মৃত ব্যক্তিৰ আত্মা কেতিয়া আপোনাৰ ঘৰলৈ আহে ?? কেইটামান আচৰিত কথা !! Vastu Assam।।
HTML-код
- Опубликовано: 5 ноя 2024
- মৃত ব্যক্তিৰ আত্মা কেতিয়া আপোনাৰ ঘৰলৈ আহে ?? কেইটামান আচৰিত কথা !! Vastu Assam।।
কিতাপ বুক কৰা নম্বৰ 7577-00-5577
Vastu Assam Facebook Page Link: / vastuassam
Vastu Assam, Contact 60019-72061( 7 PM-10 PM)
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
ভাল লাগিছে
Goods
❤❤ আপোনাৰ ভিডিঅ'টো চাই বৰ ভাল লাগিল।আমিএইবিলাক মানি আহিছোঁ।❤❤
Krishna ❤️
Plz make a video on the right direction of eating food
বহুত ভাল লাগিল ভিডিঅ' টো শুনি দাদা
Bhut bhut vl lagil
সুন্দৰ কথা দাদা। ভাল লাগিল বহুত নজনা কথা জানিলো।
Yess.😅
Mitokor sardhor bosoror kun major kun tarikhe aharomvo hoi jonabor sun sir.
Bohut nojona kotha jani huni bohut vl palu thenk you dada
Sir kotha ata khudhu atamohoitta kora manuhor ki koribo lagibo
Moiu sob niyom korisu
Val lagise
ছাৰ এই যে মৃতকৰ নামত তামৰ পাত্ৰত পানী লৈ জল অৰ্পণ কৰা কথা কৈছে সেই পানীখিনিত আটাইকেইজন মৃতকৰ নাম ল'ব পাৰি নে অনুগ্ৰহ কৰি মোক জনাবচোন ছাৰ। আৰু এটা কথা মোৰ পৰিয়ালৰ মানুহে এই কথাবোৰ একেবাৰে বিশ্বাস নকৰে তথাপিও মই আপোনাৰ প্ৰত্যেকটো কথাই ১০০% বিশ্বাসেৰে পালন কৰি আহিছোঁ কাৰণ আপুনি নিজৰ কাৰণে নহয় ৰাইজৰ মঙ্গলৰ কাৰণেহে ভিডিও বনাইছে সেয়ে আপোনাক বহুত বহুত ধন্যবাদ।🙏🙏❤️❤️
নজনা কথাবোৰ জানি ভাল লাগিল ধন্যবাদ....
কথা কেইটাৰ pora bohut শিকিলোঁ ধন্যবাদ.
Kitap khanr dam kiman dada
এনেকুৱা ভিদিঅ নবনোৱাকৈ থাকিলে আপোনাৰ। কিবা। অসুবিধাৰ হ'ব নেকি ।
Dada south t kitchen bonale bea neki
Apuner video bur val lage bahut,aiber haun mahor bikhoye jonabo soon please
Moi saptam aidhài bihaspati bare path karalu
Yes yess
Thanks for Informaion
Apunar poramorsho bure amar jibon nishy holoni korib sir
Kothakhini janibo pai xukhi holu...Bohut dhanyabaad Sir..
জানি ভাল লাগিল।
Hoi ahe atma,,মোৰ faith আছে ,মোৰ maa ahise this year ,মোক MAA moi ahisu বুলি মোক koise,কথা tu moi আজি হে জানিছো, so next year manim
বহুত ধুনীয়া কথা এটা কলে ।ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। 🙏🙏
Thanks for information 🙏🙏🙏👍
ভাল লাগিল
Mur deuta Purnima tithit dhukisil. Kintu ei 15 days Purnima tithi nai dekhun. Tetia sardha ketiya patim. Please janabo sun
kotha khini jani val lagile
Dhonyabad bohut nahana kotha janilu
চাৰ আপোনী বহুত ভাল কথা জনালে ধন্যবাদ
Vary good
Thank you
Next year kitiya hobo ai 15 ta din
ধুনীয়া পালো আপোনাৰ কথা খিনি আপোনাক বহুত ধন্যবাদ
Sir which date start 2024
Bahut vall katha kale. Thanks.
দাদা মৃতকৰ আত্মাৰ শান্তি সদ্গতিৰ বাবে কি কৰিব লাগে।ক'বছোন
বহুত বহুত ধন্যবাদ
হয় ঠিকেই #YogaTherapyAssam
ধন্যবাদ ছাৰ৷🙏🙏🙏
বহুত ভাল কথা জনালে ছাৰ
🙏 Sir bohut Dhanyabad apunaloi
Val lahil
Khoob bhal sokoluwe sikibo lagia kothabur.. bhagabane apunar pariyalor sokoloke kushole rakhe jen 🙏
Sir, ghrt nthakile thoka thaite ai niym palon krile hobo ne.
আপোনালৈ মোৰ এটা প্ৰশ্ন মৃত লোক এজনৰ আত্মাই বোলে এটা শৰীৰ এৰাৰ লগে লগেই আন এটা শৰীৰত প্ৰৱেশ কৰে তেন্টে সেই আত্মাই কেইটা ঘৰত প্ৰৱেশ কৰিব আৰু কোনটো ঘৰত তেওঁৰ হৈ মহালয়াৰ শ্ৰদ্ধা কৰিব?
ভাল লাগিল 🙏
Sir.. khub Val lagil Jani..
এনে ফকতিয়া কথাৰে ধন ঘটাৰ এটা ভাল কৌশল হৈছে
Bhut val lagil eman val kotha Amak janala .dhoinnobad thakil apunaloi
🙏🙏🙏
Dada kitap khonor mrp kiman
ধন্যবাদ জনালো। কথাখিনি জনাৰ পয়োজন আছে।
Sir mor rakhi mokor mor aibosor tu kenekua hob
Sir,Narayan puja koribo parim ne
দাদা ৭,৭,২০২২ত মোৰ মানুহ জনৰ মৃত্যু হয় .মই বহুত আশাৰে বাট চাই আছোঁ তেওঁ ঘূৰি অহা লৈ, আপোনাৰ ভিডিঅ টো চাই মই আৰু আশাবাদী হৈ পৰিছো.
বৰ বেয়া লাগিল দেই 🙏#YogaTherapyAssam
ছাৰ মই প্ৰথম বাৰৰ বাবে আপোনাৰ পৰামৰ্শ অনুসৰি গীতা পাঠ কৰোৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।নিয়মৰ বিষয়ে অকনমান জনাবচোন।
2023 r ketiya aaromvo hob ai din keita
Dhynabad
Jani bor bhal lagil sir
🙏🙏🙏🙏
Dada aamar gharor 4kun bandhi thoise plz jonabosun....
কৃষ্ণ পক্ষত আত্মা আহে অমাৱস্যা তিথিৰ ১৫ দিন আগত অৰ্থাৎ (মহালয়া) ৰ ১৫ দিন আগত ।
ভাল লাগিল দাদা
Bht val lagise sir apunar kotha bor
Very good
বহুত বহুত ধন্যবাদ ছাৰ
Shraddha korile pinda die,sunisu basart aberhe pinda dib lage,ai biays janabson
কথাখিনি জানি ভাল লাগিল , ধন্যবাদ
হয় ঠিকেই #YogaTherapyAssam
Val lagil apunar vidio to
ভাল লাগিল , ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
হয় ঠিকেই কৈছে #YogaTherapyAssam
Sir, যিকোনো মানুহে মৃত্যুৰ পিছত কৰ্ম ফল অনুযায়ী বিভিন্ন ধৰণৰ শৰীৰত জন্ম লাভ কৰে,,, কিন্তু কোনো এটা শৰীৰত জন্ম লাভ কৰা আত্মা টো আকৌ কেনেকৈ অশৰীৰি আত্মা হিচাপে ঘৰলৈ আহিব পাৰে,,,?
অকণমান বুজাই দিব Sir,🙏
Xokolu atmai mrityur pisot loge logei punor jonmo napai.kisumn bohu bosor loi k punor jonom napai.
@@linaborah5011 ummmm Atcha,,,, Hoy Hoy , thike koise apuni,,,,
Ai jonmo mrityuk loi bohut cinta koribologiya
@@bikashroy6343 xokolu rohosyomoi🙂
হয় ঠিকেই কৈছে আপুনি। #YogaTherapyAssam
Val kotha prasno korisa.thanks
মোৰ আই আৰু পিতা প্ৰয়াত হবৰ দিন হ'ল - আই পিতাতকৈ ন বছৰৰ আগতেই গ'লগৈ । ঘৰৰ পৰা যিকোনো কামত ওলোৱাৰ আগতে আই পিতাৰ স্মৰণ কৰি ওলাওঁ - যিদৰে জীয়াই থকাৰ সময়ত ঘৰৰ পৰা ক'ৰবালৈ গলে কৈ যোৱা হৈছিল।প্ৰতিদিনেই তেওঁলোকৰ উপস্থিতি মোৰ অনুভৱ হয় যেন সোঁশৰীৰে আহি মোক চাই আছে আৰু তেনেকুৱা ধৰণৰ অনুভৱে মনত গভীৰ প্ৰশান্তি আনি দিয়ে।
বৰ ভাল কথা কলে #YogaTherapyAssam
Aponar kotha bur bhal lagil dada🙏
Val.lagil.janibo.pai
বহুত বহুত ধন্যবাদ ছাৰ । পূৰ্ব পুৰুষ মৃতক সকলৰ শ্ৰাদ্ধ বছৰত এবাৰকৈ শ্ৰাদ্ধ কৰা হয় যদিও ইমান দিনে মই জনা নাছিলো , এতিয়াহে আপোনাৰ পৰা জানিলো ।বহুত বহুত ধন্যবাদ ছাৰ । বহুত ধন্যবাদ ।
হয় ঠিকেই #YogaTherapyAssam
বহুত ভাল লাগিল ভিডিঅ'টো শুনি দাদা ধন্যবাদ দাদা
BAHOOT Val lagil najna katha eta janilo sir 🙏 thanku
মোৰ দেউতাৰ মিত্তো হৈছে তেওঁৰ ফটো ঘৰৰ পশ্চিম দিশত লগাই থৈছোঁ দিশ টো ঠিকে আছে নাই
Bohu akhara roi asu janeboloi 🙏🙏🙏
logote subscrib korilu.
Very nice vdeo🙏🙏🙏
ধন্যবাদ, ভাল লাগিল
Waiting
Sir ghor vitart pakhila ahile vl ne beya janab please 🙏🙏
Thank you sir . Bhal lagil
ইমান দিন কত গৈছিল ।সদায়ে বিছাৰি থাকো নাপাওঁ আজি হে পাইছো।
মই আপুনি দিয়া সমাধান পৰা বহু সমিধান পাইছো ।আৰু মই পিত পক্ষ মানি আছো
🙏💞💞xukhi holo
🙏🙏🙏🙏❣️❣️❣️
23 September 2024 Mur Dada dhu kaise
Video tu aaji hai paisu 5november
Atia korile hobo ne ketia korim
hoi. yes
Sir, eta kotha kouksun... Ami vara ghorot thaku.... Ei kaam koribo karone ami ghar juatu axubidha... Jihetu ghar durot... Gotike ami ei kaam tu keneke korile val hoi.. baa koribo parim ne nuarim.... Anugrah kori jonabo sun..
Sir 15 dinor vitorit je gita path kora kotha koise kisna gita ne hibo gita kotha koise.
Dada kotha bur jonai khub val kam korise
Room2 posim fale logale hobone
Gita ...Krishna Gita ne Shiva Gita dada,jonabasun.
val lagil vidio to
আপুনি আত্মাৰ লগত বাস কৰে নেকি প্ৰভু?