দিল্লীত গৈ বাকযুদ্ধত লিপ্ত দিলীপ শইকীয়া- লুৰিণজ্যোতি গগৈৰ । কাৰ হ'ল বেইজ্জতি ?

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • দিল্লীত গৈ বাকযুদ্ধত লিপ্ত দিলীপ শইকীয়া- লুৰিণজ্যোতি গগৈৰ । কাৰ হ'ল বেইজ্জতি ?
    Pratidin Media Network ৰ সৌজন্যত অনুষ্ঠিত The Conclave 2024 ৰ মজিয়াত ভীষণ বাকযুদ্ধত লিপ্ত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু শাসকীয় দল বিজেপৰ মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । কোনো ৰাষ্ট্ৰীয় দলৰ বোকোচাত নুঠো, অক্সিজেন নলও বুলি অসমত প্ৰকৃত জাতীয়তাবাদৰ ভেটি গঢ়াৰ সংকল্পেৰে ৰাজনীতিলৈ অহা লুৰিণজ্যোতি গগৈয়ে ৮৫৫ গৰাকী তেজাল অসমীয়াক হ* ত্যা কৰা কংগ্ৰেছ দলৰ লগ লগা কথাটো সজোৰে উত্থাপন কৰে দিলীপ শইকীয়াই । আনহাতে পাৰ হৈ যোৱা দিনবোৰত বিজেপিয়েও যে আদৰ্শগত পাৰ্থক্য থকা বহু ৰাজনৈতিক দলৰ সৈতে পৰিস্থিতি সাপেক্ষে মিত্ৰতা কৰি আহিছে তাৰ খতিয়াল দাঙি ধৰে লুৰিণজ্যোতি গগৈয়ে । মুঠতে তেওঁলোকৰ এনে তৰ্কযুদ্ধৰ দ্বাৰা সমাজৰ কিবা লাভ হওক নহওক, দৃশ্যটো কিন্তু নয়নাভীৰাম হৈছে- সেই কথা আমি স্বীকাৰ কৰিবই লাগিব ।
    #assampolitics #news18assamne #pratidintimeassamese #himantabiswasharmanews #assamesenewstoday
    Hi,
    I am Ratul Das Sarania. Welcome to my youtube channel real reaction. Thankyou so much.
    About my channel
    This is a channel in which we are going to take interview about artists, litterateurs, singers, lyricists etc. and many others so that we can present different perspectives in front of the audiences. Apart from that also we are trying to show various contemporary issues including literature, culture, different incidents, events etc.and so on.
    My social link
    Blog- www.digitaldream24.in
    face book- / ratul.sarania.925
    Page - / digital-dream-64681774...
    Twiter- Ra...
    Instagram- / ratuldassarania
    e-mail- rsarania10@gmail.com

Комментарии • 36

  • @upengogoi5095
    @upengogoi5095 5 часов назад +5

    লুৰিন জ্যোতি গগৈ এজন স্বাৰ্থ পৰ,
    জিভা খন আছে বুলি,ছাত্ৰ নেতা আছিল বুলি, তেখেতে মানুহক অতি আঘাত পোৱা বাক্য প্ৰয়োগ কৰে।ৰাজ নীতিত তেখেতৰ ভৱিষ্যত সময় বুৰত এটা ডাঙৰ ০ হৈয়েই ৰখিব।

    • @MonjitSaikia-k9p
      @MonjitSaikia-k9p 5 часов назад

      @@upengogoi5095 tekhetor proti antorikota asil ahomoyot kintu atiya dekhisu tekhete poripoko hobok sari beleg afale huti loise

  • @vimaldeep8055
    @vimaldeep8055 9 часов назад +2

    আচলতে এনেবোৰ টকচ'ত নিতুমণি হতৰ দৰে চতুৰ সাংবাদিক বা চেনেলটোৰ লাভ আছে। টি আৰ পি বাঢ়িব বুলি আনন্দত আত্মাহাৰা হৈ পৰে।

  • @sunilbaishya5512
    @sunilbaishya5512 8 часов назад +7

    লুলিন বাংলা দেশী নেতা।

  • @ManikKakoti-p8j
    @ManikKakoti-p8j 48 минут назад +1

    জাতী য়তা বাদি সকলে কংগ্ৰেছ ৰ লগ লগতো দুখৰ কথা , লুৰিনে mla হোৱাৰ আশাত ইহঁতে লগ হৈছে । ইহঁত চাৰ্থপ ৰ ।

  • @gyanendrakumarnath9292
    @gyanendrakumarnath9292 10 часов назад +5

    লুজেনৰ কি কাম আছে

  • @abanidas6895
    @abanidas6895 5 часов назад +2

    লুৰিন গগৈ ৰ ইয়াত কি কাম। কোনো কামত নাই।

  • @user-nk2fi6db7z
    @user-nk2fi6db7z 2 часа назад +2

    Lurinjyotia congressot directly join korok BAHoNA Arok

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 9 часов назад +5

    Pak pale miyatu

  • @TimeisRight-b3k
    @TimeisRight-b3k 6 минут назад

    লুৰিণ গগৈয়ে ধুবুৰীত কিয় নিৰ্বাচন নেখেলিলে? লুৰিণ বোলে আকৌ আছু ? জাতীয় নায়ক সৰ্বানন্দ সোণোৱালদেৱৰ বিৰুদ্ধে নিৰ্বাচন খেলাজন মই এজন আন্দোলনকাৰী। সেয়েহে মই তোমাক ঘৃণা কৰিছোঁ

  • @gautambaruah9882
    @gautambaruah9882 Час назад +1

    Lurinor nisina swarthpor netar asomot nai......

  • @BanamalibarmanSaru
    @BanamalibarmanSaru 8 часов назад +1

    লুইণ পাম দিয়া বোল ।

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 9 часов назад +2

    Kam nai haitur Miya hoi

  • @ranjugogoi4117
    @ranjugogoi4117 3 часа назад +2

    Lurin jindabad

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 4 часа назад

    Comes.. BJP... Sam..

  • @ArupKumarBordoloi-t1o
    @ArupKumarBordoloi-t1o 2 часа назад

    Luntai khulkhali

  • @laldharchauhan9062
    @laldharchauhan9062 Час назад

    Lúrin jyoti is not perfect politician.

  • @prashantaburagohain6789
    @prashantaburagohain6789 6 часов назад

    Lorina pahorila okol gadi jati johornama jaok tar kunu motlob nai

  • @mydahlok2857
    @mydahlok2857 Час назад

    Laz nupua nizo nizo majot kaijia korisa. Akhom basab Lage akhomiak marib dhorisa .luin hol ata fotua party

  • @ManikKakoti-p8j
    @ManikKakoti-p8j 46 минут назад

    Congress r log howatoei dokhniya

  • @robindas22
    @robindas22 Час назад

    Poisa Atai Sab Eluti khiluti

  • @ChandraSarmah
    @ChandraSarmah 3 часа назад

    Thiik kaise B.J.P neta jane.

  • @dharanidhardeka9437
    @dharanidhardeka9437 9 часов назад

    Lurinar kunu base nai

  • @DhanjitDeka-r2e
    @DhanjitDeka-r2e 9 часов назад +2

    Aaponi BJp Niki?

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 7 часов назад +2

    BJP go back👍

  • @jayantanath5202
    @jayantanath5202 5 часов назад

    Lurin ata hijira