মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |part 1

Поделиться
HTML-код
  • Опубликовано: 17 сен 2024
  • সোণাপুৰৰ কচুতলীৰ উচ্ছেদ আৰু অভিযোগ-প্রতিঅভিযোগৰ ৰাজনীতি
    কচুতলীৰ উচ্ছেদক লৈ কোনে কৰিছে ৰাজনীতি?
    DGPৰ মতে কচুতলীৰ ৰক্তাক্ত পৰিস্থিতিৰ আঁৰত তৃতীয় শক্তিৰ হাত
    জি পি সিঙে সন্দেহ কৰা কোন এই তৃতীয় শক্তি?
    মুখ্যমন্ত্রীৰ মতে কচুতলীৰ হিংসাত্মক পৰিস্থিতিৰ বাবে দায়ী কংগ্রেছ
    কচুতলীৰ উচ্ছেদক লৈ কি স্থিতি কংগ্রেছ আৰু অন্যান্য বিৰোধী দলৰ?
    ট্রাইবেল বেল্টত কেনেকৈ প্রৱেশ ঘটিল বে-দখলকাৰীৰ?
    উচ্ছেদৰ সময়ত ভূলুণ্ঠিত হৈছিল মানৱ অধিকাৰ- উচ্ছেদিতৰ অভিযোগ
    মুখ্যমন্ত্রীৰ সুৰতে সুৰ মিলাইছে ট্রাইবেল সংঘয়েও
    বে-দখলকাৰীয়ে অতদিনে কেনেকৈ লাভ কৰি আহিছিল চৰকাৰী সুবিধা?
    কচুতলীত থকা বাঙালী সম্প্রদায়ৰ অঞ্চলত হ’বনে উচ্ছেদ?
    সোণাপুৰৰ উচ্ছেদ, বে-দখলকাৰী আৰু ৰাজনীতিক লৈ আজিৰ ‘অভিমত’
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |part 1 #pratidintimelive

Комментарии • 24

  • @MijanulIslam-cq1ju
    @MijanulIslam-cq1ju 2 дня назад +3

    Thak you Rijaul da right speeck.

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 2 дня назад +14

    যদি বিদেশী হয় তেতিয়াহলে অকল উচ্ছেদ কৰিলেই সমস্যা সমাধান নহয় ৷ তেওলোকক অসমৰ পৰা বহিস্কাৰ কৰক ৷ অৰু যদি ভাৰতীয় হয় সংস্হাপন দিয়ক ৷ নাটক কৰি লাভ নাই ৷

    • @tarapali6829
      @tarapali6829 2 дня назад

      Dada sabo tar manuh yejono bidekhi nai...Kihor bidekhi ami hore pora huni ahisu yejono bangladeshi nedekhilu

  • @ekramhussainmir3903
    @ekramhussainmir3903 2 дня назад +2

    By the people of the people n for the people,called democracy

  • @ekramhussainmir3903
    @ekramhussainmir3903 2 дня назад +2

    Rehabilitate before eviction

  • @7gc970
    @7gc970 2 дня назад

    মুখ্য মন্ত্ৰীৰ ডাঙৰীয়া জিন্দাবাদ । কংগেছ দলৰ শাসন কালত এই বোৰক থাকিব নিদিয়াৰ হলে আজিৰ এইবোৰ অসুবিধাৰ নহল হেতেন । কংগেছ দলে ভোটৰ আশাত থাকিব দিছিল। বিৰোধীৰ দলে ভোটৰ আশাত নাটক কৰি থাকে
    খিলঞ্জীয়াৰ কথা বিৰোধীৰ দলে চিন্তাৰ নকৰে ।

  • @sofikulislam7533
    @sofikulislam7533 2 дня назад

    জনসংখ্যা বৃদ্ধি লাহে লাহে হৈ আছে, সেহেহে চৰকাৰী মাটি দুখীয়া মানুহক দি দিয়ক,খেতি কৰিবলৈ, মাটিবোৰ এনেই পৰি থাকিলে লাভ কি

  • @mugakirahmed9304
    @mugakirahmed9304 2 дня назад

    বৰ অসমক এনেকৈ আজিৰ অসম আৰু লাহে লাহে উজনি অসম কৰাৰ দুচিন্তা বুলি ক'লে হয়তো ভুল নহ'ব।

  • @RamenHajong-n7n
    @RamenHajong-n7n 2 дня назад

    Tribal belts & block only 4 Tribal people. Remember it

  • @Rana-k8i
    @Rana-k8i 2 дня назад

    Every action have a reaction. Newton formula.

  • @NovoJyotikuli
    @NovoJyotikuli 2 дня назад

    There is not talking about Bjp and Congress. Only talking how to takol the situation.

  • @BiswajitsaikiaBiswa
    @BiswajitsaikiaBiswa 2 дня назад

    Please enquire about spring valley resort ....at that time Tarun gogoi ingruated that was the first time when a cm open a resort ....but after the owner was in suspicious on red Chandan ....in jorborat

  • @Rana-k8i
    @Rana-k8i 2 дня назад

    Bengali Hindu gaon khon nokore kio.

  • @Rana-k8i
    @Rana-k8i 2 дня назад

    Dipor bil khon ki hoi ase.

  • @CalmBallet-br7ji
    @CalmBallet-br7ji 2 дня назад

    Miya bangladesi ketiyar pora khilonjiya hol, ai amsur goru surtuk hudhisu, aru khilonjiya musolmnor pakhyot asu, goru sur gom pali, ai gorusurtu bangladeshor hoi nki mur hondeh lagise

  • @tarapali6829
    @tarapali6829 2 дня назад

    Ji bilake toka loise hei burok ki koribo....Yeku nokore yea ami dekhi ahisu

  • @ekramhussainmir3903
    @ekramhussainmir3903 2 дня назад

    Doubtful citizen ???

  • @robinbora5950
    @robinbora5950 2 дня назад

    Everyday Bangladeshis are coming to Assam. What are you doing? If this type of people come to power then Assam will become Bangladesh.