লোহিত বৰা বাসগৃহ ভাগৱত পাঠ ৷৷তেজপুৰ

Поделиться
HTML-код
  • Опубликовано: 6 сен 2024
  • #pranjitgogoi #assamesculture #pranjalprotimborah #ভাগৱতপাঠ #vagwat path

Комментарии • 131

  • @kamalphukan1365
    @kamalphukan1365 11 дней назад +2

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ 🙏🏻
    শাস্ত্ৰ সন্মতভাৱে সুন্দৰ সমিধান আগবঢ়ালে!
    প্ৰভূ ভগৱন্তৰ কৃপা হ‌ওঁক 🙏
    জয় জগত গুৰু শ্ৰীমন্ত শংকৰ 🙏🙏🙏🙏

  • @kumudgayan1664
    @kumudgayan1664 27 дней назад +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াতকৈ বুজিবলৈ কি উপায় আছে, সেইটো সেইটো নিশ্চিত ভাৱে নিজৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব, ভগৱন্তই কৃপা কৰা জনৰ সুদৃঢ় বিশ্বাস অন্তৰত জাগ্ৰত
    হ'ব। আপোনালৈ অশেষ ধন্যবাদৰ লগতে শত সহস্ৰ সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @keshabbora7742
    @keshabbora7742 Месяц назад +5

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @japanidas6859
    @japanidas6859 Месяц назад +11

    কৃষ্ণ ৰাম অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম

  • @PabitraDeka-uq7ts
    @PabitraDeka-uq7ts День назад

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত বাখ্যা শুনিলে শুনি থাকিবৰ মন যায়

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +4

    কৃষ্ণ কৃষ্ণ ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা জনালোঁ কৃষ্ণ

  • @GameWaveGuru
    @GameWaveGuru Месяц назад +5

    ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতিত বিভিন্ন ভগৱানৰ পন্থা আছে নিজৰ নিজৰ ব্যক্তিত্ব অনুযায়ী মানুহে নিজৰ ব্যক্তিত্বৰ লগত খাপ খুৱাই লব পৰাকৈ ভগৱানে নিজকে বিভিন্ন চৰিত্ৰ প্ৰদান কৰিছে। আৰু গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মানুহে যি চৰিত্ৰত তেওঁক ভক্তি কৰিব তেওঁকেই পাব শেষত। কাৰোবাৰ কাৰনে তেওঁ শিৱ, দেৱী, গণপতি, সূর্য, ৰামচন্দ্ৰ, হনুমন্ত, বিষ্ণু, কৃষ্ণ। এজনেই মাত্ৰ নাম বহু লীলাৰ কাৰণে। গতিকে এজন ভগৱানৰ আন পন্থাবোৰ ভূল বুলি কলে আপুনি যি জনক নিজৰ মানি ভক্তি কৰি আছে তেওঁৰেই লীলাৰ মায়াত পৰি তেওঁকেই তেওঁৰ আন চৰিত্ৰসমূহৰ পৰা বেলেগ বুলি ভাবি নিন্দা কৰাতো মাত্ৰ পাপৰ শাৰীত পৰে।

    • @nirjurajgogoi319
      @nirjurajgogoi319 10 дней назад +1

      @@GameWaveGuru কীৰ্তনৰ সহস্ৰ নামব্ৰিতান্ত পঢ়িলে সকলো উত্তৰ পাব।

  • @ajitnarah8887
    @ajitnarah8887 2 дня назад

    You are the best interpreter of Bhagwat Geeta.

  • @moniramgorh53
    @moniramgorh53 Месяц назад +2

    কৃষ্ণ প্ৰভু সমস্তৰ‌ চৰণত সেৱা আগবঢ়ায়ছো🙏🙏🙏

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e Месяц назад +2

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤

  • @poragboruah4156
    @poragboruah4156 Месяц назад +3

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @baniktchutia2259
      @baniktchutia2259 Месяц назад

      jagat guru shreemanta hankardevar katha kritanat kuwa nai.hadasiva gunanukritanhe srimanta hankardeve korisil.joy guru hankar habba gunakar jakeri nahike upam.kritanar aitu bhalkoi pohak.bhul biyakhai hakolu dhangkha korile.monot rakhibo hangkardev debotat pore pramanar babe kritanar hahaswar nam britanta 6ta adhay bhalkoi pohak.nije ki kori thaka hoise nijei janibo.joy shree RAM.........

  • @pallabikagohain5720
    @pallabikagohain5720 Месяц назад +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Месяц назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰা সেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।

  • @Ridipaxom
    @Ridipaxom 18 дней назад +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏❤️

  • @KuhitaSaikia
    @KuhitaSaikia 19 дней назад +2

    Gurudev

  • @JayantaDhing-py2to
    @JayantaDhing-py2to Месяц назад +6

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @DipaliBaishya-nn1do
    @DipaliBaishya-nn1do 18 дней назад +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏

  • @swapnagogoi8702
    @swapnagogoi8702 Месяц назад +26

    Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna

  • @NripenBorah-pk3wq
    @NripenBorah-pk3wq Месяц назад +2

    Buzai thakok buzai thakok nubugilai hol Krishna bap

  • @user-fn3hx6rf8q
    @user-fn3hx6rf8q Месяц назад +1

    Krishna Krishna Ram Krishna

  • @durlabhsaikia7779
    @durlabhsaikia7779 Месяц назад +8

    লোকে কৰিছে আপোনাৰ কিবা অনিষ্ট হ'ল নেকি এই খন শংকৰ শংঘৰ ভাগৱতে কৈছে ব্যাস দেৱে লিখা ভাগৱতে কোৱা নাই

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад +2

      প্ৰশ্নটো কৰাৰ বাবেহে উত্তৰ দিছে । আৰু তেখেতে ঘৰৰ ভিতৰত বহি video বনোৱা নাই । ৰাইজে নিমন্ত্ৰণ কৰিছিল বাবে গৈছে। ঘৰৰ ভিতৰত বহি বহুতে video বনাই ঈশ্বৰ বিৰুধী বাণী প্ৰচাৰ কৰি আছে। কলিজাত দম নথকা সকলেহে ঘৰৰ ভিতৰত বহি video বনাই আছে।

    • @durlabhsaikia7779
      @durlabhsaikia7779 Месяц назад +1

      @@nirjurajgogoi319 মানে কি কব খুজিছে আপুনি প্ৰাণজিৎক সমৰ্থন কৰে

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      @@durlabhsaikia7779 অসমৰ মানুহ বিলাক ইমান মূৰ্খনে প্ৰাণজিতৰ ব্য়াখ্য়া শুনিবলৈ ছমাহ ধৰি অপেক্ষা কৰে! প্ৰানজিতৰ ব্য়াখ্য়া শুনা সকল যদি মূৰ্খ, গ্য়ানীসকলে কিয় শুনে। গ্য়ানীসকলে শ্ৰৱন কৰোঁতে কৰোঁতে মূৰ্খৰ তালিকাত তেওঁলোকৰ নামো অন্তৰ্ভুক্ত হ'বগৈ। গতিকে গ্য়ানীসকল আঁতৰি থকাই শ্ৰেয়।

    • @anantakalita3265
      @anantakalita3265 Месяц назад +1

      আপুনি ব্যাসদেৱে লিখা ভাগৰ ব্যাখ্যা কৰক।

    • @durlabhsaikia7779
      @durlabhsaikia7779 Месяц назад

      @@anantakalita3265 যিতু সঁচা সেই টো হে কৈছোঁ

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @junumech7558
    @junumech7558 Месяц назад

    কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱ নিবেদিলে প্ৰাভু কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ বাপ

  • @NabanitaDas-ig1vz
    @NabanitaDas-ig1vz Месяц назад +7

    Apunar mane path korar men point tu a hoise ninda kora.. val matha logaise kintu youtube r joriote.. farst nijok sinaki diouk ami অসমীয়া বুলি .. ধৰ্মৰ ভাগ কিয় কৰে | ভাল নালাগে নিন্দা কৰিলে ....

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      @@NabanitaDas-ig1vz নামঘোষাত কৈছে "শাস্ত্ৰ মত এৰি যি কথা কয় সিটো পাষণ্ড নহয় , আছোক কৃষ্ণক পাইছে কদাচিত নুগোচে সঙসাৰ ভয় " । আমাৰ প্ৰায় সঙখ্কলোকেই কয় আজোককাৰ দিনৰ পৰা চলি অহা নিয়ম কেনেকৈ এৰিব । ব্ৰাহ্মণ্য়বাদে এনেধৰনে ছানি ধৰিলে যে ভাগৱতৰ কথাবোৰ মানিবলৈ টান পাই । কীৰ্তন ভাগৱত আদিবোৰ কেৱল সকাম খোৱা গ্ৰন্থ হিচাপেহে বিবেচনা কৰে। সমাজৰ কিছু লোকক যদি সোধা হয় "পিণ্ড কিয় দিয়া হয়" উত্তৰ দিবলৈ অপাৰগ । অথচ ভাগৱত পাঠ কৰিলে উত্তৰ পাব এনেদৰে " পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হোৱে জানা ভজিলে ঈশ্বৰ" । এনেদৰে যদি আমি ভাগৱতৰ কথা বোৰ বিশ্লেষণ কৰিব পাৰোঁ তেনেহলে ধৰ্মৰ নামত সমাজ ধঙ্স কৰিছে বুলি যি মন্তব্য মানুহে কৰি আছে সেই ধৰণৰ কথা কবলৈ এদিন মানুহৰ অভাৱ হ'ব ।

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      @@NabanitaDas-ig1vz আপুনি যদি অসমীয়া, শঙ্কৰদেৱে অসমীয়া ভাষাত লিখা শাস্ত্ৰ ভাগৱত পঢ়ি সেই মতে দৈনন্দিন জীৱনৰ কৰ্মসমূহ নকৰি মুখে মুখে প্ৰচলিত সামাজিক কাম সমূহ কৰি আছে চাগে । মাধৱদেৱে সেয়েহে নামঘোষাত কৈছে " শাস্ত্ৰ মত এৰি যি কথা কহয় সিটো পাষণ্ড নয় আছোক কৃষ্ণক পাইবে কদাচিত নুগোচে সঙসাৰ ভয়" । মটৰ ভেহিকল আইনমতে সকলোৱে বাহন চলালে হেলমেট পিন্ধিব লাগে তাকে নকৰি যদি আমি নিজৰ মতত বিনা হেলমেতত চলাই ফুৰো আইনমতে ফাইন ভৰিব লাগে । থিক তেনেকৈ কীৰ্তন ভাগৱতো একোখন আইনৰ গ্ৰন্থ। যিখন পঢ়ি আৰু সেইমতে জীৱনৰ কৰ্মসমূহ আগবঢ়ায় লৈ যায় তেতিয়া জীৱনটো সুন্দৰ হয় আৰু পৰকালটোও সুন্দৰ হয়। কৃষ্ণ। কিবা ভুল হ'লে ক্ষমা কৰিব।

    • @pranabgoswami2984
      @pranabgoswami2984 15 дней назад +2

      মই এওঁৰ ব্যাখ্যা নুশুনো। কিন্তু ৰিজু পাঠকৰ পাঠ শুনিব। বহুত জ্ঞান পাব।

    • @nirjurajgogoi319
      @nirjurajgogoi319 15 дней назад

      @@NabanitaDas-ig1vz ৰহিলন্ত কৰ্মকাণ্ড অগ্য়ানীৰ মাজে
      ত্য়াগ কৰিলন্ত কৰ্মকাণ্ড গ্য়ানী সমাজে ।।
      যিটো মন্দমতি মহাদুৰাচাৰ
      কদাচিতো নকৰে সি শাস্ত্ৰৰ বিচাৰ
      কেৱল মানি চলে পিতৃ পুৰুষৰ আচাৰ ।।
      এইবিলাক কথা শাস্ত্ৰ ভাগৱতত লিখাই আছে। মানুহে পাঠ কৰি যাওঁতে গুৰুত্ব নিদিয়ে। যদি গুৰুত্ব বা উপলব্ধি কৰিলেহেতেন প্ৰানজীতে সুকীয়াকৈ কব লগা নহ'ল হেঁতেন । ভাগৱতৰ ২ য় অধ্য়ায়ত পঢ়িলে পাব " অগ্য়ানীসে সেৱৈ আন দেৱতা সকল ।
      যেন পুত্ৰ ভাৰ্যা ভজনে তুচ্ছ ফল ।। ইয়াৰ পাছত নিন্দা কৰা কথাটো নাহে যিহেতু ভাগৱতেই কৈছে।

  • @biplabbordoloi4702
    @biplabbordoloi4702 Месяц назад +1

    কৃষ্ণ বাপজনা মোৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব 🙏🙏..... আমাৰ অসম খনত কিমান ভকত আছে .. সকলোৱে শৰণ ভজন লোৱা ... আপুনিতো বহুত ঠাইত শাস্ত্ৰ বাখ্যা... আপুনিতো কয় দেৱ দেৱীৰ পূজা কৰিব নালাগে... পিতৃৰ মৃত্যুত পুত্ৰ ই চুলি খোৰাব নালাগে..... এই সকলোবোৰ কথা শাস্ত্ৰত আছে কিন্তু মাছ মাংস আদি খোৱা শাস্ত্ৰ আছে জানো....... যদিহে নাই আমাৰ ভক্তি জানো সফল হৈছে

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      @@biplabbordoloi4702 মাছ মাংস খোৱাৰ কথা কোনো শাস্ত্ৰত লিখা নাই । কিন্তু লিখা আছে অহিংসাই পৰম ধৰ্ম । হিঙ্সা মানে হত্যা কৰি জীৱ এটাৰ বিনাশ ঘটোৱা। আমি খাবৰ বাবে জীৱ এটাক হত্যা কৰো । সকলোকে সমভাৱ দিব পাৰিলেই ঈশ্বৰৰ পৰম ভক্ত। সকলোকে সমভাৱ দিব পাৰিলেই জীৱন্তে মূক্তি । বেলেগে ভকতি নকৰিলেও হয় । ই ইমানেই উচ্চ পৰ্যায়ৰ ঈশ্বৰৰ কৰ্ম । আমি কেৱল মানুহ এজন দেখিলে সেৱা শুশ্ৰূষা কৰো কিন্তু জীৱ জন্তু দেখা পালে তাৰ ওলোটাটোহে কৰো । তদুপৰি গীতাত শ্ৰীকৃষ্ণয় কৈছে হে অৰ্জুন ম ই ৰক্তৰন্জীত আহাৰ গ্ৰহণ নকৰোঁ । আমি কিবা আহাৰ গ্ৰহণ কৰিলে ভগবানৰ নাম লৈ খাও । সেইবাবে ময় ভাবোঁ সেই আহাৰ নিৰামিষ হ'ব লাগে। ম ই নিজে যি বুজি পায়ছো সেইটোকে প্ৰকাশ কৰিছো ।

  • @KhanindraTalukdar-zk5ps
    @KhanindraTalukdar-zk5ps Месяц назад +1

    কৃষ্ণ কৃষ্ণ

  • @HareshDowarah
    @HareshDowarah Месяц назад

    Krishna, krishna, krishna Prabhu puwar vakti vora hewa nibedisu, krishna.

  • @user-or6pn3ev5t
    @user-or6pn3ev5t Месяц назад

    অতি সুন্দৰ : Ashur kisumane beya mantabya di ase l

  • @KeshabPhukon-nj2du
    @KeshabPhukon-nj2du Месяц назад

    Krishna krishna krishna bap krishna

  • @narayanchetia7538
    @narayanchetia7538 Месяц назад

    অভাগিণি ৰ সেৱা গ্ৰহণ কৰিব প্ৰভু। আপোনাৰ মঙ্গল কামনাৰে।👏🏻🪔👏🏻

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s Месяц назад

    বাব, কৃষ্ণ!ভগৱন্তৰ দূত নহয়,ভগৱন্তৰ এটি অংশ হিচাবে জ্ঞান কৰিছো। আপোনাৰ পঠন আৰু বুজনিৰ যি গণতান্ত্ৰিক ব্যৱস্থা,,এয়া অন্তহীন ৰসাল হিচাবে মোৰ হৃদয়ত ওমলিব লাগিছে। কৃষ্ণ!অ'হৰি,অ' ৰাম। কৃষ্ণ!

  • @user-jj4wo5et4x
    @user-jj4wo5et4x Месяц назад

    Krishna bap (❤)

  • @bapdhankoch7927
    @bapdhankoch7927 Месяц назад

    Krishna Krishna val lagil 🙏🙏🙏🙏🙏

  • @amiyabora-tg8ld
    @amiyabora-tg8ld Месяц назад

    Krishna Krishna Krishna probhu pramisu tumak

  • @anjalisaikiadutta1413
    @anjalisaikiadutta1413 10 дней назад

    14:05

  • @PramudPatar-cv1cw
    @PramudPatar-cv1cw Месяц назад

    Krishna Krishna 🙏🙏

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Месяц назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @ToramaiDevi-hh2vu
    @ToramaiDevi-hh2vu Месяц назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏

  • @sunilborah9320
    @sunilborah9320 Месяц назад

    আপোনাক, প্ৰশ্ন,হোধা, ব্যক্তি,জন,সছাই,মুখ, নেকি

  • @ArchanaBorah-zm2hj
    @ArchanaBorah-zm2hj Месяц назад

    Krishna Krishna Krishna

  • @user-hu3mp8nk8j
    @user-hu3mp8nk8j Месяц назад

    Krisna krisna

  • @archanadas2147
    @archanadas2147 Месяц назад

    Krishna 🙏

  • @Maatu-cr5tr
    @Maatu-cr5tr Месяц назад

    Krishnaguru prabhu

  • @monujda238
    @monujda238 Месяц назад

    কৃষ্ণ কৃষ্ণ ৰাম হৰি বিষ্ণু

  • @pranabgoswami2984
    @pranabgoswami2984 15 дней назад

    ৰিজু পাঠকৰ ভাগৱত পাঠ শুনিব বহুত জ্ঞান লাভ কৰিব। It's challenge

  • @RatulGayon
    @RatulGayon Месяц назад +1

    বাপ কৃষ্ণ ।তিনীদিনত দিয়াটোক তিলানি বুলি কয় আৰু দহদিনটোক দশ পিণ্ড বুলি কয় শুনিছো ।পিছে এইকম্ম কৰা সকলৰ প্ৰতি শাস্ত্ৰই এটি সিধান্ত দিছে যে পিতৃ অথে নামে যিটো পুজে কেশৱক । নৰকৰ পৰাপিতৃ যায় বৈকুণ্ঠক।। তথাপি নামানে কিনো বুদ্ধী হীন নৰ ।আন দেৱ পুজাকেষে মানে চেষ্ঠ তৰ ।। কৃষ্ণ ।

  • @beejukalita1497
    @beejukalita1497 6 дней назад

    মাধৱ দেৱে দশ পিণ্ড দিছিল নিজৰ মাতৃৰ

  • @NirmalDas-ej4mk
    @NirmalDas-ej4mk 7 дней назад

    Aagte nijor dhorm2 dhori rakhib sesta krk,pist anr dhorm xmalosna kriba।
    Nij xmajt niramikh vuji hoi bramon xmajt goi mase mongohe khuwa dhorm tok khastot ki buli koi

  • @kumudhazarika4409
    @kumudhazarika4409 Месяц назад +2

    মহা ভাগৱত ত বিজ্ঞান ভিত্তিক কি কি কথা লিখা আছে? মানু্হ জীয়াই থাকিবলৈ জীৱন যাত্ৰাত কি কি কৰিবলৈ কৈছে যিবিলাক বিজ্ঞান সন্মত হয় সেই কথা বিলাকৰ ভিদিও বনাব পাৰিলে।।।।। ধন্যবাদ।।।।

  • @polikaran8752
    @polikaran8752 Месяц назад

    Joy shree krishna

  • @rajudutta6401
    @rajudutta6401 Месяц назад +2

    অশুদ্ধ ব্যাখ্যা ।

  • @SangitaDeka-xy6vm
    @SangitaDeka-xy6vm 13 дней назад

    সেয়া সনাতন ধৰ্ম এয়া গৰামী

  • @AnjuBorah-w6e
    @AnjuBorah-w6e Месяц назад

    🙏🙏🙏

  • @paramananda5403
    @paramananda5403 Месяц назад

    কৃষ্ণ🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад

    শুদ্ধ বাখ্যা

  • @asomiaasom6008
    @asomiaasom6008 Месяц назад +9

    অসমত সনাতন বৈদিক ধৰ্ম কৰ্ম আচৰণৰ বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধ কৰা যুজাৰু জেহাদী প্ৰাণজিত গগৈ াদি কৰি শংকৰী ব্যাখ্যাকাৰ কেইটাই সততে ভুল বিকৃত অপব্যাখ্যা কৰি একপক্ষীয়ভাবে শংকৰী পন্থীয়টো বহুল প্ৰচাৰৰ নিমিত্তে ক্ষুদ্ৰস্বাৰ্থৰ বাবে ভুল বিকৃত অপব্যাখ্যা কৰি অসমৰ লোকক বুৰ্বক মুৰ্খ সজাই মতিভ্ৰম কৰি বিভ্ৰান্তৰে ধৰ্মভ্ৰষ্ট কৰি নৰকত যোৱাৰ ব্যৱস্থা কৰি আছে ।অসমত শংকৰী পন্থীয় বৈষ্ণৱ বোৰৰ ভক্তি ধৰ্ম আচৰণ হৈছে সনাতন বেদধৰ্মৰ বিৰুদ্ধাচৰণ কৰা ।

    • @user-tl7lt4ui4z
      @user-tl7lt4ui4z Месяц назад +5

      আপুনি জানে যদি ওলাই আহক শুদ্ধ পথ দেখুৱাবলৈ ।নহলে হাতীৰ লাড দেখি হহাঁৰ পোকৰ ফাটি লাভ নাই ।

    • @durlabhsaikia7779
      @durlabhsaikia7779 Месяц назад +1

      আপুনি কোন প্ৰন্থ হয়

    • @baniktchutia2259
      @baniktchutia2259 Месяц назад

      @@user-tl7lt4ui4z mur logat rajohuwakoi alusana koriboloi ahak.moi 24ghantai bhagobotak hakhi kori haju hoi assu.jika haratu lajor katha nahay hatya prakash hobo lage.joy shree RAM..........

    • @nirjurajgogoi319
      @nirjurajgogoi319 Месяц назад

      অসমৰ মানুহ বিলাক ইমান মূৰ্খনে প্ৰাণজিতৰ ব্য়াখ্য়া শুনিবলৈ ছমাহ ধৰি অপেক্ষা কৰে। তেওঁৰ ব্য়াখ্য়া শুনা সকল যদি মূৰ্খ আপুনি কিয় শুনে ! তাৰ মানে সেই মূৰ্খৰ তালিকাত আপোনাৰ নামটোও লিখিব বিচাৰিছে।

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey Месяц назад

      ​@@user-tl7lt4ui4zthik koise . Lukai lukai coment Kori thake hodai .

  • @J.GVlog6
    @J.GVlog6 Месяц назад

    🙏

  • @BharaliBharali4090
    @BharaliBharali4090 Месяц назад

    Jai shree ram❤️

  • @nitulbora374
    @nitulbora374 12 дней назад

    কৃষ্ণ ৱাপ জন ।

  • @MintuSaikia-f1c
    @MintuSaikia-f1c 29 дней назад

    👏👏👏

  • @Mahadevkebhakt87
    @Mahadevkebhakt87 Месяц назад

    কৃষ্ণ,

  • @apurbasarmah69
    @apurbasarmah69 20 дней назад

    Atia ami kaku pujibo nalalagay aru bap jonak pujilay hobo aru

  • @ranjanborah8190
    @ranjanborah8190 Месяц назад

    কৃষ্ণ 👏 বাপ

  • @deboborah5858
    @deboborah5858 5 дней назад

    তিলনিদিনা দশপিণ্ড নিদিয়ে দহাৰ দিনাহে দিয়ে

  • @bordoloibrothers3292
    @bordoloibrothers3292 26 дней назад

    33kuti debota tu artha hol koti meaning hol best

  • @hementhakuria9733
    @hementhakuria9733 7 дней назад

    Aponalok pappi Bhanada Murgi. Gahori sab khai

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Месяц назад

    সুন্দৰ

  • @Request_motivation
    @Request_motivation Месяц назад

    কৃষ্ণ বাপ 🪔🪔🪔🪔

  • @makhansarmah8146
    @makhansarmah8146 21 день назад

    Bhogoban krishna sargogami Huwar Agote Arjunok Teor korma kenekoi koribo koi goisil .Gita khon Bhalkoi pohibo. Lage.

  • @borsharaniburagohain8169
    @borsharaniburagohain8169 14 часов назад

    6 chakra bikhye bhagwat ase apuni kaita chakra par karila

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm Месяц назад

    Badik,nioamat,Asa,manila,manib

  • @user-su7en9vr4y
    @user-su7en9vr4y Месяц назад +1

    Bol bomar bisoye olop kobo sun prabhu

  • @muninborgohain3835
    @muninborgohain3835 Месяц назад

    কৃ

  • @shridharsarkar
    @shridharsarkar Месяц назад

    শ্রাদ্ধ - শ্রদ্ধা: এই দুই শব্দৰ মাহাত্য কি ?
    আমি মৃত ব্যক্তিৰ শ্রদ্ধা/ শ্ৰাদ্ধ কোনটো অনুষ্ঠান শ্ৰেষ্ট ?
    কৃষ্ণ
    কৃষ্ণ কৃষ্ণ :

  • @user-gl9nz2ud2m
    @user-gl9nz2ud2m Месяц назад

    Projonon nohole prithibit aami mora pisot aakou hotyo jug aahibo niki.. Aapunar aagor videor kotha khini aitu videot hompurno biporit

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k 26 дней назад

    এ ই বিলাক চৰো ভঙা খেল দেখা নাই।বিষ্ণু পুৰাণ মতে শ্ৰাদ্ধ বিধান। পঢ়িলে কাকো সুধিব লগা নাই,।হইবে সুদ্র সব ৰজা সমস্ত প্ৰজাৰ শ্ৰাদ্ধ হুম বেদ মন্ত্ৰ গুছিবে আচাৰ............. ভাগৱত 2 য় স্কন্ধ।গোবিন্দ।।

  • @prafullamedhi56
    @prafullamedhi56 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 Месяц назад +1

    Apuni hastagya hoi aanok hinkha koratu valne bea jonabo Bap....apunar byakha akerahe hunisilu....Jetai apunar ontaror vabonai utsah diar halani bht dikh dile tar uttar apuniei janibo ki hb..., palu .

    • @durlabhsaikia7779
      @durlabhsaikia7779 Месяц назад +1

      এই জনক আমাৰ গাঁৱত আনিবলৈ বিচাৰি ছিলে আমি নিদিলো আনিবলৈ

    • @rupamsaikia4383
      @rupamsaikia4383 Месяц назад

      তেওঁ শাস্ত্ৰত লিখা খিনি কব যে সেই বাবে চাগে ,ৰাইজৰ গাত লাগিব যে​@@durlabhsaikia7779

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 6 дней назад

      ​@@durlabhsaikia7779tak duta chor dibo lage chandal eta si

  • @ujjalsaikia2163
    @ujjalsaikia2163 Месяц назад +1

    দশ পিণ্ড দহ দিনৰ দিনা দিয়া হয় ।

    • @durlabhsaikia7779
      @durlabhsaikia7779 Месяц назад

      @@ujjalsaikia2163 গৰুড় পুৰাণত যদি দশ পিণ্ড দান নকৰিলে আত্মা ভুকে পিয়াঁয়ে থাকে আত্মাৰ শান্তি কাৰণে দিয়া হয় দশ পিণ্ড নে কিয় বাৰু আমি কোৱা কথা নহয়।

  • @ritomnayan
    @ritomnayan Месяц назад

    Kothakhin sudha nohoi karonmul kotha bed.

  • @saratgogoi5339
    @saratgogoi5339 Месяц назад

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @DandhadharHazorica
    @DandhadharHazorica Месяц назад

    কিয় সুদদয় ব্ৰহ্মক নেজজানেনেকী

  • @Jiminee_x
    @Jiminee_x 6 дней назад

    বাপ দশ পিণ্ড ১০ দিনত হে দিয়া হয়

  • @JaykantaDeka-l9v
    @JaykantaDeka-l9v 7 дней назад

    you should study gorur puran. budhadev is not a part of bhagwat ouran.

  • @deepdas8697
    @deepdas8697 29 дней назад

    That toi ako najana.

  • @user-su7en9vr4y
    @user-su7en9vr4y Месяц назад

    Bol bom Mane nu ki

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 Месяц назад

    😊e papi adhormi

  • @jagadishsharma252
    @jagadishsharma252 8 дней назад

    Puja bine gati nai

  • @Manjuranibarman-81
    @Manjuranibarman-81 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

  • @user-xd7zw9gm9r
    @user-xd7zw9gm9r Месяц назад

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Месяц назад

    কৃষ্ণ কৃষ্ণ

  • @khirodbhuyan5967
    @khirodbhuyan5967 Месяц назад +1

    Krishna 🙏