Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
চেনেলটো পুনৰ আৰম্ভ হওঁক এই আশাৰেই সদায় গীতবোৰ বজাও। views আহি থাকিলে you tube home page ত আহি থাকিব আৰু চেনেলৰ গৰাকীৰ নিৰাশা দূৰ হ'ব, এই আশা কৰোঁ। ভুল উচ্চাৰণ আৰু ভুল বানানেৰে আমাৰ এই সোণসেৰীয়া গীতবোৰৰ স্বকীয়তা এসময়ত নাইকিয়া কৰি দিব।এই ক্ষেত্ৰত মই একো কৰিব পৰা নাই।কিন্তু আপুনি কৰিছে।সেয়ে আপোনাৰ এই প্ৰচেষ্টাত আন্তৰিকতাৰে সহযোগ কৰাৰ প্ৰয়াস কৰিছোঁ। সুৰৰ নিজৰালৈ পুনৰ শুভকামনা💐💐
আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছো৷ চেনেলটো পুনৰ সক্ৰিয় কৰাত আপোনাৰ ভূমিকা সদায়েই মনত ৰাখিম৷
বহুত ভাল লাগিল গানটো শুনি। আৰু পুৰণি গানবোৰ শুনিব পাম বুলি আশা কৰিলো ।
এই মিঠা সুৰিয়া গীত বোৰ শুনাৰ সুবিধা কন কৰি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। আজি কালিৰ গান শুনিলে দেখোন মূৰটো আচন্দ্রাই হে কৰা যেন লাগে।
আজিৰ দিন টোত কিছু লুপ্তপ্ৰায় থলুৱা সংগীতৰ সংৰক্ষণৰ এটি সুন্দৰ প্ৰচেষ্টা। বঢ়িয়া বিটোপন..👍
অতিশয় মনপৰশা গীত।গীতটি শুনি অতিশয় সুখ অনুভৱ কৰিছোঁ। দৰদী শিল্পী জ্যোতিষ ভট্টাচাৰ্য দেৱৰ গীতৰ এক সুকীয়া মাধুৰ্য্য আছে।সেয়ে চাগে তেখেতৰ বেছিভাগ গীতেই হৃদয়স্পৰ্শী।বিৰল সংগ্ৰহেৰে, এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏.
He was a classic singer. Songs were so melodious. Its a nice effort to bring out the songs for his admirers. Please keep it up👏👏👌👌💐🎉
সুন্দৰ কন্ঠ। অতি ভাল লাগিছে।
Will you try for songs of Sabita Choudhary? He songs were really wonderful. If it comes it will be really good.🙏
Thanks a lot
সুৰৰ নিজৰা চেনেলটোৰ গৰাকীক এই সোণসেৰীয়া গীতবোৰৰ শুদ্ধৰুপৰ প্ৰচাৰৰৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে শলাগ ল’লো এইখিনিতে
চেনেলটো পুনৰ আৰম্ভ হওঁক এই আশাৰেই সদায় গীতবোৰ বজাও। views আহি থাকিলে you tube home page ত আহি থাকিব আৰু চেনেলৰ গৰাকীৰ নিৰাশা দূৰ হ'ব, এই আশা কৰোঁ। ভুল উচ্চাৰণ আৰু ভুল বানানেৰে আমাৰ এই সোণসেৰীয়া গীতবোৰৰ স্বকীয়তা এসময়ত নাইকিয়া কৰি দিব।এই ক্ষেত্ৰত মই একো কৰিব পৰা নাই।কিন্তু আপুনি কৰিছে।সেয়ে আপোনাৰ এই প্ৰচেষ্টাত আন্তৰিকতাৰে সহযোগ কৰাৰ প্ৰয়াস কৰিছোঁ। সুৰৰ নিজৰালৈ পুনৰ শুভকামনা💐💐
আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছো৷ চেনেলটো পুনৰ সক্ৰিয় কৰাত আপোনাৰ ভূমিকা সদায়েই মনত ৰাখিম৷
বহুত ভাল লাগিল গানটো শুনি।
আৰু পুৰণি গানবোৰ শুনিব পাম বুলি আশা কৰিলো ।