Это видео недоступно.
Сожалеем об этом.

Vreegu Kashyap’s Bhal Pau Xosake || Bidisha Choudhury || Akashdeep || New Assamese Song 2022 ||

Поделиться
HTML-код
  • Опубликовано: 23 дек 2021
  • বহু দিনৰ হেঁপাহক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ পাই নথৈ আনন্দিত আমি।
    সৰুৰে পৰা টিভি ত দেখি অহা "অকাশদ্বীপ" দাৰ সৈতে এটি গীত কৰাৰ হাবিয়াস আমাৰ দলটিৰ সঁচাই পুৰণি ৷
    ধেমালি, প্ৰেম, আৰু এটি চমু মিঠা কাহিনীৰে পৰিপূৰ্ণ গীত টিত কণ্ঠ নিগৰাইছে
    বিদিশা চৌধুৰী আৰু ভৃগু কাশ্যপ এ।
    গীত টি উপভোগ কৰি ভুলবোৰ ইতিবাচক ভাষাৰে আঙুলিয়াই দিলে ভৱিষ্যতে শুধৰাবলৈ আৰু শুদ্ধকৈ উপস্থাপন কৰিবলৈ সাহস পাম।
    আশীৰ্বাদ আৰু মৰম দিব বুলি আশাবাদী আমি🙏
    It gives us immense pleasure to turn a longstanding dream into reality... Charmed since childhood by 'Alashdeep' da's appearances on TV, the whole crew was anxious to work with him in a video song...
    “A song with a fun, romantic and short and sweet storyline is sung melodiously by Bidisha Chaudhury and Vreegu Kashyap... We're hoping you will embrace the song and would positively point out the errors and inaccuracy that'll give us the courage for better representation in future...
    Hoping for all your blessings and love”
    Audio Team
    ▪️Song :- Bhalpau Hosake
    ▪️Singer :- Vreegu Kashyap & Bidisha Chaudhury
    ▪️Music / Mix /Mastering :- Palash Gogoi
    ▪️Composer :- Vreegu Kashyap
    ▪️Lyrics :- Kalparaj Deka & Vreegu Kashyap
    Background Score :- Priyam Gogoi
    ▪️Flute :- Anjan Medhi
    ▪️Guitar :- Amitabh Baruah
    Video Team
    ▪️Casts :- Pran Krishna Mahanta , Akashdeep Deka, Bidisha Choudhury, Apu Aniruddha, Smrita & Vreeguu Kashyap
    ▪️Director:- Sonal Hazarika
    ▪️Asst :- Moneko
    ▪️Camera :- Krishna Shah
    ▪️Asst :- Moon Talukdar
    ▪️Editing:- Manas Kashyap
    ▪️Makeup :- Panku & Team ,Riyan Kashyap,Sonia ,Dibashmita
    ▪️Costume :- Lakshmi Chanaya
    ▪️Lights :- Joseph-Bool-Jyotish-Akhil
    ▪️Production :- Rupam Deka & Team
    ▪️Kitchen Team Spot Boy’s :- Tarun Rajbongshi-Mrinal nath-Sankar Nath
    Chandan Talukdar-Bipul das &
    Team.
    Special & Sincere Thanks
    Ghanashyam Chaudhury
    Bharati Choudhury
    Priyam Pallabee
    Rahul Baruah
    Gorisha Nath
    Bitu Tridip Barman
    Anupam Das
    Babli
    Diganta
    Bubu Dipankar Saikia
    Iftazur Rahman ( Joon Da )
    Sandy Alam
    Papori Gogoi
    Dhanashri Baishya
    Marilyn Boutique
    For Live Shows Dial
    +919678336943
    Our Social Media Handles
    Facebook Page 👇
    Vreegu Kashyap Musical
    / vreegukk
    Facebook Account 👇
    Bhrigu Kashyap
    / vreegu
    Facebook Account
    Bidisha Chaudhury
    profile.php?...
    Instagram 👇
    Vreeguu :- reelCXfybu...
    Bidisha :- missbidisha_?ut...
    #vreegukashyap #vkentertainment #bidisha #choudhury
    Gaana : gaana.com/album/bhal-pau-xosake
    JioSaavn : bit.ly/3ED22h3
    iTunes : apple.co/3ssByMF
    Apple Music apple.co/3musW4e
    Wynk : wynk.in/u/FU3FEUIFG
    Hungama : bit.ly/3elm7xp
    Amazon : amzn.to/30YHOQY
    Spotify : spoti.fi/3EnYmzh
    RUclips Music : bit.ly/3yUEJxV
    Resso : m.resso.app/ZSeavuSS7/
    Boomplay : bit.ly/32g5CR7

Комментарии • 1,9 тыс.

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 года назад +113

    7 বছৰ বৰতিৰ পিছত দেখা পাম আকাশ দাক তাকো ভৃগু দাৰ গানত .....সঁচাকৈ ভৃগু দাৰ চিন্তা ধাৰা বেলেগত কৈ অলপ বেলেগ ...❤️❤️ ভৃগু দা ব্যক্তিজন মোৰ প্ৰিয় আছিল আছে আৰু থাকিব ❤️❤️❤️। Vreegu Kashyap fan's (Tihu) গ্ৰুপৰ পৰা বহুত বহুত মৰম যাচিছো ❤️❤️❤️❤️❣️

  • @pobagourab6900
    @pobagourab6900 2 года назад +38

    অন্তৰ চুই গল দাদা গানটো শুনি চাই
    আৰু ভাল ভাল কাম কৰি যাবলৈ শক্তি দিয়ক আপোনাক💚❣️😘
    God bless you

  • @dipankardarrangia8130
    @dipankardarrangia8130 2 года назад +54

    আকাশ দাদাৰ মাতটো বহুত ভাল লাগে এতিয়াও মনত পৰে ৰাংঢালিৰ কথা❤️❤️❤️❤️❤️❤️

  • @rantupayeng6845
    @rantupayeng6845 2 года назад +127

    বহুত দিনৰ অপেক্ষাত ভৃগু দা'ৰ কন্ঠত আৰু আকাশ দা'ৰ অভিনয়ৰেএটি সুন্দৰ ভিডিঅ দেখিবলৈ পালো।👌👍❤💙

  • @manalishadas2421
    @manalishadas2421 2 года назад +163

    আকাশ দাদাক ইমান বছৰ পিছত দেখা পালো❤ বহুত ভাল লাগিল ভৃগু দা কাহিনীটো আৰু গানটো😍😍

  • @sapunvlogs2516
    @sapunvlogs2516 2 года назад +4

    ✔️ অন্য লেবেল

  • @Samiran051
    @Samiran051 2 года назад +6

    আকাশ দাৰ কাৰণে লাইক এটা দিব ❣️

  • @ramasaikia5774
    @ramasaikia5774 2 года назад +3

    Bidisha .ba voice2 eimn cute hoi..❤️🥰🤗😍...

  • @AbhiGogoi312
    @AbhiGogoi312 2 года назад +33

    বহুত বছৰৰ পিছত আকাশদ্বীপ ককাইদেউক দেখি ভাল লাগিল।বৰ সুন্দৰ গীত কণ্ঠ,অভিনয় সকলো শলাগ লবলগীয়া।যোৰহাট তিতাবৰৰ পৰা বহুত মৰম যাচিলোঁ

  • @abhijitnath1898
    @abhijitnath1898 2 года назад +68

    আকাশ দাই অভিনয় কৰা সকলো গীত আৰু ছবি চুপাৰহিট আছিল - চল গৰি, হিৰো, চম্পা, মৰমজান, বগীতৰা, জানমণি, ৰংঢালি, ইত্যাদি । আশা কৰো এই গীত টিও হিট হব । তেওঁৰ অভিনয়ত কিবা এটা বেলেগ আমেজ আছে । বহু দিন পিছত তেওঁক আকৌ দেখা পাই বহুত ভাল লাগিছে ।
    And thanks to Vreegu Da for bringing him back.

  • @jyotiroy9897
    @jyotiroy9897 2 года назад +2

    Superhit song eisa song or chahiye vreegu sir❤❤❤❤

  • @monoharali1723
    @monoharali1723 2 года назад +2

    Outstanding performance veegu da & bidhisha Chowdury

  • @muktojitdoley426
    @muktojitdoley426 2 года назад +58

    বহুত দিনৰ পিছত দেখা পালো আকাশ দাক বহুত ভাল‌ লাগিল। ময়ো জান জানানে শয়নে সপোনে বিছাৰো তোমাক সচাকে।❤️

  • @mdmaramidasd5996
    @mdmaramidasd5996 2 года назад +244

    একে একে দুই
    আকাশদ্বীপ দা তুমি জুই 🔥❤️

  • @r.hazarika9231
    @r.hazarika9231 2 года назад +24

    নতুন গীত টো লগতে ভিডিঅ'টো চাই বহুত ভাল লাগিল, প্ৰিয় অভিনেতা আকাশদ্বীপ পুনৰ এই গীতৰ জৰিয়তে উভতি অহাৰ বাবে তেওঁলৈ অলেখ শুভ কামনা জনালোঁ ,এই নতুন গীত টো সকলোৱে মৰমেৰে আদৰি ল'ব তাৰেই আশাৰে অযুত মৰম আৰু শুভেচ্ছা জনালোঁ 💐❤️

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 2 года назад +21

    ভাল লাগিল বহু দিনৰ মূৰত আকৌ আকাশদ্বীপ দাক দেখি । আগৰ দিন বোৰলৈ মনত পৰি গ'ল । এটা সময় আছিলে, য'ত সৰুৰে পৰা অসমীয়া চলচ্চিত্ৰ জগতত আকাশদ্বীপ দাক দেখিয়েই অসমীয়া ছবি চাবলৈ আৰম্ভ কৰিছিলোঁ । উফ্ কি যে দিন আছিলে । (ONE OF THE GREATEST ACTOR EVER) হঠাৎ শাৰীৰিক অসুস্থতাৰ কাৰণে অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা আঁতৰিব লগীয়া হোৱাত মানুহ জনক আগৰ দৰে দেখা নোপোৱা হলোঁ । আশা কৰোঁ আগৰ দৰে সুস্থ হয় যেন । LOTS OF LOVE! ❤️

  • @dipuassomvlogs9178
    @dipuassomvlogs9178 2 года назад +12

    ধুনিয়া"বনাই ছে দেই ভৃগু দা ♥️♥️♥️♥️😍😍😍মৰম যাছিলো madhupor ৰ পৰা🥰🥰🥰

  • @ratulking1143
    @ratulking1143 2 года назад +30

    Vreegu da+ bidisha +akasdep ❤️🔥💛 great song ❤️

  • @udeshna__saharia
    @udeshna__saharia 2 года назад +17

    সাত বছৰ পিছত আকৌ আমাৰ মৰমৰ আকাশ দ্বীপ দাদাক দেখিবলৈ পাই বহুত বহুত ভাল লাগিছে❣️🤞😍

  • @rjphukon2160
    @rjphukon2160 2 года назад +1

    গান শুনি শুনি কমেণ্ট পঢ়া সকলে টিপ চহী এটা মাৰি যাব।। আকাশদ্বীপ দা কাৰণে

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 года назад +22

    Finally come back our favorite the legendary actor Akash Deep

  • @debojitboruah4370
    @debojitboruah4370 2 года назад +1182

    বিগত ৭ বছৰৰ পিছত আকৌ এবাৰ দেখা পাম ,আমাৰ সকলোৰ মৰমৰ আকাশ দীপ দাক।আকৌ এবাৰ পুৰণি অসমীয়া অভিনয় জগতৰ অন্যতম এগৰাকী অভিনেতা লগত ভৃগু দাৰ গান। আশা কৰো সকলোৱে দুটোজনকে ভালদৰে আকোঁৱালি লব আৰু মৰম দিব।❤️❤️😊😊

  • @djentertainmentdeepjyotika7419
    @djentertainmentdeepjyotika7419 2 года назад +37

    মাত্ৰ 20 ঘণ্টাত 250000 ত কৈ অধিক views ভাল পাওঁ সচাকে ।। ভৃগু কাশ্যপ আৰু তেখেতৰ ভাল পাওঁ team টোক আৰু অলপ বেছি শুভেচ্ছা দিব লাগে সকলোৱে ।। Fan of vreegu kashyap 💪💪❤️❤️❤️

  • @manjitman2384
    @manjitman2384 2 года назад +1

    বহুত দিনৰ পিছত দেখিলোঁ আকাশ দ্বীপ দাক ভাল লাগিল , 💐💐

  • @pompidas3756
    @pompidas3756 2 года назад +6

    আকাশ‌ দ্বীপ দাক বহুত দিনৰ পিছত অভিনয় দেখি বহুত বহুত ভাল লাগিছে🤗🤗🤗

  • @djentertainmentdeepjyotika7419
    @djentertainmentdeepjyotika7419 2 года назад +299

    সঁচাকৈ বৰ ধুনীয়া কাহিনী বনালে দেই ভৃগু দা😍😍 গীতটিৰ সকলোৰে ঘৰে ঘৰে বাজি উঠক তাকে কামনা কৰিলোঁ ।। 😍😍😍😍

  • @pilingadeka
    @pilingadeka 2 года назад +1

    জনপ্ৰিয় অভিনেতা আকাশ দ্বীপ dak bht dnr mrt pst dexa palu vreegu ভৃগু dar lgt সুন্দৰ বৰ ধুনীয়া খুব বহুত ভাল লাগিল সঁচাকৈ দেই

  • @ridipkalita430
    @ridipkalita430 2 года назад +19

    Good to see Akash deep da after so many years... We want more

  • @arindamnath4508
    @arindamnath4508 2 года назад +130

    সৰুৰে পৰা এতিয়াৰ বয়সলৈকে এজন অভিনেতাৰে VCD, গীত চাই ডাঙৰ হলোঁ, আৰু তেতিয়াৰ পৰাই মোৰ প্ৰিয় অভিনেতা(Hero)😍 তেওঁ আন কোনো নহয় আমাৰ মৰমৰ আকাশদ্বীপ দা❤️ 7 বছৰ পিছত পুনৰ অভিনয় কৰাই খুব ভাল লাগিছে, সদায় কৈয়ে আছিলোঁ, ৰখি আছিলোঁ আকাশদ্বীপ দাক💚 আকাশদ্বীপ দাৰ হাঁহিত বিহু আহি যায়❤️😍👌👍

    • @budhadas5476
      @budhadas5476 2 года назад +1

      Bht vl lage Akash dar mat tu . welcome back .alp gym kara dada aru vl lagibo

    • @bulupatar1163
      @bulupatar1163 2 года назад +1

      all

  • @kritishreesarma
    @kritishreesarma 2 года назад +75

    দৰং ৰ পৰা নতুন গীতটোৰ বাবে শুভেচ্ছা জনালোঁ ভৃগু দা❤️😍

  • @Njentertainment580
    @Njentertainment580 2 года назад +2

    বহুত ধুনীয়া হৈছে গানটো।

  • @priyankabharali9719
    @priyankabharali9719 2 года назад +3

    Hsake gan2 emn vl lagile💕💕🥰🥰

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 2 года назад +26

    Akash Deep is back so happy to see him back....plz we want more videos of akash daa

  • @llsangofficial7967
    @llsangofficial7967 2 года назад +18

    Akash da Bht dinr murot dekibo Pam...vergu da love frm majuli ❤my fvrt singer ✌💫❤🌏

  • @media6172
    @media6172 2 года назад +2

    Best wish __bidisha ba😍😍😍😍🤗🤗🤗🤗🤗

  • @LoveBird-oz3fi
    @LoveBird-oz3fi 2 года назад +1

    রংপুর থেকে. এই গানটা যতই শুনি ততোই ভালো লাগে।

  • @RupamHatto
    @RupamHatto 2 года назад +14

    আকাশদ্বীপৰ কথা নকওঁ, মা কচম এই গীতটো শুনি ভৃগু দাৰ আগৰ গীতৰ কথা মনত পৰি গ’ল, this is vreegu kashyap

  • @Panchoi
    @Panchoi 2 года назад +4

    চকু টিপ নমৰাকৈ গীতটো চাই থাকোতে কেতিয়া যে শেষ হৈ গ'ল গমেই নাপালো ।। সুন্দৰ গীত, কৰিঅগ্ৰাফ ,কস্টিউম বহুত ধুনীয়া।।আকৌ এবাৰ শুনি দিও। বেয়া নাপাব।

    • @assound7715
      @assound7715 2 года назад

      Right 👍👍👍👍👍👍

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 года назад +4

    আকাশ দাৰ দুৰ্দান্ত অভিনয় আৰু নৃত্য আকৌ চাবলৈ পাম যেন লাগিছে! সুন্দৰ হৈছে গানটোৰ কথা/সুৰ । নবাগত নায়িকা দুগৰাকীক ভাল লাগিছে । আগুৱাই যাওঁক ।

  • @pradiplalung6838
    @pradiplalung6838 2 года назад +3

    আকাশ দীব দা বহু দিন মোৰত দেখা পালো গানটো ভাল লাগিছে 😍

  • @tinkupriyamsaikia3029
    @tinkupriyamsaikia3029 2 года назад +7

    Bidhisha ba voice🥺😌🔥

  • @harshitabarman4639
    @harshitabarman4639 2 года назад +4

    Xsakoi moja lgil♥️🥺akashdeep da vreegu and all the artist and team members Priyam ba thkile aru vl lgile hoi♥️🥺

  • @utpalloing888
    @utpalloing888 2 года назад +2

    ভিগু দা আকাশ দাক বহু বছৰ মোৰত আপোনা গানত দেখা পাই বহুত ভাল লাগিল।গানতু ছোপাহিত হৈছে।nextআংগুলতা বাক জাতে আৰু ছোপাহিত গান এতাত দেখা পাও তাৰে কামনা কৰিলো।

  • @binayaktripathy857
    @binayaktripathy857 2 года назад +1

    I fall in love with asamees song lots love from odisha

  • @steditingstudio
    @steditingstudio 2 года назад +4

    Bohut bhl lagil gaan tu xuni vreegu daa

  • @Bgstudio...
    @Bgstudio... 2 года назад +7

    আকাশ দীপ দাদাক দেখা পাই বহুত ভাল লাগিল💝💝💝

  • @chao9251
    @chao9251 2 года назад +1

    আকাশ দাক দিখি ভাল লাগিল ধুনিয়া হৈছে সকলো ফালৰ পৰা ❤❤😍

  • @goneshkochroy6248
    @goneshkochroy6248 2 года назад +9

    Akash deep Returns after a few Years back ❣️❣️❣️❣️

  • @karannath33
    @karannath33 2 года назад +36

    ভৃগু দা বেলেগ concept. গানৰ মাজে মাজে সৰু সৰু মিঠা মিঠা অভিনয় । বহুত ভাল লাগিল ।😍😍😍❤️❤️❤️

  • @lakshmichhanya1481
    @lakshmichhanya1481 2 года назад +82

    So happy of being a part of this beautiful music video. Thank you Priyam, Vreeguda and Bidisha

  • @abhijitsonowal4095
    @abhijitsonowal4095 2 года назад +1

    ❤️❤️❤️❤️ bidisha baak kin2 bor dhuniya lagise 👍👍

  • @BHAI-xh3wc
    @BHAI-xh3wc 2 года назад +3

    Awesome....❤️
    ৰাজনীতি ভাৰ্মে জা
    অভিনয় জগতত লাগে পুৰণা অভিনেতা সকলক
    নতুন বছৰ হিলি যাব।। আগন্তুক নৱ বৰ্ষৰ বহুত বহুত শুভ কামনা জনালো।।।।

  • @jitencreation4758
    @jitencreation4758 2 года назад +3

    এই বোৰ হে ভিডিঅ বুলি কয় ❤❤full support vreeguu damn❣️❣️❣️

  • @kushalkalita8916
    @kushalkalita8916 2 года назад +60

    Best wishes thakil dada ❤️🔥 song hit hobo akdom 🔥✌️ and advance congratulations for 1M 🔥❤️😀

  • @ehquran2725
    @ehquran2725 Год назад +1

    ভৃগু দা মই কেৰালাত আছোঁ, আপোনাৰ ৰোমান্টিক singing styleটো কেৰালাৰ মানুহে খুব ভাল পাই মই মোৰ লগৰ বোৰক দেখুওৱাও যে, মানে আপোনাৰ প্ৰতিটো গানত যে সেই মিঠা লগা মাতেৰে শব্দবোৰ ওলোৱা বিশেষ কিছুমান শব্দ আপুনি বুজি পাইছেই চাগে,,, লাভ you ভৃগু দা আগুৱাই যোৱা সুখৰ হওঁক জীৱন

  • @parideori2372
    @parideori2372 2 года назад +2

    Apunar voice tu Bhut mrom loga Baa 👌👌💖💖. Vl lagil huni

  • @axoma2zvideo
    @axoma2zvideo 2 года назад +5

    ভৃগু দাৰ এইটো গান হিত লগতে মনি নবৌ মেইন😍

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 года назад +21

    অপেক্ষাৰ অন্ত পৰিব কাইলৈ 😍

  • @thebabulahmed
    @thebabulahmed 2 года назад +2

    Vreegu Kashyap সদাইৰ দৰে Ultimate 💥

  • @anjugogoi9550
    @anjugogoi9550 2 года назад +2

    6, , আপুনাৰ গানে বুকুত চুই যায় । প্ৰতেক বছৰৰ আৰম্ভনিত আশা কৰোঁ❣️ এইবাৰ মাঘৰ বিহুত নাচিম ❤️✊

  • @SaddamHussain-jb2yx
    @SaddamHussain-jb2yx 2 года назад +8

    ভৃগু দাৰ আটাইতকৈ ভাল লগা গানটি শুনি বহুত ভাল লাগিল। আশা কৰোঁ আগন্ত দিনত আপুনি আৰু বহুত বহুত ভাল গান আমাৰ মাজৰলৈ উপভোগ কৰিব দিব বুলি আশা ৰাখিলোঁ। ভৃগু দাৰ কাৰণে like কৰি যাব বুলি আশা ৰাখিলোঁ আপোনালোকৰতাত।জয় আই অসম ✊🤟

  • @axom4675
    @axom4675 2 года назад +3

    আকাশ দা ক দেখি সচাকে মন খন ভাল লাগি গল❤️🥀

  • @pushpanjalisonowal1304
    @pushpanjalisonowal1304 2 года назад +6

    Bidisha voice wow 🔥🔥🔥

  • @AbdulSalam-fz8bq
    @AbdulSalam-fz8bq 2 года назад +1

    My fav Akashdeep daa..love 💕💕 u daa...bht bhl lgil sai apunak

  • @satyanathdeori2900
    @satyanathdeori2900 2 года назад +23

    My favourite singer ❤️ .....Ganto aibar hit hb🔥 .

  • @vktayung4432
    @vktayung4432 2 года назад +4

    Bohutt dinor honto poril. Moromr dada. Big fan vreegu da. From lakhim pur.. junuwarit. Kune. Kune. Naisiba. Aei. Ganere..

  • @deepdeepduwarah8672
    @deepdeepduwarah8672 2 года назад +1

    বহুত ভাল লাগিল ❤️❤️

  • @rbmongolian1271
    @rbmongolian1271 2 года назад +1

    বহুত ধুনীয়া হয়ছে ভৃগুদা ভিদিঅ আৰু গানতো ।::::::::আপোনাৰ এনেকুৱা ধুনীয়া ধুনীয়া গান চাই থাকিবলৈ বহুত
    মন যায়।

    • @mantunath5636
      @mantunath5636 2 года назад

      পিয়ম পল্লৱী বাক অভিয়ন কৰিব দিব লাগে এই টো গানত

  • @borokhadasmusical7471
    @borokhadasmusical7471 2 года назад +3

    Hosake bohut bhal lgil gaantu...aaru dhuniya dhuniya gaan upohar di jaok💖💖Bohut bohut xubhokamona thakil Vreegu da.&Bidisha baa❤❤

  • @milliondreams0762
    @milliondreams0762 2 года назад +4

    সচাকে ভাল লাগিল গানতি শুনি....Love you Vreegu Da

  • @biswanathkhara6401
    @biswanathkhara6401 2 года назад +2

    Mindblowing i love bangala songs i am from odisha 💏💏💏💏

  • @Official-mm2zv
    @Official-mm2zv 2 года назад

    বিগত বৰ্ষ ধৰি আকৌ এবাৰ আমাৰ মাজলৈ আকাশদ্বীপ দাক লৈ আনাৰ বাবে অশেষ ধন্যবাদ থাকিল ভৃগুদা

  • @sribikashgogoimun1685
    @sribikashgogoimun1685 2 года назад +4

    অপেক্ষাত আছোঁ

  • @prachirpatgiri1279
    @prachirpatgiri1279 2 года назад +8

    Wahhh vreegu daa jui ekdm 🔥🔥 Superhit song 💯💯... All time fav singer #Vreegu daa❤️❤️ lots of love from Pathsala ❤️❤️❤️

  • @assamesereelsandshotvideo1341
    @assamesereelsandshotvideo1341 2 года назад +2

    গান টো সঁচা বহু ত ভাল লাগিলে অকাশদ্বীপ দালৈ বহু ত মৰম‌‌ আৰু ‌নতুন বছৰ শুভেচ্ছা জনালো💕💕💕💕💕💕💕💕💕💕

    • @assound7715
      @assound7715 2 года назад

      Hocha kotha,, geet tu bohut bhal

  • @jayantamu4506
    @jayantamu4506 2 года назад +3

    ভাল লাগিল ❤️ 🎶 🎼

  • @mrtazmulhussain3808
    @mrtazmulhussain3808 2 года назад +4

    বহুত দিন পিছত আকাশ দ্বীপ দাক দেখা পালো বহুত ভাল লাগিছে

  • @krishnapegu9317
    @krishnapegu9317 2 года назад +10

    অপেক্ষা আছোঁ দাদা বহুদিন ধৰি।

  • @apronatimohan
    @apronatimohan 2 года назад

    বহুত ধুনীয়া গানটো আৰু দ্বিপশিখা বা ধুনীয়া গাইছা তুমিও♥️vrigu দাৰ voice all time favourite

  • @debojitbiswas7808
    @debojitbiswas7808 2 года назад +7

    Wow, it was great to hear that song❤️🥰

  • @ratulking1143
    @ratulking1143 2 года назад +20

    Vreegu da i am waiting for vhal pao hosake song 😍😍🔥

  • @himanisarania633
    @himanisarania633 2 года назад +35

    Eagerly waiting😍

  • @nilakhiborah6620
    @nilakhiborah6620 Год назад +2

    গানটোৰ কথা সুৰ কণ্ঠ অভিনয় অতিশয় ৰসাল আৰু সুন্দৰ।

  • @swapnalidewori2056
    @swapnalidewori2056 2 года назад

    Khub dhunia geet ati upohar dila. Thank you so much .❤

  • @bhreegurayofficial2415
    @bhreegurayofficial2415 2 года назад +5

    Vreegu daa kar kar favorite Singer 👍👍 kora plz

  • @momigogoi834
    @momigogoi834 2 года назад +5

    Vreegu da apurba🥰

  • @rajkumarboro5524
    @rajkumarboro5524 2 года назад +1

    Vreegu dadar gaan xuni val2 lagilei aru mur biyau je patibor mon gol 1dom 100 percent superhit song

  • @p.screation8696
    @p.screation8696 4 месяца назад

    বিকাশ দা সচাঁই বহুতে বেছি ধুনীয়া এটা গান ❤ সদায় ৰাতিপুৱা শুই উঠিয়েই শুনোঁ l নুশুনিলে মন ভাল নালাগে 😢

  • @dipusvlog183
    @dipusvlog183 2 года назад +7

    Vreegu da🔥❤️

  • @nabajyotihira9237
    @nabajyotihira9237 2 года назад +13

    ভৃগু দা ৰৈ আছোঁ আপোনাৰ গান টোৰ বাবে । আশা কৰোঁ। সকলো আপোনাৰ গান টো ভাল পাব । Bht মৰম লগা গান টো। ভৃগু দা আপুনি আৰু প্ৰিয়ম পল্লবি বা লৈ বহুত বহটো নতুন বছৰ সুভেছা জনালোঁ।🥰🥰🥰🥰🥰🥰

  • @miri1958
    @miri1958 2 года назад +1

    Vreegu da apuni mur favourite singer hoi, aru song to bhut val lgil, support for lokhimpur

  • @Jugu2001
    @Jugu2001 2 года назад

    উফ আকাশদ্বীপ দা কি হাঁহি মাৰিছে অ 😍❤️😘বহুত ভাল লাগিল আপোনাক দেখি🥰🌝

  • @Krishna_Astha_A33
    @Krishna_Astha_A33 2 года назад +3

    Waiting dada 😊😊😊

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 2 года назад +28

    ভৃগু দাৰ আটাইতকৈ ভাল লগা গীত✨❤✨

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 года назад +2

    🔥🔥🔥এইবাৰ মাঘ বিহু heat হ'ব vregu da🔥🔥🔥

  • @itsmesusmitavlog7347
    @itsmesusmitavlog7347 2 года назад +1

    আকাশ দিপ দাদাক বহু বছৰ পাছত‌ দেখা পালো । খুব ভাল লাগিল । ভৃগু দাদা আপোনাৰ গানটো খুব ভাল লাগিল 😘😘। ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
    Mojja ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
    নতুন বছৰৰ আগতীয়া কৈ সুভেচ্ছা জাছিলো ।🤗🤗🤗
    Happy new year 2022 🥰🥰

  • @VictorLakraOfficial
    @VictorLakraOfficial 2 года назад +18

    Dada beautiful video and song...😍

    • @pitmalvlogs3015
      @pitmalvlogs3015 2 года назад

      দাদা Subscribe কৰি দিব মোক

    • @assound7715
      @assound7715 2 года назад

      Right 👍👍

  • @chakrajitpegu6731
    @chakrajitpegu6731 2 года назад +16

    Your voice suits more in this song Vreegu Da ❤️ lots and lots of love from me (chakrajit pegu) i hope you see this comment.

    • @bhaibhaimusic5700
      @bhaibhaimusic5700 2 года назад

      P

    • @kankan1612
      @kankan1612 2 года назад +1

      I seeing you 🤣

    • @junna2577
      @junna2577 2 года назад

      Ayy chakra 😁😆 . I seeing you de 😂 , don't tension na 🤣
      Guess who am I?

  • @mithudas3528
    @mithudas3528 2 года назад

    Aakash Deep dak iman din pisot dekhi bhut val lagil ♥️♥️♥️♥️ beautiful and song vergu da

  • @nayanjyotikalita6593
    @nayanjyotikalita6593 2 года назад

    সুন্দৰ,,, আকৌ আকাশদ্বীপ দাক দেখি বহুত ভাল লাগিল 💚💚💚