Комментарии •

  • @RiyanRajOfficial1
    @RiyanRajOfficial1 5 месяцев назад +148

    Wow bahut bhal lagise Ba❤️🔥 Ali Aye Lígangr best gift raijor babe. Everything is just wow👌👏

    • @benilboriofficial9407
      @benilboriofficial9407 5 месяцев назад +11

      thank you riyan

    • @DeepPegu-wl7db
      @DeepPegu-wl7db 5 месяцев назад +5

      ❤❤❤❤❤❤❤

    • @tapanpaul7555
      @tapanpaul7555 5 месяцев назад +4

    • @user-oe2hj3gr3v
      @user-oe2hj3gr3v 5 месяцев назад +4

      মজা কিন্তু,এইবোৰ এই গন ।
      তেতিয়াহে বুজিব মিচিং ৰ আলিঃ আই মানে কি

  • @Dineshkaman
    @Dineshkaman 5 месяцев назад +76

    Ali-A:ye Lígang Asin Aselígdung Bayya.Mising Réngam Araso No Édémopé Kangkanna Dulang,👌👌👌

    • @Payeng571
      @Payeng571 5 месяцев назад +5

      My favourite hero in mising industry sir ❤

  • @misingao9443
    @misingao9443 5 месяцев назад +60

    Happy Ali A:yé Lígang 🙏
    Tarulata Kutum & Mousam Gogoi 🔥♥️

  • @hemlotaray8262
    @hemlotaray8262 5 месяцев назад +110

    অসমীয়া+মিচিং গীতবোৰ শুনি বহুত ভাল লাগে। সকলো মিচিং বন্ধু বান্ধৱীলৈ আলি আই লৃগাঙৰ শুভেচ্ছা থাকিল। ❤❤❤ Love from Bongaigaon ❤

  • @user-vr6kl9lo7r
    @user-vr6kl9lo7r 5 месяцев назад +33

    আলি আয়ে লৃগাংৰ হিয়া ভৰা শুভেচ্ছা জনালো। 🎉🎉

  • @nipansarmah8798
    @nipansarmah8798 5 месяцев назад +19

    Congratulations Pushan Bharadwaj brother...

  • @GauravSaikia-vl9yd
    @GauravSaikia-vl9yd 5 месяцев назад +14

    তৰুলতা বা লগতে মৌচম দা গান টো হিট হবই না। কিমান বাৰ শুনিলো হিচাপ নাই ❤❤❤❤

  • @jitenpegu3272
    @jitenpegu3272 5 месяцев назад +60

    জাতিৰ প্ৰতি শ্ৰদ্ধা , জাতিৰ প্ৰতি আবেগ জাতিৰ প্ৰতি,ভক্তি এই গীতিৰ জৰিয়তে সুন্দৰকৈ প্ৰকাশ পাইছে ।

  • @PurnimaBuragohain-ol2kz
    @PurnimaBuragohain-ol2kz 5 месяцев назад +5

    Bahut bahut val lagise Taru baa aneke hodai gai takibo baa ❤❤❤

  • @haricharanpegu1192
    @haricharanpegu1192 5 месяцев назад +95

    আউ মেম ! কোনে ক'লে তৰুলতা কুটুমৰ দিন গ'ল বুলি ! তৰুলতা চিৰ সেউজ । তৰুলতা আমাৰ মিচিং জাতিৰ হিয়াৰ আপোন । তৰুলতা কুটুম মিচিং সংস্কৃতিৰ দাপোন । এই দাপোনত প্ৰতিফলিত হৈছে আমাৰ জাতিৰ প্ৰতি থকা ভালপোৱা । অমৰ হৈ ৰওক আমাৰ মানসী প্ৰিয়া । জয় হৌ

  • @misinglotta154
    @misinglotta154 5 месяцев назад +16

    Tarulata baa nok gomug kí ngo:luk mising dírbí dírlab kidísé angu Tani kídingém kinmonam sém aipé ngo:lu aíÉ mépodung ..❤🎉 REALLY proud of you taru baa

  • @probitrapegu2300
    @probitrapegu2300 5 месяцев назад +13

    সচাই ভাল লাগিল গানটো
    আপুনি মিছিংৰ evergreen singer হয় ।
    মিছিং গীতত আপোনাৰ অৱদান কেতিয়াও জাতিয়ে পাহৰিব নোৱাৰে ।সৰুৰ পৰাই আপোনাৰ গান শুনি ডাঙৰ হৈছো। এনেকৈ সদাই জীপাল হৈ থাকক ।
    মিছিং যুৱ মহোত্সবত আপোনাৰ অনুপস্হিতি এদিন মিছিং জাতিয়ে ভুগিব লাগিব

    • @tarulatakutumofficial7369
      @tarulatakutumofficial7369 5 месяцев назад +5

      Apunalukokr dore anuragir babe mur songit jiwon jiyai ase aru jiyai thakibo morom akhirbad. Encourage kori thakibo

    • @user-lj8yl5vk4z
      @user-lj8yl5vk4z 5 месяцев назад

      😢😢😢

  • @joyshreehazarika9695
    @joyshreehazarika9695 5 месяцев назад +10

    Wow mur moromor torulota baa bhut duniya hoisa ❤️🥰

  • @MangalDoley-vr8vs
    @MangalDoley-vr8vs 5 месяцев назад +31

    এতিয়ালৈকে 20 বাৰ মান শুনিলো তৰু বা আৰু মৌচম দা সোনকালে 1milion viewer আহক তাৰেই কামনা কৰিলো ।।

  • @DhoniRamOfficial
    @DhoniRamOfficial 5 месяцев назад +23

    গানটো শুনি মোৰ একো ভাষাই নোলোৱা হৈছে ইমান সুন্দৰ লাগিল❤❤

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 5 месяцев назад +6

    GUINESS world record book world no 1 best song video.

  • @travelyogawithrajeev6395
    @travelyogawithrajeev6395 5 месяцев назад +12

    Talant ভৰপুৰ ❤❤❤। Evergreen My idol. Boom boom chik fire 🔥🔥🔥🔥🔥🔥🔥

  • @anurajkuli8747
    @anurajkuli8747 5 месяцев назад +8

    Wow bohut bohut vall lagise ❤❤❤ baa .. my all time favourite female singer ❤❤❤baa

  • @nikunjapatir6722
    @nikunjapatir6722 5 месяцев назад +21

    মিছিং জাতিৰ একাধাৰে সংগীত শিল্পী তথা অভিনেত্রী লগতে প্ৰডিউচাৰ শ্ৰদ্ধাৰ তৰুলতা বাৰ কুশল কামনা কৰিলো। আপোনাৰ সৃষ্টি ৰাজিয়ে মিছিং সমাজত আপোনাৰ প্ৰতি ঋণী হৈ থাকিব।

  • @santanudasofficial4560
    @santanudasofficial4560 5 месяцев назад +51

    তৰু বাৰ সংগীত যাত্ৰাৰ এইটো গীত আটাইতকৈ ভাল লাগিছে। আন্তৰিক শুভেচ্ছা ও অভিনন্দন গীতৰ সৈতে জড়িত প্ৰত্যেক জনলৈ।

  • @PrabhaRajVlog
    @PrabhaRajVlog 5 месяцев назад +18

    ধন্যবাদ তৰুলতা বাইদেউ আমাক আলি_ আই _লিগাং ৰ আগতে শৰাই হিচাপে উপহাৰ দিয়া বাবে, আমাৰ আলি_আই_লিগাংৰ প্ৰতিটো কথা গানটোত ধুনীয়া কে প্ৰকাশ কৰিছে l সদায় এনেকৈ নিজৰ সংস্কৃতি ধৰি বান্ধি ৰাখিব... ❤❤বহুত ভাল লাগিল গানটো শুনি, মোৰ অন্তৰখন চুই গ'ল .... 🫀🫀 মিচিং ৰেগাম ইৰয় /Mising Rengam Irroi ✊✊

  • @rajinapatir7234
    @rajinapatir7234 5 месяцев назад +13

    Wow wow outstanding ❤ toru baa & mousam daa 😊❤ happy Ali aiye ligang all of you ❤ in advance😊

  • @comedyzone5562
    @comedyzone5562 5 месяцев назад +8

    taru mane mis lata mane ing jatir proti tez ase taru ba love you n thank u for giving superb oinitom

  • @mintupangingofficial6705
    @mintupangingofficial6705 5 месяцев назад +21

    বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো আজি বহুত বাৰ শুনিলো ❤ ভাল লাগিছে লৃ:গাঙৰ উপহাৰ দিছে বাইদেউ 🙏🎉

  • @shyamalborah1997
    @shyamalborah1997 5 месяцев назад +9

    Love this ❤😊😊

  • @bishnupatiri1385
    @bishnupatiri1385 5 месяцев назад +16

    Excellent বাইদেউ। লৃগাঙৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

  • @majulipamemigang8046
    @majulipamemigang8046 5 месяцев назад +6

    Wow bha amazing ,, আলি aye আদুবং,,oi nom Asin odubong❤❤❤sow nice voice bha

  • @ramanujdoley7001
    @ramanujdoley7001 5 месяцев назад +7

    বিৰ ৰঞ্জন verry telentet..ব‌হুত বহুত ভাল লাগিছে। লিগাংলৈ আন্তৰিক শুভেচ্ছা থাকিল।

  • @Shekhor_jyoti_1998
    @Shekhor_jyoti_1998 5 месяцев назад +18

    Great work
    And Proud of you Pushan. Love from Tangla
    Looking forward to more

  • @rahulpanging4890
    @rahulpanging4890 5 месяцев назад +8

    Bohut dhuniya gaan diyar babe Many Many Thanks T K Baa...

  • @niponloing836
    @niponloing836 5 месяцев назад +2

    আপোনাৰ গান আমাৰ বাবে সদায়েই প্ৰিয়, লুইতখন বৈ থৈকালৈকে আপোনাৰ গান আমাৰ মনত বাজি থাকিব l এতিয়ালৈকে ৮ বাৰ মান চালো আৰু যে কিমানবাৰ চাম ?? বৰ সুন্দৰ গান আৰু Video.

  • @MridulChoudhary-db4pw
    @MridulChoudhary-db4pw 5 месяцев назад +2

    🎉Tarulata ba 1 million hole partykabo ahim 🎉❤❤❤❤❤🧑‍🎤🧑‍🎤🧑‍🎤

  • @bmentertainment524
    @bmentertainment524 5 месяцев назад +5

    বহুত ধুনীয়া হৈছে ।❤❤❤

  • @rimjimhandique6444
    @rimjimhandique6444 5 месяцев назад +5

    ❤❤❤❤bohu bar hunisu kintu olopu amoni loga naai ..No words 😮😮

  • @Stmanash84
    @Stmanash84 5 месяцев назад +2

    নৱ প্ৰজন্মই আপোনাৰ পৰা বহুত শিকিব আছে MAMO l আপোনাৰ প্ৰতিটো গীতত নতুন নতুন ৰস বিচাৰি পাওঁ। এইবাৰৰ লৃগাঙৰ বাবে এই গীতটিয়ে শ্ৰেষ্ঠ হিচাপে মই মোৰ ফালৰ পৰা ঘোষণা কৰিলো। তৰুলতা কাৰো তুলনাৰ যোগ্য নহয় । তৰুলতা ৰাণী হয়, তৰুলতাৰ গীত এতিয়াও নৱ প্ৰজন্মই ভাল পাই আৰু পাই থাকিব। তৰুলতা সদায় ওপৰত। Legend never dies❤❤❤ আৰু এই কামত জৰিত সকলোকে মোৰ ফালৰ পৰা ওভেচ্ছা জ্ঞাপন কৰিছো। আৰু বৌ আপুনি সদায় ভালে থাকক নিজৰ কাম কৰি যাওঁক ।কুকুৰে ভুকিলে বাঘে নপলায়। বাঘ সদায় বাঘেই হয় । আৰু সকলোকে আমাৰ মৰমৰ লৃগাঙৰ হিয়াভৰা উলগ জনাইছো। MISING RÉNGAM ÍRROÍ ❤❤❤

  • @swarupasaharia9162
    @swarupasaharia9162 5 месяцев назад +2

    Dhunia lagise gaan tu 😍 @pushan dance dhunia kora de 😍

  • @annieamy3918
    @annieamy3918 5 месяцев назад +7

    U r a gem 💎 of our Mishing Tribe #Taru baa❤❤❤❤❤❤lots of love for you, co - actor & ur whole team ❤❤🎉🎉🎉🎉🎉

    • @tarulatamixedvlog8263
      @tarulatamixedvlog8263 5 месяцев назад +1

      Thank you so much for encouraging

    • @annieamy3918
      @annieamy3918 5 месяцев назад

      @@tarulatamixedvlog8263 My heartiest pleasure 🥰 keep it up we need u😇

  • @binonpegumusicofficial1808
    @binonpegumusicofficial1808 5 месяцев назад +20

    Here is 2 legend together❤ taru mam & mousam da ...amazing song u both our diamond💎 . A P ali ai ligang all mising re'ngam🎉🎉🎉

  • @assampoliceboy02
    @assampoliceboy02 5 месяцев назад +2

    বহুত সুন্দৰ হৈছে গীতটি.👍 ধন্যবাদ তৰুলতা বাইদেউ আমাক আলি_ আই _লিগাং ৰ আগতে শৰাই হিচাপে উপহাৰ দিয়া বাবে, আমাৰ আলি_আই_লিগাংৰ প্ৰতিটো কথা গানটোত ধুনীয়া কে প্ৰকাশ কৰিছে l সদায় এনেকৈ নিজৰ সংস্কৃতি ধৰি বান্ধি ৰাখিব... ❤❤বহুত ভাল লাগিল গানটো শুনি, মোৰ অন্তৰখন চুই গ'ল .... 🫀🫀 মিচিং ৰেগাম ইৰয় /Mising Rengam Irroi ✊✊

  • @newtonkbasumatary1567
    @newtonkbasumatary1567 5 месяцев назад +2

    Wow.. বহুত ধুনীয়া দেই বাই.. 😍

  • @FirfillaMusahary-be8pu
    @FirfillaMusahary-be8pu 5 месяцев назад +5

    Waaooo Superb Pushaan 🥰🥰👌👌👌👌😇😇😇

  • @mr.newpondda6774
    @mr.newpondda6774 5 месяцев назад +5

    Val hoise gaan tu ❤❤❤ mousam dar voice tu 🔥

  • @Mridusmitapegu
    @Mridusmitapegu 5 месяцев назад +2

    Wow 😲 super baa❤💥 ali aye ligangr bohut dhagor gift 🎁 diyar bhabe

  • @jyitidoley9655
    @jyitidoley9655 5 месяцев назад +3

    বহুত
    বহুত ধন্যবাদ তৰু বা এই গানটো আলৃ : আয়ে লৃগাঙৰ উপহাৰ দিয়া ৰ বাবে❤❤ আৰু এনে কোৱা গান বনাব

  • @misingao2394
    @misingao2394 5 месяцев назад +18

    লৃগাঙৰ হুবেটছা জনালোঁ ❤

  • @mintujintu4109
    @mintujintu4109 5 месяцев назад +5

    I don't want say anything but only say wow 🎉😮Taru bai what to say super duper awesome it is not enough word to explain ❤

  • @superart8596
    @superart8596 5 месяцев назад +2

    Iman ধুনীয়া গীত সৃষ্টি কৰিছে।
    চিৰসেউজ গীত হৈ ৰব

  • @hanishkagogoi5245
    @hanishkagogoi5245 5 месяцев назад +3

    মজাৰ লাগিল দেই....

  • @PranjalPegu-dk7wu
    @PranjalPegu-dk7wu 5 месяцев назад +25

    তৰু বা অন্যতকৈ পৃথক সচাই মিচিঙৰ জনপ্ৰিয় গায়িকা ,ঐ:নিতমৰ সুবাসে জনজীৱনৰ জাতি জনজাতিৰ সম্পৃতিৰ বতৰা আনে, লৃগাঙৰ বতৰত ভাল লগা গীত ৰাইজক উপহাৰ দিয়াৰ বাবে ধন্যবাদ ,,এনেদৰে আৰু ভাল ভাল গীত শুনিব পাম বুলি আশা ৰাখিলো,

  • @sslhindustan8114
    @sslhindustan8114 5 месяцев назад +7

    Very beautiful video Song..❤️🔥💜👌

  • @ghanshyamtaye6666
    @ghanshyamtaye6666 5 месяцев назад +2

    আপোনাৰ কন্ঠ,অভিনয,বোৰ সঁচাকৈ মানুহৰ হিয়াখন চুই যায়, আশা কৰো আগলৈও আপোনাৰ গীতৰ শৰাই পাম বুলি,, ধন্যবাদ।।

  • @sonmoniaxombihudhul3800
    @sonmoniaxombihudhul3800 5 месяцев назад +13

    তৰুলতা বা বহুত ধুনীয়া অন্তৰ চুই যোৱা গীট উপহাৰ দিলে ! আপোনালৈ আৰু মৌচম ককাইদেউ লৈ অশেষ ধন্যবাদ 🙏🙏🙏🙏

  • @benimadhavkumbang9202
    @benimadhavkumbang9202 5 месяцев назад +7

    Wow my favourite tarulata Di so beautiful n so amazing your voice❤😘🤩🤩😍😍😍

  • @polongsaralgyan792
    @polongsaralgyan792 5 месяцев назад +3

    Tarulata ba and Mousam da Super Hit👌👌👌

  • @abhipegu7202
    @abhipegu7202 5 месяцев назад +2

    Torulata ba lyrics juiii 🔥🔥 কৰ pra ওলায় ভাল শব্দ❤ অাৰু mousam da আপোনাৰ মাত t যাদু আছে ইমান সুন্দৰ konta মিচিং গীত বোৰ গাই মজ্জা লাগে 🙏👍👌🎸🎶🎤🎧 আলি আয়ে লৃগাঙৰ ubeswa জনালোঁ ❤ tq

  • @gyandeeppegu1922
    @gyandeeppegu1922 5 месяцев назад +3

    Mising queen👸👑 mojja lgisae

  • @miristar.
    @miristar. 5 месяцев назад +7

    Wow amazing 😍🔥🔥 super heat song ❤❤

  • @PODONGAaoChannel949
    @PODONGAaoChannel949 5 месяцев назад +3

    Very nice video songs 😍 video tu sai bohut bhal lagil baaa❤ agotiyakoi holeu Lígangr hubhesha jonalu 💓💓💓💓💓💓💓💓💓

  • @satyaranjanpegu9008
    @satyaranjanpegu9008 3 дня назад

    Wow bahut bhal lagise. Ba❤❤ Ali Aye Lîgangr best gift. raijor Everything is jut wow ❤❤❤❤❤❤❤❤❤❤😮😮😮😮

  • @dipankarkutum8699
    @dipankarkutum8699 5 месяцев назад +3

    Taru baa always Rock💥🔥

  • @user-ed8eq4ln9u
    @user-ed8eq4ln9u 5 месяцев назад +9

    লৃগাংৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ .

  • @Maxomil
    @Maxomil 5 месяцев назад +7

    1M 🎉 congratulations ba...aji aku Kune Kune sai ase like kra

  • @mitradevpegu
    @mitradevpegu 5 месяцев назад +2

    Taru Baa'r Ligang r upohar 😊❤

  • @johnkuli7771
    @johnkuli7771 4 месяца назад +2

    2:39 The voice of Tarulata diamond 💎 bai 😢❤ .bohut observed korilu New generation a Thekhetor usorot nuare
    She is was will the only legend
    And mousom Gogoi da ganot pran dhali jaan logai dise 😢❤

  • @AoterAo
    @AoterAo 5 месяцев назад +3

    New year special Ali ligang Taruo Ba Oru Mousum Da...🎉🎉

  • @niyorriyan8415
    @niyorriyan8415 5 месяцев назад +5

    ধুনীয়া বাইদেউ। আন্তৰিক শুভেচ্ছা জনালোঁ

  • @sukumardas1054
    @sukumardas1054 4 месяца назад +2

    Bohot dhuniya song Val lagesa mon jur pur goisa

  • @user-is7iw2ou3d
    @user-is7iw2ou3d 5 месяцев назад +2

    Hajar hajar singar ulauk taru baa apunak pahribo nuaru aru apunar gaanor nisina hbo nuare love u ❤❤❤

  • @digantadoley8074
    @digantadoley8074 5 месяцев назад +6

    Ligangor subaisa jonalu advance ❤❤❤❤ nice video 😢

  • @RahulMedhi-yk7uh
    @RahulMedhi-yk7uh 5 месяцев назад +1

    বহুত ভাল লাগিছে গানটো toruba আৰু mousum da best singer ❤❤❤❤❤❤

  • @karsangpagagofficial
    @karsangpagagofficial 5 месяцев назад +5

    আলি আঃয়ে ল‌ৃগাঙক অভিনন্দন জনালোঁ । তৰুলতা বা ।❤❤❤❤❤

  • @birajmorang946
    @birajmorang946 5 месяцев назад +18

    লৃগাংত ধুনীয়া গান এটা উপহাৰ দিয়া বাবে ধন্যবাদ।।

  • @MorishmitaPegu-lx6zt
    @MorishmitaPegu-lx6zt 5 месяцев назад +2

    আলি আয়ে লৃগাংৰ শুভেচ্ছা থাকিল। Ba❤

  • @utpalairtel4699
    @utpalairtel4699 5 месяцев назад +7

    बहुत सुन्दर गीत। और मुझे ऐसे खूबसूरत गाने सुनने की उम्मीद है। ❤❤

  • @gulapdoley2801
    @gulapdoley2801 5 месяцев назад +7

    Excellent baa, apunar abione amar culture jiyai thaka aashambav❤❤❤❤

  • @monirammedak5321
    @monirammedak5321 5 месяцев назад +6

    আলি মানে গুটি,লৃগাং মানে সিচা। তৰু--বা ধন্যবাদ। nice song

  • @isshantaye7253
    @isshantaye7253 5 месяцев назад +2

    Happy Ali ye lagang ba 😊❤ love from jonai

  • @arunavadasgupta5460
    @arunavadasgupta5460 5 месяцев назад +2

    Excellent song... All the best Team 💗🙏

  • @majuliko6579
    @majuliko6579 5 месяцев назад +9

    Uffffff next level ❤❤❤
    Happy Ali aye ligang 🎉

  • @tankeswarmissong7899
    @tankeswarmissong7899 5 месяцев назад +10

    লৃগাংৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালো ❤

  • @debaprotimgogoi283
    @debaprotimgogoi283 5 месяцев назад +1

    Superb. Duijonore gan bilak khub priyo mor❤

  • @binuddas1518
    @binuddas1518 5 месяцев назад +1

    Bhut dhuniya lagile mousam da ❤❤🥰🥰

  • @utpalairtel4699
    @utpalairtel4699 5 месяцев назад +14

    বহুত বহুত শুভেচ্ছা থাকিল আপোনাক। সুন্দৰ 👌 বহুত সুন্দৰ।❤❤❤

  • @dronacharyamorang3098
    @dronacharyamorang3098 5 месяцев назад +3

    suerb both of u love u.........i m very happy........

  • @doleyomedipshikha9234
    @doleyomedipshikha9234 5 месяцев назад +1

    Omg emn dhuniya lagise ❤ru ligangor meaning tu bujai dise wow ❤

  • @user-vt7cn5li9l
    @user-vt7cn5li9l 5 месяцев назад +1

    Bohut bohut duniya lagise 🙌🙌🥀🥀🌹💓💓

  • @Rahulsadiya
    @Rahulsadiya 5 месяцев назад +2

    Happy alí ayé lígang advance all tarulata kutum followers 🥰🤩👌

  • @ayangappun
    @ayangappun 5 месяцев назад +3

    Bhut vl lagil toru va Ali ayè ligang asin asègèm seklìg dung

  • @KanakPegu-fo5bm
    @KanakPegu-fo5bm 5 месяцев назад +1

    Vhl🤜 lagise🤜 tumi tarulata bai❤

  • @pratappegu5744
    @pratappegu5744 5 месяцев назад +1

    Bht dinor pasot Torulota Kutum r gan huni xhosakoiye mn2 khub bhal lagi gl.Fagunor,ligangor top song

  • @miyumjyoti9060
    @miyumjyoti9060 5 месяцев назад +4

    অপূৰ্ব ❤❤❤❤মনটো নছোৱাই থয় গ'ল।এপাগ হ'লেও ননছাকৈ থাকিব নোৱাৰিলোঁ ❤️❤️❤️❤️

  • @kushalpuja03
    @kushalpuja03 5 месяцев назад +4

    Beautiful ❤❤

  • @TankeswarMiLi-bb5mo
    @TankeswarMiLi-bb5mo 5 месяцев назад +2

    New year New Hero so beautiful taru ba 🎉🎉 congratulations

  • @ayanststatus1831
    @ayanststatus1831 5 месяцев назад +3

    Happy Ali aye LIGANG 🎉❤ toru ba ❤🎉

  • @adinggfx1
    @adinggfx1 5 месяцев назад +4

    ❤❤ ba 🔥💥

  • @Doleyome1133
    @Doleyome1133 5 месяцев назад +2

    Next level ❤❤❤❤ba........

  • @AkashPanging-cn5uk
    @AkashPanging-cn5uk 5 месяцев назад +1

    A Mjaaaa song ❤❤❤❤❤ Nex lvl

  • @roiraio3251
    @roiraio3251 5 месяцев назад +3

    ধুনীয়া ❤❤❤❤

  • @krishnamili905
    @krishnamili905 5 месяцев назад +3

    Super se jada ......... 💯❤❤❤❤

  • @user-rk5ht2bk1z
    @user-rk5ht2bk1z 5 месяцев назад +1

    আমাৰ এইবছৰ লিগাংঙৰ best song🎉❤