Super Hits Of Sabita Choudhury ( চুপাৰ হিটচ্ অব "সবিতা চৌধুৰী")
HTML-код
- Опубликовано: 30 ноя 2024
- Four Nos. Of Assamese Hit Songs Of Sabita Choudhury / Songs Details Are :
১) মন পছোৱাৰ বা'
কথা : ফণী তালুকদাৰ
সুৰ-সংগীত : সলিল চৌধুৰী
২) অ' কপৌপাহি তোমাৰ লাহী
কথা : ফণী তালুকদাৰ
সুৰ-সংগীত : সলিল চৌধুৰী
৩) ফাগুনৰে উতলা বা'
কথা : অনুৰাধা দাস
সুৰ-সংগীত : সলিল চৌধুৰী
৪) ফাগুন তোমাক জনালোঁ নিমন্ত্ৰণ
কথা : অনুৰাধা দাস
সুৰ-সংগীত : সলিল চৌধুৰী
🌿🌼🌿
সবিতা চৌধুৰীৰ performance সৰু কালত লতাশিল বিহু সন্মিলনীত দেখাৰ সৌভাগ্য হৈছিল,,অপূৰ্ব কণ্ঠৰ অধিকাৰী আছিল,,,🌹
বৰ ভাল লগা গীত ।জীৱনৰ আবেলি বেলিকাও এই গীত কেইটা গুণগুণাই থাকো ।
বৰ ভাল লাগে। শুনি থাকিবৰ মন যায়।
Baideo Old is gold mor Priya geet
অতি সুন্দৰ
আজিৰ গীতবোৰ এইবোৰ গীতৰ সতে তুলনা কেতিয়াও নহয়। এইবোৰ গীতে এক মানসিক প্ৰশান্তি দিয়ে।
মন পৰশা গীতবোৰ শুনি থাকিব মন যায়
খুব সুন্দৰ।খুবেই ভাল লগা গান
Very good
Memories of my growing up years.
Ki je apurbo hridoyporokha geet..hoikhobor hunali dinburoloi monot pori abegik hoi porisu.apunak dhanyabad.
কেনেকৈ পাহৰিম ।
Songs forever
সৰুতেই ৰেডিঅত শুনা গীত এতিয়াও বহুত ভাল লাগে অতি সুন্দৰ চিৰসেউজ গীত
sabita CHOUDHURY ALSO SANG FOR ASSAMESE FILM MANAS KANYA PLS UPLOAD
Asheposhowarsubash
O phagunore utola ba. ....yeshu das sang a malayalam song in same tune directed by salil choudhury.
'মন পছোৱা বা' -টোও গাইছিল। ফাগুনৰে উতলা বা' টোৰ সুৰত বাংলা ভাষাতো এটা আছে।
প্ৰকৃতিৰ সতে জৰীত তাহানিৰ সেই সুৰীয়া গীত বোৰে হৃদয়-মন জুৰ পেলায় যায় , কিন্তু গীতিকাৰৰ নামটো জানিব পাৰিলে ভাল লাগিল হেঁতেন।
সৰু কালতে শুনা । ইমান সুন্দৰ গীত ৰচনা কৰিছিল, গাইছিল। সচাকৈ মন পৰশা গীত৷
শৈশৱতে শুনিবলৈ পোৱা সবিতা চৌধুৰীৰ গীতবোৰে আজিও হৃদয়ত এক অবুজ শিহৰণ তোলে ।
Siro seoj geet
Sabita Choudhrir geet bilak aashir dashak r nahay taro agar. Etiya mor 65yrs.to shuni thakiboloi mon jay. Ever green songs. For information I would like to say that, SP Balasubramonium had sung a song in the tune of an Assamese song by Sabita Choudhuri which I listened to in an Army CSD canteen at Jorhat a few years back.
কেনেকৈ পাহৰিম
মোৰ চিৰসেউজ গীতবোৰ।মনত পৰে।
সুন্দৰ গীত
Redioto kakhat thaka jen laise.putoni gan suni bohut bhal lagise.
আশী--নব্বৈ দশকৰ এই মন পৰশা গীতবোৰ ৰেডিঅত গীতিমঞ্জুৰীত শুনিছিলোঁ ।আজি সেই দিনবোৰলৈ মনত পৰিছে ।অৱশ্যে মই আজিও ৰেডিও শুনো ।আপোনাক ধন্যবাদ জনাইছোঁ ।
অনন্য
তেতিয়া শৈশৱ কাল মন পৰশা এই গীতবোৰ শুনা পাইছিলো গুৱাহাটী ৰেডিঅ’ চেন্টাৰৰ সুৰৰ কৰণি অনুষ্ঠানত বৰ ভাল লাগিছিল আজি মনত পৰিছে ধন্যবাদ
മനയ്ക്കലെ തത്തേ.... കേളീനളിനം വിടരുമോ.... Music in Malayalam Film Songs also.....
Music composed by Salil Choudhary
ফাগুন মানেই সবিতা চৌধুৰী ৰ গান। এতিয়াও এই গানত পৰতি বাৰে ফাগুন আহে।
Guteibur gan dhuniya .voice dhuniya.etiyar xokole j Anya prakriyarehe voicebonai record kore. Xuni bhal lagil thank you.
মন পৰশা গীত৷
Evergreen song
Radio kakhot bohi geet huni thoka suali dinoloi monot pori jai. Evergreen songs.
এইবোৰ গান আজিৰ দিনত কোনো অসমীয়া শিল্পীয়ে গাব নোৱাৰে।
প্ৰত্যাহ্বান
Callil choudhury Assamese gan ase jodi aru dibi sun uploaded plz mozaa
ফাগুনক লৈ গোৱা গীতসমূহৰ ভিতৰত দৰদী শিল্পী সবিতা চৌধুৰী গীত কেইটি আটাইতকৈ প্ৰাণস্পৰ্শী।ফাগুন ভালপোৱা গীতিকাৰ স্বৰ্গীয়া অনুৰাধা দাস বাইদেউৰ নামটো নললে হয়তো গীতটিৰ আৰৰ ব্যক্তিগৰাকীক অসন্মান কৰা হ'ব।"অ ফাগুন ৰে উতলা বা গুছি যা,গুছি যা, গুছি যা....", আৰু "ফাগুন তোমাক জনালোঁ নিমন্ত্ৰণ, তুমি আহিবা আৰু আনিবা অলেখ সপোন লৈ..."এই দুয়োটা চিৰসেউজ গীতেই অনুৰাধা দাস বাইদেউৰ ৰচনা আৰু দুয়োটি গীতৰে সুৰকাৰ সলিল চৌধুৰী দেৱে। এনেদৰেই প্ৰখ্যাত গীতিকাৰ,সুৰকাৰৰ হাতত পৰি ফাগুনে জীৱন্ত ৰূপ পাইছে যুগে যুগে।গীতকেইটি আপলোড কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।
বাঃহ 40 বছৰৰ আগলৈ আকৌ উভতিগ'লো। বৰ ভাল লাগিল। সচায়েই আপোনাক কি বুলিম। ধন্যবাদৰ বাদে আৰু কিবা থকা হ'লে।?
প্ৰতিজন শিল্পীৰে নিজা নিজা voice থাকে। আপোনাৰ মাত কোনো গুণে কম নহয়। আপোনাৰ কণ্ঠ- শুনি মোৰ খুবেই ভাল লাগিল। আন গানবোৰো upload কৰিব চোন।
Atit monot pore