কবলৈ ভাষা নাই ,❤️❤️❤️ অতি সুন্দৰ এটি মন পৰশা এটি কাহিনী , ❤️❤️❤️ কিন্তু তৃতীয় খণ্ডতি পোৱা হলে আৰু ভাল লাগিল হয় , কাঠ বেপাৰীৰ পুতেকৰ কি হল পুলিচে তাক বিচাৰি পালেনে নাই জানিবলৈ মনটো অস্থিৰ হৈ থাকিল🤩🤩🤩🤩🥰
gotei part keita salu bohut besiye val lagise aru oti dukhor oti xundor story adhorua part 3 dibo lage starting pora end loike valei paisu aru sekhot action bur dekhi Hindi cinema suwa jen palu keep it up guy's
বহুত ভাল লাগিল, অভিনয় খন , চাই
আজিকালি এই বোৰ কাহিনী হৈ আছে।
আৰু আজি কালি ল'ৰা ছোৱালী বোৰে মা দেউতা কক vridhashram থাকিবলৈ কয়, এজনী বিয়া পতাৰ পিছত, কিয় এনেকুৱা কাম কৰে, আজি এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পালে মাক দেউতাকৰ পৰা আৰু ডাঙৰ হৈ এনে অৱস্থা কৰে।
বহুত ভাল লাগিল কাহিনী বোৰ 🙏🙏🙏🙏🙏🥰🥰🥰🥰
❤0😂
Really bohut val lagil...sokupani ulai gl....
অন্তৰ স্পৰ্শী গ'ল। সঁচাকৈ, চুটি ছবিখনৰ কাহিনী ভাগে বাস্তৱিকতে বৰ্তমান সমাজৰ প্ৰেক্ষাপটৰ বহু কথাই বৰ্ণনা কৰিছে। শ্ৰদ্ধাৰ নৱ কুমাৰ বৰা ছাৰ,, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰ প্ৰমুখ্যে ছবিখনৰ চিত্ৰনাট্যৰ লগত জড়িত সকলো লৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Eman dhuniya ekhon sort flim . Sai vl lagil . 🎉🎉🎉🎉
Bohut bohut val lagilll ❤❤❤❤❤ hidoy sui goll🎉❤❤❤❤❤❤ akha koru pat 3 ahe oti hungkale tare kamona korilu ❤❤❤I love you sotffilim ❤❤❤
বৰ সুন্দৰ কাহিনী, উপভোগ কৰিব পায় বৰ ভাল লাগিল, sir
বহুত ভাল পালোঁ চুটি চবি খন চাই ।
বৰ সুন্দৰ অভিনয় ৷ হৃদয় চুই গৈছে ৷ আজিৰ সমাজত চলিথকা বাস্তৱ কাহিনী ৷ বহুত ভাল লাগিব ৷
সুন্দৰ 😍 Sir
Sundar Kahini Bohut Val Lagil 👍❣️🙏
বহুত বহুত ভাল লাগিল চাই ছাৰ।
Sir বহুত বহুত bhal লাগিলে 💐💐
বহুত বহুত বহুত ভাল লাগিল কাহিনীটো চাই, একেবাৰে হৃদয় চুই গৈছে, আৰু আগুৱাই যোৱা ।🥺💘❤️❤️❤️🙏🏻
Fyfhcy
Ki n in oh by gnkujnbg
0 I'm
❤lop
Bohut bohut val lagil sai,janibologa kisuman kotha hikibo palu so val lgil,👌👍
Bohut val lagil sir next episode nischoi pam hunkale
Bohut bohut val lagil...💞
অভিনয় বোৰ চাই বহুত ভাল লাগিলে 🥰🥰🥰
Bhal lagil nijor deutak heruwai Punor deuta ajon ghurai paise 😭😭😭 dukh lagil
Sir bohut dhunia hoisa👍👍❤️
বহুত সুন্দৰ কাহিনী , সকলোকে congratulation 🎉💐
Sochakoiye bor sundor , bohut bhal lagil
সঁচাকৈ চুই গৈছে কাহিনীটো.... বহুত বেছি ভাল লাগিল...
চিনাকী মুখবোৰ দেখি আৰু বেছি ভাল লাগিছে..
SPECIALLY, আমাৰ COLLEGE ৰ PRINCIPAL, আমাৰ মৰমৰ "জ্যোতি SIR" 🙏.
'SIR' ৰ অভিনয় সচাকৈ অতি দৰ্শনীয়....
বাকী সকলোৰেই অভিনয় সঁচাকৈ বহুত সুন্দৰ হৈছে...
ভণ্টী SUSHMITA ৰ সুন্দৰ কন্ঠত, আলাপ শুনি বহুত ভাল লাগিছে...
FIGHTING ACTION বহুত ভাল হৈছে...
"নব SIR" , বহুত বহুত শুভেচ্ছা যাঁচিলো.. 💐❤️
তৃতীয় খণ্ডলৈ, আগ্ৰহেৰে বাট চাই ৰম.... ❤️❤️❤️
Bohut bohut val lhagel video to sai
Jjj JJ í
অতি সুন্দৰ বহুত ভাল লাগিল।
💝
খুবেই সুন্দৰ লাগিল ছাৰ ৷
বহুত ভাল লাগিলে 👍
Bohut bohut val lagile sai🥰❤️
Hsai tumalukr aviny sai bhut bhal lagise ATI hundra❤❤❤❤
Thanks a lot.khub khundar kahinir cinema ekhan upabhog karilo.Again thank you so much.
Bht bht bhl lgil sir video tu sai
Hosakoi vl lagile bhut 🥰🥀🥀🥀🥀😭🥀🥀👍👍👍🥺🥺🥺🥺🥺
সুন্দৰ বৰ ভাল লাগিল চাই
Bhut vl lagil sai 👍🔥♥️👍👍🔥🔥🔥
ছাৰ, বহুত বহুত ভাল লাগিল | বাস্তৱ জীৱনৰ এক সুন্দৰ কাহিনী | সকলোৱে অভিনয় সুন্দৰ হৈছে | (নামৰূপ)
O
O
@@SadanandaSonowal-ky2epডডডডডডডডডডজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজজডডডডটডতচতচচচতচতচচচচচচচচচচচটটচচটটচচচচচচচচচচচচচচচটচচচচচচটচচচচচচচচচচচচচচচচটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটদ.িিটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটটচটটচক
Bohut val lagisa..
Lastat saku pani ulai goisa. ❤
সুন্দৰ কাহিনী.. সুন্দৰ উপস্থাপন.... ভাল লগা এটা গাঁৱলীয়া কাহিনী...সকলোলৈকে শুভেচ্ছা থাকিল।।
Ki Xundor Film,Jaak Bhaxare Bujabo Nuwari, Congratulations To The All, May God Bless All
মজা । আধুনিকতাৰ ধামাকা । । বেছি শিক্ষীত কৰাৰ পৰিনাম ! এইয়াই আজিৰ সমাজ ব্যবস্থা । ।ইয়াতকৈ লাগেনে !!
Mazar lagil dai.
Sir bohot val lgil filim khn sai aru jate aguai juok tare kamona krilu 🙏✨
Xosakoi bhut Val lagise Video Tu Sai Xosa koi Bhut Sokur Pani ulay Goise da Very nice👍👍👍
বহুত বহুত ভাল লাগিছে আগলৈ অপেক্ষাত থাকিলোং দে video টো চাই বহুত বহুত ভাল লাগিছে অ দাদা❤❤
Bohut..vl.lagil.natokkhon.❤❤❤
Sir bohut vl hoise
Khub val hoise ... Apona lokor lgt enkoye support di jam hodai..
পিছৰ খণ্ডটিও পাই বহুত সুখী হলো..... বহুত বেছি ভাল লাগিল.... সকলোৱে বহুত ভাল অভিনয় কৰিছে.... লগতে সংগীটো খুব সুন্দৰ হৈছে..... 3 নম্বৰ খণ্ডটি পামনে জনাব......
o❤
P
आजि मुक अखमर बहुत मनत परिसे अए🇮🇳🇮🇳🇮🇳🇮🇳🙏🏻🙏🏻🙏🏻⭐⭐💐💐👍👍
Duita khondo Sai bohut val lagil
Sir hundor kahani apunar ai video sai axomia ciemar r uprt akorkhito krise ❤❤❤❤
Moja lagil Sai ❤❤❤
বৰ সুন্দৰ কাহিনী চাৰ চাই বৰ ভাল লাগিল
Bohut short film salu eikhonr nisina val moi kotu naplu... Hosakoi bohut bohut bohut vl lagil...
সুন্দৰ
বহুত ভাল লাগিল কাহিনীটো ছাৰ❤️
সকলোৰে অভিনয় বৰ ভাল লাগিল আৰু দুখ লাগিল চকু পানি ৰখাব নোবাৰিলো
Bor hundor abhinoy ❤😢
Bujaboloi bakha nai sir ❤hundar abhinay hundar kahini ❤❤❤sokur Pani rokhabo nuarilu❤❤❤❤
Bohut..bohut...bhal.....lagil
কবলৈ ভাষা নাই ,❤️❤️❤️ অতি সুন্দৰ এটি মন পৰশা এটি কাহিনী , ❤️❤️❤️ কিন্তু তৃতীয় খণ্ডতি পোৱা হলে আৰু ভাল লাগিল হয় , কাঠ বেপাৰীৰ পুতেকৰ কি হল পুলিচে তাক বিচাৰি পালেনে নাই জানিবলৈ মনটো অস্থিৰ হৈ থাকিল🤩🤩🤩🤩🥰
এই বাৰ ধৰা পৰিব
@@poshakemon8495 বহুত মজা লাগিব তেন্তে এইবাৰ ..... সোনকালেই আগবঢ়াই দিব খণ্ডটি , বহুত প্ৰশ্নই মোক আমনি কৰিব ধৰিছে আগলৈ আৰু মমিৰ বা কি হব সঁচাকৈ কাহিনী ভাগৰ নামটোৰ দৰে মমিয়ে দেখা সপোন বোৰ মৰহি গৈ আধৰুৱা সপোন হৈ পৰিব নেকি ? কলেজৰ লৰাৰ প্ৰেমত পৰা বাবে মমিক আকৌ কলেজৰ প্ৰিন্সিপাল মহোদয়ে বেয়া পোৱা হব নেকি ? এতিয়াৰ দৰে তাইক বাৰু মৰম নকৰা হব নেকি? দেউতাকৰ কাগজত আমেৰিকা লৈ চহী নকৰাকৈ উভতি যোৱা লৰা জনে বোৱাৰীয়েকক লৈ অসম পাবহি নেকি? যদি তেনেকুৱা হয় মমি আৰু মাকক চাগৈ পাহাৰীয়া ঘৰখনলৈ পুনৰ উভতাই পঠিয়াব 😥 যদি তালৈ উভতি যায় কাঠ বেপাৰী পুতেক জনে আকৌ কিবা কৰিব 😥😥😥😥..........................
বেয়া নাপাব দেই ময়ো ফেচবুকৰ মজিয়াত জীৱন্ত কাহিনী লিখি থকা এজন লেখক সেইবাবেই কাহিনীৰ ভিতৰ চৰালৈ সোমাই যোৱাত এনেধৰণৰ প্ৰশ্ন বোৰে আমনি কৰিব ধৰিছে ------------------
🥰 মমিৰ অভিনয়ৰ হলে প্ৰেমত পৰি গৈছো বহুত ধুনীয়া অভিনয় মমিৰ 🤩
Mojja ankita❤❤
বহুত বহুত ভাল লাগিলে ।।❤️❤️
Sir নমস্কাৰ আৰু ধন্যবাদ । আধৰুৱা সপোনৰ তৃতীয় খণ্ড দিলে ভাল আছিল । সচাকৈ বহুত ভাল লাগিছে ছবিখন চাই ।👍👌❤️🙏🇮🇳
Val lagil sir kota suni Thank you❤❤🙏🙏 sir congratulations🎉🎉 sir
Bohut bohut besi val lagile Sai 🙏🙏🙏🙏
13rti
চিনেমা খন ছাই বৰ ভাল লাগিল ধন্যবাদ
বহুত ভাল লাগিল 💖
Hundor hoise
ভাল লাগিল টিপাম চাহ বাগিছা টিপাম পাহাৰিয়া প্ৰাকৃতিক প্ৰৰিবেশ লগতে আমাৰ সমাজৰ পৰা হেৰাই যোৱা ৰেদিঅ তো দেখি ❤❤❤❤❤
Bohut val lagil sir right questions
Latu da❤️Bhaskar da💓... প্ৰতিজনলৈ bahuuut bahuuuut valpuwa💕
Mojja lagil de ❤
Bohut val lagise oo part 3 lage
Garman
Eman xundo ovinoi korise khokolua bohut val lagise sai agoloi anekuar video sabo pam buli akha korilu
সুন্দৰ কৰিছে
Bht Val lagil
Bht call lgile video to sai khoske bht bht vlll lgise emn dhunia gyse kb nuwari bht bht vll hyse
Bhut val lagil 💗❤️
Film tu sai eman val lagise je sai thakote thakote 100 bar like dibo mon jay. Kintu ki korim upay nai like ebar he dibo pare
কাহিনীটো ৱহুত ভাল লাগিল
বহুত ভাল লাগিল চাই চাৰ।
ভাল লাগিল দেই
Bhal lagil chai
Dhuniya hoise sir👍
খুব সুন্দৰ ছবি👍👍👍এয়াহে অসমীয়া ছবি।❤❤❤আগুৱাই যোৱা । (বঙাইগাওঁ)
Bohut val lagil ❤❤❤❤
❤❤❤❤❤mojaa lagil
Bhut Val lgela.. sai sir🙏🙏part 3lga
...
Bohut vl lagil.. anekua lagise aru olp thoka hoi
Bahut Val lagil ,updes mulak haise thanku
Mojjaa❤️
Nice video. Val lagil Sai aru next..
Bohut bhal lagila ❤sir
খুব ভাল লাগিল ,
ইমান সুন্দৰকৈ অভিনয় কৰিছে।।
বৰ ভাল লাগিল ❤️🌹
এনেকুৱা ধৰণৰ মানু্হ মোৰ কাৰণে দৰকাৰী ।। 🙏🙏
😢😢😢
বহুত ভাল লাগিছে
Most like most like most like history many many thanks
নব প্ৰজন্মৰ বাবে সময়পোযগী ছবি।ধন্যবাদ।
gotei part keita salu bohut besiye val lagise aru oti dukhor oti xundor story adhorua part 3 dibo lage starting pora end loike valei paisu aru sekhot action bur dekhi Hindi cinema suwa jen palu keep it up guy's
Xundar abhinoi
অতি সুন্দৰ