শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • 📌শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ
    📌বিত্তীয় কেলেংকাৰিৰ অভিযোগত বহিষ্কাৰ বাবুল বৰাক
    📌তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত বহিষ্কাৰ
    📌বিশ্ববিদ্যালয়ত অবৈধ নিযুক্তিৰ অভিযোগ বাবুল বৰাৰ বিৰুদ্ধে
    📌নিবিদা অবিহনে ৬৯ লাখ টকা গোপনে আবণ্টন দিয়াৰ অভিযোগ
    📌UGCক উৎকোচৰ নামত নিজৰ একাউণ্টত জমা কৰিলে ২ লাখ টকা
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 174

  • @munmikachari6189
    @munmikachari6189 Месяц назад +16

    লুভেই পাপ ইমান লুভ কৰিব নাপায়। কৃষ্ণ কৃষ্ণ ৰাম ৰাম। জয় গুৰু শংকৰ।

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya Месяц назад +28

    শংকৰদেৱ সংঘ কেনেকৈ ধমিয় অনুষ্ঠান হব পাৰে বুজাই দিয়ক।শংকৰদেৱ সংঘ হল এখন নামাকৰণ কৰা বেনাৰহে।যাৰ বেনাৰত কিছুমান ধমিয় অনুষ্ঠান পাতে।এতিয়া কিন্তু শংকৰদেৱ সংঘ এটা খিৰটি গাই হিচাবে পৰিগনিত হৈছে।দুখ লাগে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত কেৱল লুটপাত চলিচে।

    • @rameswardas9208
      @rameswardas9208 Месяц назад +2

      Xosa kotha koise.

    • @brojenkhargharia15
      @brojenkhargharia15 Месяц назад

      Hare pondet konoba ajon manuhor karona anusthan ate dae nohoe lokhe lokhe vokotok opoman nokorebo konobae baya kam koresa tak rajohuya koresa ke baya kam koresa bake bohuto bhormeo anosthan ame dakheso lokoye rakha aponar jode sahos asa podadhekaror osoroloe jabo boge ahebo logota apone torko korebo parebo

  • @JitenMedhi-pq2dt
    @JitenMedhi-pq2dt Месяц назад +5

    বাবুল বৰা বাপে অকলে বেয়া কাম কৰিব নোৱাৰে । নিৰপেক্ষ অনুসন্ধানৰ প্ৰয়োজন আছে

  • @probingogoi9774
    @probingogoi9774 Месяц назад +14

    এই বাপ সকল ভদ্ৰ ডকাইতৰ দল। কিয়নো বৰমূৰীয়া সকলে প্ৰাথমিক সঙ্গী সকলৰ মূৰত কঠাল ভাঙি খাই। এতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰিছে। বাবুল বৰাই শঙ্কৰদেৱ সঙ্ঘৰ বাকী সকলোকে শিয়ালৰ দল হেন জ্ঞান কৰি ৰাজত্ব কৰিছিল নেকি? সঙ্গী সকলে অনুধাৱন কৰি চাবচোন।

  • @user-el8jr9um7p
    @user-el8jr9um7p Месяц назад +5

    শঙ্কৰদেৱ সংঘৰ মূলৰ অধিবেশন ২ বছৰৰ অন্তৰত পাতিলে অনুষ্ঠান প্ৰতি ভকত বেছি আকৰ্ষিত হ'ব কৃষ্ণ ৰাম।

  • @hiranyabora9936
    @hiranyabora9936 Месяц назад +4

    আহি থকা প্ৰজন্ম সকল সচেতন হওক। দুষ্ট শক্তিৰ বিৰুদ্ধে মাত মাতক,

  • @pronabsaikia9125
    @pronabsaikia9125 Месяц назад +4

    আমি জানিব পৰাৰো যে শ্ৰী মন্ত বিশ্ববিদ্যালয়লৈ পুঁজি আহে চৰকাৰৰ পৰা, অধ্যয়নৰত ছাত্ৰ -ছাত্ৰীৰ পৰা, বাৰ্ষিক বৰঙণিৰ পৰা,স্ব,-ইচ্ছাই দিয়া দান , লটাৰীৰ পৰা আৰু প্ৰতি গৃহস্থীয়ে দিনে এটাকৈ দিয়া টকাৰে সংগ্ৰহ হয়। উক্ত টকাৰ হিচাপত হোৱা কেলেংকাৰী সঁচাই দূৰ্ভাগ্যজনক।
    ভগৱানে ভক্তৰ কষ্ট‌উপাৰ্জিত ধন হৰণ ভগন হোৱাতো কেতিয়াও সহ্য নকৰে।
    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏

  • @parashmonisaikia4503
    @parashmonisaikia4503 Месяц назад +4

    সংঘৰ অনুষ্টানতো প্ৰকৃততে ধন কেন্দ্ৰিক অনুষ্টান , ধৰ্মক কেন্দ্ৰ কৰি ৰাইজৰ মুৰত মাধমাৰ সোধাইছে। অনাগত দিনত ধাৰমিক বৰ মুৰিয়া সকল সজাগ হবৰ হল।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Месяц назад

      অসমীয়া গাঁৱলীয়া মানুহক কাম বন এৰোৱাই ধৰ্মৰ নামত ধোদ কৰি পেলালে ,আনফালে মিঞাই গোটেই অসম দখল কৰিলেই ।

  • @amiyachetia2017
    @amiyachetia2017 Месяц назад +27

    বাবুল বৰা বাপ জনাই আনক এঘৰীয়া কৰি যি মানসিক কষ্ট দিছিল,তাৰ পৰিনাম হয়তো এয়া।এশ গৰু মাৰিলে বাঘৰো মনৰ।

    • @Kasturikakonwar
      @Kasturikakonwar Месяц назад

      Val koi sa ama ku bahut kast disil 😢😢

    • @NdDd-rz9qh
      @NdDd-rz9qh Месяц назад

      সেইটো তেঁওৰ নিজা সিধান্ত নাছিল । সংবিধান মতে এঘৰীয়া কৰিছিল চাগে

    • @AmiKhatiAxomiya
      @AmiKhatiAxomiya Месяц назад

      @@amiyachetia2017 এখেত তাৰমানে মাগুৰহে।বাপ ৰে বাপ কম নহয় কিন্তু এখেত ।

    • @hemantaborgohain4493
      @hemantaborgohain4493 21 день назад

      ​@@NdDd-rz9qhশংকৰদেৱে কেতিয়া সংবিধান লিখিলে অ' ?

  • @debakantasaikia1937
    @debakantasaikia1937 Месяц назад +3

    কৃষ্ণ বাবুল বৰা বাপজনক দেখিলেই গম পোৱা যায় ভাল নে বেয়া । প্ৰকৃততে মানুহ জনৰ মনটো খাৰাপ ।

  • @rameshbonia
    @rameshbonia Месяц назад +4

    বিষয় টো তথ্য সহকাৰে আলোচনা কৰাটো আমি বিছাৰো ।কৃষ্ণ 🙏🙏🙏

  • @BipulBaruah-dy1jg
    @BipulBaruah-dy1jg 5 часов назад

    কৃষ্ণ ,, সত্যই হৈছে ধৰ্ম । ধৰ্মই হৈছে সত্য ।

  • @purnahazarika6665
    @purnahazarika6665 26 дней назад

    Very good, jai sriram

  • @pranabgogoi7413
    @pranabgogoi7413 Месяц назад +6

    আপোনী ধুৱা তুলশি পাত নহয় বি জে পিত যোগ কেতিয়া দিব সেইতুহে জনাব সোনকালে

  • @trishnasaikia8788
    @trishnasaikia8788 Месяц назад +3

    চোৰক বাপ কব নাপায়।😢টকা হিচাব কৰি উলিয়াই দিয়া ।বগৰী ভক্ত।

  • @RatulGayon
    @RatulGayon Месяц назад +7

    কৃষ্ণ জয় গুৰু শংকৰ ।বাবুল বৰা বাপৰ কথাটোক লৈ অনাশংঘৰ ব্যক্তি সকলে ইমান হৈ চৈ কৰি কোনো মতামত আগবঢ়াই মনৰ ক্ষোভ পুৰাবলৈ চেস্থা নকৰাই ভাল ! কাৰণ বিষয়টো বৰ্তমান বিছাৰ ছলিআছে ।এই বিষয়টো সম্পূণ শংঘৰ নিজা বিষয় ।কৃষ্ণ কৃষ্ণ । অপৰাধ মাৰ্জনা কৰিব ।

    • @krishmipatar206
      @krishmipatar206 Месяц назад +1

      হয় দেই..👍🤘

    • @Damodar-q7c
      @Damodar-q7c Месяц назад

      Right bap Krishna

    • @prosantatamuli6638
      @prosantatamuli6638 Месяц назад

      100%

    • @bishnuan4026
      @bishnuan4026 Месяц назад

      Hoi hoi

    • @hemantaborgohain4493
      @hemantaborgohain4493 21 день назад

      শংকৰ সংঘ এতিয়া ধৰ্মীয় অনুস্থান নামতহে, আজিকালি ই ধন ঘটাৰ অনুস্থান হৈছেগৈ । বৰ ধুনীয়া ভাওনা কৰে দেই ।

  • @dilipkakoti173
    @dilipkakoti173 Месяц назад +2

    বাবুল বৰাই আইনৰ কাষ চাপিব আইনৰ আওতালৈ আহিলেই কোন সত্য কোন অসত্য গাখীৰ আৰু পানী ৰ হিচাপ জল জল পট পট কৈ ওলাই পৰিব।__কৃষ্ণ ।

  • @kalpanahazarika7631
    @kalpanahazarika7631 Месяц назад +6

    এইবোৰ ষড়যন্ত্ৰ।ভাল কাম কৰিলে এনে কৰেই ঈশ্বৰে সঁচা কথা দেখুৱাব। কৃষ্ণ কৃষ্ণ প্ৰণাম

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Месяц назад +2

    ধৰ্ম প্ৰচাৰৰ দায়িত্ব কিন্তু ধন লাগে, সাহিত্য কৰে এচামে তাতো ধনৰ খেলি মেলি লগায়,হায় শেষত ৰাজনীতি ৰক্ষা পাবলৈ এয়াই সত্য

  • @padmeshwargogoigogoi6790
    @padmeshwargogoigogoi6790 Месяц назад +3

    এইবিলাক নীলা শিয়াল । সমযত মূখা আঁৰৰ মূখ বাহিৰ হ'ব

  • @bijukhatowal9575
    @bijukhatowal9575 Месяц назад +1

    উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় অনুষ্ঠান বুলি নকব কাৰণ গুৰুজনাই এই বিলাক আদৰ্শ দি যোৱা নাই । গুৰুজনাৰ নামত এই বিলাক কি লুটপাত চলি আছে । কাৰণ আমাৰ দুখ লাগে । কাৰণ আমিও গুৰুজনাৰ ভক্ত ।জয় গুৰু শংকৰ ।

  • @arpananeog5134
    @arpananeog5134 Месяц назад +1

    নিৰপেক্ষ বিচাৰ কৰিলে উচিত। হয় কৃষ্ণ

  • @ratanchutia4248
    @ratanchutia4248 Месяц назад +2

    Kori se korise , Babul bora 3 class

  • @kamalchbordoloi5093
    @kamalchbordoloi5093 Месяц назад +3

    মূল সমিতিৰ সিদ্ধান্ত একেবাৰে ভূল। কাৰণ এই সিদ্ধান্ত একপক্ষীয়। মূল সমিতিৰ সদস্য সকলে সঙ্ঘৰ গোপনীয়তা কিয় ৰক্ষা নকৰি বিষয় টো ৰাজহুৱা কৰিলে? এই টো সাংবিধানিক ভাবে গোপনীয়তা ৰক্ষা নকৰাসকলৰ ব্যৱস্থা কি হ'ব? এই কথা জানিব বিচাৰো সঙ্ঘৰ সম্পাদক কুশল ঠাকুৰীয়া বাপৰ পৰা।

    • @drmahananda8547
      @drmahananda8547 Месяц назад

      Dharnar namot guponiyata kiyo rakhibo lage.Gurujonai tumalukar hangbidhan bonaisil neki.

    • @kamalchbordoloi5093
      @kamalchbordoloi5093 Месяц назад

      শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অনুষ্ঠান। অনুষ্ঠান ৰ সংবিধান থাকে। গুৰুজনাই কোনো সংবিধান ৰচনা কৰা নাই। কথা খিনি বুজি লৈ ৰিপলাই দিৱ।

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm Месяц назад +1

    Good,news

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 Месяц назад +2

    "Money can't buy happiness, but it can definitely buy a lot of sadness."
    "টকাই সুখ কিনিব নোৱাৰে, কিন্তু ই নিশ্চিতভাৱে বহুত দুখ কিনিব পাৰে।"
    "पैसा ख़ुशियाँ नहीं खरीद सकता, लेकिन बहुत सारा दुःख ज़रूर खरीद सकता है।"

  • @anilgoswami2238
    @anilgoswami2238 Месяц назад +2

    প্ৰাক্তন প্ৰধান সম্পাদক অভিযুক্ত বাবুল বৰাৰ লগত নিশ্চয় আৰু কিছু উচ্চ পদস্হ ব্যক্তি এই দুৰ্নীতিৰ চক্র ত জৰিত আছে ! 6:07

    • @tonurambora7305
      @tonurambora7305 Месяц назад

      Mul songoi bisoitu rajohua koribo nalagisil àmi bohut laj paisu

  • @SewaliRinku-dj8pe
    @SewaliRinku-dj8pe Месяц назад

    কথা বৰ বৰ বাপজনাৰ এয়াই হোল।প্ৰকৃত পৰিছয়। আপুনাৰ এই কেলেংকাৰিৰ কথা আগৰ পৰাই শুনি আছিলু।কথাতু তাৰমানে সছা।বাপ আপুনাৰ মুখত এটা পেটত এটা।কৃষ্ণ বাপ আপুনি জদি শ্ৰীমন্ত শঙ্কৰদেৱ শংঘৰ প্ৰকৃত সংগী হয় ।আপুনি এজন শুদ্ধ অন্তৰৰ শুদ্ধ ভকত হবলৈ শিকক ।গুৰুজনাৰ ধৰ্মতুৰ বদনাম নানিব।এনেকুৱা ভকত আৰু বহুত আছে ।আপুনি জিমান জি নকৰিলেও ।নকলেও এতিয়া আপুনি কিমান সছা কিমান মিছা।বাপ আই সকলে ছব বুজি পালে।এনেকুৱা ভকত আছে জদি শ্ৰীমন্ত শঙ্খৰদেৱ সংঘত শুধৰনি হওক তাৰকাৰণে সেৱা ধৰিছু কৃষ্ণ।জিভাখন বেছি দিঘল হলে ।ওপৰৰ পৰা তলত সৰি পৰিবলৈ বেছি সময় নেলাগে।জি কেইদিন জিয়াই থাকে প্ৰকৃত মানুহ হৈ জিয়াই থাকক।কৃষ্ণ জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏।

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад +3

    উঠি ৰজা বহি ৰজা হৈছিল |

  • @dipankarsaikia8272
    @dipankarsaikia8272 Месяц назад +5

    Bamuniya ghrat tamul khaleu Sankar sangharpora uliai d a....tenehole eman Toka khale Sankar sanghar pora kio nulabo haaaa

  • @user-cw3bt1mp8z
    @user-cw3bt1mp8z Месяц назад +2

    Sanga manuhe bamuniya ghrat tulani bia amdali tale par nahoi kintu ghrat gahari mansh sahrut bani kahai ai bilak ki niam sanga manuhar

  • @debajanibaruah3105
    @debajanibaruah3105 Месяц назад +9

    আটাইত কৈ যি ধৰ্মক শ্ৰেস্ঠ ধৰ্ম বুলি কোৱা হয় সেই ধৰ্মৰ ওপৰত কলংক সানিলে বৰাই ।গুৰুজনাৰ যি আদৰ্শ ৰীতি নীতি সকলো অপমান কৰা হৈছে ।শুনিবও বেয়া লাগিচে।কৃষ্ঞ ।বৰাই যিয়ে নকওক এখন ইমান ডাঙৰ সমাজ ইমান ডাঙৰ অনুস্ঠানে কেতিয়াও মিচা কব নোৱাৰে ।

  • @user-sp7ec1fb4s
    @user-sp7ec1fb4s Месяц назад

    আমি এই মহাপুৰুষীয়া বৃহৎ অনুষ্ঠান ভাগৰ অৰ্ধ সইত বাতৰি,দুখজনক,অতএৱঃ নামঘোষাত উল্লেখ থকা ৫৩নং কোটৰ প্ৰায় ধৰ্মীয় অনুষ্ঠানলৈ মাধৱ দেৱ ভৱিষ্যত বাণী...৪০০ বছৰ আগৰ... কৃষ্ণ ,জয় গুৰু শংকৰ

  • @padmapaninath
    @padmapaninath Месяц назад +3

    একালৰ বৃন্দাবন------একালত পৰে চন---

  • @mahendramohangogoi2959
    @mahendramohangogoi2959 Месяц назад +1

    ১৯৩০ চনত গঠিত সঙ্ঘ কেনেকৈ শতবৰ্ষ গৰকা হ’ল?

  • @pravachutia931
    @pravachutia931 Месяц назад +1

    ভাল কামত সন্মান নাপায় । ধৰ্ম কৰিছেনে টকাৰ লোভ হৈছে ।ভক্ত প্ৰাণ ৰাইজে বিষয়টো আলোচনাৰ মাধ্যমৰ যোগেদি সামাধান কৰিব পাৰে দেখুন ।

  • @nipenbora1261
    @nipenbora1261 Месяц назад +1

    ভকতে ভকতে মকামিলাহক এই কামনা বেয়ালে নজাব আমি দুখপাম

  • @munindragogoi5324
    @munindragogoi5324 Месяц назад +1

    নাপাই,ইহৰ সংসাৰত আমি থাকিম কেইদিন । আমি শ্ৰদ্ধাৰ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰভুসমস্ত মাজত এয়া কিহৰ লীলা ?

  • @user-pu6ml2gm5q
    @user-pu6ml2gm5q Месяц назад +3

    বৰা বাপ আপুনি জানি শুনি হে আদালতৰ কাষ চাপিবৰ বিঢাৰিছে ।
    পিথিবীৰ ভিতৰত আটাইতকৈ মিছা কথা কোৱা হয় আদালতত আৰু আটাইতকৈ সছা কথা কোৱা হয় মদৰ গলীত । কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @mrnipadutta6598
    @mrnipadutta6598 Месяц назад

    সৰ্বোতম সুন্দৰ সিধান্ত

  • @bilahkonwar5865
    @bilahkonwar5865 Месяц назад

    ববুল বৰাই দায়িত্ব পালন কৰিবলৈ লাগিব বুলি কথা নাই দায়িত্ব এৰিবলৈ পালে ভাল পাব লাগে লওভইয়আ বাট দিয়া দায়িত্ব

  • @horengogoitenpurgolaghat3703
    @horengogoitenpurgolaghat3703 Месяц назад +1

    এতিয়ালৈ বৰা দেৱ অপেক্ষা কৰিবই নালাগিছিল কোন কোন জৰিত বকি দিয়ক

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Месяц назад

    অভাব এদিন দূৰ হব নিশ্চয়ই, কিন্তু স্বভাব কোনো দিনে দূৰ নহয়৷ কাৰণ ই হৈছে জন্ম গত অধিকাৰ। যিয়েই নহওক ইয়াৰ বাবে অকল বাবুল বৰাই দোষী নহয়৷ এয়া ইমান প্রচাৰ হব নালাগিছিল,কাৰণ এইটো সম্পূৰ্ণৰূপে আয়্ধাত্মিক অনুষ্ঠান।

  • @axomjintugamer7568
    @axomjintugamer7568 Месяц назад +5

    অতি ভক্তি চোৰৰ লক্ষণ

  • @Santannu
    @Santannu Месяц назад +1

    বেছেৰা বাবুল!!
    এতিয়া ইয়াৰ না 'ঘৰ কা না ঘাট কা ' অৱস্থা হ'লগৈ 😂😂😂।
    ই বেটাই এতিয়া কাক বহিষ্কাৰ কৰিব ? নিজেই খেদা খালে 😅

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR Месяц назад +1

    বাবুল বৰা মানুহ জনৰ কথা বতৰা বহোত আগৰ পৰাই শুনিচো , কিন্ত মানুহ জন সন্দেহ জনক যেন অনুভৱ লাগিছিল ।আজি হেইটোৱে প্ৰমাণ হল ।

  • @babulsaikia3847
    @babulsaikia3847 25 дней назад

    বা বুল, বাপ, আমি, আছো

  • @nabakumardeka1461
    @nabakumardeka1461 Месяц назад

    ভালে হৈছে

  • @amiyabaruah3534
    @amiyabaruah3534 Месяц назад

    কৃষ্ণ কৃষ্ণ নেপায় ।

  • @mukundamadhabborah3681
    @mukundamadhabborah3681 Месяц назад

    Babul bora bapjone ,sankardav honghk bosor darbart patistha korile, Ami aru kasto koribo nalage,

  • @pranabhazarika3408
    @pranabhazarika3408 Месяц назад

    সত্য সদায় জয়

  • @user-pt6sw1kw8m
    @user-pt6sw1kw8m Месяц назад

    Not only Babul Bora All high profile Leder Babul bora

  • @devdas8542
    @devdas8542 Месяц назад +7

    ইয়াক অসমৰ পৰাই বাহিৰ কৰিব লাগিছিল... ভূল কৰিলে সংঘৰ সমিতিয়ে....😮😮

    • @user-qy3te1uo6u
      @user-qy3te1uo6u Месяц назад

      কিয়, আপোনাৰ জীয়াই থকাত কিবা ক্ষতি কৰিলে নেকি?

  • @DDFLUTE
    @DDFLUTE Месяц назад

    অৱশ্যে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই শতবৰ্ষ গৰকা নাই বাতৰিত কোৱাৰ দৰে ৷

  • @user-nn3tl9nz8j
    @user-nn3tl9nz8j Месяц назад

    Luvai pap papai .........Krishna.

  • @user-ue7es5jg6l
    @user-ue7es5jg6l Месяц назад +1

    Junei nohauk university namot xonghor poti ghor xongir pora 100 bosori loi ami di asu 400000×100=40000000 toka bosari without government joma hoi. University namot ki dorkar poti ghor manuhor pora poisa lua private university khula hoise student poisare solalei hol

    • @krishmipatar206
      @krishmipatar206 Месяц назад

      Um hoi ki dorkar proti bsore proti ghor Manuhor pora poisa lbloi..?😡😡

  • @madhuryasaikia4036
    @madhuryasaikia4036 Месяц назад

    Aijon ajon moha dhurto manuh...honkor honghok poisa pati dia bondho koribo lage...Babul bora hompurno bohiskar hobo lage..

  • @rinagogoi4345
    @rinagogoi4345 Месяц назад +1

    Bora deve jimaan tetuu falile u kune u mani noloy.Teu niijo k Gurujona Sri monto Shankardev buli vabe.Dhuwa tulokhir paat nohoy.40lakhs vokote misa nokoy.krishna,ki. J hunisu.

  • @prabhatdutta2067
    @prabhatdutta2067 Месяц назад

    Bora bape nitsoi bhul kora nai

  • @mahimaranjan3420
    @mahimaranjan3420 Месяц назад +1

    পাপ কৰিলে এদিন পৰাচিত হ'বলগীয়া হয়েই ! ইয়াৰ মতামত আৰু কিডাল লবলৈ আছে নো !

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Месяц назад +1

    অতি লূভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। অতি ভক্তি চোৰৰ লক্ষণ।

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Месяц назад +2

    সকলোকে কৃষ্ণই শুমতি দিয়ক 2:26 2:28

  • @hiranyabora9936
    @hiranyabora9936 Месяц назад +1

    কৃষ্ণ, অকল বাবুল বৰা বাপেই নে?

  • @JayantaDhing-py2to
    @JayantaDhing-py2to Месяц назад

    শঙকৰ দেবস ঙঘক
    বদনাম
    কৰিবলৈ
    এইসৰজনট্

  • @ratanchutia4248
    @ratanchutia4248 Месяц назад +1

    Babul bora bape mod khai kotha koi ase

  • @brojenkhargharia15
    @brojenkhargharia15 Месяц назад

    Ae sanal belaka babul borar mota mot loe lav nae songhor ge sedhento hobo tak jonabo kortot babu bora keo jabo laga jode takhat prketo vokt hoe kortot tka delae hoe gol karon babul borar saga toka mojot asa dam kayar

  • @lakhinandanchetia3494
    @lakhinandanchetia3494 Месяц назад +2

    বৰাদেৱৰ পাখি কাটি ভাল কাম কৰিছে ।

  • @sacindradeka8192
    @sacindradeka8192 Месяц назад

    শঙ্কৰসঙ্ঘত ৰাজনীতি চলে,ৰবি চলে।

  • @bharatibora168
    @bharatibora168 Месяц назад

    Babul.bora.year.agtu.taur.bisuai.bahute.abhijuge.acha

  • @krishnagogoi1657
    @krishnagogoi1657 Месяц назад

    জুই জ্বলালেহে ধোঁৱা ওলাই দেই | সংঘই যি পদক্ষেপ ললে ভালেই কৰিলে |

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 Месяц назад +1

    নিজৰ নাক কটা যোৱা কথা ৷

  • @lakheswarborah3046
    @lakheswarborah3046 Месяц назад

    বাবুল বৰাৰ অভিযোগৰ কৈফিৎবোৰ আমাৰ শুনাৰ প্ৰয়োজনবোধ নকৰোঁ । বোধহয় অনুসন্ধান কমিতিয়ে বিচাৰ বিবেচনা কৰি আৰু তেওঁৰ ভাষ্য লৈহে ৰায় ঘোষণা কৰিছে । গতিকে তেওঁৰ মতামত এই চেনেলে আমাক শুনোৱাৰ পৰিবৰ্তে সংঘৰ ৰায়ৰ সবিশেষ খিনিহে জনাব লাগিছিল বুলি ভাৱোঁ । কাৰণ বৰ্হিকৃত বাবুল বৰাৰ ভাষ্য শুনি আমি কোনো মতামত দিব পৰা নেযায় আৰু দোষীয়ে সদায় দোষৰ পৰা সাৰিব বিচাৰিহে ভাষ্য প্ৰদান কৰে ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Месяц назад +2

    কিছুমানে নিজকে বৰ ভক্তপ্ৰাণ বুলি নিজকে পৰিচয় দিব বিচাৰে।ধৰ্মীয় প্ৰবচনত আছে জীৱ"হত্যা মহাপাপ।বচনটো আপাতত ভুল। বুদ্ধদেবৰ মতে অনাহকত জীবহত্যা নকৰিবা ।এইটোহে শুদ্ধ।আমাৰ"খাদ্যবোৰ জীবৰ পৰাই উৎপন্ন।ভাত;শাক;ৰুটি এইবোৰ জীব নাছিল নেকি?শাস্ত্ৰ ও বিজ্ঞানৰ দৃষ্টি"কোণৰ পৰা জীবই জীবৰ ওপৰত নিৰ্ভৰশীল। জীবৰ সহায় নললে বা"জীবৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কোনো বৰ্তি থাকিব নোৱাৰে।শংকৰ সংঘত এটাই ভুল পাও কুকুৰা;গাহৰি এইবোৰ পুহিব"নাপায়।পুহিলে এঘৰীয়া হব"লাগে।অনাশংকৰী ঘৰত সকাম নিকাম"খাব"নালাগে।এইবোৰ"সমস্তই ভুল"ব্যাখ্যা।এইবোৰে আমাৰ"জীবনত একো কামত নাহে। আনক জ্ঞান দিয়াতো সহজ; নিজে পালন কৰাটো বৰ টান কাম। লোভ;মোহ;কাম;ক্ৰোধ এই কেইটা আমি এৰিব"পাৰিছো নে নাই? সত্য ;শৌচ;দয়া; ক্ষমা এই কেইটা গুণ আমাৰ"আছে নাই নিজে ভাবি"চাইছোনে"নাই।অকল কৃষ্ণ"কৃষ্ণ শব্দ উচ্ছাৰণ কৰিলেই আমাৰ"ভকতি নহয়।লোভ দমন কৰিব নোৱাৰি আমাৰ বাবুল"বৰা বাপজনা কলংকত পৰিল।এই কলংক আপুনি জীবনত মচিব নোৱাৰে।ইয়াকে কয় অতি ভক্তি চোৰৰ লক্ষণ। অকল"আপুনিয়েই নহয় আপোনাৰ দৰে"আপোনালোকৰ"সংঘত আৰু ওলাব। অকল শংকৰ সংঘতে নহয় অনাসংঘৰী বা"অন্য"ধৰ্মতো ঢেৰ ওলাব।ঈশ্বৰ"ভক্ত হবলৈ"ঢেৰ"ধৰ্ম গাব নালাগে নেগালেও হয়"যদি ঈশ্বৰত বিশ্বাস আছে। লোভ;মোহ;কাম ক্ৰোধ যদি এৰিবই পৰা"নাই তেতিয়া ধৰ্ম"গাইছো বুলি কলেও একো কামত নাহে। সেয়ে মই কোটিৰ ভিতৰত গুটি।অৰ্থাত এক কোটিৰ"ভিতৰত এজন হে ভাল"মানুহ"আছে।সেইজনক ধৰিবও নোৱাৰে;চিনাকিও নিদিয়ে ময়েই"বুলি। আৰু"সেইজনক লগ পাবলৈ ভাগ্যও লাগিব।লগ পালে"অলপ"হলে ও"পাপ ক্ষয় হব বুলি শাস্ত্ৰই উল্লেখ কৰিছে(পুৰাণ চাওক)।

    • @mohendradas1757
      @mohendradas1757 Месяц назад

      আপুনি লিখিছে যে আপুনি হেনো কোটিৰ ভিতৰত গুটি । কি গুটি আপুনি? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে কেনেদৰে জড়িত আপুনি ? বহু কেইটা ৰাজনৈতিক দল, ৰাইজৰ ধনৰ শ্ৰাদ্ধ পাতি চৰকাৰে সৃষ্টি কৰা এজাক ১৫০০/- টকীয়া দন্দুৰা মূৰ্খৰ দল,কিছুমান অকৰ্মন্য পৰ্টেল নিউজ চেনেল, কিছুমান অবিবেচক অন্যান্য ধৰ্মীয় হিংসুক ব্যক্তিয়ে সময়ে সময়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰুৱা কথাৰ খুত ওলিয়াই দীঘলীয়া বিতৰ্কৰ পাতনি মেলিবলৈ বিছাৰে । আপুনিও সেইবিধৰে নেকি ?বাটৰ কচু গাত ঘঁহি আনৰ ধৰ্মৰ ভিতৰোৱা কথাত অনধিকাৰ মাত মাতি মূৰ্খৰ দৰে দীঘলীয়া ৰচনা লিখাৰ প্ৰয়োজন কি ? বাবুল বৰাই আপোনাৰ পৰা কিমান টকা মাৰিলে? অন্যান্য ধৰ্মীয় ,পন্হীয়, ৰাজনৈতিক, সামাজিক সংগঠন সমূহৰ ভিতৰতো এনে বিতৰ্কৰ সৃষ্টি হয়, তেতিয়াটো আপোনাক ৰচনা লিখা দেখা পোৱা নাই ।

  • @bipulborah1718
    @bipulborah1718 Месяц назад +2

    গুৰু জনাৰ নামৰ আহিলাৰে ধৰ্মৰ নামত কেলেংকাৰী কৰা নৰাধম ব্যক্তিক বহিস্কাৰ কৰাই নহয় এঘৰীয়া কৰিব লাগে। বেলেগক জড়িত কৰিবলৈ বৃথা প্ৰচেষ্টা কিয়?

  • @uddipnath753
    @uddipnath753 Месяц назад +1

    Nomu nomu parijat. Kukure seleke barhi gaat

  • @bubulboruah6267
    @bubulboruah6267 Месяц назад

    লাতএটা দি ওলাই দিব লাগিছিল ৷

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 23 дня назад

    বাবুল বৰাwas the most wicked man.

  • @jadabbaruah9604
    @jadabbaruah9604 Месяц назад

    ভাল মানুহে লোকৰ দোষ দেখাৰ আগতে নিজৰ দোষ দেখে।

  • @bimanchutia4362
    @bimanchutia4362 Месяц назад +1

    সিংহ জালত পৰিল।

  • @DhareswarKalita-xk8ud
    @DhareswarKalita-xk8ud Месяц назад

    Sankara Sangh now going to !business in the name Dharma

  • @binitaborah305
    @binitaborah305 Месяц назад +3

    দুখিয়াক মাৰি খালে একুৱাই হয়

  • @MilanBordoloi-ss7wr
    @MilanBordoloi-ss7wr Месяц назад

    Ok val hol

  • @RatulGayon
    @RatulGayon Месяц назад +2

    বাবুল বৰাই নিজে কাকো এঘৰীয়া কৰাৰ শক্তী নাই যিকৰিব শ্ৰীমন্ত শংকৰ দেৱ শংঘৰ সংবিধানে কৰিব । এই কথা ভুলকৈ ভাবিছে ।কৃষ্ণ ।

  • @nonichutia3034
    @nonichutia3034 Месяц назад

    তাৰ পাৰ্থমিক তে ৭খন ৮খন কৰিলে চেই২লেই

  • @user-gj6nw2qu1e
    @user-gj6nw2qu1e Месяц назад

    Apuni janyny kiman kostory toka joma kori pothai.

  • @bigboss.3213
    @bigboss.3213 Месяц назад +1

    বাবুল বুলা তোক কিন্তু দেখাতেই কিবা টকা খোৱা খকুৱা যেন লাগে।

  • @nehasaikia16
    @nehasaikia16 Месяц назад +2

    শ্ৰী মন্ত শংকৰ দেৱ সংঘত মইমতালী নচলে।

  • @user-jc3jv7nh1p
    @user-jc3jv7nh1p Месяц назад +1

    Bidurvai 2lakh toka keneke tur account t humale Heitu ko

  • @padumborapadum7462
    @padumborapadum7462 Месяц назад

    Luvai pap papai ai bap

  • @user-gj6nw2qu1e
    @user-gj6nw2qu1e Месяц назад

    Ami apuner baby toka pothuwa ni.bisobidyloiloi pothaisu.

  • @monalishasaiki7842
    @monalishasaiki7842 Месяц назад

    Iman poriskar gorakir gat ki seka lagil

  • @assambasanta1120
    @assambasanta1120 Месяц назад

    ইমান দেৰিকে যে😊

  • @mahendradas5954
    @mahendradas5954 Месяц назад

    Bahut. Din. Agatei. Karib. Llagisil

  • @debendas1413
    @debendas1413 Месяц назад

    Krishna..bap.samast.ai.bar.r.para.ami.nabi.karan.diyia.nahbo.karan.ai.vandami.baror..karane.darkar.hale.joy.guru.krishnaguri.mati.ase.sala.ai.bilak.sankar.sangh.r.namat.bepar.ñabikarnar.taka
    Bilala.khai
    Pet.vara.nai.dharma.rakhim.kintu.katha.namano

  • @prabinborah9133
    @prabinborah9133 Месяц назад

    তেতিয়া হলে এইতো শিয়াল আছিল।

  • @ranjitsaikia8470
    @ranjitsaikia8470 28 дней назад

    Eaning less sonkor songho

  • @pranabbhuyan1100
    @pranabbhuyan1100 Месяц назад

    নিউজ পঢ়ক। কবিতা,আবৃত্তি চেনেল বেলেগ,

  • @madhuryasaikia4036
    @madhuryasaikia4036 Месяц назад

    Ee hajira koribo loga manuh..vl vl gari solabole poisa kot pai eee..sob ses korile eee sih sih..imn papi ohovya manuh bhogobane jate norokot sthan die..

  • @ratanchutia4248
    @ratanchutia4248 Месяц назад +1

    Babul bora maha papi,

  • @JunakiAssam-ig9qr
    @JunakiAssam-ig9qr Месяц назад

    Bapr sage aru 50 lakh man marib mn ase khaibabe bapr mn 2 bea. E schoollt ki pohai toka marib khikai sage......