাম কৰিবলৈ পুঁজি নিদিয়ে।

  • @aliciadawns8535
    @aliciadawns8535 7 дней назад +3

    Gaurav gogoi jikar karone tarmane unnoyoor kambur jorhatot roi gol , borhia politics mane business solaise dei heitu praman
    hoi gol enekoi ki axomok uddhar koribo !!!! Bor beya sinta dhara dekhun.

  • @moondoley5795
    @moondoley5795 7 дней назад +10

    Next cm gourab gogoi❤

    • @R.R.G-w8c
      @R.R.G-w8c 7 дней назад

      সাংসদ বনাই ৰাইজে যোৰহাট ধ্বংস কৰিলে cm বনাই অসম ধ্বংস কৰিবলৈ দিব নোৱাৰি, কাৰণ Chantel ত বিজেপিয়ে জিকিব ।

    • @jaiaiiaxom
      @jaiaiiaxom 7 дней назад +3

      বাংলাদেশত হ'ব 😂

    • @dilipkurmi6716
      @dilipkurmi6716 5 дней назад

      Kotha hoi miya dekhot hobo😂😂🎉🎉​@@jaiaiiaxom

  • @jumibora-rl4wc
    @jumibora-rl4wc 7 дней назад +1

    Amar mama mati lav nai najai aruu jurhat gaurav gogoi mate bo laga vote disilaa nohoi jurhat 😠

  • @hiranmayedeka2520
    @hiranmayedeka2520 День назад

    যোৰহাটৰ জনতাই ডাঙৰ ভুল কৰিছে। আজি জনতাই ভুগিব লগা হৈছে। যেহেতু গৈৰব গগৈক যোৰহাটৰ ৰাইজে ভোট দি জিকাই দিছে কংগ্ৰেছৰ সাংসদ গৈৰব গগৈক। তেতিয়াই হলে যোৰহাটৰ জনতাই গৈৰব গগৈক প্ৰশ্ন কৰিব লাগে । যি আপোনাক যোৰহাটৰ ৰাইজে ভোট দিছে আপুণি যোৰহাটৰ ৰাইজক শুণ্য কৰি দিলে। ভাৰতবৰ্ষৰ জনতাই আৰু অসম জনতাই চাৰিও পিনে ৰাম ৰাম ৰাম ভগৱান পদুম ফুল ভগৱানক হাতযোৰ কৰি পূজা কৰা হয়। গোটেই পৃথিৱীত সনাতন ধৰ্ম জাগি গৈছে। আমাৰ দেশত মোডীক লাগে ৰাহুল গান্ধীক নেলাগে ।মোডী আমাৰ সনাতন ধৰ্মৰ আইমাতৃৰ সন্তান। ৰাহুলৰ বংশৰ ইচলামিক ধৰ্মৰ জাত হয় । সেয়ে ভাৰতবৰ্ষৰ জনতাৰ চকুখুলিছে আমাৰ দেশৰ ভাৰতবৰ্ষৰ জনতাৰ ভগৱানৰ ৰুপ মোডী । নহলে ৰাহুল গান্ধীৰ পৰিয়ালে ভাৰতবৰ্ষ খন ইচলামিক দেশ কৰি দিলিহেঁতেন। আমাৰ অসমৰ জনতাৰ মৰমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোণৰ টুকুৰা হীৰা হিয়াৰ দাপোন। যোৰহাটৰ জনতাই গৈৰব গগৈ জিতাই জিবনলৈ ঠগ খালে। অসমৰ জনতাই আমাৰ অসমৰ জনতাৰ মৰমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লাগিব আ জীৱন হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ নাম লাগি আছে। আ জীৱন যোৰহাটৰ গৈৰব গগৈক দৰকাৰ নাই। কাৰণ গৈৰব গগৈ ঈদত নমাজ পঢ়িব যায়। ভাৰতবৰ্ষৰ লগতে অসমত ৰাইজে দেখা পাইছে। আমাৰ ভাৰতবৰ্ষ অসম সনাতন ধৰ্মৰ দেশ, ৰাম ভগৱানৰ ৰাজ্য গতিকে ৰামৰ ৰাজ্যত মন্দিৰ নামঘৰ কৃতঘৰ এইবোৰ লাগিব। আ জীৱন সনাতন ধৰ্মৰ শংকৰদেৱৰ মাধৱদেৱৰ দেশত মোডী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰ এইবোৰ জনতাৰ হিয়াৰ দাপোন স্বৰূপ হৈ জিয়াই ৰাখিব ❤❤❤❤❤❤❤❤❤❤❤❤❤ । গগৈৰ গগৈ যদি বিজেপিত আহে তেতিয়াই হলে অসমৰ ৰাইজে মৰম কৰিব আ জীৱন জিতাই থাকিব। গৈৰব গগৈ কংগ্ৰেছ থাকি অসমৰ জনতাক ভোট ভিক্ষা খুজিলে গৈৰব গগৈ আ জীৱনলৈ ভিক্ষাৰী হৈ যাম। হিমন্ত বিশ্ব শৰ্মা আ জীৱন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ ❤❤❤❤❤❤❤

  • @karunakantadas6223
    @karunakantadas6223 6 дней назад +5

    মামা জিন্দাবাদ ❤

  • @mintusaikia8875
    @mintusaikia8875 7 дней назад +4

    যোৰহাটৰ মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰাটো দৰকাৰ।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 5 дней назад +1

    হেৰৌ শান্তনু পুজাৰী গৌৰব গগৈয়ে যোৰহাট বাসী ৰাইজক মিচা কথা কৈ সাঙসদ হোৱা বুলি আপুনি কৈছে , তাৰমানে আপুনি ভবামতে যোৰহাট বাসী ৰাইজ আপোনাৰ দৰে মহা বুৰ্বক ।

  • @asommonujkrdas714
    @asommonujkrdas714 7 дней назад +3

    ধন্যবাদ শান্তনু দা

  • @rupalibora6513
    @rupalibora6513 7 дней назад +1

    Goroba mudik gali pora only

  • @tanmayhandique_
    @tanmayhandique_ 7 дней назад +1

    যোৰহাট লোকসভা সমষ্টিত অকল যোৰহাট জিলা নাই।

  • @njyotinjyoti7541
    @njyotinjyoti7541 7 дней назад +1

    এই বাতৰি মূখ্য মন্ত্ৰীয়ে কোৱাইছে, নিজৰেই নিউজ চেনেলৰ সাংবাদিক।

  • @PranabChutia-v1j
    @PranabChutia-v1j 7 дней назад +3

    সুন্দৰ কঠা কৈছে

  • @rupanjonsarmah5101
    @rupanjonsarmah5101 7 дней назад +3

    ১০০% শুদ্ধ কথা কৈছে শান্তনু দাই।

  • @KulenGogoi
    @KulenGogoi 7 дней назад +1

    লৰালি কালৰে পৰা শুনি আহিছো ' যোৰহাট জালিয়া ' এই প্ৰবাদ টো। জাল শব্দৰ অৰ্থ হৈছে মিছা বা ভুৱা । অৰ্থাৎ জালিয়া মানে হৈছে মিছলীয়া বা ঠগবাজী কৰা মানুহ। কোনো প্ৰবাদ বা যোজনা এনেয়ে প্ৰচলিত নহয় লোকসমাজত । কংগ্ৰেছ মানেই হৈছে চোৰ,দালাল , ঠগবাজীৰ চৰকাৰ সেয়া গোটেই বিশ্বব্ৰহ্মাণ্ড জ্ঞাত। গতিকে যʼত জালীয়া মানুহেৰে ভৰপূৰ সেই ঠাইত কংগ্ৰেছৰ প্ৰতি গুৰুত্ব বঢ়াটো স্বাভাৱিক কথা।

    • @kabitasaikia380
      @kabitasaikia380 7 дней назад +2

      Bjp t thoka keita nu kor pora oha o bule bahire rong songiya bhitori kuwa bhuaturi

  • @paragchetia5023
    @paragchetia5023 7 дней назад +1

    তহঁতৰ এইবোৰ দালালিয়ে কাম নিদিব।

  • @DragonAssam-y9e
    @DragonAssam-y9e 7 дней назад +2

    6 community st status to ehh main karon jorhat election r
    Because Jorhat 8 lakhs ahom voter ase so ahom eh st status nupuwar babe ehh to hol..
    N mla election t r u ulabo karon..jati rajniti to bese hobo dhorese Assam t 🤔🤔🤔🤔🤔
    Bjp eh 2024 promise kora 6 community st status but aje Loike nahol so
    Main kotha to ere jete koi laav nai
    Karon ahom st status napale upper Assam r ahom dominate 35 mla seat ke hobo heto main kotha
    🤔🤔🤔🤔🤔
    Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @Boa-r7v
    @Boa-r7v 7 дней назад +3

    Dibrugarh Assam ot nai nki ?

  • @GoneshPayeng-ko7xx
    @GoneshPayeng-ko7xx 2 дня назад

    Hoi dey

  • @palldutta1590
    @palldutta1590 7 дней назад +4

    Sorry sir…i m not agree with u… gourav gogoi❤❤❤❤

  • @sopunjyotiporasor1309
    @sopunjyotiporasor1309 7 дней назад +2

    আপোনাৰ লাজ নাই নিজৰ জিলাক ভাল পাই নে নাপায় ?

    • @santanuduarah7188
      @santanuduarah7188 7 дней назад +1

      Val pai karon sagoi tew kotha keita koise jen paisu🙏

  • @gautomhazarika2002
    @gautomhazarika2002 2 дня назад

    যোৰহাট BJP সভাপতি জনে সঠিক কথাকে কৈছে ।

  • @ujjalchaliha2793
    @ujjalchaliha2793 День назад

    সংসদত বৰ মাত মাতব পাৰিলেই উন্নয়ন নহয়।

  • @hirakDeka-w8x
    @hirakDeka-w8x 7 дней назад +1

    Kun oi eitu kela

  • @khogenborah8276
    @khogenborah8276 6 дней назад

    Long live Gaurav Gogoi. May GOD bless him 🙏🙏🙏🙏🙏

  • @DebojitGogoi-f8i
    @DebojitGogoi-f8i 7 дней назад +2

    Cccc dada

  • @bipulborah4960
    @bipulborah4960 7 дней назад +1

    এই জনে কথা বোৰ ভূল কৈ , কাৰণ জিকিলেহে জনতাৰ কাম কৰিব , আপুনি কোৱাৰ দৰে,যদি বিৰোধি চৰকাৰ হয় তেতিয়া হ'লে আপোনাৰ কাৰণে দাই চেনী আদিৰ বস্তূ-ৰো দাম বেলেগ হ'ব লাগিব ,কাৰণ ভোট দিয়া নাই , এই মানসিকতা বিলাক এৰি দিয়ক,আছল কথা ওজন কৰা দগা বিলাক চিনি পাওক ,মাএ স্বা্থৰ কাৰণে কাম বা কথা ক'ব নালাগে আৰু বহুতো ক'ব ৰ মন যায় ...!!!!?

    • @aliciadawns8535
      @aliciadawns8535 7 дней назад

      Apuni ekebare hosa kotha koise kintu tothapiu nijor swarthor karone jorhatot unnoyonor kam nokoribo joyi nuhuar karone enekoi raijor uporot pratikhud lobo heituo kintu support koribo nuari.

    • @kabitasaikia380
      @kabitasaikia380 7 дней назад

      ​@@aliciadawns8535অ'যোৰহাট সমষ্টিৰ টেক্স সাংসদজনৰ পূঁজিলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহলে কাৰণ যোৰহাটৰ টেক্স চৰকাৰৰ ভঁৰাললৈয়ে যায় ।নহয় জানো ৰাইজ

  • @LakshyajyotiKeot
    @LakshyajyotiKeot 3 дня назад

    বিজেপি জিন্লাবাল ।।

  • @bolinhazarika8089
    @bolinhazarika8089 6 дней назад

    Bjp go bag

  • @mboy3u
    @mboy3u 7 дней назад +1

    Pujari da

  • @ajitexplorer1382
    @ajitexplorer1382 7 дней назад +1

    Aithu notun kotha nohoi jhi govt thakibho tar mp hay development hobho haithu congress dinoth ashil

    • @kabitasaikia380
      @kabitasaikia380 7 дней назад +1

      বিজেপিত থকা কেইজনেইতো কংগ্ৰেছি। কংগ্ৰেছক বদনাম কৰি আঁতৰি গৈছে এইবোৰকেইতো স্বাৰ্থলোভী বুলি কয়।

  • @bubulkardong8382
    @bubulkardong8382 7 дней назад +1

    Pujari da tnq

  • @bheeshmarabha
    @bheeshmarabha 4 дня назад

    উৰনিয়া,সেতুবনালে,উণণয়ন,হয়,নেকী

  • @ranjitdutta8886
    @ranjitdutta8886 7 дней назад

    Progress is before gaurav gogoi all project before gaurav gogoi

  • @PratapchBhuyan-j5s
    @PratapchBhuyan-j5s 7 дней назад +1

    Your opinions are certainly correct.He knows only how to criticize the Chief Minister of Assam.

  • @minakumarigogoi-ev9wc
    @minakumarigogoi-ev9wc 7 дней назад +2

    Gaurav Gogoiey Paribo Toitu BJPr Supporter Mone Mone Thak Flight Solibo Dhaijya Dhar