Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Khula monor suali Kalpana. Val lagil. Bohut Sundar kantha, Assam t paboloi tan tenekua kantha
কল্পনাৰ কথাবোৰ বহুত ভাল লাগে। স্পষ্ট বাদী বাবে । আগুৱাই যোৱা তুমি।
বৰ ভাল লগা অনুষ্ঠান এটা চালো। ধন্যবাদ চেমিম
বহুত বহুত ধন্যবাদ । তোমাৰ মন্তব্যই কল্পনা কোন পৰিছয় প্ৰকাশ হৈছে ।শুভেচ্ছা থাকিল ।
কল্পনা পাটোৱাৰী এগৰাকী বৰ সাহসী চিধাচিধি কথা কোৱা এগৰাকী মহিলা ❤❤ বাইডেউৰ গানবোৰ শুনি বহুত ভাল লাগে ❤❤ তেখেত কুশলে থাকক তাৰেই কামনা ❤❤
খুউব ভাল লাগিল চাই।Go ahead Kalpana Ba.
Eman sundar voice..eman matot jur thaka pratham asomiya suwali...khub bhal lage
বহুত ভাল লাগিল ধন্যবাদ
কল্পনাৰ গান শুনি বৰ ভাল লাগে
ভাল লাগিল ❤
মোৰ অতি শ্ৰদ্ধাৰ কল্পনা পাটোৱাৰী আৰু পাৰভেজ দাদাৰ লগতে অনুস্থান পৰিচালিকা মহোদয়ালৈ বহুত বহুত মৰম ধন্যবাদ । বৰ সুন্দৰ অনুস্থান ।😅
সদায় প্ৰিয় তেওঁ💗
Ki kom bor hundor lagil.lots to learn. All best wishes. ❤
বৰ ভাল লাগিল।
kalpana baa k sini nupua maanuh nai..proud of india…bor vaal laagil saai podcast2..direct and no extra masala..
Bhut val lagil ba
কল্পনা পাটৱাৰী মোৰ মৰমৰ বা জনী ❤
ভাল লাগিল ৷
নতুন অতিথি ।শুভেচ্ছাৰে ।❤
Semim ba apunak bhut val lage aru apunar video xodai sao bhut val lage
Bohut bhal lage Kolpona baideuk❤
খুব ধুনীয়া লাগিছে আজি
Bhut Val lagile
U looking so cute Samim❤.....#kolkata 😊❤
Tumar video sabole roi thaku 😊
❤ ❤ সুন্দৰ ❤ ❤
স্বাভিমানী শিল্পী ৷বহুত ভাল লাগিল ৷
বিৰাট ধুনীয়া podcast এটা চালো।ভাল লাগিল
বৰ ভাল লাগিল
Muru bhut vl lage kalpana mem k❤❤❤❤❤
Very nice ❤
কল্পনা পাটোৱাৰী এগৰাকী অসমীয়া শিল্পী বুলি,অসমে গৌৰৱ কৰোঁ। সঁচা ই তেওঁক শ্ৰদ্ধাৰে নমস্কাৰ জনাওঁ।
Welcome back ba
My favourite singer
পাৰভেজ ৰ বিষয়ে জানিবৰ মন গৈছে। দুটামান কথা পাতিলে ভাল আছিল।
Kalpana Ba apunak antar.r pora pronam jonaisu🙏interview tu sai kiman val lagibole hai2 likha tan❤atai kou..apuni akol apunar nohoi..apuni amar,amar homaj.r,Assam.r hompod🙏nijoke vale rakhok,Bagwan ye vale rakhibo🙏Love u Ba❤4m Sivasagar
Vl lagil
প্ৰশ্নবোৰ পোনপটীয়া উত্তৰ দিয়া যেন লগা নাই
Like song of K P Very much
কল্পনাৰ গান শুনি ভাললগাইনহয়, কথা বোৰ শুনিও বৰভাল পাওঁ, স্পষ্টবাদীতাৰ বাবে,বিভিন্ন শব্দৰ প্ৰয়োগৰ দ্বাৰা কথা কোৱাৰ শৈলীৰ বাবে ।
Biratei xundor onusthan
Music নোহোৱা কৈ ইমান সুন্দৰ কণ্ঠ।বলিষ্ঠ কণ্ঠৰ অধিকাৰী
Dev bb
Good best
মই কল্পনা বাৰ গান যেন ইমান ভাল পাওঁ নহয়।
Kisomane gan gale music nahale bhal nalage kinto teo je gaise music nahaleo bha lagise
উত্তৰ বিলাক পোনপটীয়া কৈ বুজাই দিব নোৱাৰে।
sidha prosnor ulta uttor....it seems she doesn't understand assamese anymore
Eman melody, weight thoka, female voice bharator sangeet jogotot birol, as male voice Dr, Bhupen Hazarika, Assamese nd Bhojpuri geetok loi kori juwa asoni samuuh prokhongkhoniyo
এটা ঘোষা নাগালা কিন্ত |
👍👍👍👍👍👍👍😁❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹

কল্পনাৰ গান শুনি ভাললগাই
নহয়, কথা বোৰ শুনিও বৰ
ভাল পাওঁ, স্পষ্টবাদীতাৰ বাবে,
বিভিন্ন শব্দৰ প্ৰয়োগৰ দ্বাৰা
কথা কোৱাৰ শৈলীৰ বাবে ।