How to learn English in Assamese Version 110 % Guaranty ইংৰাজী শিকাৰ |Spoken English Tips 4 Assamese

Поделиться
HTML-код
  • Опубликовано: 26 окт 2024

Комментарии • 1,9 тыс.

  • @harmohandas4668
    @harmohandas4668 5 лет назад +263

    হয় দাদা...আপুনি কোৱা গোটেই সিনি কথাই গুৰুত্ব পূৰ্ণ ! লেবেল দিবৰ কাৰণে ইংৰাজীৰ জ্ঞান নালাগে মোক দাদা, তাৰ কাৰণে আমাৰ মাতৃভাষাটোৱে যথেষ্ট বুলি মই ভাবো...
    কিন্তু তথাপি পৰিৱেশৰ লগত খাপ খাই সময়ৰ লগত খোজ মিলাবৰ বাবে বহু ক্ষেত্ৰত দৰকাৰ হৈ পৰে.....এই ইংৰাজীৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে ময়ো বহুবাৰ অসুবিধাৰ সন্মুসিন হৈছো আৰু বহু সুবিধা হেৰুৱাবলগীয়াও হৈছে ! অসমত বিশেষকৈ ইংৰাজীৰ ক্ষেত্ৰত manage কৰিব পৰা জ্ঞানসিনি থাকিলেও মই যথেষ্টবুলি ভাবো...
    গতিকে বহুত ভাল লাগিছে আপোনাৰ কথাসিনি শুনি আৰু বহুত উৎসাহিতও হৈছো,!! আশা ৰাখিছো আৰু advice পাম আপোনাৰ পৰা আগবাঢ়ি যোৱাত ইংৰাজী বিষয়টোৰ লগতে অন্যবোৰতো...ধন্যবাদ !!!

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад +7

      ধন্যবাদ. চাই থাকিব.

    • @ramilabasumatary6539
      @ramilabasumatary6539 5 лет назад +2

      dada bohut bohut dhonyobad aapunaloi..muru khub English xikiboloi essha dada..kintu aaponar lgt online ot kanakoi communication koribo parim? okoman jonale moi nothoy aanondito hom..

    • @modernindia8707
      @modernindia8707 5 лет назад +1

      নমস্কাৰ বন্ধুসকল…vlog চাই ভাল পোৱা লোকসকল মোৰো এটা vlogging channel আছে য'ত মই ভাল ভাল vlog আনো…এবাৰ check কৰিব…আৰু আজি এটা নতুন vlog দিছো চাই অত্যন্ত ভাল পাব…

    • @poligogoi4900
      @poligogoi4900 5 лет назад +1

      English and Assamese translate apps aeta Ter pora bhut English hekibo pari moi hai apps to pora bhut English kbo parisue

    • @harmohandas4668
      @harmohandas4668 5 лет назад

      @@poligogoi4900 thnks

  • @DBaruahMix
    @DBaruahMix 2 года назад +2

    vaal lgil

  • @boloramrabha8546
    @boloramrabha8546 5 лет назад +176

    Vedio টো ভাল লাগিল। ছাৰ Spoken english ৰ ওপৰত আকৌ vedio বনাব চোন। মোৰ লগতে বহুতৰে উপকাৰ কৰা হব।

  • @chandrakantahaloi8204
    @chandrakantahaloi8204 5 месяцев назад

    Thank you for inspiring how to learn English step to step.

  • @ashiqali7096
    @ashiqali7096 4 года назад +3

    Apur kotha bilak bhut vl lgyy

  • @BihuramMili-w9l
    @BihuramMili-w9l Месяц назад +1

    Thank you sir❤❤

  • @vickykashyap1242
    @vickykashyap1242 3 года назад +9

    🙏অনুগ্ৰহ কৰি মনোযোগ দি পঢ়িব🙏
    ১) আপুনি যদি ইংৰাজী ভাষাত ভাল দখল আনিব বিচাৰে, আপুনি যদি ইংৰাজী শুদ্ধকৈ ক'ব আৰু লিখিব বিচাৰে, আপোনাৰ যদি চাকৰি পোৱাত, পদোন্নতিত বা অন্য বিভিন্ন কামত একমাত্ৰ ভাল ইংৰাজী নজনাৰ কাৰণে সমস্যাৰ সন্মুখীন হব লগা হৈছে ।
    ২) আপুনি যদি নিজৰ মস্তিষ্কক অতি সবল আৰু স্মৃতি শক্তিক তীক্ষ্ণ কৰিব বিচাৰে ।
    মই এনে এজন বিশেষ শিক্ষক আৰু গৱেষকৰ সন্ধান পাইছো ( আৰু বৰ্তমান মইও তেখেতৰ পৰা শিকিবলৈ আৰম্ভ কৰিছো ) যিজনে বিদ্যালয়, মহাবিদ্যালয় নপঢ়াকৈয়ে নিজৰ জীৱনজোৰা স্ব-অধ্যয়ন, পৰিশ্ৰম আৰু স্মৃতি শক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষ্যম হৈছে । মোৰ এই শিক্ষকজনৰ সাফল্যৰ খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু আপুনি তেখেতক সম্ভৱতঃ চিনিও পাব পাৰে ; তেখেত হ'ল অসম সন্তান ইংৰাজী ভাষাৰ গৱেষক, শিক্ষক ও প্ৰশিক্ষক Ram Kumar Solomon Karky।
    এই বিশেষ শিক্ষকজনে নিজৰ অদম্য প্ৰচেষ্টাৰ বলত একেবাৰে শূণ্য পৰ্যায়ৰ পৰা ইংৰাজী শিকি শিকি ইমানেই ইংৰাজী ভাষাত গভীৰ দখল অৰ্জন কৰিলে আৰু ইংৰাজী শিকা আৰু স্মৃতি শক্তিৰ সঠিক ব্যৱহাৰ কৰাৰ এনে এক সহজ আৰু প্ৰভাৱশালী পদ্ধতি বিচাৰি উলিয়ালে যে যিকোনো ব্যক্তিয়ে মাত্ৰ কেইমাহমানৰ ভিতৰত অতি উন্নত মানদণ্ডৰ ইংৰাজী শিকিব আৰু সলসলীয়াকৈ কব পাৰে ।তেখেতৰ পৰা বৰ্তমান একেবাৰে কম পঢ়া-শুনা ব্যক্তিসকলৰ পৰা আৰম্ভ কৰি অতি উচ্চশিক্ষিত ব্যক্তিলৈকে (যেনে farmers, drivers, businessmen, housewives, Master's Degree, PhD, MPhil holders, teachers, doctors, advocates, job seekers, students, etc.) সকলোৱে শিকি আছে । তেখেতে IELTS, TOEFL আদি পৰীক্ষাৰ প্ৰশিক্ষনো দিয়ে ।
    তেখেত ইংৰাজী ভাষা আৰু স্মৃতি শক্তিৰ ওপৰত ইমানেই জ্ঞান আৰু দখল অৰ্জন কৰিছে যে এই বিষয় সমূহত ভাষণ দিবলৈ বিদেশী চৰকাৰ আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত তেখেত বিদেশত পাঠদানও কৰি আহিছে ।
    ইংৰাজী ভালকৈ শিকোৱা unique methods (Linguistic Automaticity System Programming - LASP)ৰ বাবে ২০১৯ বৰ্ষত তেখেতক ইংলেণ্ডৰ পৰা নিমন্ত্ৰণ পঠিয়াই আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে (Cambridge University) ইংলেণ্ডত তেখেতক ইংৰাজীৰ উচ্চস্তৰীয় বিশেষজ্ঞ হিচাপে সন্মান পত্ৰ প্ৰদান কৰে ।
    এই শিক্ষকজনে বিভিন্ন বঁটা আদি লাভ কৰাৰ উপৰিও বিশ্ব অভিলেখ গঢ়িবলৈও সক্ষম হৈছে ।
    সকলোতকৈ ভাল কথাটো হ'ল যে তেখেতে প্ৰথমে মাছুল নোলোৱাকৈ শিকায় । শিকি ভাল লাগিলেহে মাছুল দিব লাগে ।
    আপোনাৰ যদি বিশ্বস্তৰীয় বিদ্যালয়ত পঢ়া ব্যক্তিসকলৰ নিচিনা শুদ্ধ ইংৰাজী কোৱা আৰু শুদ্ধকৈ লিখাৰ প্ৰবল ইচ্ছা আৰু আকাংক্ষা আছে, তেন্তে আপুনি যোগাযোগ কৰিব পাৰে ।
    শিক্ষকজনৰ সহকৰ্মীৰ নম্বৰ: 9 4 3 5 6 8 7 4 0 4 / 9 9 5 4 3 7 5 2 1 8
    Master the correct English Language
    SPEAK & WRITE ENGLISH like a highly-educated person.

  • @tulsiboro3277
    @tulsiboro3277 5 лет назад +1

    Khub bhal video dada English bhakhao amar babe ati proyojoniy bhakha...dhanybad

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      fb page ot inbox korok jodi english khikibokhuje

  • @RahulRay-oh1xe
    @RahulRay-oh1xe 4 года назад +5

    thank you sir, i want to learn spoken English .Actualy I am weak in spoken English .I hope this video will very helpful for me.

  • @bhubandas2410
    @bhubandas2410 5 лет назад +2

    Thnk u so muchh.............Emn dine ajn vl frnd bisarrii asilu english kowar babe......Thnk u

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      yes yes mok fb page ot inbox koribo. kotha patim.

    • @bhubandas2410
      @bhubandas2410 5 лет назад

      @@YoYoAdviser Ok..Thnk u

  • @BB-lk5ub
    @BB-lk5ub 4 года назад +16

    বহুত বহুতেই সুন্দৰ নিদৰ্শন দাদা ।
    জয় আই অসম

  • @reenabaruah6707
    @reenabaruah6707 4 года назад

    বহুত ভাল লাগিল আপোনাৰ সুন্দৰকৈ বুজিব পৰা কথা বোৰ শুনি। বহুত ৰ সহায় হ'ব বুলি আশা কৰিলো। ইমান সহজ সৰল ভাবে বুজায়ছে আপুনি। ধন্যবাদ জনালো।

    • @YoYoAdviser
      @YoYoAdviser  4 года назад

      Welcome Reena. Keep watching.

  • @ranjangogoi9771
    @ranjangogoi9771 5 лет назад +6

    u r sharing very good ideas for our assamese brother n sister ...it will make ur hlp

  • @GreatGamingBiki
    @GreatGamingBiki 3 года назад +1

    Bohut val lagile sir videotu sai,English khikar akhare videotu salu aru try korim Joi ai axom

  • @northeastnewsky-919
    @northeastnewsky-919 2 года назад +3

    Good sir very very nice video ❤️

  • @jibonesnaidu4542
    @jibonesnaidu4542 2 года назад +2

    Video to val lagisa sir Apunar

  • @puspaladhikari5144
    @puspaladhikari5144 4 года назад +7

    You are right bro. .. Now I am also expert in English 😄😄

  • @mamonscreator9939
    @mamonscreator9939 5 лет назад +1

    বৰ গুৰুত্বপূৰ্ণ কথা ক'লে....বহুত ভাল লাগিল । আশাকৰো এনে ভিডিও আগলৈ পাই থাকিলে মোৰ লগতে আন বহুতেও উপকৃত হ'ব । আপোনাক অশেষ ধন্যবাদ জনালোঁ।

  • @amalborah9716
    @amalborah9716 5 лет назад +3

    দাদা RUclips প্ৰথম টো ভাল উপদেশ দিয়াৰ ভিডিঅ' চালোঁ। আপোনাৰ কথা বোৰে মোক বহুত উৎসাহ দিলে। মইও বহু আগ্ৰহী ইংৰাজী শিকিবলৈ। মোক সহায় কৰিব দাদা।।।

  • @akulcreations7819
    @akulcreations7819 4 года назад +1

    Jibonot bohut English grammar r video Sai su kintu apunar aiiii video tur pora ji hikilu .Baki video t. Koi bohut besi ke hikibo pari luuuu . THANK YOU so much

  • @nnz9346
    @nnz9346 5 лет назад +4

    Dada moi English khikar karon 2 hoise moi dekh bidekh ghuribo bisaru n appreciate u dada ❤️❤️❤️❤️.

    • @islamrafiqul09
      @islamrafiqul09 5 лет назад

      Yes ur thinking is matching with my thinking....Thank u very much brother to sharing this video....

  • @hrishigamerffmax6242
    @hrishigamerffmax6242 Год назад +1

    Bhut val lagil sir

  • @amorjyotisingh8724
    @amorjyotisingh8724 5 лет назад +6

    Dhonyobat Dada apuni kuwa kotha blk gurutopuno n against thnq ,,,,moi flow korim

  • @riikikashyap6322
    @riikikashyap6322 2 года назад +2

    Sir ভিদিওঁ‌ টো ভাল লাগিল । Sir Hindi ভাষাটোৰ ওপৰত এটি ভিদিওঁ‌ বনাৱ চোন Hindi ভাষাটো perfect কৈ বহুজন অসমিয়াই কব নাজনে আৰু বহুতে বুজি পাই কিন্তু কব নোৱাৰে

  • @Godezgaming
    @Godezgaming 5 лет назад +12

    Really
    .... I'm inspired by You

  • @SalmaKhatun-s5k
    @SalmaKhatun-s5k 7 месяцев назад +2

    হয় ছাৰ অসমীয়া ভাষা আমাৰ গৌৰৱ
    আমি অসমীয়া ভাষাক গুৰুত্ব দিয়া উচিত

  • @hafizurislam7
    @hafizurislam7 3 года назад +5

    You are really great dada, I heartily respect you in my soul

  • @NilaGogoi-wd6wh
    @NilaGogoi-wd6wh 7 месяцев назад +1

    Mur hosake hikibole mon goise bohut bhallagil😊

  • @deepdeep9324
    @deepdeep9324 5 лет назад +33

    First view.... And I'm impressed!!

  • @himakshidas5249
    @himakshidas5249 4 года назад

    Very good dada apunar kothakhinie mur antor sui goise.

  • @emprolken7082
    @emprolken7082 4 года назад +16

    How to learn assamese through english? I'm having a hard time learning Assamese. Please sir make a video about this

    • @Vardasvlog
      @Vardasvlog 3 года назад

      Da da pelese mur chenel 2 sabo aru subscribe kori dibo please mur photu 2 click Kora pai jabo please

    • @norenkhorai6080
      @norenkhorai6080 3 года назад

      @@Vardasvlog thank

  • @priyabratdas3996
    @priyabratdas3996 Год назад

    Your teaching methods is very nice.

  • @KansengShyam
    @KansengShyam 4 года назад +4

    Indeed helpful for many eager minds.😍

  • @bishnuhazong-dr3xq
    @bishnuhazong-dr3xq Год назад

    ধন্যবাদ দাদা, আপোনাৰ English শিকোৱাৰ বাবে।

  • @HD_tube01
    @HD_tube01 5 лет назад +6

    U deserve a like n appreciate ur work very much...thank u

  • @banjitaray639
    @banjitaray639 4 года назад

    Bht vl lagel dada apunar kotha bilak ,akebare mnr kotha koisa,

  • @pageoflife7578
    @pageoflife7578 3 года назад +4

    অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ছাৰ ❤️🙏🙏

  • @soontorakalita6232
    @soontorakalita6232 2 года назад

    বহুত ভাল লাগিল দাদা ভিদিঅটো চাই আজি প্ৰথম চাইছো আপোনাৰ ভিদিঅ।

  • @parismitavlog3599
    @parismitavlog3599 3 года назад +13

    ধন্যবাদ দাদা

  • @sarifulaslam971
    @sarifulaslam971 3 года назад

    Dhunia bosto disa bro.....monor major kotha koisa bro. ....thanks

  • @nironpegu4215
    @nironpegu4215 4 года назад +5

    Sir really heads off to you. You r great

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 2 года назад +2

    I am glad seeing your technic of learning english.

  • @majorjaihind3649
    @majorjaihind3649 5 лет назад +5

    Very important suggestions... Thank you very much dada...

  • @bipinsahu7464
    @bipinsahu7464 Год назад

    THANK YOU SO MUCH DADA বৰ ভাল লাগিল

  • @pranjalbarman2690
    @pranjalbarman2690 5 лет назад +3

    most inspiring...ভাল লাগিল কথাখিনি আপোনাৰ..

  • @trailokyarajbongshi3287
    @trailokyarajbongshi3287 3 года назад +1

    Apunr kotha2 bor val lagil dada

  • @digantabaruah5243
    @digantabaruah5243 5 лет назад +5

    Aoti xundar opudhekmulok kotha 🎙️ arhi opusthapon ♥️💯👍"

  • @yekupanshrri479
    @yekupanshrri479 3 года назад

    Oti hundur kota Excellent sir

  • @guljarhussain3471
    @guljarhussain3471 5 лет назад +5

    আপোনাৰ video বিলাক বহুত ভাল লাগে দাদা।
    আমাক ভাল উপদেশ দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ।

  • @dinanathnarah8397
    @dinanathnarah8397 5 месяцев назад

    ভাল লাগিল আপোনাৰ পৰামৰ্শ

  • @kalpanadevi6122
    @kalpanadevi6122 5 лет назад +4

    Video tu mor babe very important so Thankful

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      Welcome dear. Ag barhi jaok. Kiba help lagile facebook page ot muk inbox koribo.

  • @horiPator
    @horiPator 5 лет назад +1

    Bohut dhuniya bujala dada,

  • @Crafthouse008
    @Crafthouse008 5 лет назад +21

    Thanks for your understanding comments,,

  • @anchalicbeermahabhairabclu2519
    @anchalicbeermahabhairabclu2519 3 года назад

    বহুত ভাল লাগিল জানিবলগীয়া ভিডিঅ বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ।

  • @sunambordoloi9207
    @sunambordoloi9207 5 лет назад +6

    Thank you so much sir......

  • @momimomi4687
    @momimomi4687 4 года назад

    thank you so much bro apuni bahut val kotha koisa

  • @duttasapna7830
    @duttasapna7830 4 года назад +3

    Thank you sar

  • @bhrigudas3368
    @bhrigudas3368 5 лет назад +1

    Sir moi bohut sestha.korilu.kin2 pora ni moi knke agbrhi jaw.. English hikibole... Bohut proyojon hoise englis mor krn a

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      whats app group ot link diya ase.Tat click kori join korok

  • @rajendas8305
    @rajendas8305 5 лет назад +4

    বৰ সুন্দৰ সত্য উপস্থাপন,বহুত ধন্যবাদ

  • @baharulbaharul7827
    @baharulbaharul7827 3 года назад

    🙏Good job sir .bhut kotha janilo apunar pura

  • @jugalkishorsharma3464
    @jugalkishorsharma3464 5 лет назад +3

    Bohot atcha laga dakhe

  • @madhumitasaikia48
    @madhumitasaikia48 4 года назад

    Tq .sir bhut ktha janibo parilu apunr video2 sai .

  • @pegu3112
    @pegu3112 5 лет назад +7

    Being an Assamese medium student I learnt english only for talk with girls and to make a image in front of them. I hate to study grammar .it's just annoying and I never studied grammar though I can speak a little bit english and that's enough for me.

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      Good. Proud your mothertongue always.

  • @pankajlalrabha-uy5ne
    @pankajlalrabha-uy5ne Год назад

    Very good advice sir

  • @tiyan266
    @tiyan266 5 лет назад +5

    M also teaching my wife when i reached home after office . I love and finds the easiest way to learn english so the same way i want my wife also grabs some of them and makes her life simple.

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад +1

      very good step you are taking to teach your wife. Appreciated.

  • @rintupegu5778
    @rintupegu5778 Год назад

    Apunar kotha huni bhut val lagil sir

  • @helloassam7971
    @helloassam7971 5 лет назад +3

    Right sr

  • @itsofficialdiyahassamvlogs1761
    @itsofficialdiyahassamvlogs1761 2 года назад +1

    Tq Sooo much sir

  • @hiyareep8767
    @hiyareep8767 5 лет назад +6

    A good inspiring video

  • @jumidas7727
    @jumidas7727 4 года назад

    Bahut val lagil aponar Katha khuni ...

  • @pabitrapatgiri9970
    @pabitrapatgiri9970 5 лет назад +4

    ছাৰ মই আপোনাৰ লগত ইংৰাজীৰে কথা কোৱা শিখিম, আপুনি সহায় কৰিব।

  • @diyakakoti8731
    @diyakakoti8731 4 года назад

    Bhut val lagil sar aru video bonabo spoken englishr bixoa

    • @YoYoAdviser
      @YoYoAdviser  4 года назад

      Thanks Diya. Bohut keita bonoa ase. Sai lobo channel ot.

  • @Nrityangana6784
    @Nrityangana6784 5 лет назад +4

    thank you for this video😊

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      welcome dear

    • @Nrityangana6784
      @Nrityangana6784 5 лет назад

      cambly is a so good app.. again Thank you for this Advise😊

  • @bipuldutta5024
    @bipuldutta5024 5 лет назад

    Bohut bohut bhal lagil. Dhanyabad

  • @namitamedhi4302
    @namitamedhi4302 5 лет назад +7

    দাদা আপোনাৰ এই ভিডিঅ তো চাই বহুত ভাল লাগিল।

  • @tiyan266
    @tiyan266 5 лет назад +4

    I have an excellent example of a boy of our company who used to make tea for office staff and the passion of learning english brought him to do office job instead of making chai.....thats possible when he bought an android mobile and started exploring all functions wrote down english to hindi meaning in the copy ....as days passed by he learned more and more words and one day when boss observes his passion of leaning english he was been promoted to office with an increased salary....

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад +2

      Great. Can you please inbox me in my facebook page. I need to know about that guy. This will motivate our Assamese guys who wants to learn. Plz help.

    • @Hborah-r3t
      @Hborah-r3t Год назад

      Khup hundor kokaido

  • @tarzanramchiary6098
    @tarzanramchiary6098 2 года назад

    Thank you so much broader

  • @rajibkumarsarmah5335
    @rajibkumarsarmah5335 5 лет назад +19

    Bht val lagil dada. Kintu apuni bht comedy kre. Val lagil....🙏🙏

  • @assamk.kramdhenu3255
    @assamk.kramdhenu3255 5 лет назад

    Mor khosay val lagil aponar ktha khoni .plz assamt jiman dokan pohr ase sbote assamese vakhat binar lgab lage plz tar karne 1 video bnabane plz

  • @dolihazarika208
    @dolihazarika208 5 лет назад +5

    hoi sir mur heya gohon koribo bohut val lagil apunar pora. moi janibo logiya kotha pai moi bor hukhi.. 👍

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад +1

      Thanks Sis.

    • @dolihazarika208
      @dolihazarika208 5 лет назад +1

      beya napai jodi Sri muk olp hohai koribone jihetu apunar kotha bure muk aguyai nibo ....

  • @khagennath3266
    @khagennath3266 4 года назад +1

    Thanks dada moi video2 pora bohoto khotha khikilo

  • @trishnaboro6776
    @trishnaboro6776 5 лет назад +2

    Bht val kotha kle dada

  • @jayantarabha4077
    @jayantarabha4077 5 лет назад +30

    আমাৰ নিজৰ ভাষাটো আমি জানোৱে৷মোৰ মতে আমি নজনা ভাষাটোহে সিকিৱ লাগে৷নিজৰ ভাষাটো সদাইয়ে লগত থাকেই৷

    • @jamarb2912
      @jamarb2912 5 лет назад

      Exactly

    • @nikhitagogoi9587
      @nikhitagogoi9587 5 лет назад +1

      মই আপোনাৰ লগত একমত নহওঁ কাৰণ অসমৰ বহু মানুহৰ শুদ্ধ , সঠিক জ্ঞান নিজৰ ভাষাটোৰ ওপৰতে নায় ।

    • @dipanjolideka7610
      @dipanjolideka7610 4 года назад

      Moi Hindi najano Dada ata video dib son Dada .jate upokit hob Paro .janib bohut hepah kin2 pora nai

  • @phuleshwarikalita8018
    @phuleshwarikalita8018 5 лет назад +1

    ভাল লাগিল ।মোৰ ও ইংৰাজিত কথা পাতিবলৈ মন যায় । মই তো language টো শিকাৰ কাৰণে English movie ও চাও।

  • @dipjyotibaruah190
    @dipjyotibaruah190 4 года назад +3

    Lots of Bangladeshi living here.. but we proud of u...😃😃😃

  • @rumirabharabha6350
    @rumirabharabha6350 4 года назад

    Thank you so mas sir buhut val lagil

  • @gohain4545
    @gohain4545 5 лет назад +3

    nice vdo

  • @rajumoran2040
    @rajumoran2040 4 года назад +2

    Nice sir. It's really useful way to learn speak in English. Thanks for this video.

  • @abhijitthapa1228
    @abhijitthapa1228 5 лет назад +4

    You are 200% correct

  • @চুমিকলিতা
    @চুমিকলিতা 5 лет назад

    দাদা বঢ়িয়া…সুন্দৰ সুন্দৰ কথা ক'লে।বৰ ভাল লাগিল।একেবাৰে ঘৰুৱাভাৱে কথাখিনি কোৱাৰ বাবে আপুনি কোৱা কথাবোৰ বেছি মনত থাকিল।মোৰ লগতে বহুতো লোকেই এই ভিডিঅ'টো চাই উপকৃত হ'ব।এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' চাবলৈ আমি অপেক্ষাৰত…… 😊😊

    • @YoYoAdviser
      @YoYoAdviser  5 лет назад

      Hoi Sumi channel tu subscribe kori loba aru bell r button tu tipiba. Tetiya jikuno video direct pai jabo.

    • @চুমিকলিতা
      @চুমিকলিতা 5 лет назад

      @@YoYoAdviser ok dada😊

  • @axcelaxowing4092
    @axcelaxowing4092 5 лет назад +4

    Hoy apunak ahesh Dada 🙏🏽🙏🏽🙏🏽🙏🏽

  • @Assamtopgamingboy2
    @Assamtopgamingboy2 2 года назад +1

    Tq sir

  • @nirmalibardalai570
    @nirmalibardalai570 5 лет назад +6

    Nice video brother.inspired. Lot of Bangladeshi hahi morisu😂

  • @NJmorigaon
    @NJmorigaon 4 года назад

    Bhut Val lagil dada.........sesta kru kiba kibi he hoi Jai...

    • @YoYoAdviser
      @YoYoAdviser  4 года назад

      Sai thakibo sob thik hoi jabo

  • @nironpegu4215
    @nironpegu4215 4 года назад +4

    Sir u r my roll model

  • @Assamtopgamingboy2
    @Assamtopgamingboy2 2 года назад +1

    Very nice sir

  • @ajoysaikia3739
    @ajoysaikia3739 5 лет назад +7

    বহুত ভাল লাগিল আপোনাৰ কথা শুনি ।

  • @lakhideka5050
    @lakhideka5050 4 года назад

    Sir apunr video to sai bhut val lagil. Moiu english hikibo bisaru.

  • @msupervlogs4595
    @msupervlogs4595 5 лет назад +6

    Exilent Talk Bro..Osm

  • @Shirija_02
    @Shirija_02 6 месяцев назад

    Thanks dada kotha khini xuni val lagil