নামনি অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰ বিষয়ে সবিশেষ II

Поделиться
HTML-код
  • Опубликовано: 14 янв 2025

Комментарии • 5

  • @damayantinath975
    @damayantinath975 22 часа назад

    বৰৰ টেঙা আঞ্জা প্ৰথম মই মিতালী বা ৰ পৰাই শিকিছো। তেওঁৰ দৰে ব্যক্তি এগৰাকী জীৱনত লগ পাই নিজকে বহু সৌভাগ্য অনুভৱ কৰোঁ। খাদ্য সম্পৰ্কীয় বহু কথাই জানিব পাৰিছো। সদায় চিৰ কৃতজ্ঞ হৈ ৰম মিতালী বা 💓 খুব সুন্দৰ অনুষ্ঠান, বহুত ভাল লাগিল।বহু মৰম দুয়োলৈ 🥰🥰💓🙏🏻

  • @PolyBaruahDas
    @PolyBaruahDas 2 часа назад

    Bohut dhunia kotha koise ma'am.bohut kotha janibo parilu

  • @manashichoudhury6438
    @manashichoudhury6438 День назад

    মোৰ খুউব মৰমৰ আৰু প্ৰিয় মিতালি বা❤😘
    সুন্দৰ ব্যক্তিত্বৰ

  • @nanditatalukdar2777
    @nanditatalukdar2777 День назад

    লোভ লাগি গল

  • @gitikakalita-4338
    @gitikakalita-4338 День назад

    তিয়হৰ খাৰ কঠাল গুটি দি , উৰহীৰ খাৰ মাছৰ মূৰ দি,