আৱেগিক হৈ পৰিছো ৷ 22বাৰ পঢ়িছো উপন্যাসখন ৷ কিন্তু প্ৰত্যেকবাৰেই নতুন ৰূপত ধৰা দিয়ে ৷ এতিয়া প্ৰিয় উপন্যাসখনিৰ নাট্য ৰূপান্তৰ শুনি আৰু বেছি আৱেগিক হৈ পৰিছো ৷ সংগীতেও সোণত সুৱগা চৰাইছে ৷
Porhi emane val lagil...ek Rathi ru adha dinot porhi hek kori disu...komse kom ajiloike 5 bar maan porisu...mur bahut priyo... hridoy sui jai...akou abar radio't huni bahut val lagil🤗🤗🤗🥰😘♥️
সকলো সময়তে কেৱল চম্পাই মোৰ চকুৰ আগত ভাহি আহি আছে, বহুত দুখ লাগিল চম্পাৰ মৃত্যু, সঁচাই যদি চম্পাক এবাৰ লগ পোৱা হলে, গোটেই দিন ধৰি চম্পাকে চাই থাকিলোঁ হেতেন।
অনুগ্ৰহ কৰি ইয়াৰ পিছত নিৰিৱিলি দিবলৈ চেষ্টা কৰিব 😊
2017 ত H.S first year ত হোষ্টেলত আছিলোঁ তেতিয়াই এজন বন্ধুৱে কৈছিল বহুত ভাল কিতাপ এইখন পঢ়। মই ও পঢ়িবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমে দুটামান পৃষ্ঠা পঢ়ি কিবা ভয় ভয় লাগিছিল কিন্তু তাৰ পিছতেই কাহিনীৰ মাজত সোমাই পৰিছিল। সঁচাকৈ অসীমত যাৰ হেৰাল সীমা অসমীয়া সাহিত্যৰ এক মাইলৰ খুঁটি
বিশ বছৰ পিছত .............. শুনিব পাই সূখী হ'লো। ধন্যবাদ আকাশবাণী কেন্দ্ৰ।
হৃদয়ৰ কোনোবা এটা কোণত আজিও চম্পাই কান্দি উঠে মোৰ। 🥺🥺 কিমান বাৰ যে পঢ়িছোঁ আৰু কিমান বাৰ যে ভাত পানী খাব নোৱাৰা হৈ পৰিছিলো, কিমান বাৰ যে শুৱলৈ ইচ্ছা নোহোৱা হৈ পৰিছিলো। মনত মাত্ৰ চম্পাই ভাহি আছিল আৰু বাৰে বাৰে মাক কাহিনীটো বৰ্ণনা কৰিছীলো।
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
মোৰো একেই অৱস্থা। চম্পাৰ মৃত্যুৱে বহুত দুখ দিছিল।কেইবাদিনো কামত মন বহা নাছিল চম্পাৰ কথা ভাবি
Same condition
মই ৬৪ টা খণ্ডই শুনিলো । সচাকৈয়ে বৰ ভাল লাগিল । ধন্যবাদ আকাশবাণী গুৱাহাটী ।
মোৰ সকলোতকৈ প্ৰিয় উপন্যাস অসীমত যাৰ হেৰাল সীমা.. উফ! কি ভাল লাগিছে.. ৰাতি এন্ধাৰ ৰ মাজত কোনোবা যেন অন্য এখন পৃথিৱীত সোমাই পৰিছো.. ধন্যবাদ জনাইছোঁ প্ৰত্যেক গৰাকী শিল্পীক....
আৱেগিক হৈ পৰিছো ৷ 22বাৰ পঢ়িছো উপন্যাসখন ৷ কিন্তু প্ৰত্যেকবাৰেই নতুন ৰূপত ধৰা দিয়ে ৷ এতিয়া প্ৰিয় উপন্যাসখনিৰ নাট্য ৰূপান্তৰ শুনি আৰু বেছি আৱেগিক হৈ পৰিছো ৷ সংগীতেও সোণত সুৱগা চৰাইছে ৷
বাৰে বাৰে প্ৰথমৰ পৰা শুনিবলৈ আৰম্ভ কৰিছোঁ। আমনি নলগা উপন্যাসখন। অজস্ৰবাৰ ধন্যবাদ ❤ আকাশবাণী গুৱাহাটী ❤
Ata time asile Kitap aru Radio t jibon r sukh bisari paisilu..iman hundor kipat ikhon..❤aji kali tv ,mobile adi t bisari napao.. nostalgic
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ শুনিবলৈ মন আছে |
অপূৰ্ব সংযোজন কাহিনীৰ কথোপকথন। প্ৰতিটো চৰিত্ৰৰ জীয়া -ছায়াই আজীৱন সকলো পঢ়ুৱৈকে আজীৱন এক মায়াময় পৰিৱেশৰ মাজেৰে কাহিনীত নিজকে নিজে একো- একোজন খেল-মাটিৰ বাসিন্দা বুলি পতিয়ন নিয়ায় । এক আচৰিত অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰি আছে এই আপুৰোগীয়া গ্ৰন্থ খনত । বহুবাৰ পঢ়িলো। আমনি লগা নাই । পুনৰ শুনিলো২০২৪ত ।
মন্ত্ৰমুগ্ধ হৈ গলো। কিমান সুন্দৰ উপস্থাপন।❤️🙏 ধন্যবাদ
#Kirtimanofficial
Porhi emane val lagil...ek Rathi ru adha dinot porhi hek kori disu...komse kom ajiloike 5 bar maan porisu...mur bahut priyo... hridoy sui jai...akou abar radio't huni bahut val lagil🤗🤗🤗🥰😘♥️
বহুত ভাল লাগিল শুনি ❤❤❤
বহু দুৰণিত থাকো তথাপিও নিজৰ box টোৰ ভিতৰত সযতনে ৰাখি থৈছোঁ মোৰ প্ৰিয় উপন্যাস খন। তিনিবাৰ পঢ়িছোঁ। এবাৰ ভ্ৰাম্যমানৰ মঞ্চত ও দেখিবলৈ সৌভাগ্য হল। ভবা নাছিলোঁ ৰেডিঅ ত আকৌ শুনিবলৈ পাম বুলি। বহুবাৰ অনুৰোধ জনাইছোঁ। যি কি নহওঁক শেষত ৰেডিঅ ত শুনা সৌভাগ্য টো হল। ধন্যবাদ আকাশবাণী গুৱাহাটী।
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
প্ৰিয় উপন্যাসখন শুনিবলৈ পাই নিজকে ধন্য মানিছো ।
শুনিবলৈ পাম বুলি আশাৰে ৰৈ আছিলোঁ।বহুত বহুত ধন্যবাদ জনালোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰক।
আগত দুবাৰ পঢ়িছোঁ যদিওঁ আজি শুনি কিবা এটা ভাল লাগিছে । কিবা এটা নহয় বহুত ভাল লাগিছে। ধন্যবাদ আকাশবাণী গুৱাহাটী।
জীৱনত এই উপন্যাসৰ বিষয়ে বহুত শুনিবলৈ পাইছো কিন্তুু সময়ৰ অসুবিধাৰ বাবে পঢ়িব হোৱা নাছিল। আজি প্ৰথম শুনিবলৈ লৈছো
Mur khokolutoi priyo novel 😘😘😘love this thankyou for this wonderful video
কি বুলি ধন্যবাদ দিম , ভাষা বিচাৰি পোৱা নাই । কিমান যে ভাল লাগিছে প্ৰকাশ কৰিব নোৱাৰিম । ❤️❤️❤️❤️
প্রিয় উপন্যাস খন নতুনকৈ শুনিব পাই ভাল লাগিছে❤️
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
বহত ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ..অৱণী চাৰৰ কণ্ঠ সুন্দৰ... পঢ়িম পঢ়িম বুলি ভাবি আছিলো..আজিৰ পৰা আৰম্ভ কৰিছো শুনিবলৈ..
অৱশেষত অপেক্ষাৰ অন্তত আহিল অসীমত যাৰ সীমা । ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্ৰ ।
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
Thank you guwahati fm mahabahu.
অতি সুন্দৰ প্ৰচেষ্টা। অন্যান্য উপন্যাস সমূহৰো ধাৰাবাহিক পাঠৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পৰা যায় নেকি ভাবিবচোন।
সুপ্ৰভাত প্রিয় উপন্যাস শুনি ভাল লাগিল অনুষ্ঠান টি লৈ নৱবৰ্ষৰ শুভেচ্ছা জনালো 🙏
অতি সুন্দৰ ৷ প্ৰিয় উপন্যাস “অসীমত যাৰ হেৰাল সীমা”❤️
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
মোৰ খুবেই ভাল লগা এখনি উপন্যাস ।।
শুনিব পাই সঁচাই বহুত বেছি ভাল লাগিল ♥️♥️♥️
ধন্যবাদ আকাশবানী শুৱাহাটি কেন্দ্ৰ ।
আকাশবাণী এই প্ৰচেষ্টাক শলাগ লৈছো। প্ৰচেষ্টা অব্যাহত থাকক।
শুনাৰ আগতেই like মাৰিছো অ' । ইমান আবেগ আছে এই কিতাপ খনৰ
বহু অপেক্ষাৰ অন্তত 👏 😍 ধন্যবাদ আকাশবাণী গুৱাহাটী কেন্দ্ৰ৷
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
ruclips.net/user/shorts0BjZKMVlFl0?feature=share
Rita choudhurir "MAKAM" upanyas khon hunibaloi pam boli akha rakhilu🤗🤗
Moi kitap khon bisari asiilu pua nasilu aji hothate video tu palu vall lagil apunalokr prosestha
বহু আশাৰে ৰৈ আছিলোঁ। বহুত ভাল লাগিল। কিমান বাৰ যে পঢ়িছোঁ তাৰ ঠিকনা নাই । তথাপি হেপাহ নপলায় দেখোন। ধন্যবাদ আকাশবাণী গুৱাহাটী।😊✨
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
ধন্যবাদ আকাশবাণী।
বহুত ভাল লাগে আৰু বহুত ভাল পাওঁ
এই খন মোৰ কিমান ভাল লগা উপন্যাস মই কেনেকৈ বুজাম ভাষা নাই।
সুন্দৰ কিদৰে যে ধন্যবাদ দিম
Eti opekhyar onto poril😌
জীপাল হৈ উঠিছে সেই চিৰসেউজ কাহিনীটো!!!
Marvelous
Assam Radio Revolutionary Step🙏
যেতিয়া প্ৰথম বাৰ থিয়েটাৰৰ মঞ্চত দেখিছিলো তেতিয়া সৰু আছিলোঁ ,, তেতিয়াই মনত সাঁজ বহুৱাইছিল ,, যেতিয়া ডাঙৰ হলো তেতিয়াই সংগ্ৰহ কাৰি কিতাপ খন পঢ়িলো,, সাচাই বহুত বহুত বেচি ভাল লগা এখন উপন্যাস ,, পঢ়ি গলেই দৃশ্য বোৰ মনত ভাঁহি আহে
Same, Moi o kahinor theater mansat pratham bar saisilu jatin borah r avinayat
কাহিনীটো বৰ আপোন❤️
সদায়ৰ প্ৰিয়❤️
66
মই আজিৰ পৰা শুনিবলৈ আৰম্ভ কৰিছোঁ। বহুত ভাল লাগিল ☺️🤗
ৰেডিঅ❤
Bahut bar porhiso. Prosar krarr babe dhaniyabad. Complete korib buli akha rakhiso.
সুন্দৰ
ওদালগুৰি টংলাৰ পৰা মৰম যাচিলোঁ।
One of the best and unforgettable novel I have ever read❤️
Porhi ketiyau amoni noloba akhon uponyakh.... Kiman baar je porhilu..... ❤️❤️
প্ৰিয় উপন্যাসখন নতুন এটা ৰূপত শুনা পাই সচাই ভাল লাগিছে।
wait kari asilo aahiba aabhiba buli❤❤
মই কিতাপ খন বহু বাৰ পঢ়িলো কিন্তু প্ৰত্যেক বাৰে কিবা এটা নতুনত্ব বিচাৰি পাওঁ .......🤍🤍🤍
মই আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠান আজি প্ৰাই 17 বছৰৰ পৰা এ শুনি আহিছোঁ এতিযা youtube channel ত উপন্যাস খন উপলব্ধ হোৱা বাবে মন গলে শুনিব পৰা হোৱা বাবে আপোনালোকক ধন্যবাদ জনাইছো ❤️
অনুষ্ঠান টি খুব ভাল লাগিল 😘🥰🥰
বহুত আগ্ৰহৰে বাট চাই আছিলোঁ, আজি অন্ত পৰিল।
সকলোৰে প্ৰিয় উপন্যাসখন।❤
মই দুবাৰ মান পঢ়িছো।খুব ভাল লাগে সঁচাকৈ ।
মোৰ অতি প্ৰিয় উপন্যাস খনৰ নাট্যৰূপ শুনি বৰ উতফুল্লিত হৈছো, আপোনালোক সচাকৈয়ে ধন্যবাদ আৰু শলাগৰ পাত্ৰ | প্ৰথম খণ্ডৰ পখিলীৰ হাহি আৰু মায়াৰ মাতটো বৰ ভাল লাগিছে |
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
সুন্দৰ প্ৰচেষ্টা ,
সুন্দৰ উপস্থাপন ।
অলেখ অযুত শুভ কামনা জনালোঁ ।
লগতে দ্বিতীয় খণ্ডটোলৈ আগ্ৰহেৰে বাট চাই ৰলো।
Thanks to all creators for creating this ❤😊
Khub Sundar hoise
লৈছোআততমপুণয়অআততমচমপালৈছোলৈছোপামচচমপাচপামমপাচলৈছোলৈছোআততমপুণয়আততমমহহাবৰৰততলৈছোলৈছোআততমপুণয়াআততমচমপাপামচচপামমপাচলৈছোলৈছোআততমপুণয়াআততমমহহাবৰৰততলৈছোলৈছো
প্রিয় উপন্যাস❤️❤️বহুত ভাল লাগিছে
Finally 🥰
আগ্ৰহেৰে বাট চাই আছিলোঁ ।অশেষ ধন্যবাদ❤️
ধন্যবাদ আকাশবাণী৷ ❤️
My all time favorite😍😍😍😍😍
ভাল লাগিল❤️
Pahoribo nuwara anubhav ktiya kitap khn phisilu❤️❤️❤️❤️
❤️ ধন্যবাদ ❤️কি বুলি কম ভাবি নাই পোৱা❤️
বৰ্তমানলৈকে মই পঢ়া আটাইতকৈ ভাল লগা এখন উপন্যাস ।ই এক আবেগ মোৰ কাৰণে
ভাল লাগিল
সঁচাকৈ কেতিয়াও পুৰনি যেন নলগা কাহিনী .. কণ্ঠ প্ৰদান কৰা জনলৈ ধন্যবদ
২৩ টা খণ্ড শেষ কৰিলো ... শুনি কেতিয়াও আমনি নলগা এটি জীৱন্ত কাহিনী❤❤
হেঁপাহ নপলাই....
বৰ আগ্ৰহেৰে....
ধন্যবাদ।
সচাকৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰক 🙏🙏 এনেদৰে বিভিন্ন উপন্যাস সমুহ উপস্থাপন কৰক 🙏🙏🙏
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
মই শ্ৰেণী অষ্টমত আছিলোঁ বৰ ভাল লাগিল পঢ়ি ❤🎉
খুব আগ্ৰহেৰে পঢ়িম বুলি পঢ়িব পৰা নাছিলোঁ আজি আৰু এৰা ত নাই 💕
Thank you.AIR Guwahati.
অতি সুন্দৰ।
My favorite novel 😍
প্ৰিয় উপন্যাসখন...😍
Ohadhaaron
Bht vl lgl ❣️
Any time fbrt❤❤❤❤book
বহুত ভাল লাগিল😍
প্ৰিয় উপন্যাস ❤️
Love from Dibrugar 💕💕💕💕💕
Mojja
সুন্দৰ আৰম্ভনি ।
খুব সুন্দৰ
সকলোতকৈ প্ৰিয় উপন্যাস 👍
বহু বছৰীয়া আশা এটা পুৰণ হ'ল।ধন্যবাদ আকাশবানী গুৱাহাটী।
ruclips.net/channel/UCH5xmLsFJidW2WiZuy_8zag
বৰ ভাল লাগিল
বহুত ধন্যবাদ, ৰৈ আছিলো।
বহুত ভাল লাগিল ❤