Gauhati University News: গুৱাহাটীৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও উৎখাত

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ পৰাজয়। সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত কোনো দিন হোৱা নাছিল এনে ঘটনা। কিন্তু এতিয়া হৈছে। কিয় আছুৰ প্ৰতি মোহভংগ হৈছে ৰাজ্যৰ বিদ্বত ছাত্ৰ সমাজৰ?
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 242

  • @manabendrasarma5956
    @manabendrasarma5956 8 дней назад +115

    পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰী য়ে আছুক ভোট নিদিয়ে

    • @apscaspirantdreams
      @apscaspirantdreams 8 дней назад +3

      Right

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад +5

      Manabendra sharma kebol apunaluk 2% monubadi/brahmonbadi/jatibadi jehadi a Dekhr lagate Axom u rokhatole nile.

    • @pradipkalita3161
      @pradipkalita3161 8 дней назад

      একো কাম নাই, মিছামিছ চান্দা সংস্কৃতি

    • @LSonowal-s2r
      @LSonowal-s2r 7 дней назад

      Kio nedia

    • @PureReview5
      @PureReview5 6 дней назад

      Right

  • @Rokcybhai-v7i
    @Rokcybhai-v7i 8 дней назад +52

    অতি সুন্দৰ..... চান্দা পাৰ্টীৰ পৰাজয়। সিহঁতে (আছু) নিজকে অসমৰ সকলো বুলি ভাবে।

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 8 дней назад +65

    বৰ ভাল কথা শুভেচ্ছা জনালো

  • @mridulsharma6739
    @mridulsharma6739 8 дней назад +63

    শিক্ষানুস্থান বোৰৰ পৰা যিকোনো সংগঠনক বাহিৰ কৰাই ভাল ।উশৃংখলতা আৰু বিশৃংখলতা সৃষ্টি কৰাৰ বাহিৰে এইসোপাৰ একো কাম নাই ।

  • @mr.nabarun
    @mr.nabarun 8 дней назад +41

    বৰদেউতা থাকিলে আছুৰ অৱস্থা আৰু বেয়ালৈ যাব,আমি পঢ়ি থকা দিনতে তেওঁক পাইছিলো, এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবলৈ গৈ দেখিছে একেজন নেতাকে, সিহঁতে কয় আছুত বুঢ়া মানুহো থাকে নেকি? 😩😄

  • @bipulborah1718
    @bipulborah1718 8 дней назад +56

    ৰাজহাড় ভগা সন্থা, গুপুতে মন্ত্ৰী _বিধায়কৰ শৰণাপন্ন হৈ নিজক ভবিষ্যতৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাহিৰে কি কাম? 😅😅😅😅😅😅

  • @manujyotidihingia8652
    @manujyotidihingia8652 8 дней назад +17

    আছুৱে বহুত ভুল কৰিছে
    মিছা কৈ অসমৰ ৰাইজক
    ঠগীছে 83 পৰা 24 লৈকে

  • @pranjal1393
    @pranjal1393 8 дней назад +45

    দেখ দেখকৈ যদি চৰকাৰী পক্ষৰ হৈ কাম কৰে যুৱ শক্তিটো অন্ধ নহয়।

  • @Choudhury1474
    @Choudhury1474 8 дней назад +23

    আছুৰ ঠগৰ পৰিণাম। শ্বহীদক কৰা অপমানৰ পৰিণাম পালে আছুই

  • @jituborah5788
    @jituborah5788 8 дней назад +26

    অতি সুন্দৰ

  • @pratuldas6125
    @pratuldas6125 8 дней назад +24

    এই বুঢাটো আৰু উতপল শমাই resign দিলেই সকলো ঠিক হৈ য়াব I

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 8 дней назад +18

    বুঢ়া টো থাকিলেই হব।সমুজ্জল

  • @tayyeburrahman7362
    @tayyeburrahman7362 8 дней назад +5

    very good ইসতAssU কেনেকৈ হল চাত্র সন্থা , ইসতৰ President/Secy হয় বুঢ়া আ ছু যি ঠিকাদাৰ, গাড়ী ব্যৱসায়ী, গুৱাহাটী ত Flate কিনিছে , ASSU ৰ pred t/ Seey 25 বছৰৰ তলৰ হলে ভোট পাব _

  • @nabajyotichetia51
    @nabajyotichetia51 8 дней назад +22

    আছু বৰ্ত্তমান অসমৰ সকলো জনগোষ্ঠীৰ ছাত্ৰ সংগঠন নহয়। আছুৰ বৰ্ত্তমানৰ নীতি আদৰ্শ আগৰ দৰে দেখুৱাই যদিও নেতাবোৰৰ নীতি আদৰ্শ সম্পূৰ্ণ চৰকাৰপন্থী। তেওঁলোকৰ বৰ্ত্তমানৰ কাৰ্যপন্থা আৰু পাছলৈ তেওঁলোকৰ ৰাজনৈতিক জীৱনটো চালেই দেখা পোৱা যায়। মুঠতে আছুৱে বৰ্ত্তমান অসমৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব নকৰে।

    • @mousumlanchongkong
      @mousumlanchongkong 8 дней назад +1

      Only bamon

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Mousom samkong 100% xosa, kebol Bamune Dekh r lagate Axom u rikhatole nile.

    • @mousumlanchongkong
      @mousumlanchongkong 8 дней назад

      @@mukulbaruah1833 ahomor dinot bamon gonok asila atiya rajhinkha khon pai vabisa moia roja buli

  • @satyendradeka6343
    @satyendradeka6343 8 дней назад +12

    দেউতাকৰ বয়সৰ এটাই ছাত্ৰ হৈ থাকিলে ছাত্ৰ সকল কত যাব

  • @infiniteimagination5915
    @infiniteimagination5915 8 дней назад +16

    Election শেষ হল?? এতিয়া upcoming semester examination ৰ কাৰনে পঢ়িব আৰম্ভ কৰি দিয়ক ৰাইজ ❤

  • @ABHILASHRay-u1b
    @ABHILASHRay-u1b 8 дней назад +6

    অতি সুন্দৰ

  • @Rana-hg8hg
    @Rana-hg8hg 8 дней назад +8

    আছু বৰ্তমান সময়ত চিন্ডিকেট বাহিনীৰ ধূৰন্দৰ শিয়াল নেতা সকলৰ আঙুলিত নাচিবলৈ আৰম্ভ কৰিছে, সেই হেতুকে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে এই সংগঠনটোক গুৰুত্ব প্ৰদান কৰিব নালাগে

  • @mridultalukdar7913
    @mridultalukdar7913 8 дней назад +7

    অসমৰ ৰাজনীতিৰ সেউজীয়া দিন সোনকালে আহিব💚🙏

  • @saswatpritambaruah6981
    @saswatpritambaruah6981 8 дней назад +11

    Only because of AASU, today Duliajan is still not developing as other districts. Plus, these scoundrels don't allow us to even sit in OIL Duliajan or NRL Numaligarh exams. NRL is still known as CASH FOR JOB organisation. AASU has been supporting this since their birth. Talented youths don't even get a chance to appear in these exams.

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 8 дней назад +18

    বুঢ়া থাকিলে আছু শেষ ৷

  • @jayaborah2926
    @jayaborah2926 8 дней назад +10

    যেনে কৰ্ম তেনে ফল 😂😅😁

  • @chinmoydas4475
    @chinmoydas4475 8 дней назад +7

    আগৰ দৰে আছু আছু হৈ থকা নাই অসমৰ ৰাইজে লগতে ছাত্ৰ সমাজে বুজি উঠিছে যে আছুৰ স্থিতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাজনীতিৰ ৰম্যভূমিত পৰিণত হৈছে।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 8 дней назад +7

    ককা আৰু বৰদেউতা সকল থকালৈকে আছে শেষ হবলৈ গৈ আছে

  • @sadeksaikia8168
    @sadeksaikia8168 8 дней назад +6

    বৃদ্ধ পেঞ্চনৰ যোগ্যতা থকাজন?

  • @premodharphukan1101
    @premodharphukan1101 8 дней назад +4

    আছুৱে চৰিত্ৰ সলনি কৰিবৰ হ’ল ৷আছুৱে আজি কিছুদিনৰ পৰা সঠিক আৰু সবল পদক্ষেপ লব পৰা নাই ৷লগতে বয়স্ক আৰু একেৰাহে নেতৃত্বত থকা সকলে নতুন প্ৰজন্মক বাট এৰি দিয়া উচিত ৷

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Promod phukan Assu hoi thaka nai Bassu hol, jot kebol Bamun r raj.

  • @MofidurRohman-u5n
    @MofidurRohman-u5n 8 дней назад +4

    বৰ ভাল খবৰ 👍👍👍👍

  • @harensaikia9323
    @harensaikia9323 8 дней назад +1

    এবাৰ যেনে তেনে ছাত্ৰ সন্থাত পদবী লোৱাৰ পাছত বুঢ়া হৈ গলেও পদ নেৰিবা তেতিয়া আছুক কোনেও বলে নোৱাৰে।

  • @JiaurRahman-yj1dg
    @JiaurRahman-yj1dg 8 дней назад +4

    কা" সমৰ্থনকাৰী আচু নিপাত যাওক

  • @RubulBora-t7o
    @RubulBora-t7o 8 дней назад +8

    Bor val kotha.

  • @SudipGupta-u4v
    @SudipGupta-u4v 8 дней назад +5

    Boriya lagice moja

  • @alirajib3017
    @alirajib3017 8 дней назад +4

    আজিৰ ছাত্ৰ ছাত্ৰীয়ে আছুক ভোট নিদিয়ে কাৰণ আছুৰ নেতা হৈ পিছত বিজেপিলৈ যায় ।

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Ali Rajib Assu buli nakoba, Bassu buli kabo. Assu t kebol Bamunr he raj sali asey.

  • @arpanbora8423
    @arpanbora8423 7 дней назад +1

    Hoi jai....sob bosture ketiyaba ketiyaba enekua speed breaker aahe..bhul durbolota bur aator kori akou aaguai jaabo AASU..
    জয় আই অসম ❣️

  • @jayashreedeka7907
    @jayashreedeka7907 8 дней назад +5

    Congratulations lenis da all pngb proud as a d.u history department student .

  • @bsharma5530
    @bsharma5530 8 дней назад +3

    বহুত দেখিলো College University t, AASU কৰা প্ৰায়ভাগ লৰাই কেৱল মদ,ছোৱালী আৰু কাজিয়া হে জানে |
    AABSU ৰ পৰা বহুত শিকিব লগা আছে, AABSU e কিমান Welfare & developmental কাম কৰে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে |

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      B sharma tahot 2% sayambhu isware Dekhr lagate Axom u rokhatole nili. Tahot prithibir vitarat no1 swarthapr. Tahot monubadi/brahmonbadi/ jatibadi jehadi/khampradaik jehadi.

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      B Sharma moi apunar coment r uttar disu kintu apunar Bongkhar monubadi/brahmonbadi/jatibadi jehadi/ khampeadaik jehadi jahora jahori bilake kati dise.

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      B sharma apunaluk 2% saymbhu iswar monubadi/brahmonbadi/ jatibadi jehadi/khampradaik jehadi a Dekhr lagate Axom u 50 basor piuai ni rokhatole nile. Apunaluk prithibir vitarat ataitkoi maratmok hingkhatmok hontrukhbadi kossai. Boli protha kaar.

  • @dibyaranjangogoi6238
    @dibyaranjangogoi6238 8 дней назад +2

    AGP ৰ পথেৰে AASU

  • @jamesborah9936
    @jamesborah9936 8 дней назад +4

    বুঢ়া ছাত্ৰ হতাও আছু বাছাও।

  • @jantihazarika2800
    @jantihazarika2800 8 дней назад +3

    Mjjaaa❤

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 8 дней назад +2

    কোলা চাইবৰনীয়া হল ৷ ভালেই হল ৷ লেবেল মাৰে যে ৷ যিবোৰ ছাত্ৰ নহয়েই সেই ছাত্ৰবোৰ আতৰিব লাগিব ৷

  • @kanakrabha3239
    @kanakrabha3239 8 дней назад +2

    যদি asu r লীডাৰ বিলাকে ক্রিমিনেল উলায় ভোট কোনে দিব এইবোৰ কাৰণে কোনেও ভাল নোপোৱা হৈ গৈছে।

  • @RitukrBorah
    @RitukrBorah 7 дней назад

    "কা , আন্দোলনৰ সময়ত পাঁচ জন অসমীয়া তেজাল যুৱকৰ তেজেৰে ফাকু খেলি অসমীয়া জাতিক মূৰ্খ সজাই তলে তলে চৰকাৰ লগত সমন্ধ ৰাখি "কা, খন অসমত গৃহীত কৰালে ।তাৰে পৰিণাম আছুৱে পাইছে আৰু আগন্তুক দিন বোৰত পায় থাকিব ।আছুত বুঢ়া নেতা জন থকা লৈকে আছুক বিশ্বাসত লব নোৱাৰি ।
    জয় আই অসম ।

  • @eastfactoryy9692
    @eastfactoryy9692 8 дней назад +3

    Bohut bhal hoise

  • @tirthaozah8321
    @tirthaozah8321 7 дней назад

    অতি সুন্দৰ । জাতিৰ নামত বেপাৰ কৰাৰ ফল ভুগক।

  • @basantaborgohain5372
    @basantaborgohain5372 8 дней назад +3

    বুঢ়া পাল্লা খনৰ কাৰণে হৈছে ।

  • @Amchi7258
    @Amchi7258 8 дней назад +1

    Bahut dhunia kothaa... Kisuman leader gadir moromor protifal aie

  • @thedevogramstory7483
    @thedevogramstory7483 8 дней назад +3

    Bhl hoisa... Sanda collection to main hba laga atia...

  • @Hazarika-v1c
    @Hazarika-v1c 8 дней назад +8

    AASU has destroy involving miya Muslim candidates
    AASU - 🗿🗿 1985
    AASU - 🤲☪️☪️ 2024

  • @Crxxaxe010
    @Crxxaxe010 8 дней назад +2

    Good news

  • @shahinursafik8219
    @shahinursafik8219 7 дней назад

    Bohut bhal khbr ..❤🎉

  • @commenti5459
    @commenti5459 8 дней назад +2

    মাইকেলে এৰি দিলেহে নতুন কোনোবাই দ্বায়িত্ব লব

  • @Indian23537
    @Indian23537 8 дней назад +4

    Mojja😂😂, PNGB ❤❤❤

  • @prasannasaikia4161
    @prasannasaikia4161 8 дней назад +2

    আছুৱে এই চৰকাৰ ওচৰত নেগুৰ পেলালে। এতিয়া আগৰ শক্তিশালী আছূ হৈ থকা নাই

  • @brothersglobe5706
    @brothersglobe5706 8 дней назад +4

    স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ একতা সভাৰ নামত নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰথাটোকে বন্ধ কৰিব লাগে,, আগৰ দিনৰ বৰ্গ মন্ত্ৰী বা Class Captain হিচাপে যিদৰে সৰ্বপটু ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰী সকলে বাছনি কৰি দিছিল, তেনেকৈ প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতি হিচাবে কৰ্মপটু শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা ছাত্ৰ ছাত্ৰীৰ গোট গঠন কৰি দিব লাগে,, য'ত টকা পইচাৰ সম্পৰ্ক নাথাকে,(টকা পইচাৰ সদ্ব্যৱহাৰৰ তদাৰক কৰাৰ দায়িত্ব কোনো কোনো স্হানীয় সমাজ সেৱি অৱসৰপ্ৰাপ্ত ব্যক্তি সকলৰ এটা গোট গঠন কৰি দিব লাগে) তেতিয়াই প্ৰকৃত সমাজ সেৱক সকল ওলাই পৰিব।

  • @Akash-ok7su
    @Akash-ok7su 7 дней назад +1

    NSUI long live

  • @manojkumardutta8590
    @manojkumardutta8590 8 дней назад +2

    আছু আজিকালি কাম নোহোৱা দল। বুঢ়া ছাত্ৰ জনে নিজৰ মতে কোনোমতে নামটো ৰাখিথৈছে আৰু

  • @rakashdas9087
    @rakashdas9087 8 дней назад +4

    আছু এতিয়া কি কৰিব

  • @johngogoi253
    @johngogoi253 8 дней назад +1

    Good

  • @bitukonwar2116
    @bitukonwar2116 7 дней назад

    আছুৱে কৰা ভুলৰ পৰিণাম পদেপদে ভোগিব লাগিব। আগন্তুক দিনত আছুৱে আৰু শোচনীয় দিন পাৰ কৰিব লাগিব।।।

  • @nityasarma4072
    @nityasarma4072 8 дней назад

    Wel come

  • @BiswajitChutia-h8v
    @BiswajitChutia-h8v 7 дней назад

    Right

  • @prashantagogoi7577
    @prashantagogoi7577 8 дней назад +1

    Moja

  • @mondeepphukan717
    @mondeepphukan717 8 дней назад +1

    👍👍👍👍👍👍

  • @Boraanshu
    @Boraanshu 7 дней назад

    Wait wait

  • @porishmitagogoi7503
    @porishmitagogoi7503 7 дней назад

    Very good

  • @ruhinigogoi827
    @ruhinigogoi827 8 дней назад

    most welcome 🎉🎉

  • @mohand9935
    @mohand9935 8 дней назад

    মজা

  • @deepphukan4960
    @deepphukan4960 7 дней назад

    A moja

  • @BILLO_RANI_
    @BILLO_RANI_ 8 дней назад +2

    CAA support kore AASU ye 😊

  • @bishaljkalita
    @bishaljkalita 8 дней назад

    Good

  • @Relax-ln3pc
    @Relax-ln3pc 8 дней назад

    Oh

  • @KAUSTOV94
    @KAUSTOV94 7 дней назад

    সুস্হ মগজুৰ studente AASU vote নিদিয়ে । চান্দা তোলা দিন গ'ল । শিক্ষা অনুষ্ঠান বোৰৰ election শিক্ষা অনুষ্ঠান খনতে সীমাৱদ্ধ থাকিব লাগে

  • @BaponBarman1
    @BaponBarman1 8 дней назад

    Congratulations ❤

  • @mukulbhuyan4020
    @mukulbhuyan4020 8 дней назад

    মনে মনে কা সমৰ্থন কৰাৰ বাবে আজি এই অৱস্থা ।

  • @jatinhaloi5877
    @jatinhaloi5877 8 дней назад +2

    কিমান টুপি পিন্ধাব ।

  • @amitbiswas9356
    @amitbiswas9356 8 дней назад

    Khub bhal hol

  • @question-wt9dr
    @question-wt9dr 7 дней назад

    বাহিৰৰ পৰা বহুত ভাল যেন লাগিলেও ভিতৰত কিন্তু বহুত গুণ্ডা গিৰি চলে AASU ত।

  • @abinashsaikia654
    @abinashsaikia654 8 дней назад

    Moza

  • @WajedHasanKakati
    @WajedHasanKakati 7 дней назад

    হো হো হো হো

  • @Liger__KING12
    @Liger__KING12 7 дней назад

    education centre t dol shangathan nothoka tuéi vaal bohut akhubida hoi

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 8 дней назад

    Congratulations 🎉

  • @manikangkanakalita1004
    @manikangkanakalita1004 8 дней назад

    ❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @apscaspirantdreams
    @apscaspirantdreams 8 дней назад

    Valei hoise

  • @binoydeka7916
    @binoydeka7916 8 дней назад +1

    Gang of আছু
    মেনেজ বোৰ আতৰাওক

  • @Jyotisgoswami
    @Jyotisgoswami 8 дней назад

    ভাল খবৰ

  • @gunakantabaruah6243
    @gunakantabaruah6243 8 дней назад +1

    আচু বহু পুৰণি সঙগঠন। কিন্তু আচু ৰাজনৈতিক দৃষ্টিভঙ্গীৰে নিজৰ প্ৰতিভাৰ পৰিচয় এতিয়াৰ ছাত্ৰই নিবিচাৰে। যোগাত্মক ফলাফল ৰহিত হৈ আচু পথভ্ৰষ্ট হ'ল।এ বি ভি পি ভাৰতৰ তিনি কোটিৰ অধিক ছাত্ৰ ছাত্ৰীৰ মনদৰপনৰ প্ৰতি ছবি বুলি ক'ব পাৰি। আমি ভাৰতীয়ৰ ‌পকৃত গনচেতনা বাহক দুই ছাত্ৰ সঙগঠনক আদৰিছোঁ।

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Gunakanta baruah tahot 2%monubadi/brahmonbadi/ jatibadi jehadi/ khamoradaik jehadi hoisa prthibir vitrat ataitkoi maratmok hingkhatmok hontrukhbadi.Toi 10 basor age r pora Goru khaisa,tur deh t rosire Gold ring t 9 ta hontruk loi asa. Tahote jontur lagate khubidha buji manuh u Boli dia. 2 Basor agot tur Bongkhar 3 ta hontrukhbadi Sharma/Pandey/Mishra i agaraki khilonjia mahilak kamakhya mondirar bahir t Boli disil. Toi rendir putek a jani la Assu nahoy Bassu aru ABVP mane hole Bamun raj. Tahot atau monubadi/brahmonbadi/ jatibadi jehadi/ khampradaik jehadi thakaloike Dekh totha Axom t Santi/Samprity/Unnati akhambhab nevaer.

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Gunakanta baruah moi tur comentr utrar disu kintu tur Bongkhar monubadi/brahmonbadi/jatibadi jehadi/ khampradaik jehadi bilake kati dise. kintu moi jodi aji Musalman sampradaik gali pari limhilu heten tetia mur ai coment top t rakhil heten atukei koi Jatibadr jehad. Tahot renda/rendir putek/jiyek bilake karile Lila aru beleg a karile dhori bandhi kila.

    • @mukulbaruah1833
      @mukulbaruah1833 7 дней назад

      Gunakanta baruah moi apunar coment r uttar disu kintu apunar Bongkhar monubadi/brahmonbadi/jatibadi jehadi/khamprdaik jehadi jahora/jahori a kati dise.

    • @mukulbaruah1833
      @mukulbaruah1833 7 дней назад

      Gunakanta baruah tahot prithibir vitarat ataitkoi maratmok hingkhatmok hotrukhbadi. Toi 10 basor ager pora Goru khaisa. Tur deh t rosire Gold ring t 9 ta hontrukh loi asa. Tahote jontur lagate khubidha buji manuh u Boli dia.2 basor agot tur Bongkhar 3 ra hontrukhbadi a agaraki khilonjia mahilak kamakhya mondirar bahir t Boli disil.

  • @jadavgogoi944
    @jadavgogoi944 8 дней назад

    আছু, এবিভিপি, এচিপি এইবিলাক কাৰোৰে একো প্ৰয়োজন এই মূহুৰ্তত আছে বুলি অনুভৱ নহয়। গোপন ৰাজনৈতিক অভিলাস, দলীয় অসুস্থ ৰাজনৈতিক মতাদৰ্শ লৈ আত্ম প্ৰতিষ্ঠাৰ কু-স্বপ্ন বিভোৰ , সামগ্ৰিক ছাত্ৰ সমাজৰ মংগল সাধনৰ কোনো আদৰ্শ নথকা এগাল ছাত্ৰ নামধাৰীয়ে সমাজ জীৱনৰ একো হিত নাসাধে।

  • @AssamesevideoSong
    @AssamesevideoSong 8 дней назад +2

    Dibrugarh Universityk huvessa jonalu

  • @ratnadeepdx2393
    @ratnadeepdx2393 8 дней назад

    Mojah...AASU r ji he gundami..hariboi

  • @kkllkkll6296
    @kkllkkll6296 8 дней назад +1

    Chanda party hole ene kua hobo ea. Ji hoise val hoise...

  • @sanjibkalita8479
    @sanjibkalita8479 8 дней назад +5

    আছুৰ অস্তিত্ব আৰু গৰিমা কেৱল বিশ্ববিদ্যালয়ৰ ৰাজনীতিতে সীমিত নহয়। আছু হ'ল এক সত্তা , যি অসমীয়াৰ হাড়ে হিমজুৱে সুমাই আছে। বাকী থাকিল ছাত্ৰ নিৰ্বাচনত হৰা জিকা। সেইটোতো সকলোতে আছে। সকলোৱেটো একেলগে জিকিব নোৱাৰে। কোনোবা হাৰিব আৰু কোনোবা জিকিব। এইয়া মাথো নিৰ্বাচনৰ অংকহে মাথো।

    • @rekiburzaman2909
      @rekiburzaman2909 8 дней назад

      Aasu bjpr dalal

    • @jamesborah9936
      @jamesborah9936 8 дней назад +2

      বুঢ়া ছাত্ৰ হাটাও আছু বাছাও।

    • @user-tm2rf2ii9d
      @user-tm2rf2ii9d 8 дней назад

      Sanjib Kalita - toi aasu t thka eta dalali sge...hei krne gat lgise 🥱...eta kotha tohoti mathat humuai lo...tohoti bhbo ami bor dangor manuh aasut thka gita....kintu sob manuhe tohotk kukuror logot tulona kore bujili....tohoti eta eta gadho

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Sanjib kalita toi shudra he, Toi kol tol t joga kul naikia jahorahe. Toi Goru gubar Goru moot aru Bamunr vori dhua pani khai magoj ghula karili. Tur tezpur t vl nhoy, tur brain t kome u 60 ta electric Chock diar prayujon. Assu nakobi Bassu buli kobi. Assu t kebol Bamunr raj salise.

    • @mukulbaruah1833
      @mukulbaruah1833 8 дней назад

      Sanjib kalita tur nakli Baper Burha Gorutue Assu nere, khi ajibon Bassu hoi thakiba. China t tur Iswar/Devi/Devatai Car/Bus solai asey toi feorai khabar rakhisane. China t toi Texi book karile tur sarat Texi upasthit, kintu Driverless, tur nakli Baper bilake tu puspak biman solaisil Ghurare. tur nakli baper bilake Dhenu t Agni misail marsil bule rendir putek.

  • @ManeswarMili-u7l
    @ManeswarMili-u7l 8 дней назад

    বাতৰি দিয়া ডাঙৰীয়া লেনিচ মিলি বুলি ক'বলৈ লাজ কৰে নেকি?নে জনজাতীয় উপাদধিটো ক'বলৈ সংকোচ কৰে।

  • @birajkalita3573
    @birajkalita3573 7 дней назад

    বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত আটাইকেইগৰাকী আছু সমৰ্থিত প্রাৰ্থীৰ জয়লাভ। আছু জিন্দাবাদ।
    ।।জয় আই অসম।।

  • @theviralclips8659
    @theviralclips8659 8 дней назад

    এতিয়া বিশ্ৱবিদ্যালয়ত বাংলা ভাষা কেতিয়াৰ পৰা প্ৰৱৰ্তন হব ?? সোনকাল কৰক ।

  • @mrinalphukan5425
    @mrinalphukan5425 8 дней назад

    DU ASU সমৰ্থিত সভাপতি জনক আগতে থকা হোষ্টেলৰ এটাওৱে ভাল নাপায়। সি হোষ্টেলৰ ল'ৰা লগতে মিলিব নোৱাৰে কি election khelibo 😅,
    ASU য়ে যোগ্য পাৰ্থী নিৰ্বাচন কৰা নাই

  • @sumitdutta6037
    @sumitdutta6037 8 дней назад

    ABVP ❤

  • @RitaChangmai-i7v
    @RitaChangmai-i7v 8 дней назад

    অসমত আছুৰ কোনো কাম নাই

  • @pranjeetdas5249
    @pranjeetdas5249 8 дней назад

    Borhiya

  • @dhunukonwar4605
    @dhunukonwar4605 8 дней назад

    Good. Bura satra eta ase kot jikibo

  • @BidyutMahanta-l3f
    @BidyutMahanta-l3f 8 дней назад

    Abvp❤

  • @harikantabaishya5553
    @harikantabaishya5553 8 дней назад +1

    age burag out kara nhle pisloi asu buli kbloi kono nathakib 🎉🎉🎉