Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Hahokhi spostabadi prastuti bajoni morom jonaisu. 😘😘❤❤ Hiyar kothaburu bohut metuerd . Bhal lagil. 👌👌
বহুত ভাল লাগিল প্ৰস্তুতি বা আৰু হিয়াৰ কথা শুনি👌😘❤️ প্ৰস্তুতি বাক আকৌ আপোনাৰ ইয়াত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।।প্ৰস্তুতি বাৰ কথাবোৰ শুনি ইমান ভাল লাগে যে তেওঁ কথাকৈ থাকিলে শুনিয়েই থাকিব মন য়ায়,আমনি নালাগে।তেওঁক চালে চাই থাকিব মন যায়। বহুত বেছি ভাল পাওঁ প্ৰস্তুতি বাক😘😘😘😘😘❤️❤️❤️❤️❤️
Emn hundor kotha koise...bohut bohut besi Val lagil😘😘😘
Bohut hikilu de aji, thanks bornali pujari and prastuti parashar
Video2 sai bhut vl lagil. Love you Hiya...😘😘😘
Such a sweet bond shared amongst both... সঁচাকৈয়ে অভিভূত কৰি তোলে হেজাৰ বিজাৰ কেতুৰিৰ মাজত একোডোখৰ আদাই ,, খালি কেতুৰিৰ বিননি নিবিনালেই হল খিয়ালৰ শেলডালে বুকুত নিবিন্ধিলেই যথেষ্ট নহয়নে জনাজনি জনাজাত অঁৰিয়াঅঁৰি ফেৰিয়াফেৰি খিয়লাখিয়ালি হতাহতি
Bohut vl lagil....Hiya I love u 😘😘😘😘😘😘😘😘
Hosai bohut thank u pink city ajir program tur pora bohut encourage holu...
হিয়াই বৰ ভাল কথা এটা ক'লে।প্ৰস্তুতি বা সঁচাই অফ স্ক্ৰীণো একেই।যোৰহাটত অলপ সময় লগ পাই মই সেইটো অনুভৱ কৰিছিলোঁ।
মা সদায় মা হয়.....শব্দৰে / ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি... বৰ্নালী বা.. আপোনাক "সৰু বোৱাৰী" ত প্ৰথম দেখাৰ পৰা বহুত ভাল পাওঁ... আজি বহুত বছৰৰ পিছত দেখিলো... বহুত মৰম পঠালো😘😘😘😘
Mak jiyekor bonding tu sai bohut val lagile
Bahut natun kotha sikilbo parilo,bhal lagil dhoinyabad.
বহুত ভাল লাগিল ।দুয়োগৰাকী মোৰ favorite অভিনেত্ৰী ।তাতে যোৰহাটৰ ।মইও যোৰহাটৰ ।বুন ভালনে ❤❤
খুব ভাল লাগিল অনুষ্ঠানটি। হিয়া লৈ বহুত মৰম 💕
Bhut bhal lagil interview tu sai bhut nojona khotha hikibo palu aai interview tur pora my best wishes for pink city channel 🙏🙏
ভাল লাগিছে 😮😊
really prastuti baa onscreen jnekwa offscreen o tnkwa... bht besi vl lge.. lv u baa
Bht besi vl lagil
Bhut val lagil ❤️
Sai val lagil 👍..my one of the favourite actress prastuti ba 🤍🖤
Bahut bahut val lagil❤️❤️
Bht vl lagil sai🥰
প্ৰস্তুতি বা আপুনি সঁচাকৈ এগৰাকী বহুত ভাল মানুহ হয়।❤️
Nice interview.... My favorite Assamese actress Prashtuti baa....😘
Interview to sai bohut val lagil 👌👍Really true and nice discussion 🥰🥰Hiya s soul and mind is soooo beautiful...Go ahead 👍🙏🙏🥰🥰
সুন্দৰ অনুষ্ঠান, ভাল লাগিল।❤️❤️❤️
তাই সচাঁকৈয়ে এজনী ভাল মানুহ হ'ব, বহুত মৰম হিয়া!! ❤️❤️
Aponalok boyokh borhar loge loge dhunia hoi goise besi ke ❤️
Bohut val lagise.....❤️
Val lagil sai...👍👍
Hiya k bohut morom lge... kotha bur emn horol koi koise tai.. mon sui goise.. lgte prstuti baa k bohut vl pau vl lge 💝💝💝
Aji show to sai buhut Val lagil Bonali ba
Bohut val lagil
Hiya ru prastuti ba k bht vl lage.... ❤❤❤❤❤❤❤
Apunar kotha bur bor val lage o ba u r best
khub bhal lagil❤
Bahut val lagil
Sosakoi vl lagil sai❣❣❣
সঁচাই বহুত ভাল লাগিল বা❤❤
Khub bhal lagil episode tu sai
Bhut Val lagil
all time my fvrt protuti ba.....love u prostuti ba n hiya.......
বা তোমাৰ আৰু ছোৱালী কথা শুনি বহুত ভাল লাগিল 🙏🏻🙏🏻🤗🤔
Hosakoi val lgl😊
Bohut val lagile💕💕
সঁচাই বহুত ভাল লাগিল 😘😘
Val lagil. Hiya loi morom jasilu.mur suwali u hiya r logore
Vl lgil.. 😚🙂
অনুষ্ঠানটো চাই ভাল লাগিল।
All time favorite prostuti ba ❤️❤️
প্ৰস্তুতিবা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে ব্যক্তিত্বসম্পন্ন নাৰী। হিয়া বৰ মৰমলগা আৰু জ্ঞানী ছোৱালী।বৰ্ণালীবাকো বৰ ভাল লাগে।
My all-time favourite actress prastuti parashar ❣️.. she is the pride of Assam
সুন্দৰ অনুষ্ঠান। ভাল লাগিছে।
Hiya is a wonderful human being. Congratulations to her parents for raising her such wonderfully 😊
Bhal onusthan ❤️ from Rangia
Bhut val lagise
বহুত ভাল লাগিল
নমস্কাৰ গ্রহণ কৰিব🙏🙏🙏। বৰ্ণালী বা, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনে এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে। বা, আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও জানিব বিচাৰোঁ লগতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাকো এই অনুষ্ঠানটোৰ অতিথি কৰিব নোৱাৰেনে...???, আনিবচোন পাৰিলে। বৰ্ণালী বা, আপুনি এই অনুষ্ঠানটোৰ অতিথি হৈ আহিলে আৰু ভাল লাগিব, আপোনাৰ পৰা আপোনাৰ জীৱনৰ নানান কথা জানিব পাৰিলোঁ হয়। আহিবচোন। সদৌ শেষত আটাইলৈ নমস্কাৰ জনাইছোঁ... 🙏🙏🙏।
Bohut bhal lagile video to sai
#foodwithmood বহুত ভাল লাগিল
Sooo cute maa beti...I love u soooo much my dear 💞😊
Hiya is so cute nd smart girl🥰🥰😘😘🤗🤗👍👍👍👍👍👍👍
My name is also Hiya
Wow Mojaaa laagil.. I love you Hiya 😍
NYC video 🥰🥰😘
Khub vl lagile
মই ভালপোৱা প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤
Khub bhalagile❤❤
বহুত বেছি ভাল লাগিল ।
Bohut bhal lagil
Maakr dre same .. vl lagil bohut beci😘❤️
Prastuti ba aponar obinoy sasakoi dhuniya
Bhut val lagile sai.. aponar voice to bhut mrm lga
Vl lgl ❣️
Val lgla
বহুত ভাল লাগে প্ৰস্তুতি বা'ক😘
🙏🙏Bhaal lagil dei.. Lina aru chumkir logot 2mar kotha ulai ketiyaba.. Aamar movie lakhimi ahi ase wish koriba
মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤️উৎপল দা আৰু দিবৌজ্যোতি দা ক মাতিবচোন..!! অতিথি হিচাপে
তিনি গৰাকীয়ে মোৰ খুব বেছি প্ৰিয় ।
Bornali baar kotha kua style Tu bohut val lage... Bohut down to earth Jen lage Bornali baak 🥰❤️ baki val lagil Prostuti baa Ru Hiyar kothakhini xuni.
Nice video ba hiya love you 💞💞
My name is also hiya
খুব ভাল লাগিল
Nai boys hokolu maa best friend hy
Awesome😚😚😚💖💖💖💖
Bor val lagil dai amoni nologa
সুন্দৰ অনুষ্ঠান বৰ্নালী বা , pink city ৰ এটা অনুষ্ঠান ত আতধৰোতা নহয় অতিথি হিচাপে আপোনাক বিচাৰো ! আপোনাৰ ব্যক্তিগত তথা বৃত্তিগত জীৱনৰ কথাবোৰ জানিব বিচাৰো ৷
Good
@@resminakhtar1952 ভাল লাগিছে
Vl lgse ba
bhal lagil..
Vl lagile
Such a beautiful and warm relationship ❤️❤️❤️❤️
val lagil sai.
Bht wait kra past finally pai golu
Hiya so beautiful ❤️❣️
অ বনালী বা বহুত দিনৰ মুৰত তোমাক দেখা পালো।তোমাৰ আগৰ টিভি চিৰিয়েল চিনেমাৰ অভিনয় বোৰে মোক সদাই আমনি কৰে।অভিনয় নকৰা নেকি বা?
Love you prastuti baa and hiya♥️♥️
Prastuti bak bohut val lage
Bor bhal lagil, Hiyaloi xubhikamona jonalu...
Prastuti ba always love you❤
Love you prastuti ba
Prastuti ba is really a good human being i have seen before.
Waow
waw both of u ❤❤❤❤❤❤
Hahokhi spostabadi prastuti bajoni morom jonaisu. 😘😘❤❤ Hiyar kothaburu bohut metuerd . Bhal lagil. 👌👌
বহুত ভাল লাগিল প্ৰস্তুতি বা আৰু হিয়াৰ কথা শুনি👌😘❤️ প্ৰস্তুতি বাক আকৌ আপোনাৰ ইয়াত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।।প্ৰস্তুতি বাৰ কথাবোৰ শুনি ইমান ভাল লাগে যে তেওঁ কথাকৈ থাকিলে শুনিয়েই থাকিব মন য়ায়,আমনি নালাগে।তেওঁক চালে চাই থাকিব মন যায়। বহুত বেছি ভাল পাওঁ প্ৰস্তুতি বাক😘😘😘😘😘❤️❤️❤️❤️❤️
Emn hundor kotha koise...bohut bohut besi Val lagil😘😘😘
Bohut hikilu de aji, thanks bornali pujari and prastuti parashar
Video2 sai bhut vl lagil. Love you Hiya...😘😘😘
Such a sweet bond shared amongst both... সঁচাকৈয়ে অভিভূত কৰি তোলে হেজাৰ বিজাৰ কেতুৰিৰ মাজত একোডোখৰ আদাই ,, খালি কেতুৰিৰ বিননি নিবিনালেই হল খিয়ালৰ শেলডালে বুকুত নিবিন্ধিলেই যথেষ্ট নহয়নে জনাজনি জনাজাত অঁৰিয়াঅঁৰি ফেৰিয়াফেৰি খিয়লাখিয়ালি হতাহতি
Bohut vl lagil....Hiya I love u 😘😘😘😘😘😘😘😘
Hosai bohut thank u pink city ajir program tur pora bohut encourage holu...
হিয়াই বৰ ভাল কথা এটা ক'লে।প্ৰস্তুতি বা সঁচাই অফ স্ক্ৰীণো একেই।যোৰহাটত অলপ সময় লগ পাই মই সেইটো অনুভৱ কৰিছিলোঁ।
মা সদায় মা হয়.....শব্দৰে / ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি... বৰ্নালী বা.. আপোনাক "সৰু বোৱাৰী" ত প্ৰথম দেখাৰ পৰা বহুত ভাল পাওঁ... আজি বহুত বছৰৰ পিছত দেখিলো... বহুত মৰম পঠালো😘😘😘😘
Mak jiyekor bonding tu sai bohut val lagile
Bahut natun kotha sikilbo parilo,bhal lagil dhoinyabad.
বহুত ভাল লাগিল ।দুয়োগৰাকী মোৰ favorite অভিনেত্ৰী ।তাতে যোৰহাটৰ ।মইও যোৰহাটৰ ।বুন ভালনে ❤❤
খুব ভাল লাগিল অনুষ্ঠানটি। হিয়া লৈ বহুত মৰম 💕
Bhut bhal lagil interview tu sai bhut nojona khotha hikibo palu aai interview tur pora my best wishes for pink city channel 🙏🙏
ভাল লাগিছে 😮😊
really prastuti baa onscreen jnekwa offscreen o tnkwa... bht besi vl lge.. lv u baa
Bht besi vl lagil
Bhut val lagil ❤️
Sai val lagil 👍..my one of the favourite actress prastuti ba 🤍🖤
Bahut bahut val lagil❤️❤️
Bht vl lagil sai🥰
প্ৰস্তুতি বা আপুনি সঁচাকৈ এগৰাকী বহুত ভাল মানুহ হয়।❤️
Nice interview.... My favorite Assamese actress Prashtuti baa....😘
Interview to sai bohut val lagil 👌👍
Really true and nice discussion 🥰🥰Hiya s soul and mind is soooo beautiful...Go ahead 👍🙏🙏🥰🥰
সুন্দৰ অনুষ্ঠান, ভাল লাগিল।❤️❤️❤️
তাই সচাঁকৈয়ে এজনী ভাল মানুহ হ'ব, বহুত মৰম হিয়া!! ❤️❤️
Aponalok boyokh borhar loge loge dhunia hoi goise besi ke ❤️
Bohut val lagise.....❤️
Val lagil sai...👍👍
Hiya k bohut morom lge... kotha bur emn horol koi koise tai.. mon sui goise.. lgte prstuti baa k bohut vl pau vl lge 💝💝💝
Aji show to sai buhut Val lagil Bonali ba
Bohut val lagil
Hiya ru prastuti ba k bht vl lage.... ❤❤❤❤❤❤❤
Apunar kotha bur bor val lage o ba u r best
khub bhal lagil❤
Bahut val lagil
Sosakoi vl lagil sai❣❣❣
সঁচাই বহুত ভাল লাগিল বা❤❤
Khub bhal lagil episode tu sai
Bhut Val lagil
all time my fvrt protuti ba.....love u prostuti ba n hiya.......
বা তোমাৰ আৰু ছোৱালী কথা শুনি বহুত ভাল লাগিল 🙏🏻🙏🏻🤗🤔
Hosakoi val lgl😊
Bohut val lagile💕💕
সঁচাই বহুত ভাল লাগিল 😘😘
Val lagil. Hiya loi morom jasilu.mur suwali u hiya r logore
Vl lgil.. 😚🙂
অনুষ্ঠানটো চাই ভাল লাগিল।
All time favorite prostuti ba ❤️❤️
প্ৰস্তুতিবা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে ব্যক্তিত্বসম্পন্ন নাৰী। হিয়া বৰ মৰমলগা আৰু জ্ঞানী ছোৱালী।বৰ্ণালীবাকো বৰ ভাল লাগে।
My all-time favourite actress prastuti parashar ❣️.. she is the pride of Assam
সুন্দৰ অনুষ্ঠান। ভাল লাগিছে।
Hiya is a wonderful human being. Congratulations to her parents for raising her such wonderfully 😊
Bhal onusthan ❤️ from Rangia
Bhut val lagise
বহুত ভাল লাগিল
নমস্কাৰ গ্রহণ কৰিব🙏🙏🙏। বৰ্ণালী বা, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনে এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে। বা, আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও জানিব বিচাৰোঁ লগতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাকো এই অনুষ্ঠানটোৰ অতিথি কৰিব নোৱাৰেনে...???, আনিবচোন পাৰিলে। বৰ্ণালী বা, আপুনি এই অনুষ্ঠানটোৰ অতিথি হৈ আহিলে আৰু ভাল লাগিব, আপোনাৰ পৰা আপোনাৰ জীৱনৰ নানান কথা জানিব পাৰিলোঁ হয়। আহিবচোন। সদৌ শেষত আটাইলৈ নমস্কাৰ জনাইছোঁ... 🙏🙏🙏।
Bohut bhal lagile video to sai
#foodwithmood বহুত ভাল লাগিল
Sooo cute maa beti...I love u soooo much my dear 💞😊
Hiya is so cute nd smart girl🥰🥰😘😘🤗🤗👍👍👍👍👍👍👍
My name is also Hiya
Wow Mojaaa laagil.. I love you Hiya 😍
NYC video 🥰🥰😘
Khub vl lagile
মই ভালপোৱা প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤
Khub bhalagile❤❤
বহুত বেছি ভাল লাগিল ।
Bohut bhal lagil
Maakr dre same .. vl lagil bohut beci😘❤️
Prastuti ba aponar obinoy sasakoi dhuniya
Bhut val lagile sai.. aponar voice to bhut mrm lga
Vl lgl ❣️
Val lgla
বহুত ভাল লাগে প্ৰস্তুতি বা'ক😘
🙏🙏Bhaal lagil dei.. Lina aru chumkir logot 2mar kotha ulai ketiyaba.. Aamar movie lakhimi ahi ase wish koriba
মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤️
উৎপল দা আৰু দিবৌজ্যোতি দা ক মাতিবচোন..!! অতিথি হিচাপে