সুদীৰ্ঘ ৩৬টা বছৰে মঞ্চত দপদপাই থকা ভ্রাম্যমাণৰ বাদশ্বাহৰ আঁৰৰ মানুহগৰাকী
HTML-код
- Опубликовано: 19 окт 2024
- কেতিয়াবা যদি তিতা কম্বল, তিতা তুলিত, কেতিয়াবা আকৌ দুখন বেঞ্চ জোৰা দি শুয়ো কৰি গৈছিল সংগ্ৰাম। সুদীৰ্ঘ ৩৬টা বছৰে অভিনয়ৰ ধাৰা অব্যাহত ৰখা ভ্রাম্যমাণৰ বাদশ্বাহৰ আঁৰত আছে এগৰাকী নাৰীৰ মৰম, সাহস, প্ৰেৰণা, আকুলতা। ‘আঁৰৰ মানুহগৰাকী'
#nbnews #nbnewsdigital #aarormanuhgoraki #actor #champaksarma #actorhometour #hometour
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
পতি পত্নী দুয়োগৰাকী শ্ৰদ্ধাৰ আৰু প্ৰিয় শিল্পী। গতিকে সাক্ষাৎকাৰ লওতে নিজেও অলপ সচেতন হ'ব লাগে। "আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়" শিল্পীৰ মনৰ কথা খিনি জানি বহুত বহুত ভাল লাগিল। দুয়োৰে কুশল কামনা কৰিলোঁ ❤️❤️🙏🙏
তেখেত লোক দুয়োজনেই মোৰ খুবেই প্ৰিয়। ভাল লাগিল সাক্ষাৎকাৰ চাই। তেখেত লোক পতি পত্নী বুলি আজি জানিব পাৰিলো।
সুন্দৰ।
চম্পক শৰ্মা আগৰেপৰাই বহুত ভাল লগা অভিনেতা,,,,,,,
ইমান বলিষ্ঠ, জ্যেষ্ঠ অভিনেতা, অভিনেত্ৰী গৰাকীৰ আগত কেনেকৈ বহিব লাগে, সেই সাধাৰণ কথাখিনি জানিব লাগে আচলতে।
ইমান ধুনীয়াকৈ অসমীয়া বোৱাৰী সাজ পাৰ পিন্ধি অহা শিল্পী গৰাকীৰ আগত তেনেদৰে তোমাৰ সাজপাৰ লগতে তোমাৰ বহা ধৰন একেবাৰেই ভাল নালাগিল
বৰ ভাল লাগিল সুন্দৰ কথোপকথনৰে অনুষ্ঠানতি চাই❤
বহুত ভাল লাগিল❤❤
বহুত ধুনীয়া লাগিছে 👌
ভাল লাগিল কিন্তু আত ধৰোতাৰ হে শিষ্টাচাৰ ৰ অভাৱ যেন লাগিল কাৰণ স্বনাম ধন্য দুগৰাকী বলিষ্ঠ্য অভিনেতা অভিনেত্ৰীৰ আগত কেনেকৈ বহিব লাগে সেই সাধাৰণ জ্ঞান খিনিৰো অভাৱ
Love u mam and sir❤❤❤❤❤
Mitalr kotha kowa shobdar gathni bohut sundar. Mur khubei val lagil ❤❤❤
আগলৈ এনে অনুষ্ঠান কৰিলে ভৰিখন নমাই লবা দেই মাজনী
সাক্ষাৎকাৰ লওতে ভৰি কথা নাহে।
মৰো এটা আপত্তি আছে,, মিতালী বাইদেউ আগত এনেকৈ ভৰিৰ ওপৰত ভৰি থৈ বহিবনালাগিছিল নেকি?
অধ্ৰনাৰী 2 নাটক খন চাই মোৰ চুকু পানী বৈ গৈছিল।
It is wrong to sit with your legs up while sitting in front of elders শিষ্টাচাৰ নোহোৱা আঁত ধৰোঁতা
শিষ্টাচাৰ শব্দটো ক'ত ব্যৱহাৰ হয় বুজি লৈহে লিখিব
@@jintikandali5921 Shaking legs while talking to someone, sitting with legs raised in front of elders ইয়াকে কয় শিষ্টাচাৰ নোহোৱা
What should I do if you don't know the simple thing taught in (SSVN) Ankur class ? 😂😂
বাইদেও বিৰিনা নামৰ চিৰিয়েলখনত সুন্দৰ অভিনয় কৰি আছে।❤
Bhttt bhal lagile jana interview to sai❤
দুয়োগৰাকীয়ে খুবেই প্ৰিয় ❤❤ কিন্তু পতি পত্নী বুলি আজিহে গম পালো❤ ভালে থাকক দুয়ো
Vl lagil....
ময়ুৰী ডাঙৰ মানুহৰ লগত কথা পাতোতে ভবিষ্যতে ভৰিখন এনেদৰে নাৰাখিবা দেই ।
Val lagil sai
Bahut vl lagil
Ajihe
Janilo husband wife buli❤❤❤
Xosake eman ajon dangor abhinetar agat vori khn teneneke lobo nalagisil
Bor Sundar kathupakathan Mitali ru sampak bhal lagil sai riu agbarhi juwa tumaluk duiu
Sompok sorma god bless you apoonar ovenoe moor bor preya apuni val manuh nobo projonmor ovenate apoonar adorsa lobo laga (brojen Khargharia jorhat)
Ancor joni bhadrata najane, teor theng khon kot thoi intervew lobo Lage common sense nai.
Bor bhal lagil dei Mitali
Mur buli kole bhul habo ammar ataitkoi priyo abhineta lagote Mitali baideu o bahut sradhar.xodai Champak Dadar natun natun abhinoyor sristi dekha pam buli asa koru.duyuloi xewa jonalu.
Bor val lagil sai. Aji gom palu teolok poti potni buli
Sanmanio avineta val Lage duoke aru sister bisista janr agat vari pak Mari bahile val nalage beya napaba
Bhal lagile but anekoi anchor e bhorir uporat bhori thoi kotha patibo nalage..
Bhori khan nu male vaal hoi
iman sundorkoi question sodha byokti asomiya TV channelot 1st dekhilo. Bor Sundor uchharan host gorakir. Great.
Duiujon vale thakok