ধন্যবাদ থাকিল ছাৰ, যিহেতু আজি দুৰ্ভগীয়া টিউটৰ সকলৰ বিষয় উত্থাপন কৰি কিছু হ'লেও মনত সকাহ দিলে।ছাৰক আন এটা কথা সুধিব বিছাৰিছো যে মহামান্য গুৱাহাটী হাই কোটে সমান কামৰ সম মৰ্য্যদা আৰু আন আন সুবিধাৰ কথা টিউটৰ সকলৰ পক্ষে ৰায় দিয়াত উল্লেখ কৰিছিল এই বিষয়ত চৰকাৰৰ পৰা কি অগ্ৰগতি হৈ আছে জনাব ছাৰ।
ছাৰ কথা এটা জনাবো যে water Resources Department muster rolls employee বিলাকক regulaise koribo Honbl High Court te order disile, but ajiloi sorkare Regulised nai kora. Ata video bonabo sun xonkale.
Assam r 2021 year t provincialised huwa sakolu govt. Tutor k without any condition Assam government r education department e 2025 year t Teacher korib nuwarene?Eiar babe Assam government e 2025 year t Assam budget t money sanction korib nuwarene?
Who has no such qualification like edu and professional he will get fixed salary and who have all that documents except tet he will be upgraded as teacher.yes or no sir?

Tutor want justice ⚖️♎⚖️♎
আজি ৪ বছৰে চৰকাৰে টিউটৰ সকলক প্ৰশিক্ষণৰ ব্যৱস্থা নকৰিলে আৰু ৫ বছৰৰ ভিতৰত নেলাগে ১০ বছৰতো টিউটৰ সকলে নিজে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰে যদি চৰকাৰে ইচ্ছা নকৰে কাৰণ টিউটৰ সকলক প্ৰশিক্ষণৰ ব্যৱস্থা নকৰি ৰেগুলাৰ টিচাৰ সকলৰ সমানে সমানে অন্যান্য প্ৰশিক্ষণৰ লগতে ইলক্সন,oosc survey ৰ কামত মুঠতে চৰকাৰৰ সকলো কামতে ৰেগুলাৰ টিচাৰ সমানে টিউটৰ সকলক চৰকাৰে ব্যৱহাৰ কৰি আহিছে। কামত সমান দৰমহাৰ কথা আহিলে টিউটৰ 😢😢😢😢😢😢😢😢😢😢😢
sir existing postৰ পৰা 4th post লৈ নমাই দিয়া ব্যক্তিসকলৰ কি হ'ব?এই সকল ব্যক্তিৰ লগত scrutiny committeয়ে বহুত অন্যায় কৰিলে।
Moi non teaching 2021 5february appointment puwa moi ki korile mor service regular hobo jonabo jodi case koru regular pam naki
Sir Professional qualification ot onliy D.el.ed takha tu, na D.el.ed with Tet takha tu koi.
মহান মহাশয়, সুন্দৰ ব্যাখ্যা। কিন্তু চাৰ, এইটো, সময়ত অসম চৰকাৰে যি সকল দুৰ্ভগীয়া, অৰ্থাৎ অফিচত ধন দিব পৰা নাছিল সেইসকলক Basic training -ৰ পৰা বঞ্চিত কৰা হৈছিল।
চৰকাৰে শিক্ষক প্ৰশিক্ষণ ৰ ব্যৱস্থা নকৰিলে টিউটৰ নিজে একো কৰিব নোৱাৰিম।
মহোদয় High courtএ দুৰ্ভগীয়া টিউটৰ সকলৰ প্ৰশিক্ষণ ৰ নিৰ্দেশ এটা অসম চৰকাৰ লৈ দিয়া হ'লে তাপিত লতায়ে যেন পাইলে জলাধাৰ ৰ দৰে মহা পুণ্য হ'ল হেতেন।
মহাশয় সেই পুণ্য ভাগ আমাৰ ফালৰ পৰা আপোনালৈ আগবঢ়াইছো।
্্্এজন দুৰ্ভগীয়া টিউটৰ। 14:21
ছাৰ কথা এটা জনাবো যে water Resources Department muster rolls employee বিলাকক regulaise koribo Honbl High Court te order disile, but ajiloi sorkare Regulised nai kora. Ata video bonabo sun xonkale.
যি সকল Tutor ৰে DELED লব পৰা নাই সেই সকলৰ প্ৰশিক্ষণ/DELED লোৱাৰ বৰ্তমান কোনো ব্যৱস্থা নাই । সেই সকলৰ কি হব আৰু চৰকাৰে ব্যৱস্থা কৰিবনে ?
আমাক দিএলেড চৰকাৰে নকৰালে আমাৰ টিউটৰৰ কায্যকাল চাৰিবছৰ হল আমাক ট্টেণিঙ নকৰালে আনহাতে আমাক শিক্ষাউপদেষ্টা পৰিষদৰ অনুমোদিত বাচনি তালিকাৰ পৰা নিযুক্ত শিক্ষক ।
সুন্দৰ বাখ্যা।।
সন্মানীয় চাৰ ! এই অৰ্ডাৰৰ পি ডি এফ কপি পাম নেকি । ডাউনলোড লিংক দিলে নথৈ আনন্দিত হম।
But do you know how much time to be taken to regularise
Sir, I don't understand clearly that from when will the time 5 years start? Will there any gazette published for Tutor to Teacher?
Assam r 2021 year t provincialised huwa sakolu govt. Tutor k without any condition Assam government r education department e 2025 year t Teacher korib nuwarene?Eiar babe Assam government e 2025 year t Assam budget t money sanction korib nuwarene?
Moi ME Tutor BA Deled aru ki koriba লাগিব।
Joining date kiman loi change hobo Sir
sir tutor appoinment puwar pisot ajiloike kuno tet pata pata nai asom sarkare
Sir moi LPS r tutor 2021 5th feb Appiontment powa , Moi BA D EL ED , Sir bina Tet t moi Teacher habo parimne ?
Sir aponi janaidiok tutor to qualification to Kali deled na tet pass hobo Lage jonaideok sir
What training is says here sir.?
অৱসৰ গ্ৰহণ কৰা বিলাকৰ কি হব জনালে সুখী হম
Who has no such qualification like edu and professional he will get fixed salary and who have all that documents except tet he will be upgraded as teacher.yes or no sir?
Professional qualification clear hoise 2019 but etialoike Post tutor hoi ase
Ac commamdte TUTOR teacher d e l e d valid but Tet Valid ne sir please said good night
WR master roll sakri bur hb ge ne kiba update
Sir none deled khinik in survice t deled koribo dibone ?
Tutor
Tutor sir
Ithinkafterageof55yearnoneedanytrainingSocorrecttheRolein2025newact-DuetoSolateofgrant