হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে দল চলাই যোৱাৰ ক্ষেত্রত? দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য

Поделиться
HTML-код
  • Опубликовано: 15 май 2024
  • বিজেপি দল ফাট মেলিছে 🤣 হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে দল চলোৱাত 😄
    #navajitgogoi
    #himantabiswasarma
    #congressvsbjp
    #bjpvscongress
    #akhilgogoi
    #election2024news
    #election
    #pratidintime
    #pragnews
    #dy365
    #news18assamnortheast
    @PragNewsAssam
    @HimantaBiswaSarma
    @DANewsPlusASSAM
    @shyamalsvlogs405
    @techtipssupported8958
    @DY365NEWS
    @pragnews4602
    @DimpusVlogs
    @ilovetravelandfoodNextlevel
    @NarendraModi
    @rahulgandhi
    @bjp
    @IndianNationalCongress
    @IndianYouthCongress

Комментарии • 74

  • @mamatkalita5883
    @mamatkalita5883 21 день назад +6

    হিমন্ত, জয়ন্ত, পীযুষ, দিগন্ত হত যি দলত থাকিব সেই দলত ভাঙোন হোৱাতো নিশ্চিত।

  • @anjusaikia9306
    @anjusaikia9306 22 дня назад +25

    হিমন্ত যত ধব্বংস যত

  • @hemantamahanta5578
    @hemantamahanta5578 22 дня назад +22

    বি জে‌‌ পি দলৰ এতিয়া না জল না স্হল অৱস্হা হৈছে ।

  • @nilotpalbaruah8486
    @nilotpalbaruah8486 22 дня назад +32

    কংগ্ৰেছক শেষ কৰিলে এই কেইজনে। বিজেপিকো শেষ কৰিব এই কেইজনে

  • @jayadass2681
    @jayadass2681 22 дня назад +10

    জোখতকৈবেছি কৰিলে ফল ভোগ কৰিব লাগে এইটো বুজা উচিত।

  • @jayadass2681
    @jayadass2681 22 дня назад +12

    মুখ বেকা চকু বেকা লগহৈ দল শেষ কৰিলে ওপাই।

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir 21 день назад +6

    লোকৰ ঘৰ ভঙিলে নিজৰো এদিন ভাগিব..কংগ্রেছ নিঃশেষ কৰিবলৈ যাওতে 26লৈ বিজেপি নিঃশেষ হব

  • @sharmahdoley6121
    @sharmahdoley6121 22 дня назад +6

    মিছা কলে কি হব ,? ৰাইজে প্ৰায় ভাগে কয় , পুৰণি বি জ পি ব্যক্তিক এলাগী কৰি নতুন বি জ পীৰ দপদপনিৰ কথা । জয়ন্ত মল্ল বৰুৱা যত প্ৰচাৰ চলাইছিল তাত তেওঁ বিলাক জিকিব নে ,? মীৰা বৰঠাকুৰ , গৌৰৱ গগৈ জয় হোৱাটো নিশ্চিত হৈছে । দৰং ওদালগুৰি সমষ্টিত দিলীপ শইকীয়া জয় হব পাৰে ।

  • @sharmahdoley6121
    @sharmahdoley6121 22 дня назад +12

    মনমোহন সিঙে, নৰসিংহ ৰও , দেৱ গুৰা, চন্দ্ৰ শেখৰ তেওঁ বিলাক গান্ধী পৰিয়াল লোক নাছিল ।

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 21 день назад +8

    বিজেপিদল এতিয়াবজৰূৱাদলতপৰিণতহৈছে

  • @user-xq6qw6bg3k
    @user-xq6qw6bg3k 22 дня назад +9

    bjp go back

  • @user-gq5nn5gk9j
    @user-gq5nn5gk9j 21 день назад +5

    বিজেপিৰ জনপ্ৰিয়তা দ্ৰুত গতিত কমি আহি আছে ।

  • @bellalhussain429
    @bellalhussain429 22 дня назад +9

    অসমত BJP মানে হিমন্ত এই ধাৰণা ৰ ফল এইবাৰ

  • @narenbaruah8262
    @narenbaruah8262 22 дня назад +7

    দলটো কোনে গঢ়িছিল বাপু!

  • @sharmahdoley6121
    @sharmahdoley6121 22 дня назад +7

    তেওবিলক কংগ্ৰেছ দলক শেষ কৰি এতিয়া বি জ পি দলকো শেষ কৰিব চাগে ? এইবাৰ ইণ্ডিয়া মৰ্চা চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে । গৌৰৱ গগৈ জয় হোৱাটো নিশ্চিত । দিগন্ত কলিতা , 4 জুন । মনত ৰাখিছোঁ । তেওঁ বিলাক যত থাকে , তাতেই বিসম্ববাত । 4 জুনত দিগন্ত কলিতা লাজ পাব । সেই বাৰ কংগ্ৰেছ বুলি ৰাইজে ভোট দিয়া নাই কিন্তু বি জ পি বিৰুদ্ধে ভোট দিছে । তেওঁ বিলাক ভবিছে চাগে , তেওঁ বিলাকৰ সভালৈ অহা মানুহ খিনি গোটেই বি জ পি দলক ভোট দিছে বুলি । সেই কাৰণে জয় হোৱাৰ কথা কৈছে । আপোনালোকে ভুল ধাৰণা কৰিছে, , । সেই বাৰ কংগ্ৰেছ ইণ্ডিয়া মৰ্চা চৰকাৰ হোৱাটো খাটাং হল । এই ৰায় ভাৰতৰ জনতাই দিছে । দেৰ কথা কয় একো লাভ নাই ।

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 21 день назад

      ইহতে কংৰেজ শেষ কৰিলে এতিয়া বি জে পি শেষ কৰিব।আমাৰ মামা ওপৰৰ মাল মল্ল কেইজনমানেই বি জে পি ধংস কৰিব।

  • @user-dk3ic8hl1x
    @user-dk3ic8hl1x 22 дня назад +5

    B j p go back.

  • @nripenborgohain201
    @nripenborgohain201 22 дня назад +2

    মল্লজী বৰুৱা উপাধিটোূ মূল্যায়নত ৰাইজৰ মুখত সমালোচনা সমালোচক বহুত ওলাল ৷ লগৰীয়া কেইজনমানকো জনালোকে আলোচনা নিজৰ ভিতৰতে দেখুন কৰা পাইছোঁ ৷ কথাটো শুনক আমি বাতৰিবোৰ পেট পেলাই চাই আছোঁ

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 21 день назад +2

    ধৈন্ বাদবাইদেঊ

  • @bharatbaruah5702
    @bharatbaruah5702 22 дня назад +4

    Bjp ৰ মানুহৰ কোনো কথা শুনাৰ ধ্যজ নাই

  • @AshikLaskar-bh6jl
    @AshikLaskar-bh6jl 21 день назад

    দারুণ সুন্দর

  • @eldrinkoch3656
    @eldrinkoch3656 21 день назад +4

    মাননীয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱে যি কৈছিল আখৰে আখৰে সত্য হ'বলৈ গৈ আছে..

  • @manojborah5230
    @manojborah5230 22 дня назад +2

    Diganta kalitai bohut Miss kotha koi Mone moe kandi ase.

  • @sanibdoley525
    @sanibdoley525 20 дней назад

    বহুত দুখ কষ্টৰে এচামে BJP দলক গড় দিছিল ।পাপত গজা একাংশই এতিয়া এইসকলক নি:শেষ কৰিছে।ধমৰ্ৰ বিচাৰ নিশ্চই নেদেখাজনে কৰিব।

  • @BodoJubraj
    @BodoJubraj 21 день назад +1

    We also want real and pure republic democracy govt in our Moderland

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 2 дня назад

    Your right sister.live long.

  • @bapasmood1381
    @bapasmood1381 21 день назад +1

    Diganta kalitak matiboi nalage ekdom bhal nalage katha botora.

  • @user-bc1tu6fe2d
    @user-bc1tu6fe2d 12 дней назад

    Gourav gogoi jikibo

  • @KaderAli-xm9em
    @KaderAli-xm9em 19 дней назад

    হিমন্তৰ দৰে মানুহে কেতিয়াও ৰাজ্য চলাব নোৱাৰে।

  • @Dilipchandra-dv6ym
    @Dilipchandra-dv6ym 22 дня назад +2

    Natun BJP leader hokalor kritagater abhan. Raje khub valdare buje. Pls wait for 04 june.

  • @subhashsut2215
    @subhashsut2215 22 дня назад +3

    বিজেপিৰ ছাগলীটো লেপলেপাই আছে কিয় ।

  • @arunsaloi209
    @arunsaloi209 22 дня назад +3

    ফাল্টু বিধায়ক

  • @puspadhardowarah1932
    @puspadhardowarah1932 21 день назад

    প্ৰয়াত তৰুণ গগৈদেবে কোৱা কথাষাৰ"সত্যত পৰিণত হল। কংগ্ৰেছৰ আবৰ্জনা বোৰ যেতিয়া বিজেপিত সোমাল তেতিয়াই অভিজ্ঞ লোকে হয়তো ধৰিব পাৰিছিল বিজেপিৰ ভিতৰ চৰাত ভবিষ্যতে কি হব?মোৰ মতে এয়া আৰম্ভণিহে।আচল খেল হবগৈ ২০২৬ৰ ঠিক বিধান সভা নিৰ্বাচনৰ আগে আগে।

  • @pramodbaruah7713
    @pramodbaruah7713 10 дней назад

    এই দলটোও শেয হ'বলৈ বেছি দিন নাই। বেকামূৱা।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 19 дней назад

    মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে কোৱা কথা টো এনে কুৱা পুৰনি নোটৰ বজাৰত নচলে এই পুৰনি নোট বোৰ হয়তো মোৰ দৰে বি,জে,পিৰ পুৰনি সদস্য সকলেই হ'ব।দুহেজাৰ চনৰে পৰা সদস্য হৈ থাকি ন কোনো নিৰ্দেশ পাইছো না কোনো পৰামৰ্শ দিছো। আচলতে ঞ্জানী,গুণী সকলৰ দৃষ্টে যোগ্যতাও নাই, কিন্তু যোৱা কালি সদস্য ই সকলো সুবিধা প্ৰাপ্ত হৈছে।আমি হলে পুৰনি নোট হে।মুঠতে অহ্ঙকাৰেই পতনৰ মূল।

  • @tikaramchetry9401
    @tikaramchetry9401 21 день назад

    Jayanti malla asomor rajnitir ata buja, anekuwa gunda rajnitir babe bipodjanak.

  • @romanphukan5513
    @romanphukan5513 21 день назад

    ৰাজনৈতিক বিশ্লেষক ব্ৰজেন ডেকা ডাঙৰীয়াই পাহৰিলে নে কি যে সৰ্বানন্দ সোনোৱালে কেইবাখনো সভা সমিতিত হিমন্ত বিশ্ব শৰ্ম্মাকেআঙুলিয়াই মন্তব্য দিছিল ভাৰতীয় জনতা পাৰ্টি কাৰো পৈতৃক সম্পত্তি নহয়,মুখ্যমন্ত্রীৰ আসনখন কাৰো পিতৃ সম্পত্তি নহয়।

  • @minatikoch1231
    @minatikoch1231 7 дней назад

    U

  • @himashrikalita1096
    @himashrikalita1096 21 день назад

    Bip r ahangkar hal .resion kini khowa dukhiyak resion card nidile tow agiloy.

  • @kanakdas4540
    @kanakdas4540 21 день назад +2

    Bharat bikri korile,

    • @AJ-ei7uo
      @AJ-ei7uo 21 день назад

      bickri mane axomor hati bandor khokolu gujrator Ambanik bickri korile tel rel maii to badei disu Atia dekhisu orunudoi di maiki manuhok nosuaba nibo dhorise

  • @umeshchetiya1340
    @umeshchetiya1340 22 дня назад

    Very good

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 2 дня назад

    Thali bajow karuna bhagow.man ki bat.

  • @user-xn7es8ev6d
    @user-xn7es8ev6d 22 дня назад +1

    Bjp harib

  • @ganeshdas808
    @ganeshdas808 22 дня назад

    যিমানেই নোকোৱা কিয়, অসমৰ মানুহে ধাৰা বুলিয়ে জানে | আৰু জুবিন গাৰ্গে কৈছে দেখোন |

  • @user-sx8oz4sv7r
    @user-sx8oz4sv7r 17 дней назад

    Besi speed dot garicholai gole honkale accident hoar hombhabona thake janene? 3:17

  • @rangilbaglary2438
    @rangilbaglary2438 21 день назад

    B j p ye ki dhangkha korile Gotei rasta ghat college kom muilla jito congres dint allo 35 bortoman 20 dali 130 toka bortoman 90 . 100 toka ki amar jono hadharonk benga vabiso ne ki

  • @rangilbaglary2438
    @rangilbaglary2438 21 день назад

    Muro dukan ase congrese homot pettrol 90 100 bjp ye sob dio atiya90 88 toka karon mur dukan ase kinto west bengalot mamota sarkar tat 107 toka Delhi t kesriwal tat 110 toka

  • @LalitChDas-fj4lt
    @LalitChDas-fj4lt 21 день назад

    Karan tumito rong sona bjp he.bjp r alsol manuh nohoi.

  • @sopatolakharmuza9324
    @sopatolakharmuza9324 22 дня назад

    Enough

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 21 день назад

    সিভৰালৰভাতখাইছেখেতিকৰা নাইবেলেগেথোৱাভৰালতখাইছেঅলপপপবলাগে

  • @abdulmannanahmed787
    @abdulmannanahmed787 21 день назад

    Guests have driven out the host.

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf 21 день назад

    বাজপেইৰসপোনমোদীয়েনকৰিলেআদানীআমবানীককৰকতালৰেহাইদিলেসৰবসাধাৰণৰকথানভাবিলে

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 21 день назад

    কঙৰেজৰ পৰা নি এতিয়া বেয়া বুলি কোৱাৰ কাৰন নাই ,কাৰন ওৱাচিঙ মেচিনত লেতেৰা বিলাক ধুই লৈছে , আমি জানো যে কুকুৰৰ নেজ এক টিন ঘিউৰে মালিচ কৰিলেও চিধা নহয় ।

  • @WahidHussain-xc3et
    @WahidHussain-xc3et 22 дня назад +1

    Letera mukh babe mukhkhan beka,ihatar mukhar kunu lekam naai, 400 ho pam buli gaurab kori aase ,soor kori kori iyar agat jikile ,eibar jikiba nuare ,40 khan he pabo,iyar beka mukhar kotha beka hoiai thakiba, toi 10 hajaru napaba para,

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 2 дня назад

    Tewluk lali pop khabaloi nopwa luk.so dal chang karile.

  • @RakeshMili-re2gv
    @RakeshMili-re2gv 21 день назад

    Digont kolita kam nai

  • @JanobiPanging-ld9pm
    @JanobiPanging-ld9pm 21 день назад

    Himanta Nohoy Kalanta Aru Molua Bandor! Break Your meaning Less Spees

  • @nisterbasumatary6619
    @nisterbasumatary6619 22 дня назад

    All of your videos are too long. I feel bore to watch till the end.

  • @majiburrahman3436
    @majiburrahman3436 20 дней назад

    Dal eri Gela posa khuwa kukur kisuman ase lagot etadhatuwa kukuru ase

  • @user-bd7sf8ft9u
    @user-bd7sf8ft9u 22 дня назад

    Oi Congress BJP laj loga nai tomaloke tomar Notun shirt akhon dibo nowarele ma Deutako arediba no laj nohowa jat .tume bule koi SO Kenekoi studiot kotha koiasa se se se dhaker

  • @jalildewan3696
    @jalildewan3696 22 дня назад +2

    Mukh Khan aru beka hobo.....
    Cancer hoise Jen lagise....
    Xabadhan....... Bhagwan ase.....
    Congress Kari dhan ghatile...