partho protim talukdar nagara naam 😍🙏

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • partho protim talukdar nagara naam 😍🙏
    partho protim talukdar
    নমস্কাৰ
    পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত প্রচলিত লোক কৃষ্টী, সংস্কৃতি সমূহ মই youtube ৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰৰ কাৰণে প্ৰয়াস কৰিছোঁ। যদি আপোনালোকেও আজিৰ আধুনিকতাৰ গ্ৰাসত পৰি লুপ্ত হবলৈ ধৰা এই কৃষ্টি সংস্কৃতি বোৰ জীয়াই ৰাখিব বিচাৰিছে তেতিয়া হলে আপোনালোকেও মোৰ এই যাত্ৰাৰ সমভাগী হওক । আপোনালোকে মোৰ এই ভিডিঅ' বিলাক like, comments কৰাৰ লগতে আপোনাৰ বন্ধু বৰ্গলৈ share কৰি পঠিয়াই দিয়ক যাতে সকলোৰে মাজত আমাৰ এই লোক কৃষ্টী বিয়পি পৰে। লগতে মোৰ চেনেলটো ও subscribe কৰি লওক ভবিষ্যতে এনেকুৱা video পাই থাকিবলৈ ।। আপোনালোকৰ এই মৰম খিনিয়ে মোক আগুৱাই যোৱাত সাহস দিব।
    ধন্যবাদ
    partha pratim talukdar nagara naam
    partha pratim talukdar nagara naam video
    partha pratim talukdar new nagara naam
    partha pratim talukdar guru vandana
    partha pratim talukdar naam
    partha pratim talukdar aur nagara naam
    partha pratim talukdar interview
    partha pratim talukdar nagara naam guru vandana
    partha pratim talukdar

Комментарии •