🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉3se3🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 se ko ko
Baaideu apunar biyanam tu huni protijugitat bohisilu Aru apuni Hua Nam tu galu Prothom puroskar Palu Dhanyibad baaideu apunalukor preronabur pai jam buli akha thakil baaideu 🥰🙏
বিয়া নামৰ মাদকতাই বাল্যকাললৈ ওভতাই টানি নিয়ে । কিযে সু-দিন আছিল সেইবোৰ ! অসমৰ গাঁৱে- ভূঁইয়ে এসময়ত বিয়া নামৰ জনপ্ৰিয়তা আৰু প্ৰসাৰতা কিমান ব্যাপক আছিল সেই কথা আজিৰ প্ৰজন্মই কল্পনাই কৰিব নোৱাৰে । সেয়েহে তেওঁলোকে বিয়ানাম আমাাৰ দৰে উপভোগো কৰিব নোৱাৰে । ভাল লাগিল দীপিকা । আমাৰ এই অমূল্য সম্পদক জীয়াই ৰাখিবলৈ কৰা তোমাৰ চেষ্টাক প্ৰসংশা কৰিলোঁ ।
বহুত বহুত ধন্যবাদ থাকিল দাদা
সুন্দৰ আৰু শুৱলা কণঠেৰে গোৱা বিয়ানাম শুনি সচাকৈয়ে ভাল লাগিল,আগলৈ নতুন নতুন শুনি বলৈ পাম
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
@@dipikaphukanofficialxopuna7961
g5
🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉3se3🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 men 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😀😀😀😀😀😀🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉 se ko ko
Oti hundor
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ। আৰম্ভণিৰ পৰা শেষলৈ বিয়ানাম শুনি খুউব ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏
Hundor hoise Madam ❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দেই ❤️❤️❤️
Bht bht dhunia biya nam......
🎉🎉🎉
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohut dhuniya lagil baideu ❤❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Ati dhunia hoise. Biya nam xonile mon bixadore bhori Jay. Dhanyawad bhovistyaloi
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val lagile🙏🙏🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
❤❤❤❤❤ mind blowing.
Thank you so much 💕💕
Mojjaaa
Thank you very much ❤️💕💕
So bohut hundr hoise baideu
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Beautiful biya naam.from Duliagaon.Missamora.Golaghat. Assam.
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 বৰ ভাল লাগিল ,, আপুনি গোলাঘাটৰ বুলি জানিব পাৰি
Sundor kontho Dipika.
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
ভাল লাগিল । বৰ সুন্দৰ গাইছা দেই ।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
দিপিকাবা তোমাৰ বিয়া নাম বহুত ভাল লাগিছে আগলৈ এনেকৈয়ে বিয়া নাম গাবলৈ আষা কৰিলোঁ ধন্যবাদ ।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️❤️❤️
আগলৈকো এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো দেই
Biya nam huni bor val lagil baido
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 💕💕💕
Bahut bhal lagil Baidew. Nice 👍
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতি সুন্দৰ লাগিল আপোনাৰ গিটতি 👏👏👏👏👏👏👏
বহুত বহুত ধন্যবাদ থাকিল দেই
Dada ami dukhiya manuh please mur channel tu subscribe kori diya 🥺🙏🙏
Moiu subscribe kori disu dei
Nice baa❤️
Thank you very much ❤️❤️💕💕
সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা বিয়া নাম সমূহ বাণীবদ্ধ ৰূপত সুন্দৰকণ্ঠত ধৰি ৰখাৰ প্ৰয়াস অতি আদৰণীয় ।ধন্যবাদ দীপিকা ।
কৰবী দেউৰী
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো বাইদেউ
Val lagil enedare tulani biya nam bani badha kariba baidew
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
তুলনি বিয়াৰ নামো আগবঢ়ায় দিম বুলি ভাবি আছো বাৰু, আকোঁৱালি ল'ব দেই
বহুত ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো , আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
সুন্দৰ। এই যাত্ৰা অবিৰত হওক।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দাদা,
আৰু নতুন নতুন কাম কৰিবলৈ চেষ্টা কৰিম দাদা, আপোনাসৱৰ মৰম আৰু আশীৰ্বাদ দি আগুৱাই লৈ যাব🙏🙏
সুন্দৰ কণ্ঠৰ সুন্দৰ বিয়ানাম। শুনি খুউব ভাল লাগিল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val lagil biya nam TU xuni tar pori Baidu Jodir mat o val
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
হচায়েই ইমান সুন্দৰ গাইছ দেহা মাজে মাজে ছোই গৈছে আৰু আগোৱাই জা ভগবানৰ ওছৰত পাথনা জনাম 🙏👌
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️ মৰমৰ বান্ধৱী জনী
Axomiya biya song nice
Thank you very much 🙏🙏
খুব সুন্দৰ 👌👌👌
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতিকৈ সুন্দৰ হৈছে আগলৈকে শুনিবলৈ পাম বুলি আশা থাকিল।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
বহুত সুন্দৰ আগবঢ়াই নিয়ক।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
বহুত ধুনীয়া হৈছে বা আগুৱাই যোৱা 👍👍💕💕💕💕💕💕
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ প্ৰয়াস।আগুৱাই লৈ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏
Bohut val lagil ♥️💙💜
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো
বহুত সুন্দৰ❤❤❤❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
অতি মধুৰ, মনোমোহা পৰিবেশন হৈছে ।
বহুত বহুত ধন্যবাদ থাকিল চাৰ
Skupani ulai gl de..xosakoi biyanmor madokotai xukiya..ati xundor kontha..
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
ভাল হৈছে,বিয়া ঘৰত বজাব লাগিব😍😍😍
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️ বাবলো ভাইটি, নিশ্চয় বজাবা দেই
বহুত সুন্দৰ কৈ সজোৱা হৈছে গীত কেইটি আৰু কণ্ঠও আপোনাৰ বহুত শুৱলা 👍🏿👍🏿👍🏿
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ
@@dipikaphukanofficialxopuna7961 নিশ্চয় কৰিম বাইদেউ , আপোনালোকৰ নিচিনা শিল্পীক আমাৰ অসমীয়া সমাজত সদাই প্ৰয়োজন 🙏🏿🙏🏿🙏🏿
প্ৰণাম জনালো 🙏🙏
Baaideu apunar biyanam tu huni protijugitat bohisilu Aru apuni Hua Nam tu galu Prothom puroskar Palu
Dhanyibad baaideu apunalukor preronabur pai jam buli akha thakil baaideu 🥰🙏
বহুত বহুত অভিনন্দন জনালো ❤️ মইও
আৰু আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো মোৰ হেঁপাহৰ প্ৰজেক্ট টি এনেদৰে আদৰি লোৱাৰ বাবে
বিয়াৰনাম শুনি বহুতভাল পাওঁ।সুন্দৰহৈছে অন্তৰ চুই গৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো বাইদেউ 🙏🙏
Nice naam👌
Thank you very much ❤️❤️💓
বহুত ভাল লাগিল““চকুপানী ওলাই গ’ল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
ধুনীয়া।
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
ধুনীয়া হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈকে এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏
Hundor
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো দেই❤️❤️
বহুত ভাল লাগিল 😢
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
@@dipikaphukanofficialxopuna7961 ধন্যবাদ জ্ঞাপন কৰিলো
অতি সুন্দৰ
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Many beautiful voices were heard at the end of the Arambhini. Thank you very much Janalo 🌹🌹🌹🌹
Thank you so much ❤️❤️
সুন্দৰ হৈছে।বহুত ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Hundar hoisy Baideu. Aru Dhuniya Dhuniya gan Raijor majoloi Aagbohabo buli Axa raxilu .
বহুত বহুত ধন্যবাদ থাকিল দেই
দীপিকা বা ধুনীয়া হৈছে👍👍♥️
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
Biya nambur xuni hosake bohut val lagise
Ati hundar, bia nam hunile soku hemeki jai o
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ । আৰম্ভণিৰ পৰা শেষলৈ বিয়া নাম শুনি খুউব ভাল লাগিল । চকুপানী ওলাই গʼল ❤❤
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো বাইদেউ 🙏🙏
আগলৈকো এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো বাইদেউ
Pppp p pp . Plp p.ppppppp ppppppppppp p
বহুত ভাল হৈছে দেই
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই❤️
বৰ সুন্দৰ হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো
ভাল লাগিল💝💕
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
Dhuniya hoisa baideo 👍👍❤❤
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
সুন্দৰ প্ৰয়াস .বহুত ভাল হৈছে আগুৱাই যাওঁক,বহুত সুন্দৰ কৈ কণ্ঠদান কৰিছে, বিয়া নাম শুনাৰ হেপাঁহটো সৰুৰেপৰাই আছে , বিয়া নাম শুনি বৰ ভাল পাওঁ মই । বহুত কান্দো বিয়া নাম শুনি । আশা কৰোঁ আগলৈ আৰু শুনিবলৈ পাম
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
Bahut bhal lagil Dipika. Eman dhuñiya Kantha tumar.
বহুত বহুত ধন্যবাদ থাকিল দেই 🙏🙏
বৰ সুৰীয়া হৈছে দিপিকা ৷
অশেষ ধন্যবাদ জনালো দেই বা
Bohot val lagise bai
বহুত ধন্যবাদ জনালো,
গীতটো সঁচাকৈয়ে বৰ ভাল লাগিল
ইমান সুন্দৰ সুন্দৰ কমেন্ট আগবঢ়ায়ছে ৰাইজে,,দেখি ভাল লাগিছে দীপিকা,, আৰু আগুৱাই যোৱা ❤️❤️❤️
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bahaut bar xunilu akeloge 😍🤗🥺
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ 👍
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Bohut vaal hoise xuniboloi
Bohhut val lagise huni. Apunar kontho huni thakibor mon jai. Apunak dhoyinobad jonalu.
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏, আগলৈও শুনি থাকিব দেই ❤️❤️
,🙏🙏🙏🙏 ধুনীয়া 👌👌 হৈছে
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️❤️
Bohut bhal lagil
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
ভাল লাগিল শুনি।
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
Sundar biya nam
God bless you🙏👌👌👌
Thank you very much 🙏🙏
Dipika tumar kanthoi man mur bhari goise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব
সুন্দৰ কণ্ঠ বহুত ভাল হৈছে ।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,
Val lagil bia Nam huni
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত সুন্দৰ। আৰু আশা কৰিছো।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
নিশ্চয় কৈ আগলৈ আৰু চেষ্টা কৰিম
সুন্দৰ কণ্ঠ।। ভাল লাগিছে শুনি। উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ এনেদৰেই আপোনাৰ বহুমূলীয়া মন্তৱ্যৰে আৰু অনুপ্ৰাণিত কৰি যাব দেই
সুন্দৰ পৰিবেশন।।অন্তৰ চুই গল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Mam bahut val hoise .
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই ❤️
কি সুন্দৰ কণ্ঠ বা তোমাৰ
সুন্দৰ বিয়া নাম ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
শুনি বৰ ভাল লাগিল বিয়ানামটি,,,,অন্তৰ চুই গ'ল।
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
sundar ati sundarhuise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏 আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো
Hundor kontho biya nam huni Val lagile aaru alop aaguwai juwa aakha korisu anagoto dinot aaru anekuwa biya nam huniboloi pau jen baideu
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,আগলৈ নিশ্চয়কৈ আৰু চেষ্টা কৰিম
Bohut val lagil m
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
Oti xundar lagise
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Biyar Nam khini sundar haise.subheccha thakil bhabisytat babe.
বহুত বহুত ধন্যবাদেৰে প্ৰণাম জনালো,
ভাল লাগিছে ।।।
বহুত বহুত ধন্যবাদ থাকিল দেই
Dhunia hoise...
আন্তৰিকতাৰে অশেষ ধন্যবাদ 🙏🙏🙏
Bohut dhuniya hoise baidew 👍
বহুত বহুত ধন্যবাদ থাকিল দেই
Sundar hoise
Bohut bohut dhuniaa hoise bou
বহুত বহুত ধন্যবাদ জনালো দেই
বৰ সুন্দৰ হৈছে 👌
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️❤️❤️
Hundor kontho apunar
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val lagil biyar naam huni,
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত সুন্দৰ
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
Mojja aaideu
Thank you
dhunia lagisay apunar bianamxuni😊
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো ❤️ ❤️
Bohut2 dhuniya hoisa aro rajor majoori Aag bohabo sun
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
সুন্দৰ হৈছে 🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏🙏
@@dipikaphukanofficialxopuna7961 tq 🙏
Moja bay dew
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
বহুত ভাল লাগিল
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val, lagisa
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো 🙏🙏
Val lagil
বহুত বহুত মৰম ও ধন্যবাদ থাকিল দেই
অতি সুন্দৰ প্ৰদৰ্শন। ভাল লাগিছে শুনি।🙏🙏🙏🙏🙏
আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালো, আগলৈও এনেদৰে অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলো🙏🙏
ধন্যবাদ