Toi aku njano jarkhand t bht illegally rohingyas ase Muslim tat demography change hoise so adivasi bjp k vote dile o Jikibo nuare muslim Population bht besi
Zharkhand r manuhar dare jadi jadi aamar akhamar manuh bur sikshit hua hole aaji BJP e ekhonu akhan nepale heten. Muslim k eman beyakoi humiliate karara pisatu amar akhamar muslim e laaz sharm hekh kari BJP k vote kare. Muslim r sab adhikaar ephalor para BJP e makhimur kari dise tathapitu laaz nai..
এটা কথা বুজি পোৱা নাই। এই যে হিন্দু মুছলমান ,, হিন্দু মুছলমান কৈ থকা হয়,, এই হিন্দু মুছলমান ৰাজনীতি কৰোঁতে বিজেপি দল নাছিল। আৰু এই হিন্দু মুছলমান ৰ নামত দেশ বিভাজন হোৱা নাছিল জানো? গতিকে যিকোনো কথা কওঁতে সাৱধান হ'লে ভাল হয়।
For Assam Adivasi CM has done nothing and went to Jharkhand where Adivasi people majority! People are more educated over there therefore, Results you all can see 🙏 need to work hard for 26 election in Assam ! People are more aware of all what is happening........
It is Jharkhand not Assam. Better to bark anti bengali campaign in Assam not in Jharkhand. It is proved that Chief of Assam Mr. Himanta Biswa Sharma always tells lies to appease Mr. Narendra Modi and Amit Shah for his political career not for self esteem of our Assamese people. It is shameful!
মজ্জা ,শুনি ভাল লাগি গৈছে |
পেৰাচুট লেন্ডাৰ , মতা মাছ মাইকি মাছৰ মুখ খন আজি টেমি যেন হৈ পৰিল। বেয়াই লাগিছে দেই। প্ৰথমতে কংগ্রেসৰ সভাপতি পৰবৰ্তীকালত মূখ্যমন্ত্রী। দেহিঅই ভাবিলেই ভাল লাগে, নহয় নে। এই জন আধা মুছলমান , আধা খৃষ্টানৰ বেশলৈ ৰাজনৈতিক সন্তাশ আৰম্ভ কৰিব বিছাৰিছি, কিন্তু বিফল হ'ল। 😂😂😂😂
@@kumudbaruah2001তহঁতি অন্ধ ভক্ত হয় বুজি পাৱি অই
শেন হৈ গ'ল , ফেঁচা হৈ উভতিল
ঝাৰখণ্ড ৰ মানুহৰ বোৰ অসমৰ মানুহতকৈ টেঙৰ ।
ঝাৰখণ্ডৰ আদিবাসী বিলাক , অসমৰ নিচিনা নহয়।
Aadibakhi manuh xokoloro govir jatiota bodh thoka bibek ase je bro. Agree with you.❤
Gyani hoi bhtt
Toi aku njano jarkhand t bht illegally rohingyas ase Muslim tat demography change hoise so adivasi bjp k vote dile o Jikibo nuare muslim Population bht besi
Right
হিমন্তই যত যত প্ৰচাৰ চলাইছিল সেই সকলো সমষ্টিতে গু হাৰণ দিছে 😅😅😂
P😢😅😂😅
হিমন্ত হটাও ,অসম বচাও
অসমতো এনে নিৰ্লজ্জ ভাবে পৰাজিত হ'লে বৰ ভাল পাম।
Aami je jatio Chetana bihin praneet parinat hoi goisu.
@@kanaklalsutradhar6998জাতিও চেতনা ২৬
সেইকাৰণে ৫-০হল।।
Toi muslim je bhal pbi ye
২৬। বিজেপিৰ অবস্থা ঝাৰখণ্ডৰ দৰেই মামাৰ হ'ব।
অসমৰ মানুহবোৰ ঝাড়খণ্ডৰ মানুহৰ দৰে দায়িত্ববোধ থকা নহয়
Hbo jodi muslim besi hoi jai
Moja lagise
গৌৰৱ ৰ জয় । শৰ্মা ৰ পৰাজয় !!
Very good news. Jay hoo congress. Jay hoo Gourav Gogoi ji.
কংগ্রেসৰ পতন দেখিও নেদেখা বোৰৰ চকুত নিশ্চয়ই কেটেৰেক্ত পৰিছে। সোনকালে চিকিৎসা নললে অন্ধ হবলৈ গৈ আছে। 😂😂😂😂
Ja namaz pohri ahh
শৰ্মাক দিয়াতকৈ ৰূপজ্যোতিক দিব লাগিছিল।
Bebai bebai thakile hoy.
@JitenMr-fb7cm তুমি পদুমৰ দালাল নেকি যেন লাগিছে, দেই।
Assam chief minister misolia lock
আদিবাসী, অশিক্ষিত বুলি ভৱাসকলহে দেখিছো বাকীবোৰতকৈ সচেতন !
ডাঙৰীয়া অসমৰ আদিবাসী অশিক্ষিত হয়, কিন্তুক ঝাৰখণ্ডৰ আদিবাসী সকল অশিক্ষিত নহয়।যাৰ বাবে আজি বিজেপিয়ে ঝাৰখণ্ড দখল কৰিবলৈ সক্ষম হোৱা নাই।
Tat bht besi rohingyas ase illegally humai demographic changes hoise muslim Besi
ফপৌ ফৌ হিমন্ত ।
তাত গৰু গাধ শিয়াল নাই বোধ হয় !
অসমত কংগ্ৰেছৰ জয় জয় ময় ময় অৱস্থা
ঝাৰখণ্ড কংগ্ৰেছৰ ৰণনীতি অসম কংগ্ৰেছৰ মূৰ্খ কেইটাই শিক্ষা লব জানো? দাম্ভিক দাম্ভিক কথা কোৱাতহে পাকৈত।
কম ৰণনিতি লৈছে নে ঝাৰখণ্ড কংগ্ৰেছে 😂,বিজেপি 24,কংগ্ৰেছ 16
Very nice
Hmbshrimadaidouninindiachamordabad
Thanks
আজি মই দুগৰাহ ভাত বেছিকৈ খাম কাৰণ আমাৰ মামা হাৰিল এ মজা ।
ময়ো আজি শান্তি পালো 5-0 হোৱা বাবে।
যায় কি নহওঁক বেয়া কৈ নকৱ লাজ পাব,
Very good jharkhand bashi❤❤❤
অসমতো আজি কিবা ফলাফল ওলাইছে নেকি বাৰু.....পাহৰিলেই যে৷
লাজ নথকা মুখ্যমন্ত্ৰী
যিমানেই যি নহওঁক এটা কথা মনত ৰাখিব ৰাজনীতি কৰা কোনো মানুহে
ভাল নহয় কেৱল নিজৰ লাভ কাৰণে কাম কৰে, সেই কাৰণে ৰাইজে ইহঁতৰ লগত বেছি লাগি নাথাকিব
Very good news
হলে কি হ'ব।নিজৰ ৰাজ্যত যে নিজৰ চৰকাৰ শাসন কৰিছে।অসমত যিকোনো বস্তৰ দাম বাঢ়ি থাকিলেও অসমীয়া মানুহে বি জে পিকে জীকাই থাকিব।
হয় দেই, বিশেষ ভাৱে আমাৰ মহিলা সকল।বৰ নিৰ্লজ্জ ভাবে নিজৰ স্বৰূপ ডাঙি ধৰে।
@@pratimasarma1737 একো চিন্তা শক্তি নাই আৰামত কেইটকা মান পাইছে যে তাৰ বিনিময়ত যে কিমান লুটি আছে একো জ্ঞান নাই
Hundar kotha
Exp airi হৈ গল মামা বৰ বেছি বেয়া লাগিছে মামা
এ হে হে হে কেনে মা--
অসমৰ ভোটাৰতকৈ ভাল চিন্তা কৰা বুলি অনুভৱ হয় ।
এতিয়া হিমন্ত বিশ্ব শৰ্মাই জে এম এমৰ বিধায়ক সকলোক কিনা বেছা আৰম্ভ কৰি দিব।
Gaurav gogoi zindabad
Moja
সীমান্ত গো বেগ
Very good news.. now waiting for 26
Bjp go back
❤❤❤❤❤❤❤❤❤❤❤
চেষ্টা নকৰাটো লাজ লগা, কিন্তু চেষ্টা কৰি হৰাটো একো ডাঙৰ কথা নহয়। আজি যিদৰে যিমানেই চেষ্টা নকৰক কিয় নাগালেণ্ড, মেঘালয়, মিজোৰামত বিজেপি নিজিকে, তেনেদৰে ঝাৰখণ্ডত জিকাও কঠিন হৈ আহিছে। দুটামান দশকৰ পিছত নিজিকাটো নিশ্চিত হৈ যাব।
God is great
ঝাৰখণ্ডত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱা নাই, সফল হে হৈছে। ঝাৰখণ্ড বাসীৰ আগত তেওঁৰ নিজৰ খিনি সুন্দৰ কৈ উদঙাই দিলে। অত দিনে অসমৰ মানুহে চিনি নোপোৱা হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ মানুহে নিৰ্বাচনৰ দিন কেইটাতে ভালকৈ চিনি পালে। আমাত কৈ ঝাৰখণ্ডৰ লোক বহুত সচেতন। নিৰ্বাচনে ই প্ৰমান কৰি দিলে।
Jarkhandr janatai Himantar prati biswash
nokore.Jarkhan janata
Gahori nohoi.
Congratulation
🎉👏🏻👏🏻👏🏻♥️
Very good
Right
ফাল্টু কথাত আজি কালি মানুহ পতিয়ন নাযায়
Very good jarkhand lok.ayai kori val korise aponalokor bibek vote.
বাহিৰত গৈ কি নো চেটৰ ভাষণ দিয়ে। হিন্দু মুছলিম মিলন মাজত জুই লগোৱাৰ কথা বকি বকী আহে
বৰ দুখ পাইছো। আৰু লাজ পাইছো।
Zharkhand r manuhar dare jadi jadi aamar akhamar manuh bur sikshit hua hole aaji BJP e ekhonu akhan nepale heten. Muslim k eman beyakoi humiliate karara pisatu amar akhamar muslim e laaz sharm hekh kari BJP k vote kare. Muslim r sab adhikaar ephalor para BJP e makhimur kari dise tathapitu laaz nai..
Moja2222
Congress should invite Kalpana namaste Soren to Assam for some rallies this year.
Laj nai amar
Thanks jonbo lagy jarkond socheton voters. Assam CM bujibo lagy aji commuely sobjgat nocholy
হিমন্ত ৰ অহঙ্কাৰ বেছি হৈছে।
What is the business opportunity in Jharkhand, olap prosar dibo
Axomt thaka Bangladeshik khedib pra ni
Boriba
cm sir jane axomot anda vakt besi ase je
আচল কথাটো হল বিৰলা কন্যাই বোলে কোনোবা ঘুস্পেটিয়া বাংলাদেশীক বিয়া পাতি এওঁক এক নতুন jiju উপহাৰ দিছে,, সেই বাবেহে বোলে হাৰিছে,,
অসমত সনবালক ৰাইজে ৰখিআচে ২৬ আগত খেল চাইহে ৰাইজে মতদান কৰিব
আসমত যে 5টা সমষ্টিৰ পৰা কোনে জয়লাভ কৰিলে সেয়া দেখাওক।
বাকী থাকিল জানো আগতে চাই লোৱা ভিডিঅ বোৰ 😊😊
পুণৰ ২০২৯চনত আকৌ NDA Government আহিব।
Good
ঝাৰখণ্ড মানুহে নিজেই নিজৰ ভৰিত কুঠাৰখন মাৰিলে।ভালেই হল বিজেপিৰ গাত এতিয়া দোষ নাই। বাচি গল।
@@AchyutKalita-g4hককাইদেউ পাৰিলে সেই নাদৰ পৰা উলাই অলপ বাহিৰত ঘুৰা ফুৰা কৰিবা নহলে সেই নাদত সোমাই থাকোতে পৃথিৱীৰ আন আন প্ৰান্তত কি হয় আছে গমে নাপাব।
Good news thank you
Oooooooo
Khub val hoise amar assamor manuhe bujia napai Himanta ku budhi.. aru dubibo axom.. Himanta putek aru tar maiki dhoni hobo
Ek mahot 1800 toka line bill ahise kunu Ac nai
ক্ৰচ কাৰেন্তৰ লাজ চৰম বুলিবলৈ একোৱেই নাই। কিমান দিনলৈ কংগ্রেসৰ ধেমা ধৰি থাকিব। কংগ্রেসে গোটেই দেশতে মুখ থেকেচা খাইছে। ক্ৰচ কাৰেন্তে লাজ ধাকিবলৈ ঝাৰখণ্ড ৰ বতৰা দিছে হয়। কিন্তু ঝাৰখণ্ডত কংগ্রেসে কেই খন আসন পালে সেয়া নকয় কিয়। মুঠতে ক্ৰচ কাৰেন্তৰ দিয়া মূল্য হীন বাতৰিত জনতা প্ৰভাবিত নহয়।
মহাৰাষ্ট্ৰৰ কথা নকলে নহ'ব । সেইটো ক। ঝাৰখণ্ডত কংগ্ৰেছ জিকা নাই jmm জিকিছে । কংগ্ৰেছে অকলে কেইখন পাইছে আৰু বিজেপিয়ে অকলে কেইখন পাইছে । সেইটো ক। দশক সকলে নিজেই ভাবক ।
গো-মূত্ৰ খোৱা অন্ধভক্ত, ভালদৰেই আগতে অসমীয়া ভাষাটো লিখিবলৈ শিকা তাৰ পিছত কমেন্ট কৰিবলৈ আহিবা, নে বিজেপি ওৰফে চুৰ পাৰ্টীৰ ভৰি চেলেকি চেলেকি সকলো পাহৰি গৈছা অন্ধভক্ত 😈😈😈
ভাইহত আগে অসমৰ কথা কওক অসমৰ ৰিজাল্ট ভাল কৈ পোৱা নাই।পিছত বেলেগৰ বইকবো।
Asom aru Maharashtra r news o korok
Lagate west Bengal r. Jot BJP ek bigg zero 🤣🤣🤣
Logote Karnataka jot bjp zero @@JoyaPachoni
ভাল লাগিল। অসমৰ সমস্যাক কেন্দ্ৰত উথ্ৰাপন নকৰি ৰাষ্ট্ৰীয় নেতা হবলৈ গৈ ভাল এহেকা পালে।
এটা কথা বুজি পোৱা নাই। এই যে হিন্দু মুছলমান ,, হিন্দু মুছলমান কৈ থকা হয়,, এই হিন্দু মুছলমান ৰাজনীতি কৰোঁতে বিজেপি দল নাছিল। আৰু এই হিন্দু মুছলমান ৰ নামত দেশ বিভাজন হোৱা নাছিল জানো? গতিকে যিকোনো কথা কওঁতে সাৱধান হ'লে ভাল হয়।
কংগ্ৰেছৰ ক'ত জয় হে ,কংগ্ৰেছে পাইছে 16 আৰু বিজেপিয়ে 24 ইয়াতো কংগ্ৰেছৰে জয় বা ৰে মিডিয়া😂
কাম নাই সীমান্তৰ
Jharkon ekhon Assam nohoi
B j p nipat jawok
Axomor Raij Emotional , , , smart metar mani lole,,, Job exm mani lole , aro kiba kibi mani lole , Karon stong #Neta nai , kintu #jharkhandot neta ase
Don't compare Himanta with Gaurav..... Gaurav is much more immature than Himanta in terms of politics 4:25 4:26 4:27
Over confidence is not for good
Nijor sinta kor o
Kalai assamot jikise nohoi , Raja hoi , durnitir raja, bhumi khak raja, gueshati metror banpanir raja sab hoi.
For Assam Adivasi CM has done nothing and went to Jharkhand where Adivasi people majority! People are more educated over there therefore, Results you all can see 🙏 need to work hard for 26 election in Assam ! People are more aware of all what is happening........
Amar axomr dore nikamma ale alehua jati tat nai je...
Mamai Jharkhand loi oha juwa kori Asomor bohut toka horadh korile. Folafol big Zero.
তহতৰ বুকুৰ কুটুম কংগ্ৰেছৰ সকলোতে গু হাৰন হ'ল।
Assam or manuh bura katiya bujibo aru
Jharkhand news bojai ki hobo.
Record kori dile,faali thoi aahil Jharkhand
মহাৰাষ্ট্ৰ লৈও যোৱা হলে খেলখন জমিল হয় ৷
the cross current, barnol dutaman pothai dim ni
Akhomor beka bhaj loga CM ye jharkhand ot 500 rs cylinder diye...
Akhomr BJP andhbhakt 1000 rs cylinder kini aase😅😅😅😅😅
Ye moza.....
Ami hosa koi laj naikia hoi goisu
It is Jharkhand not Assam. Better to bark anti bengali campaign in Assam not in Jharkhand. It is proved that Chief of Assam Mr. Himanta Biswa Sharma always tells lies to appease Mr. Narendra Modi and Amit Shah for his political career not for self esteem of our Assamese people. It is shameful!
আদিবাসী আদিবাসীয়েই হয়। ৰাষ্ট্ৰহিত নাজানে। মাওবাদীও বহু পৰিমাণে আছে ঝাৰখণ্ডত। এয়া হিমন্ত বিশ্ব শৰ্মাৰ হাৰ নহয়। এয়া দেশহিতৰ হাৰ। আপোনালোকে ৰাষ্ট্ৰীয় ৰাজনীতি চিনি নাপাই। তাতকৈ অসমৰ সীমান্তত গৈ চাওকগৈ কি হৈছে।। আৰু গ্ৰাউণ্ড ৰিপোৰ্ট দেখাওক।
Jarkhand t illegally rohingyas Muslim bht besi humaise so demography change hoise so bjp jikatu hard..hindu buree vote dilee o Jikibo nuare
😂😂😂 asomat 5 khonote joi hol...news bokibiloi malike Mona korise naki😂😂
Jharkhand manhu bilak poisat bikri nohoi aru manhu sini pai aru tel mara manhu o nai ..
Jharkhandor jantai gom pai Mama ki hoi. Ulta kori dile.
Apunaloka congressor porajoy dekhuaboloi beya paise niki