নাগৰিক সমাজৰ এক কাৰ্যই জোকাৰণি তুলিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত।

Поделиться
HTML-код
  • Опубликовано: 16 июн 2024
  • নাগৰিক সমাজৰ এক কাৰ্যই জোকাৰণি তুলিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত। নাগৰিক সমাজৰ সভাপতি সাংসদ অজিত কুমাৰ ভূঞাই প্ৰকৃততে কাৰ স্বাৰ্থত কি উদ্দেশ্যে কাম কৰি আছে বুলিও প্ৰশ্ন উঠিছে। আচলতে অন্য দুই নাগৰিক সংগঠনৰে মিলি মঙলবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে অসম নাগৰিক সমাজে। এই অনুষ্ঠানতে কংগ্ৰেছৰ তিনি গৰাকী নৱ-নিৰ্বাচিত সাংসদৰ লগতে বীৰৰ দৰে যুঁজি পৰাজয় বৰণ কৰা একাংশ প্ৰাৰ্থীকো সম্বৰ্ধনা জনাব নাগৰিক সমাজে। ইয়াৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অভিযোগ উঠিছে অনুষ্ঠানৰ আয়োজন উদ্দশ্যপ্ৰণোদিত আৰু বিভাজনকামী।
    #Pratidintime #assamnews #congress

Комментарии • 32

  • @glow_iq
    @glow_iq 13 дней назад +12

    অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে চলিত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত NOTA ৰ বুতাম টিপি কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক।
    Source: Wikipedia আৰু বাণীকান্ত কাকতি দেৱৰ " কলিতা জাতিৰ ইতিবৃত্ত"
    এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n 7 дней назад

    Sjt. Deep Bayan You are Right
    Unitedly Work from nowadays

  • @user-fu7ej9sh3n
    @user-fu7ej9sh3n 7 дней назад

    Honble. Phukan sir you r Right

  • @kumudbaruah2001
    @kumudbaruah2001 13 дней назад +1

    কংগ্রেসক হীৰেন গোহাঁই আৰু অজিত ভূঞাৰ ই পৰিচালনা কৰি আছে। সেষা দেখ দেখ কৈ প্রমাণ হৈ গল।

  • @nabajitdas3271
    @nabajitdas3271 13 дней назад +1

    নাগৰিকৰ সমাজ নহয় কংগ্ৰেছ আৰু প্ৰতিদিন টাইমৰ সমাজ.…

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c 13 дней назад +2

    অজিত কুমাৰ ভূঞা ডাঙৰীয়াই এইটো কি কাম কৰিলে!!

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h 11 дней назад

    Ajit kumar bhuyan longlive❤❤❤

  • @user-vp7mv5dn2c
    @user-vp7mv5dn2c 13 дней назад

    Right

  • @user-ep4kv3ml8q
    @user-ep4kv3ml8q 13 дней назад

    Good news

  • @aminulislam2286
    @aminulislam2286 13 дней назад +2

    Ajit kumar ডাঙৰীয়াৰ কামটো সমৰ্থন কৰিব নোৱাৰিলো

  • @ponkazduorah5265
    @ponkazduorah5265 13 дней назад

    interesting to read the comments

  • @lakshyajyotikeot3953
    @lakshyajyotikeot3953 12 дней назад

    😊😊
    বাকীবোৰে "" ভিজা মেকুৰী""ৰ দৰে যুজিলে - নাপায় ! নিজৰ ভিতৰতে ইমান বৈষম্য‌ কিয় ??
    😅😅😅

  • @surathbarman9588
    @surathbarman9588 13 дней назад +1

    অজিত ভূঞা কথার লেকাম নাই

  • @DHEMAJILIVE
    @DHEMAJILIVE 13 дней назад

    লক্ষীমপুৰ তো বেপাৰি

  • @saratdeka3948
    @saratdeka3948 13 дней назад

    Ramen barthakuk subidhabadi

  • @bitulphukan2812
    @bitulphukan2812 13 дней назад

    Ajit Bhuyan same with cat,

  • @jamunaray4032
    @jamunaray4032 13 дней назад

    Ajit Bhuyan k uliai dbo lage
    Tene manuh thakile khoti he hbo

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz 13 дней назад

    অজিত ভূঞা ডাঙৰীয়াৰ নট দুটামান ঢ়িলা হৈছে... ২.৫ লাখ অধিক ভোটত হৰা কেইজন বীৰদৰ্পে হৰা বুলি কয় নেকি ?

  • @As05870
    @As05870 13 дней назад +1

    ফুকন ডাঙৰীয়া আপুনি নিজৰ কথা চিন্তা কৰক, নহলে মন্ত্ৰী হম হম বুলি ভাবি থাকোতেই retirement লব লাগিব। কোনে কাৰ share কিনে বিচাৰি ফুৰোতেই নিজৰ ভাগৰ share আনে লৈ যাব।

    • @srigunajitsharma8282
      @srigunajitsharma8282 13 дней назад

      Bjp dolat aybor kothat khuwa kamur nelage xo hb tumi sinta nokarileo

  • @srigunajitsharma8282
    @srigunajitsharma8282 13 дней назад

    Ki nagorik samaj hoi aybor .

  • @mriduanil3342
    @mriduanil3342 13 дней назад

    কংগ্ৰেছৰ সমাজ 😂😂😂

  • @arpitadasarpitadas5502
    @arpitadasarpitadas5502 8 дней назад

    ৰ'জলীনা তির্কী নিমাতী কন্যা 😂

  • @jamunaray4032
    @jamunaray4032 13 дней назад

    Ajit kumar Bhuyan sasakoi dumukhiya manuh
    Teo dol k vaag vaag korat he aagvag loy

  • @Csk.16233
    @Csk.16233 13 дней назад

    Ajit bhuyan eta fotua manuhe tar kothat gurutto di lav nai

  • @GCbhuyan
    @GCbhuyan 13 дней назад

    অজিত ভূঞা এটা মেকুৰী 😂😂😂

  • @bharalibharali4090
    @bharalibharali4090 13 дней назад

    চেকুলাৰ হিজৰা কিটা।