নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • #ভাগৱতব্যাখ্যা #pranjalprotimborah #assamesevirelvideo

Комментарии • 862

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 4 месяца назад +18

    কৃষ্ণ কৃষ্ণ❣️🙏🙏 প্ৰভূ ভাগৱতৰ কাহিনী শুনি খুবেই ভাল লাগিল🙏

  • @dilipkumardas7722
    @dilipkumardas7722 Год назад +26

    হৃদখন চাফা হৈ গল 'হে হৰী 'আপোনাৰ সুন্দৰ বাণীয়ে 'মোৰ জীৱনটো যেন সদা পৰিস্কাৰ কৰি ৰাখে এইয়াই প্ৰাৰ্থনা 'কৌটি বাৰ""""""কৃষ্ণ' কৃষ্ণ 'হবি 'হৰি""""

  • @bidyabotideka7375
    @bidyabotideka7375 6 месяцев назад +15

    কৃষ্ণ বাপ আতা আপুনি ধুনীয়াকৈ ভাগৱত ভাঙনি কৰে , আপুনি সকলোৰে মন পৱিত্ৰ কৰিলে,,,, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏

  • @manjurajkonwar2807
    @manjurajkonwar2807 Год назад +17

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @pranayborah2003
    @pranayborah2003 Год назад +14

    জীৱনত প্ৰথম বাৰৰ কাৰণে ভাগৱতৰ জ্ঞান লাভ কৰিলোঁ৷আৰু ইয়াতকৈ সুন্দৰ সুন্দৰ পাঠৰ জ্ঞান পাই থাকিম বুলি আশা কৰিলোঁ

  • @bimanhazarika4625
    @bimanhazarika4625 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ , আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শুনি বহু নতুন কথা জানিব পাৰিলো । ঈশ্বৰে আপোনাক সু স্বাস্থ্য বান কৰি থাকক । আপোনাৰ দ্বাৰা আমি আৰু বহু পাব লগা আছে । আপোনাৰ দিয়াৰ ক্ষমতা আছে । সেই ক্ষমতা সকলোৰে নাথাকে। আমি আশা কৰিলোঁ। কৃষ্ণ সেৱা নিবেদিছো।

  • @sunilsarmasunilsarma67
    @sunilsarmasunilsarma67 Год назад +9

    কৃষ প্ৰভূ

  • @abmonty7274
    @abmonty7274 Год назад +31

    প্ৰভুজনা ঈশ্বৰ কৃষ্ণ ইমান কৃপালো দয়ালো মই মাত্ৰ ১০ মিনিট সময় ঈশ্বৰক কান্দি কান্দি কাতৰ প্ৰাৰ্থনা কৰিছিলো প্ৰভু মোৰ পৰা এই তেজ মিশ্ৰিত অখাদ্য বোৰৰ প্ৰতি থকা লোভটো নাইকিয়া কৰি দিয়া আচৰিত কৰি প্ৰভুয়ে সেই সময়ৰ পৰাই লৈ গ'ল প্ৰভুৰ প্ৰতি একান্ত বিশ্বাস লাগিব কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

    • @UtpalKalita1111
      @UtpalKalita1111 Год назад

      Vegetarian t koi Vegan besi bhal. Vegan bure Gakhir o nakhai

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী মদ্ভাগৱত 🙏🌻🌾🌷 সেৱা নিবেদিছু বাপ আপোনাৰ বহুমূলীয়া ভাগৱতৰ শুনি ধন্য হলো 🙏🙏🙏🙏🙏

  • @mamanideka4369
    @mamanideka4369 Год назад +5

    🙏 ও নমো ভগৱতে বাসুদেৱায় 🙏 জয় গুৰু শঙ্কৰ 🙏 7.07.2023.

  • @binitabarman4661
    @binitabarman4661 Год назад +4

    হে প্রভু বহুত ভাল লাগিল শুনি আপোনা সবাৰো ওচৰত সতকৌটি প্রনাম❤❤

  • @polkakati9020
    @polkakati9020 Год назад +4

    হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে। সুন্দৰ বাখ্যা।

  • @KrishnaHazarika-cx9jv
    @KrishnaHazarika-cx9jv Год назад +5

    শ্ৰৱণ কৰি আপ্লুত হ'লোঁ।

  • @jumandeka3437
    @jumandeka3437 25 дней назад

    বহুত ভাল লাগিল,অতি সুন্দৰ, শুনিব পায় নিজকে ধন্য মানিছো অন্তৰৰ বহুত বহুত সেৱা জনাইছো, কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @RobiSenchuwa-xx5tm
    @RobiSenchuwa-xx5tm Год назад +5

    কৃষ্ণ কৃষ্ণ বাপ অমৃত ৱাণী শুনি আত্মাই বহুত তৃপ্তি পালে। আপোনালৈ সেৱা নিবেদিলো।

  • @RJrekhacreation
    @RJrekhacreation Год назад +17

    কৃষ্ণ কৃষ্ণ বাপজন 🙏 আজি তিনি দিন মান আগতে ম‌ই ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাহিনীটো শুনিছিলো , কিন্তু আজি আপোনাৰ ব্যাখ্যা শুনি আপ্লুত হলো ।

  • @joonbaishya6172
    @joonbaishya6172 Год назад +6

    কৃষ্ণ হৰি ৰাম নাৰায়ণ প্রভূ দয়াময় কৰুণাসাগৰ দৈৱকীনন্দনৰ জয়🙏🙏🙏

  • @Dipaliphukan-wt1su
    @Dipaliphukan-wt1su 4 месяца назад +5

    ❤montu bohut val lagil huni aru bohut najana katha janilu❤krishna probhu❤

  • @B.K938
    @B.K938 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আপোনাক ভগৱানে ভালে ৰাখক🙏🙏🙏

  • @bonditasvlog2792
    @bonditasvlog2792 Год назад +9

    অতি সুন্দৰ মন ভক্তি ভাৱত বিলিন হৈ গ'ল কৃষ্ণ🙏🙏🙏❤️

  • @parthadutta8101
    @parthadutta8101 Год назад +5

    Bohut vaal lagil.....Narayan Narayan

  • @dndeb3576
    @dndeb3576 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা এই অভাজনেও যেন বাপ জনাই দিয়া আৰ্দশৰ অধিকাৰী হব পাৰো

  • @kamaldas-k2r
    @kamaldas-k2r 6 месяцев назад +2

    ৰাম কৃষ্ণ বাপ আপোনাৰ পৰা অকণমান অমৃত পালোঁ হয় কিন্তু বহুত দেৰিকৈ পালোঁ আপোনাক অন্তৰ পৰা সেৱা কৃষ্ণ বাপ 🙏

  • @nobinborah8327
    @nobinborah8327 Год назад +2

    অতি মনোৰম হৈছে। 🙏

  • @anjumonigogoi1267
    @anjumonigogoi1267 Год назад +3

    Jei shiri Krishna ❤❤❤ 2:40

  • @ChantumoniBora-li1zp
    @ChantumoniBora-li1zp Год назад +7

    Bouht dhuniyakoi vangoni Kori goise Dai bohut Val moust enteligen,.Thankful

  • @bornaliborah1237
    @bornaliborah1237 Год назад +48

    ❣️কৃষ্ণ কৃষ্ণ ❣️🙏শুনি ভাল লাগিল🙏❤😍🙏

    • @jitusaikia5505
      @jitusaikia5505 Год назад +2

      ❤কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো ❤

    • @champakdeka1051
      @champakdeka1051 Год назад +1

      শুনি বহুত ভাল লাগিছে বাপ জনাৰ কথাখিনি।

    • @binoybora3106
      @binoybora3106 Год назад +1

      ,,, বহুতো ধূনিয়া কথা ভাল লাগিল ৰাম ৰাম

    • @IsaqueAli-l8s
      @IsaqueAli-l8s Год назад +2

      ​@@jitusaikia5505❤? Mi

    • @monujdas
      @monujdas Год назад +1

      Hu

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +4

    সুন্দৰ বাপ । আপোনাৰ ভাগৱতৰ বাখ্যা শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @KrishnamoniDoley-i5m
    @KrishnamoniDoley-i5m Год назад +9

    কৃষ্ণ সন্ধিয়াৰ ভাগত আনুষ্ঠান ভাগিত দেখা পায় ।প্ৰভূ জনাক এভাগি সেৱা নিবেদিছো।কলিৰ অৱধাৰি প্ৰভু এনেকৈ ব্যাখ্য কৰিলে দিলে উতি আহাযূৱ যূৱতীৰ গুৰু ধৰ্মত আগবাঢ়ি আহিৱ কৃষ্ণ।জয় গুৰু শষ্কৰ।

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 Год назад +17

    কৃষ্ণ কৃষ্ণ ❤️🙏🙏 হত কৌটি সেৱা জনাইছোঁ আপোনাক।

    • @deboborah5858
      @deboborah5858 Год назад

      হত কোটি নহয় শত কোটি।

    • @kamrup134
      @kamrup134 Год назад

      @@deboborah5858 Yes

    • @joyaboruah3618
      @joyaboruah3618 Год назад

      Apunak pronam provu krishna

  • @dharmanath4455
    @dharmanath4455 Год назад +1

    Bohut bohut val lagile ❤❤❤

  • @RunuBora-s2x
    @RunuBora-s2x 6 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মহা ভাগৱতৰ অমৃতময় কথাই হৃদয় চুই গৈছে 🙏🙏🙏🙏🙏 ভাগৱতৰ ভাঙনি সকলোৱে শুনাটো অতিক প্ৰয়োজন 😂 তেতিয়া অজ্ঞানতা মনৰ পৰা আতঁৰি থাকিব 😂😂

  • @gautamdas5705
    @gautamdas5705 Год назад +3

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏❤

  • @buluborah4646
    @buluborah4646 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ

  • @shyamolprachuryaphukon8804
    @shyamolprachuryaphukon8804 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃপাময় 🙏🙏🙏

  • @utjaldutta4075
    @utjaldutta4075 Год назад +6

    কৃষ্ণ-------এওঁ ৰাজীবৰ দেওতা নয়নে বাৰু, ভাল লাগিল ❤

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd Год назад +1

    ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ আপোনাৰ ব্যাখ্যা শুনি আনন্দিত হৈছোঁ

  • @RunuBora-s2x
    @RunuBora-s2x 6 месяцев назад +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনিয়ে অন্তৰ্ চুই গৈছে।
    🙏🙏🙏

  • @MilanDas-yy7tg
    @MilanDas-yy7tg Год назад +3

    ভাষা নাই বুজাব কিমান শান্তি লাগিছে মনটো

  • @prafullamedhi56
    @prafullamedhi56 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু

  • @bibhadas2370
    @bibhadas2370 Год назад +11

    কৃষ্ণ।।। প্ৰভুৱে মোৰ ভক্তিৰ বলত নিজেই এইবোৰ আতৰাই দিলে। মোৰ জীৱনৰ বাল্যকালৰ পৰা আৰম্ভ কৰি যৌৱন কালছোৱা লৈকে অজ্ঞান আন্ধাৰত ডুবি আছিলো কিন্তু প্ৰভুৱে মোক মুক্তি দিলে। কৃষ্ণ কৃষ্ণ।🙏

  • @northeastrhinosridersclubp780
    @northeastrhinosridersclubp780 Год назад +2

    Bohut vl lagil

  • @121nojurbilboniaawcujanima7
    @121nojurbilboniaawcujanima7 Год назад +6

    কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাৰ বাখ্যা শুনি ভাল লাগিল কৃষ্ণ। ।

  • @rebatitalukder3473
    @rebatitalukder3473 Год назад +7

    কৃষ্ণ,
    বাপ আপোনাৰ প্ৰকাশিত আধ্যাত্মিক দৰ্শন অতি গুৰুত্বপূৰ্ণ।
    ভগবানে আপোনাৰ আয়ুস বৃদ্ধি কৰক।
    কৃষ্ণ

  • @hemantamahanta5578
    @hemantamahanta5578 Год назад +2

    কৃষ্ণ কৃষ্ণ‌ ‌‌‌‌ সুন্দৰ ভাঙনি ‌‌

  • @assamallmixture3148
    @assamallmixture3148 Год назад +13

    কৃষ্ণ কৃষ্ণ 🙏
    বহুত ভাল লাগিল, অতি সুন্দৰ বহল ব্যাখ্যা সহজ সৰল শব্দ প্ৰয়োগৰে আলোকপাত।
    যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিলো।
    প্ৰভু আপোনালৈ শতকৌটি ভক্তিভৰা সেৱা জনালোঁ 🙏

    • @nirmalarabha9882
      @nirmalarabha9882 Год назад +1

      Bohut bhal Lagil----krishna----krishna---krishna.

    • @montibarman2483
      @montibarman2483 Год назад +1

      Shree radhey guru ji 🙏🙏🙏

    • @kalyanihaloi6131
      @kalyanihaloi6131 Год назад

      Krishna, Krishna 🙏🏽🙏🏽🙏🏽🍎🍎🍎🍎🍎🌺🌺🌺🌺🌺🕉️🕉️🕉️🕉️🕉️

    • @MonjiGogoi-eq9qk
      @MonjiGogoi-eq9qk Год назад

      So 😢❤
      No fr by by/❤ ❤😊😊😂❤❤
      😂pw❤❤
      It it

    • @atulbharali155
      @atulbharali155 Год назад

      10:15

  • @arth17555
    @arth17555 11 месяцев назад +2

    বহুত আধ্যাত্মিক আলোচনা শুনিলো। ইয়াতকৈ অমূল্য বাণী আজিলৈকে শুনা নাই। বৰ ভাল লাগিল।।
    কৃষ্ণ ৰাম।।

  • @junudeka9143
    @junudeka9143 Год назад +3

    val lagil apunar kothakhini xuni

  • @pulenbarman4763
    @pulenbarman4763 Год назад +8

    ইমান ধুনীয়াকৈ বুজাই বহুত বেছি ভাল লাগিল🙏🙏🙏

  • @1234lakhya
    @1234lakhya Год назад +2

    ভাল লাগিলে

  • @hiramanitalukdar9918
    @hiramanitalukdar9918 Год назад +2

    Bohut val lagil

  • @dhrubasarma6595
    @dhrubasarma6595 Год назад +5

    Om shree Vishnu nomoh bhagobote bashudebaya nomoh.

  • @PutumoniGohain-fw6fp
    @PutumoniGohain-fw6fp Год назад +1

    KSina Prabhu, ei katha bilak huni thakile huni thakibar mon jai❤

  • @jatnarabha9323
    @jatnarabha9323 Год назад +15

    কি সুন্দৰ ভাগৱত পাঠৰ নিদৰ্শন । কৃষ্ণ 🙏

  • @sewalisaikia5816
    @sewalisaikia5816 Год назад +3

    Pronam jonaisu prabhu

  • @korobiduwari9255
    @korobiduwari9255 9 месяцев назад +2

    Bor dhunia kotha koi.jay shree kishna🙏

  • @muhidharsaikiaastra5677
    @muhidharsaikiaastra5677 Год назад +1

    কৃষ্ণ কৃষ্ণ,বৰ ধুনীয়া কথা জানিব পাৰিলো

  • @junubora4426
    @junubora4426 Год назад +1

    🙏🙏🙏 কৃষ্ণ প্ৰভূ

  • @hasleema.k.a.bhaukal6140
    @hasleema.k.a.bhaukal6140 Год назад +1

    কৃষ্ণ কৃষ্ণ বঢ়িয়াকৈ বুজাইছে প্ৰভূ ।

  • @TamenNarzary
    @TamenNarzary Месяц назад +2

    জয় বোৰাই বাথৌ ।বাপ ধন্য ধন্য ধন্য ধন্যবাদ,খোলোমবায়।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +1

    হে ৰাম হে হৰি হৰি হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম হে কৃষ্ণ হে হৰি হে ৰাম ৰাম হে কৃষ্ণ হে হৰি হে কৃষ্ণ হে হৰি হে ৰাম

  • @sikhakalita4120
    @sikhakalita4120 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏🙏

  • @kamaldeka3512
    @kamaldeka3512 Год назад +1

    Jai shree shree Krishna baba jai.🌹🕉️🌍🔱🐕‍🦺💧🐈🙏🦜🦣🔥🐒🧘🥰🪔🌺🐂🦚🐦🌲🐆👍🌊🦅🐍🦘🔱

  • @harisaikia4600
    @harisaikia4600 Год назад +1

    অতি মূল্যৱান ব্যাখ্যা, সেৱা জনাইছো, কৃষ্ণ

  • @nishitarajbongshi-cf7sq
    @nishitarajbongshi-cf7sq 11 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @rajtpegu6705
    @rajtpegu6705 Год назад +1

    Jai shree Krishna 🌹🥀🙏🙏🙏❤

  • @RangiliHazarika
    @RangiliHazarika Год назад +2

    Bhute Val lagisa🙏🙏🙏🙏🙏🙏🙏🙏🏻🇮🇳🥰😍🤩

  • @UcjfufUcufufi
    @UcjfufUcufufi Год назад +9

    Krishna kirshna প্ৰভুজনা সেৱা কৰিলো। মই গুৰু গৃহ মচি ৰাতিপুৱা সন্ধিয়া সদায় গুৰু সেৱা কৰো। আমি আন দেৱ দেৱতা ভজনা উপৰিপুৰুষৰপৰা নকৰোঁ । সন্ধিয়া শুনি আমি উপকৃত হ'লো।

  • @barnalideka2260
    @barnalideka2260 Месяц назад

    Jay shree Krishna 🙏🙏🙏 আপোনাৰ ভাগবত শুনি বহুত বহুত সুন্দৰ কৈ বুজাই দিলে ভাল লাগিছে ধন্যবাদ আপোনালৈ

  • @dipikagoswami8922
    @dipikagoswami8922 Год назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @bantiborah4174
    @bantiborah4174 Год назад +2

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Год назад +1

    ও বাপ krishna আপোনাক ভগৱানে সু দিস্টি দিছে Godbless u❤❤❤❤🙏🙏🙏🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ___ব্যাখ্যাৰে কৃপাধন্য হ'লোঁ। সেৱা নিবেদিলোঁ।

  • @nabjitdas1702
    @nabjitdas1702 Год назад +1

    ❤❤❤❤❤❤❤❤❤
    Krisno provu pronam
    Pronam debadideb mohadev provu❤❤❤❤

  • @porashjyotineog5984
    @porashjyotineog5984 Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤

  • @momsmagia8503
    @momsmagia8503 Год назад +3

    🙏🙏🙏

  • @chinugogoi5411
    @chinugogoi5411 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ কৃষ্ণ

  • @DebojitHazarika-m3f
    @DebojitHazarika-m3f 8 месяцев назад +3

    কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️🙏🙏

  • @thunukalita6191
    @thunukalita6191 Год назад +3

    Nomo Vagowobote shree krishnay vasudevaay nomo

  • @PaporiBoro-zw6ky
    @PaporiBoro-zw6ky Год назад +2

    Xundor ব্যাখ্যা 😊😊😊 Krishna Krishna 🙏 🙏

  • @ChandiMedhi-h6n
    @ChandiMedhi-h6n 10 месяцев назад +3

    Krishna bap sunder bhagabhat

  • @ALIPBORA
    @ALIPBORA Год назад +2

    Hundor Bani bohut val lagil

  • @monikaboradutta915
    @monikaboradutta915 Год назад +1

    কৃষ্ণ কৃষ্ণ, বৰ মনোগ্ৰাহী ব্যাখ্যা আগবঢ়াইছে।ভক্তি ভৰা সেৱা জনাইছো।হে প্ৰভু,মহিলাৰ ভজন ৰ বিধান আছেনে নাই?

  • @HariprashadHari-z7v
    @HariprashadHari-z7v 11 месяцев назад +1

    শুনি ভাল লাগিল

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 Год назад +1

    অপূৰ্ব অমৃৎ ময়বাণীয়ে শ্ৰৱনামৃৎ পান কৰালে। মহা ভাগৱতলৈ কৌটি সেৱা জনাইছোঁ।

  • @rumichoudhury5328
    @rumichoudhury5328 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻বৰ ভাল লাগিল।

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু বহুত নজনা কথা জানিলো

  • @GurucharanDas-l7t
    @GurucharanDas-l7t 3 месяца назад +2

    Katha khini xuni vl lagil 🙏

  • @Paranjyotikalita6032
    @Paranjyotikalita6032 Год назад +1

    কৃষ্ণ কৃষ্ণ গোবিন্দ প্ৰভু সুন্দৰ ব্যাখ্যা শুনিবলৈ পাইছো ।

  • @purnimachoudhury4625
    @purnimachoudhury4625 Год назад +1

    হে কৰুনা সিন্ধু এই মানৱ জীৱন যেন সফল হয়। গোবিন্দ মাধৱ মাধৱ 👋👋👋👋👋

  • @rubulsaikia8656
    @rubulsaikia8656 Год назад +7

    কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ সকলোলৈক ভক্তি ভৰা সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ। পাঠক বাপ জন আপোন ভাগৱত পাঠৰ বহুত ভাল লাগে শুনি মোৰ আৰু বহুতো নজনা কথা জানিব পাৰিছো।

  • @aparajitatamuli7273
    @aparajitatamuli7273 Год назад +2

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বিষ্ণু মাধৱ ❤ কৃষ্ণ ❤কৃষ্ণ❤ৰাম❤ৰাম❤

  • @supriyagogoichetia8821
    @supriyagogoichetia8821 Год назад +10

    সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ 🙏🙏

  • @Isha__vlogs
    @Isha__vlogs Год назад +3

    Krishna Prabhu kripa kriba🙏🙏🙏

  • @bitulkonwar1099
    @bitulkonwar1099 Год назад +1

    বহুত বহুত ভাল কথা কৈছে শুনি ভাল লাগিল। সেৱা নিবেদিলো ॐॐॐ

  • @keshavkalita-xe1ov
    @keshavkalita-xe1ov Год назад +2

    কৃষ্ণ কৃষ্ণ। সেৱাভাগী জনালো বাপ ।

  • @Anamikaborah448
    @Anamikaborah448 Год назад +3

    কৃষ্ণ কৃষ্ণ

  • @minatideka7551
    @minatideka7551 Год назад +1

    ঔঁম নমঃ ভগৱতে বাসুদেবায়🙏🙏🙏

  • @PurabiDutta-gh4pv
    @PurabiDutta-gh4pv 4 месяца назад +2

    Suni Val lagil

  • @yadavkharel2961
    @yadavkharel2961 Год назад +1

    বহুত ভাল লাগিল আপোনাৰ মুখৰ পৰা ভাগৱতৰ মহান বাণী শুনি।
    প্ৰণাম