কলডিল ভাজি মছুৰ দাইলেৰে | Awesome cooking banana flower Assamese healthy & tasty recipe |
HTML-код
- Опубликовано: 7 сен 2024
- banana flower recipes | banana blossom recipes | how to clean banana flower.. Assamese village style banana flower cooking.
AMAR GAON , Organic vegetable from my garden, বাৰীৰ শাক-পাঁচলিৰে বিবিধ আঞ্জা.
our Facebook link- / amargaon12
our Instagram link- ...
#villagekitchen
#villagecooking
#villagelifestyle
#ourvillage
#bananablossom
#bananaflower
বহুত ধুনীয়া concept 😍 বেলেগ বেলেগ ঠাইৰ এনেকুৱা video দেখিছোঁ কিন্তু অসমৰ এইটোৱেই প্ৰথম দেখিছো । ভাল লাগিলে 😊
আপোনাৰ সুন্দৰ comment ৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
বহুত ধুনীয়া ভিডিঅ' দিলে খুব সোৱাদ লগা ৰেচিপী চাই খুব ভাল লাগিছে
Good healthy lunch, স্বাস্থ্যৰ বাবে অতি ভাল
হয়, আপুনি ঠিকেই কৈছে
Val lagil sai vidio too
ধন্যবাদ জ্ঞাপন কৰিলোঁ
I'm missing my mom after watching this
Life is nothing without " maa" .
আপোনাৰ comment য়ে আমাক আবেগিক কৰি তুলিছে । একমত , মা অবিহনে সকলো শূণ্য ।
অশেষ ধন্যবাদ জনাইছোঁ
@@amargaon3296 mur maa dekhibo apunar nisina aru khana buru apunar nisina bonaisil ...... Tekhetok aji bohut Miss korisu ....... Akha koru bhobisyote apunar haat or ekhaj khabo pam
Maa nhle Aku nai jibont
@@parbeensultana6924 moi etia onubhob koru
সচাকৈ মা লৈ মনত পৰিছে।
Ajikali anekua vlog dekhi e napaou bohut vaal lage moromor gaon r houndojyo bur moi u gaonliai kiman je vaal lage bujabo nuaru ane koi e vlog di thakibo
বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে
Mojja। Lagil
কলডিল মোৰ প্ৰিয়😋ইমান ধুনীয়াকৈ ৰান্ধিছা বা তুমি ❤😋
💛💛💛💛🙏🙏🙏🙏🙏😊😊😊
Luvonio thali.. xundar poribekhn..nirvejal khaido..vl ati video upohar palu apunar pora..
বহুত ভাল লাগিল.
ধন্যবাদ জ্ঞাপন কৰিলোঁ
ruclips.net/video/f5hp5Mj3x50/видео.html
Dhuniya lage video bor Sai...moi ntun ke sowa kriso
💕💕🙏🙏
Apunar video burr lgte apunar thai khinir u premt prisu video bur sale gaon khnr majot xumai Pru ..jbole mon goise apunar poribextu sbole
Okhekh dhanyawad apunaloi 👍🙏
Bhut VL lgible loise apunar video bur..sohoj sorol gawolia poribesh atak vlke futai tulibo Parise🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালোঁ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
ভিডিঅ'টো চাই মনটো ভৰি গ'ল- যিদৰে ভৰি গ'ল সেই কণমানিটিৰ পেট.. বৰ সুন্দৰ ..বৰ সুন্দৰ ..বহু কথা মনত পেলাই দিব পাৰে আপোনালোকৰ ভিডিঅ'ই ..
আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে অশেষ ধন্যবাদ জনালোঁ
বৰ ধুনীয়া ❤️
সমগ্ৰ পৰিৱেশ , সমগ্ৰ ৰন্ধনশৈলী প্ৰক্ৰিয়া ।
বহুত বহুত ধন্যবাদ জনাইছোঁ
Bohut val lagile vediotu sai
ধন্যবাদ জ্ঞাপন কৰিলোঁ
খুব ধুনীয়াকৈ কৰিছে ভিডিওটো।
কলডিল মোৰ অতি প্ৰিয় এবিধ খাদ্য। 😋 সেয়েহে চাই বৰ ভাল লাগিল।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
khub bhal lagil
অশেষ ধন্যবাদ জনালোঁ
Kotnu gaon khon. Tate goi thakibo mon goise. Indeed a great work... love from Dubai
Gaon khon Charaideo District ot...
Apunar marom seneh hahajugor babe dhanyabaad janalu ..
@@amargaon3296 kanubarir fale niki
First video saisilu china next saisilu kerala finally nijor matir gundha thoka apun channel tu . Aguwai jauk .huveshya Thakil
apunar marom seneh akhirbador babe okhekh dhanyabaad janalu
Xosake dei ki buli nu ......kom !! Aibur dekhile montu kiba kiba lagi jai so nice
Heartily thank u
Pothom bar apunar video salu aru sai bohut val lagil aru ane koi a hodai amak val loga video bur di jabo de Ba aru atai kamona koru apuni ane koi a hodai jate aguwai jai🙏Love from Tinsukia❤️
Bahut bahut dhanyabaad tumar marom seneh aru hahojugor babe..
Best val lagil....
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Apunar protito video sai kiba notun notun lage..... Dhuniya..
আমাক ইমান মৰম চেনেহ দিয়া বাবে ধন্যবাদ জনালোঁ
@@amargaon3296 আগলৈও এনে ভিডিও পাম বুলি আশা কৰিলো
আঐ দেহি,ইমান ভাল লাগিছে পৰিবেশতো আৰু ঘৰখন আপোনাৰ যাও যাও লাগিচে পাই।
আপোনালোকৰ মৰম চেনেহ সহযোগ আশীৰ্বাদৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ
Eman bhal lagise , pani ahi goise mukhot , all the best
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।।।
আপোনাৰ ভিডিঅ বোৰ চাই বৰ ভাল লাগে
বহুত বহুত ধন্যবাদ জনালোঁ
ইমান ধুনীয়া।।।।।,,👍👍🙏🙏
Thank u
Great People of Assam
Great Assamese food of Assam.
Thank u so much
জিভা পানী উলাইছে দেই ।
ধন্যবাদ জনালোঁ
Bor hundor .. khau khau lagil
ধন্যবাদ জ্ঞাপন কৰিলোঁ
প্ৰথম চালো, ভাল লাগিছে চাই। আমি কিন্তু এনেকৈ কলফুল ৰঙা বাকলি ৰ সৈতে নাকাটো। ৰঙা বাকলি কেইটা গুচাই লৈ বগা বাকলি কেইটা হে কাটো।
ধন্যবাদ ।
Amiu boga khini h khau
😂🙄😏😒
ওচৰতে হোৱা হলে খাই আহিলোগৈ হেঁতেন যেন লাগি গৈছে ❤️❤️ ধুনীয়া from tinsukia
Vl lgil sai
অশেষ ধন্যবাদ জনালোঁ
Bohut bhal bonai apuni baido
কি ক'ম আৰু l আজি প্ৰথম আপোনালোকৰ চেনেল মাত্র জিভাৰ পানী পৰি থাকিল l আপোনালোকৰ মঙ্গল কামনা কৰিলোঁ
আপোনাৰ সহযোগৰ বাবে ধন্যবাদ জনালো
সুন্দৰ পৰিবেশন
আপোনাৰ ভিডিঅ বোৰ লগতে ......গাওঁখনৰ পৰিৱেশ বোৰেও মন ভৰাই তোলে।।।
বহুত বহুত ধন্যবাদ জনালোঁ
OMG amazing video,never see this type of video in Assamese other videos,very good.👍
🙏🙏🙏🙏🙏🙏💛💛💛💛💛💛
Very very। Beautiful
Thank u so much
In each video there is greenery, which is really peaceful.
Thank u so much....
Eman dhunia simple recipe...apunar ghor khonu bor dhunia❤
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।।।
Borhiya
ধন্যবাদ জনালোঁ
First comment ❤️❤️❤️.. video to bhal lagil sai
Bahut bahut dhanyabaad
Khub xundor
ধন্যবাদ জনালোঁ
Very beautifully presented...bhal lagise sai
Thank u so much for your love and support
Wawww bor dhuniya hoise Baa video bur aji 1st saisu aru aguyai juya love you
Bahut bahut dhanyabaad..
Val lagil sai
Thank u so much
Adenotai hokolu video salu khoob khoob khoob vhal lagesa.
Apunar comment bilak salu. Apunalukor ene hundor comment bilakor babe kaam kori juwar perona pao..
Thank u so much ...
Eman xundor ata ganor poribex 😘aru aapuni iman dhiniakoi randhise.xsakoie bht vl lgl..aaguai jaok...aami asu apunalukor lgt❤️
আপোনাৰ মৰম চেনেহ সহযোগৰ বাবে অশেষ ধন্যবাদ জনালোঁ
Bohut vl lga apunar vide bur sai🥰🥰🥰🥰
Sorbsretho video.anupom,tulonakoriboloi aru koboloi bhakha nai.moiu soraideur jiori.
ধন্যবাদ আপোনালৈ আমাৰ আন আন ভিডিঅ বিলাকো visit কৰা বাবে । আমাৰ channel ৰ পৰা আপোনালৈ বহুত বহুত মৰম যাছিলোঁ ।।
হয়তো কবলৈ মোৰ শব্দৰ অভাৱ,প্রত্যকটো ভিডিঅ বহুত বেছি ধুনীয়া,বহুত শুভকামনা থাকিল❤
আপোনাৰ মৰম চেনেহ সহযোগ ৰ বাবে অশেষ ধন্যবাদ জনালো
ধুনীয়া হৈছে
Wow nivaj gaor dore poribakh jen lagise o ❤️ bor dhuniya video...
অশেষ ধন্যবাদ জনালোঁ
Apni baat Duniya Banai
অতুলনীয়😊🙏
ধন্যবাদ জনালোঁ
কাচ কলৰ ভীল খাই বৰ ভাল লাগে বাইদেউ
হয়
Amar Gaon khosa k bhut bhut dhunia Gaon 👌👍💚💚
Thank u so much..
গাওঁখনলৈ যাবলৈ মন গৈছে..আৰু ভাতসাজ খাওঁ খাওঁ লাগিছে.....বৰপেটাৰ পৰা মৰম যাঁচিলো দেই কনমানি দুয়োটালৈ😘😘😘
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।। এইদৰে মৰম চেনেহ আগলৈও দি যায় যেন ।।
বাইদেউ মোৰ ক'বলৈ ভাষা নাই আপোনাৰ প্ৰতিটো video চাই মনটো ভাল লাগিল
আৰু আগবাঢ়ি মাক👍👍👌👌👌
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো💛💛
বহুত বেছি ভাল লাগিল
dhanyabaad janalu
ভীমকলৰ কলদিল অতি হোৱাদপূর্ণ খাদ্য ।।।বৰ সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে ।
বহুত বহুত ধন্যবাদ
Waw.....
Thank u
Bohut dhuniya hoise... Loge vage bonai ekhaaz khabohe mon goise 🤤🤤 eitu conceptor moi srilankan vdo bur saisilu, first time Assamese ot sabole palu ❤❤
আপোনাৰ মৰম চেনেহৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।।এনেদৰে আগলৈও সহযোগ কৰি যায় যেন ।।
কলডিলটো পাৰিব হোৱা নাছিল আৰু কেইদিনমান লাগিছিলে কিন্তু প্ৰথম বাৰ চালো ভাল লাগিল love from lakhimpur❤🌻
ধন্যবাদ জ্ঞাপন কৰিলোঁ । আমাৰ ইয়াত বান্দৰৰ উৎপাত অলপ বেছি সেই বাবে ডাঙৰ হোৱালৈ ৰাখাবলৈ প্ৰব্লেম হয় , সেই বাবেহে পাৰি দিলোঁ ।।
আজি প্ৰথম বাৰৰ বাবে চালোঁ। ভাল লাগিল। subscribe কৰি দিছোঁ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাৰ সহযোগৰ বাবে ।।
Anekuwa thai bor bahut val lage, bahut mon jai anekuwa thait din kotabo
আপোনাৰ সুন্দৰ মন্ত্যৱৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।।
একেবাৰে ঘৰুৱা পৰিবেশ। ভাল লাগিল। কেবল গাঁও খনৰ নাম তো নাজানিলো।
thank u so much... gaon khonor naam nischoi pasoloi jaanam , etiya kisu akhubidha hoise ,,,,plz...
কেমেৰা ৰ পিছফালৰ জন দেখাব চোন। ইমান ধুনীয়াকৈ video কৰিছে।।
নিশ্চয় পাছলৈ দেখুৱা হব ।।।
বহুত ভাল লাগিল
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ
Mor nijor ghorr manuh khinik loi agr sb pahori prithibir sb axanti baad di aponalokr gaokhont baki jibonsowa par koribo mn jaai.anekuwa poribex xarute paisilo.bor mnt pore xei val loga dinboroloi.aponaloke utsob bor keneke palon kre dekhabosun.lv from nalbari❤️❤️❤️❤️❤️❤️❤️❤️
গাওঁ ৰ পৰিবেশ প্ৰায় একেই । শান্ত , সহজ জীৱন প্ৰণালী ।এনে পৰিবেশত মনটো সচাঁই শান্তি পায় ।
আমাৰ video ত মাঘ বিহু উদযাপন দেখুৱা হৈছে ।।।
সুন্দৰ ....পৰিৱেশ বহুত ধুনি য়া আৰু আগুৱাই যাওক 😍
ধন্যবাদ জনালোঁ
বৰ ধুনীয়া সুন্দৰ উপস্থাপন৷
Thankyou 🙏🧡
Video tu sai bor bhal lagil..aru ako ane dore recipe share koribo gaao tholua khaidyo.
Thank u so much for your support....
নিশ্চয় ।।
Nice
সুন্দৰ।
ধন্যবাদ
Bor Val lagil dei video tu sai
Dhunia bhut bhut. Sai val lage
ভাল লাগিল
অশেষ ধন্যবাদ জনালোঁ
ইমান সুন্দৰ পৰিবেশ
অশেষ ধন্যবাদ জনালোঁ
Bor dhunia..
ধন্যবাদ
Very nice 🥰😊😊😊..... 👍👍👍
Thank u so much
Mind blowing...
Thank u so much
খোৱা বোৰ বৰ সোৱাদ হব দেখি লেই লাগে
হয়, ভিডিঅ টি উপভোগ কৰি ভাল পাইছে বুলি জানি সুখী হৈছোঁ ।
Very Nice
বহুত সুন্দৰ 😋😋
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Koldil mur bohut priyo😋😋
Your video is extremely beautiful ❤️❤️ bohut besi val lagil sai ...
Thank u so much for your beautiful comment.
আপুনা ভিদিও মই সদাই চাও আজি ময়,আপুনাক চায়,চায়,কলদিল আৰু আলু ভাজিলু খাবলৈ বৰ ধুনীয়া লাগিলে দেই,,,,,
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
খুব ভাল লাগিল চাই ❤️ সুন্দৰ উপস্থাপন
ধন্যবাদ জ্ঞাপন কৰিলোঁ
Just speechless....👍
Nice presentation....
Thank u so much for your appreciation ..We should try our best for further .Thanks a lot ..
Nice
Koldilor boilba pura pitika aaru phul kaitare pokiri...ahahahah😋😋
ধন্যবাদ জনালোঁ
Love from Ranchi 💓💓💓
Thank u so much for your love and support
Moja
Val lagil
Val lagil dei.....khub dhunia hoise....
ধন্যবাদ
Bor hundar 👌❤️
@@reenaborah2423 thank u so much for your support
বৰ ভাল লাগিছে দেই বাইদেও
Thank u so much
বহুত সুন্দৰ 💕
ধন্যবাদ জনালোঁ
Bohut val lgil...1st viwers
আপোনালোকৰ মৰম চেনেহ ৰ বাবে channel টো আগবাঢ়ি যোৱাত সহায় হৈছে ।। অশেষ ধন্যবাদ