Sodekhor Soudikhe | Bipin Chawdang

Поделиться
HTML-код
  • Опубликовано: 12 дек 2024

Комментарии • 304

  • @santanuchutia7570
    @santanuchutia7570 3 месяца назад +14

    বিপিন ককাইদেউ আপোনাক বহুত বহুত ভাল পাওঁ।তাটোতকৈয়ো ভাল পাওঁ আপোনাৰ কন্ঠ'ৰেৰে নিগৰি অহা সেই তেজাল গীত সমোহ।আপোনাৰ গীত সমুহ আমাৰ অসমীয়াৰ প্ৰাণৰ উপহাৰ।আপোনাৰ ৰসাল এই কন্ঠ সদাই জীপাল হৈ থাকক।তাৰ বাবে নেদেখা জনৰ ওচৰত ৰ্প্ৰাথনা জনালো।❤❤❤

  • @Nishi_000
    @Nishi_000 4 месяца назад +11

    হৃদয় স্পৰ্শী যোৱা গীত ।বিপিন চাউদাঙ ডাঙৰীয়াৰ গীতৰ সুৰ, কথা ...সচাঁই বৰ সুন্দৰ। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। যিমান পাৰো চেয়াৰ কৰি দিছো আজি।

  • @Priyangshu-
    @Priyangshu- 3 месяца назад +36

    অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাওদাং দাদাৰ এই গীতটি যাতে সকলোৱে মৰমেৰে আঁকোৱালি লয় তাৰেই কামনা কৰিলো ❤

  • @indrajitgogoi8147
    @indrajitgogoi8147 4 месяца назад +22

    বিপিন ককাইদেউক নো কি ক'ম! স্বদেশ প্ৰেম-মূলক গীত সদায় ককাইদেউৰ কণ্ঠত হে প্ৰাণ পাই উঠে।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 4 месяца назад +17

    এই গীতটো এটা সময়ত বৰ জনপ্ৰিয় আছিল। আকৌ নতুনকৈ শুনিবলৈ পাই ভাল লাগিল বিপিন । আৰু নতুন গীত লাগে দেই।

  • @dipjyotisaikia6680
    @dipjyotisaikia6680 3 месяца назад +8

    অতি সুন্দৰ হৈছে গীত টো ককাই, বুকুখন বিষাই গৈছে উফ্,,,,,,,,❤❤❤ বহুত বহুত মৰম দিছোঁ❤❤❤❤❤ ভগৱানে ভালে ৰাখক আপোনাক,,

  • @__priyanki.__
    @__priyanki.__ 3 месяца назад +13

    পৰিশ্ৰম সাৰ্থক হৈছে, কৃষ্ণ।

  • @gourab613
    @gourab613 4 месяца назад +12

    ধুনীয়া হৈছে গীতটো ককাইদেউ। জয় আই অসম।

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg Месяц назад +3

    বাৰুকৈয়ে সেই কাল সময় খিনি ৰিঙীয়াই গৈছে । শত শ্বহীদৰ আত্মাই আজি হয় টো শান্তি লাভ কৰিছে🙏🌸। কংস ৰাজৰ অৱসান ঘটক 🙏।

  • @sumongogoi1138
    @sumongogoi1138 4 месяца назад +54

    স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেম, ভালপোৱা থকা আমাৰ সকলোৰে মৰমৰ বিপিন ককাইদেউ লগতে গীতটোৰ লগত জড়িত সকলো কলা কুশলী লৈ আগন্তুক স্বাধীনতা দিৱসৰ শুভকামনা থাকিল। আহকচোন আমি সকলোৱে এটা লাইক আৰু একো একোটা কমেন্টৰে আৰু দুগুণ উৎসাহ দিওঁ... " জয় আই অসম "।। ✊🏻❤️

    • @nabanitaborah3325
      @nabanitaborah3325 3 месяца назад

      Djidhdid jjrifbbfixhhf❤❤

    • @Rishi_2328
      @Rishi_2328 3 месяца назад +2

      ৰহেদৈ শুনিছা 🫣

  • @nakhyatra9714
    @nakhyatra9714 4 месяца назад +7

    আপুনি মঞ্চত যেতিয়া এই গীতটো যেতিয়া পৰিবেশন কৰে তেতিয়াই মনলৈ আহে গীতটো যদি আকৌ এবাৰ এনেকৈ বাণীবদ্ধ কৰে । Finally aji palu... বহুত ভাল লাগিল দাদা ।
    " আশাৰ বালিঘৰ " গীতসমূহ পুনৰ এনেদৰে আনিবলৈ চেষ্টা কৰিবচোন । বাল্যকালত শুনা গীতবোৰ miss কৰোঁ ।
    শেষত আপোনালৈ বহুত মৰম আৰু শ্ৰদ্ধা যাচিলো 🙏

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 4 месяца назад +9

    বিপিন ককাইদেউ বহু দিনৰ পাছত এই গীতটো শুনিছোঁ। বহুত বহুত ধন্যবাদ জনালো। জয় আই অসম 🇳🇪

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 4 месяца назад +20

    সিয়ৰিছে গাৰ নোম ককাইদেউ খুব ধুনীয়া❤️❤️

  • @basantaozah1313
    @basantaozah1313 4 месяца назад +15

    বন্ধুবৰ বিপিন ককাইদেউ আপোনাৰ স্বদেশ প্ৰেমৰ গীত সমূহ সঁচাকৈয়ে বৰ সুন্দৰ ।

  • @Badiul-f8b
    @Badiul-f8b 3 месяца назад +3

    হৃদয়,অন্তৰ,আত্মা চুই গ'ল।
    জয় আই অসম ✊️

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 4 месяца назад +6

    শুনি আপ্লুত হ’লো ৷ বৰ ভাল হৈছে গীতটো ৷

  • @UjjalSaikia-eo8mj
    @UjjalSaikia-eo8mj 4 месяца назад +6

    সচাঁকৈ বৰ সুন্দৰ গীত উপহাৰ পালো ।ৰজাঘৰীয়া কাণত পৰাকৈ সকলোৱে গীত টি বিয়পাই দিয়া । জয় আই অসম ✊

  • @gorkhafocus620
    @gorkhafocus620 3 месяца назад +3

    প্ৰতিটো শব্দই, প্ৰতিটো বাক্যই মোৰ হৃদয় চুইছে।

  • @LakhyajitGogoi-l5c
    @LakhyajitGogoi-l5c 4 месяца назад +8

    Uff bipi da গানটে অসমীয়া মাটিৰ লগত মিলিত থকা গান❤

  • @MintuKr-l5c
    @MintuKr-l5c 3 месяца назад +4

    ককাইদেউ মৰম যাছিলো বহুত ভাল লাগিছে আপোনাৰ কন্তত ্্্ Love from Mintu kr .Deka. .. গুৱাহাটীৰ পৰা ❤🎉

  • @hemantahazarika9715
    @hemantahazarika9715 4 месяца назад +9

    মুক্তিৰ গান, আছিল এলবাম, গীতটি বানিবন্ধন হোৱা নাছিল, আজি দেখিলো বানিবন্ধন হৈ গৈছে, লগে লগে দুবাৰ শুনিলো, আৰু শুনিম

  • @moromibegum2795
    @moromibegum2795 4 месяца назад +5

    দাদা আপুনি সচাঁকৈ অন্যতম। এজন প্ৰকৃত শিল্পী । জীয়াই থাকক আপোনাৰ স্বাধীন সত্ত্বা।।

  • @tranofficial96
    @tranofficial96 3 месяца назад +3

    কেঁচা মাটিৰ গোন্ধ থকা, স্বদেশ স্বজাতিৰ গীত কেৱল বিপিন ককাই সৃষ্টি কৰিব পাৰে। সুন্দৰ ককাইদেউ।

  • @Nishi_000
    @Nishi_000 4 месяца назад +3

    ভাষা নাই কবলৈ......অতি সুন্দৰ.......

  • @rituraj1135N
    @rituraj1135N 3 месяца назад +7

    কি সুন্দৰ...🙏🚩

  • @digantadeka7201
    @digantadeka7201 3 месяца назад +3

    Agoteo xunisilo❤❤❤

  • @anuradhanrityakalakendra5953
    @anuradhanrityakalakendra5953 4 месяца назад +6

    সঁচাকৈ বহুত দিনৰ পিছত এনেকুৱা গান শুনিব পাইছোঁ 🙏🙏🙏
    আশা কৰো আগলৈও আপোনাৰ পৰা এনেকুৱা গান শুনিব পাম বিপিনদা।

  • @mukutrajofficial
    @mukutrajofficial 4 месяца назад +5

    Dada bohut val lagil.hridoy sui gol.

  • @taralivlogs4635
    @taralivlogs4635 3 месяца назад +7

    সুন্দৰ দেশ প্ৰেম মূলক গীত❤ জয় আই অসম ✊

  • @surajitdoley3296
    @surajitdoley3296 4 месяца назад +2

    সাংঘাটিক শ্ৰুতিমধুৰ!অৰ্থপূৰ্ণ দেশপ্ৰেমমূলক গীত। অভিন্দন!

  • @babusaikia7886
    @babusaikia7886 4 месяца назад +5

    সুন্দৰ 🙏ককাইদেউ🔥🔥❤

  • @jakir399
    @jakir399 3 месяца назад +4

    Aibor gaan bipin dar khoman koneo gab nuare❤❤❤

  • @prodipbaro6062
    @prodipbaro6062 3 месяца назад +3

    Dada bohut val lagel di khune

  • @parikzgogoi8178
    @parikzgogoi8178 3 месяца назад +2

    🙏joi aai axom ❤ bor dhuniya hoise dada

  • @sikhamoniboruah1363
    @sikhamoniboruah1363 3 месяца назад +3

    Ki duniya kontho👍👍😊😊

  • @maheshsarmah6073
    @maheshsarmah6073 3 месяца назад +3

    ❤❤❤🎉🎉🎉 সুন্দৰ ককাইদেউ🎉🎉🎉❤❤❤

  • @AdityaKumarPhukan
    @AdityaKumarPhukan 3 месяца назад +3

    Tej gorom hoi jai ❤. Joi Aai Axom ✊

  • @BabaDutta-p5j
    @BabaDutta-p5j 3 месяца назад +2

    Bondhu enedorei aaguwai goai thaka🙏🙏

  • @DhrubajyotiDekaraja
    @DhrubajyotiDekaraja 4 месяца назад +3

    Dhunia hoise da da

  • @Rishi_2328
    @Rishi_2328 3 месяца назад +2

    ৰহেদৈ...... গীত গোৱা আপুনি নহয় জানো......
    এতিয়া এইটো ufff..........🫣

  • @dipumpbora7904
    @dipumpbora7904 4 месяца назад +6

    আপোনাৰ নিচিনা কোনো নাই ককাই ❤❤❤❤

  • @doyanugohain8596
    @doyanugohain8596 4 месяца назад +2

    ককাই তুমি সঁচাই সাহসী তোমাৰ কন্ঠৰ অবিহনে দেশপ্ৰেমমূলক গীত বোৰ বিলীন হৈ গৈছে ধন্য ককাই তুমি আগুৱাই যোৱা। তোমাৰ সুস্থ শৰীৰ কামনা কৰিলোঁ।চুনু

  • @PawanRecords-q4d
    @PawanRecords-q4d 3 месяца назад +2

    Juii ❤❤

  • @dibyajyoti5140
    @dibyajyoti5140 3 месяца назад +3

    কবলৈ ভাষা নাই ।❤

  • @Priyangshu-
    @Priyangshu- 3 месяца назад +2

    জয় আই অসম❤ অতী সুন্দৰ গীত ❤

  • @rajibrabha839
    @rajibrabha839 4 месяца назад +2

    সুন্দৰ ককাইদেউ ❤🙏

  • @kalendas1935
    @kalendas1935 4 месяца назад +3

    Jai I axom jai hind bharat mata ki jai 🙏🙏🙏🙏🙏 dhoinyobad dada dhuniya lagise happy independence day 🇮🇳🇮🇳🇮🇳

  • @rubulborah177
    @rubulborah177 4 месяца назад +3

    বহুত ভাল লাগিছে ❤

  • @SamikshaPresent
    @SamikshaPresent 3 месяца назад +2

    মোৰ ভাল লগা প্ৰয় গীতটি পুনৰ মুক্তি দিয়াৰ বাবে ধন্যবাদ দাদা

  • @kumudray3139
    @kumudray3139 3 месяца назад +2

    Eman dhuniya deshprem mulok git upohar diyar babe aponaloi bhut bhut thank

  • @DimpiGogoi-rp7uo
    @DimpiGogoi-rp7uo 3 месяца назад +2

    Bohut val hoise o dada

  • @kolpona99
    @kolpona99 3 месяца назад +3

    Joi ai axom 💪🖤

  • @sudeshnamohan5582
    @sudeshnamohan5582 3 месяца назад +3

    সুন্দৰ ❤❤

  • @AdityaDulakakharia-k7b
    @AdityaDulakakharia-k7b 4 месяца назад +2

    বহুত ভাল লাগিলে ❤❤❤❤

  • @prankrishnakalita4613
    @prankrishnakalita4613 3 месяца назад +2

    ধুনীয়া হৈছে গানটো

  • @santanukonwar696
    @santanukonwar696 3 месяца назад +3

    ❤❤❤❤Bohut Val lagise

  • @Nayansumu
    @Nayansumu 4 месяца назад +4

    Bahut bhal hoise kokaidew❤
    জয় আই অসম
    আমি অসমীয়া

  • @jintusarma8564
    @jintusarma8564 2 месяца назад +1

    Apu atia full package...Director , actor, editor , choreographer , lagote Val lora❤

  • @Hirokjyotibora-1
    @Hirokjyotibora-1 3 месяца назад +2

    দেশৰ কাৰণে গান গলে আমাৰ অসমীয়া মানুহে ভাল নাপাই,😢 but এনেই কিবা এটা গাই দিয়ক , বোহুত ভাল পাই,
    এয়াই অসমীয়া মানুহ , ককাই 😢 গানটো বহুত ভাল লাগিল ❤❤❤

  • @bidyavivesmix3.7k
    @bidyavivesmix3.7k 4 месяца назад +21

    অসমীয়াই যদি ইংৰাজ খেদিব পাৰো, অসমীয়াই যদি মান খেদিব পাৰো
    তেন্তে বাংলাদেশীকো আমি দৌৰাই দৌৰাই খেদিব পাৰিম।
    ❤। জয় আই অসম ।❤ "অসম অসমীয়াৰ মতে চলিব"❤❤❤✊

  • @gyanjyotichangmai9174
    @gyanjyotichangmai9174 3 месяца назад +2

    ভাল লাগি শুনি আৰু এনে কোৱা গান আগলেও গাই যাব 🔥✊👏

  • @Hirokjyotibora-1
    @Hirokjyotibora-1 3 месяца назад +2

    ককাইদেউ মজা গাইছে

  • @pradipborah83
    @pradipborah83 4 месяца назад +4

    অতি সুন্দৰ,জয় আই অসম ✊

  • @ssbmusicstudionhk4847
    @ssbmusicstudionhk4847 4 месяца назад +2

    ❤❤❤❤❤❤ Aneke gaan amak aru lage kokaideo ❤❤

  • @mriganshuvlogs5626
    @mriganshuvlogs5626 3 месяца назад +5

    Antar khan sui gol❤

  • @উৎপল
    @উৎপল 3 месяца назад +2

    Xundor❤️

  • @amritkonwaramritkonwar1258
    @amritkonwaramritkonwar1258 3 месяца назад +2

    Dhunia

  • @RinkuNeog-t8j
    @RinkuNeog-t8j 3 месяца назад +2

    Bipin da r gan hunila huni a thkibo mon jai ❤

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 4 месяца назад +4

    লগ পাই আছো দুৰ্গা পূজাত 😊🎉❤

  • @MinakshiSaskiaphukan
    @MinakshiSaskiaphukan 4 месяца назад +2

    Dhuniya hoise dadaa ❤❤❤

  • @axomrrr1709
    @axomrrr1709 3 месяца назад +2

    ইমান ভাল লাগিছে ❤❤

  • @ParthoProtim-qk6iu
    @ParthoProtim-qk6iu 4 месяца назад +2

    Bohut val lagil mama❤️

  • @DipankarBhuyan-ef7fw
    @DipankarBhuyan-ef7fw 4 месяца назад +2

    Mon sui goise kokai deu bohu dinor murot

  • @r.b.g6432
    @r.b.g6432 4 месяца назад +2

    ❤❤❤❤ আগুৱাই যাওক।

  • @rupeswardeka8101
    @rupeswardeka8101 3 месяца назад +3

    Dada val lagil

  • @kuladeepdeka8820
    @kuladeepdeka8820 3 месяца назад +3

    Bhut dhuniya lagica

  • @SorajTanti.
    @SorajTanti. 3 месяца назад +2

    Super dada ❤

  • @AnkurajGogoi
    @AnkurajGogoi 3 месяца назад +3

    Gar num hioyri uthi se gan 2 huni ❤

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 4 месяца назад +4

    ❤প্ৰম মাজুলী সদায় ❤️

  • @Rishirajmoran
    @Rishirajmoran 3 месяца назад +3

    হেমোৰ অসমী আই সহ।চট্টগ্রামি প্রণাম ও তুমাক 🥺🗿❤🙏

  • @ridipphukan3088
    @ridipphukan3088 4 месяца назад +2

    আপোনাৰ গীতবোৰ সুকীয়া আৰু সুৰীয়া সদায়। এই গীতটো আগতে শুনিছিলো আৰু আজি আকৌ শুনিবলৈ পায় সচাকৈ ভাল লাগিল ককাইদেউ। আপুনি এনেদৰে আগলৈকে সুৰীয়া গীত উপহাৰ দিব বুলি আশা ৰাখিলোঁ।

  • @mousumlason13
    @mousumlason13 3 месяца назад +1

    Hundor ❤

  • @bikisingh6676
    @bikisingh6676 4 месяца назад +1

    Xundor hoisa kokaideu❤

  • @jayantanath5508
    @jayantanath5508 4 месяца назад +1

    অতি সুন্দৰ দেশভক্তীমূলক গান । ভাল লাগিল বহুত❤

  • @chidanandakalita3126
    @chidanandakalita3126 4 месяца назад +2

    Dada anekoi hodai sodekhor babe gan gai jabo. Joi aai axom.

  • @shyamalborah1997
    @shyamalborah1997 4 месяца назад +5

    শৰতৰ সন্ধিয়া গানটো লাগে …

  • @talukderd4072
    @talukderd4072 4 месяца назад +2

    আমি সদায় আছো আপোনাৰ লগত ৷

  • @tarangadeka7742
    @tarangadeka7742 3 месяца назад +2

    Very Nice song Da

  • @PronobjyotiGogoi-t3k
    @PronobjyotiGogoi-t3k 3 месяца назад

    Bor hundor hoise gan tu ❤❤❤❤ 👍👍👍👍👌👌👌👌👌

  • @MUNUKONDAS
    @MUNUKONDAS 3 месяца назад +3

    Joy ai axom bipin da

  • @prantikapriyam2461
    @prantikapriyam2461 4 месяца назад +3

    বৰ সুন্দৰ গীত ছাৰ! আন্তৰিক শুভেচ্ছা জনালোঁ❤
    - প্ৰান্তিকা প্ৰিয়ম

  • @rajaboruahpercussion
    @rajaboruahpercussion 4 месяца назад +1

    Beautiful song Bipin da.I feel so proud to be a part of this Song.Nice singing 🙏🙏🙏

  • @px.tarundas
    @px.tarundas 3 месяца назад +2

    বেলেগ ৰ গান নোশুনিলেও আপোনাৰ গান ❤❤শুনো

  • @thelovelyboy27
    @thelovelyboy27 3 месяца назад +6

    এনেধৰণৰ গানে এই সময়ত দেহৰ ৰক্ত অতিপাত চলাচল কৰাত ভূমিকা যোগায় ✊, জয় আই অসম✊

  • @LachitDas-wc4jy
    @LachitDas-wc4jy 3 месяца назад +1

    Val lagil ❤❤❤

  • @suprotim1.2k63
    @suprotim1.2k63 4 месяца назад +5

    দেশৰ বাবে---------আমি সদাই✊

  • @prakashrabha4683
    @prakashrabha4683 3 месяца назад +2

    '' জয় আই অসম "।। ✊🏻❤️

  • @lombitkonwar492
    @lombitkonwar492 4 месяца назад +2

    ধুনীয়া

  • @PronabDas-lc2dg
    @PronabDas-lc2dg 3 месяца назад +4

    বিপিন। 😢। ভজা। গাচে❤❤❤

  • @munindra__tamuly
    @munindra__tamuly 3 месяца назад +3

    জয় আই অসম 💪🙏❤️