Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ইমান সুন্দৰ আকাশৰ দৰে বিশাল মনৰ ব্যক্তি , ভাষা বিচাৰি নাপাওঁ হিয়া উজাৰি ধন্যবাদ দিবলৈ । ভগৱানে বহুত মৰম কৰক তাৰে প্ৰাৰ্থনা কৰিলোঁ ।
Praise the lord 🙏 এনেকুৱা মানৱতাৰ মানুহ থকাৰ বাবে আজি সমাজখন চলি আছে।
বহুত বহুত ধন্যবাদ। মানুহ এনেকুৱা হ'ব লাগে। আপোনাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ইমদাদ দা সচাই বহুত ভাল মানুহ আৰু তেওঁ বহুতো দুখীয়া অসহায় মানুহক সহায় কৰি আহিছে আৰু তেওঁ সহায় কৰি ভাল পায়। আৰু জিতুদালৈ জন্ম দিনৰ বহুত বহুত শুভ কামনা।বাৰ্তালাপ আৰু আগুৱাই যাওক🙏
সচাকৈ ভাল লাগিল ।মন চুই গল ।
এনেধৰণৰ বাৰ্তলাপৰ কাৰণেই বাৰ্তালাপ সদায় চাও ........ধন্যবাদ আপোনাক 🙏❣️💜
বহুত ভাল লাগিল! ইমডাদ আমাৰ ওচৰৰ ল'ৰা !টীয়কীয়ান হিচাপে ইমডাদক লৈ গৌৰব অনুভৱ কৰিছোঁ!মই বাৰ্তালাপ অনুস্থান সদাই চাওঁ ! আজি জন্মদিনটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ! বাৰ্তালাপ অনুস্থানটিত আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ!
বহুত ভাল লাগিল মানৱ ধ’মই আচল ধ’ম’ ৷
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ চকু খুলি দিব পৰা এটা ব্যক্তিত্ব…🙏
সুন্দৰ অনুস্থান...সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা...
ইমদাদ প্ৰকৃত পক্ষত এজন জ্ঞানী ল'ৰা ।লগতে হোটেলৰ স্বত্বাধিকাৰলৈও ধন্যবাদ জনালো ।এইবোৰ আত্মাক খোৱালেহে প্ৰকৃত তৃপ্তি পোৱা যায়
বৰ সুন্দৰ নিদৰ্শন ভাল লাগিল
চকুলো ওলাই আহিল। Salute to Imdad's happy soul.
মানুহে মানুহৰ বাবে ধন্যবাদ চক্ৰপানী
Bohut val lagil bartalap very very thankyou.
বহুত বহুত ধন্যবাদ।
বহুত ভাল লাগিল ,সুন্দৰ পদক্ষেপ
বহুত বহুত ভাল লাগিল 🙏🙏
ইমদাদ ডাঙৰীয়া ধন্যবাদ। এনেকৈ কৰী যাই থাকক
Imdad. U r great. Heads off to you 🙏🙏🙏
সকলোৱে খুব মহান কাম কৰিছে salute দিছো🙏🙏🙏
Many many congratulations to Imdad and Jitumoni her good achievement. Go ahead way to yours journey. All the best wishes to all.
জিন্দাবাদ ইমদাদ । সচাই আপ্লুত । স্বৰ্গ কিয় লাগে ? চক্ৰ আছ পাণিত যাৰ,বেয়াবোৰ নিলগাই ভালখিনিক কৰে সাৰ ।মৌমাখিৰ দৰে ভালবোৰৰ পিছত দৌৰি থাকোতে নজনাকৈয়ে জীৱনটো এখন ডাঙৰ মৌচাক হৈ পৰিব ,যাৰ মৌ অকল সন্তানেই নহয় সমগ্র উত্তৰ প্ৰজন্মই পাণ কৰিব ।চ্যেলুট ।
ধন্যবাদ দিবলৈ ভাষাই বিচাৰি পোৱা নাই 🙏🙏🙏🙏🙏🙏🙏
😱😱😱Ki Asorit lagil dei....xosake Bohut val lagil
বৰ ভাল লাগিল 🙏🙏🙏
Bhut val lagise OK thanks
কথাখিনি শুনি চাই বহুত ভাল লাগিছে 🥰🥰 I am very happy 😊😊❤️💕
Khube bhal video. Manbota mahan.
Bohut bhal lagil
আপুনি সঁচাকৈ বৰ মহান লোক।
Bohut vhal lagil .
Dhanyabad bhai aru kobole nijoke laj lagise aami ki kori aasu buli bhabi
উফ হিয়া শাত পৰি যায় ❤️
Many many thanks to all.
প্রকিত মানুহ ইমদাড দাদা ❤
Good news for us.They are real Hero of our society.
Bohut. Val. Lagil. Dada..
Congratulations Imdad
শুভ বাৰ্তা
Dada bohut bhal lagise.
Bahut vaal lagil...Eshwar nije nahe anekai ahe
❤ Very good idealojy 🎉 !
Dhuniya dada
🙏💞opoja dinor xubhesya jonalo
ভাল মানুহ ভাল কাম👍👍👍
ভাল লাগিল
Best of luck tumalukoloi
Bohut bhal kam korise... Bhal lagise hridoyban
Bahut vl lagil🙏
Bhut vl lgl ..xokoluye dukhya mnhk bhtdy matok aru Ekhas xuwak
Bhogobanok un eta rup 🙏🙏🙏👍👌
bohut val lagil ase show to sai
ভাল কাম কৰিছে শুভেছা থাকিল
সঁচাকৈ বহুত ভাল লাগিল ।
Love from naharkatia ❤️❤️❤️❤️
সচাকৈ বহুত ভাল লাগিল । জন্মদিনৰ শুভেচ্ছা জনালো ।
Good job happy birthday 🙏🙏🙏
Very nice
Great full work
Val lagil sokrapani da...
Chakro da nd Imdad da salute to both of u
Good program.
চক্ৰপাণি দাদা আপোনাৰ বাৰ্তালাপ মই সদায় চাওঁ কিন্তু কʼমেন কৰা নহয়। কিন্তু আজি যিটো জন্মদিন পালন কৰা দেখিবলৈ পালো সচাঁই মনটো ভাল লাগি গʼল । এনেদৰে যদি সকলো য়ে ভাবিলে ধনী -দুখীয়া, জাতি -ধৰ্ম কথা মানুহৰ মনত এনেধৰণৰ ভাৱ নাহিল হয়। এনেধৰণৰ বাৰ্তালাপ সদায় চাবলৈ পাওঁ তাৰে কামনা কৰিলো।😘😘😘❤️❤️কʼমেন লিখোঁতে কিবা ভূল হ'ব পাৰে,তাৰ বাবে ক্ষমা বিছাৰিলো।
Xosake val lgil
Grt
God bless you
Ram rahim god blas you.
Moja Dada 🙏🙏🙏🙏
Moja dada
Mojjja
Bor bhal lagise
ইয়াৰ লগত জড়িত সকলোৱে সমাজৰ গৌৰৱ, আদৰ্শ ।
Aiyahe original Muslim....
🙏❤❤
great
👌👌👌
All of you
🙏🙏🙏🙏🙏🙏
moja 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
Nice 🙏🙏🙏
Reall hero
🙏🙏🙏
Maja
Nice 👍
❤️❤️❤️
Nice
Val manuh xodai val
Asam manuhe hindhu mushlim buli kajiya lagi thake heihokole ai mohan lukor pora kiba hika usit
Right
apunar monto bahut besi pabittra hoi imdat da sakra pani da apunaro monto pabittra
Suvesa janalu
Bhagabana tumak aru bhal karak haijan manuh nahai bhagaban
bor vl lgil mon sui gol
Manuhey Manuhor Babe....
Ki ju
Imdat dar no..lage..muk..log koribo bisarisu
Val lagil hindu Muslim ako ni..Manuh manuhe
Bug selute
Bal lagil
Bhaxa nai ki buli kom .
Bor Val com
ইমান সুন্দৰ আকাশৰ দৰে বিশাল মনৰ ব্যক্তি , ভাষা বিচাৰি নাপাওঁ হিয়া উজাৰি ধন্যবাদ দিবলৈ । ভগৱানে বহুত মৰম কৰক তাৰে প্ৰাৰ্থনা কৰিলোঁ ।
Praise the lord 🙏 এনেকুৱা মানৱতাৰ মানুহ থকাৰ বাবে আজি সমাজখন চলি আছে।
বহুত বহুত ধন্যবাদ। মানুহ এনেকুৱা হ'ব লাগে। আপোনাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ইমদাদ দা সচাই বহুত ভাল মানুহ আৰু তেওঁ বহুতো দুখীয়া অসহায় মানুহক সহায় কৰি আহিছে আৰু তেওঁ সহায় কৰি ভাল পায়। আৰু জিতুদালৈ জন্ম দিনৰ বহুত বহুত শুভ কামনা।
বাৰ্তালাপ আৰু আগুৱাই যাওক🙏
সচাকৈ ভাল লাগিল ।মন চুই গল ।
এনেধৰণৰ বাৰ্তলাপৰ কাৰণেই বাৰ্তালাপ সদায় চাও ........ধন্যবাদ আপোনাক 🙏❣️💜
বহুত ভাল লাগিল! ইমডাদ আমাৰ ওচৰৰ ল'ৰা !টীয়কীয়ান হিচাপে ইমডাদক লৈ গৌৰব অনুভৱ কৰিছোঁ!মই বাৰ্তালাপ অনুস্থান সদাই চাওঁ ! আজি জন্মদিনটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ! বাৰ্তালাপ অনুস্থানটিত আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ!
বহুত ভাল লাগিল
মানৱ ধ’মই আচল ধ’ম’ ৷
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ চকু খুলি দিব পৰা এটা ব্যক্তিত্ব…🙏
সুন্দৰ অনুস্থান...সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা...
ইমদাদ প্ৰকৃত পক্ষত এজন জ্ঞানী ল'ৰা ।লগতে হোটেলৰ স্বত্বাধিকাৰলৈও ধন্যবাদ জনালো ।এইবোৰ আত্মাক খোৱালেহে প্ৰকৃত তৃপ্তি পোৱা যায়
বৰ সুন্দৰ নিদৰ্শন ভাল লাগিল
চকুলো ওলাই আহিল। Salute to Imdad's happy soul.
মানুহে মানুহৰ বাবে ধন্যবাদ চক্ৰপানী
Bohut val lagil bartalap very very thankyou.
বহুত বহুত ধন্যবাদ।
বহুত ভাল লাগিল ,সুন্দৰ পদক্ষেপ
বহুত বহুত ভাল লাগিল 🙏🙏
ইমদাদ ডাঙৰীয়া ধন্যবাদ। এনেকৈ কৰী যাই থাকক
Imdad. U r great. Heads off to you 🙏🙏🙏
সকলোৱে খুব মহান কাম কৰিছে salute দিছো🙏🙏🙏
Many many congratulations to Imdad and Jitumoni her good achievement. Go ahead way to yours journey. All the best wishes to all.
জিন্দাবাদ ইমদাদ । সচাই আপ্লুত । স্বৰ্গ কিয় লাগে ? চক্ৰ আছ পাণিত যাৰ,বেয়াবোৰ নিলগাই ভালখিনিক কৰে সাৰ ।মৌমাখিৰ দৰে ভালবোৰৰ পিছত দৌৰি থাকোতে নজনাকৈয়ে জীৱনটো এখন ডাঙৰ মৌচাক হৈ পৰিব ,যাৰ মৌ অকল সন্তানেই নহয় সমগ্র উত্তৰ প্ৰজন্মই পাণ কৰিব ।চ্যেলুট ।
ধন্যবাদ দিবলৈ ভাষাই বিচাৰি পোৱা নাই 🙏🙏🙏🙏🙏🙏🙏
😱😱😱Ki Asorit lagil dei....xosake Bohut val lagil
বৰ ভাল লাগিল 🙏🙏🙏
Bhut val lagise OK thanks
কথাখিনি শুনি চাই বহুত ভাল লাগিছে 🥰🥰 I am very happy 😊😊❤️💕
Khube bhal video. Manbota mahan.
Bohut bhal lagil
আপুনি সঁচাকৈ বৰ মহান লোক।
Bohut vhal lagil .
Dhanyabad bhai aru kobole nijoke laj lagise aami ki kori aasu buli bhabi
উফ হিয়া শাত পৰি যায় ❤️
Many many thanks to all.
প্রকিত মানুহ ইমদাড দাদা ❤
Good news for us.They are real Hero of our society.
Bohut. Val. Lagil. Dada..
Congratulations Imdad
শুভ বাৰ্তা
Dada bohut bhal lagise.
Bahut vaal lagil...Eshwar nije nahe anekai ahe
❤ Very good idealojy 🎉 !
Dhuniya dada
🙏💞opoja dinor xubhesya jonalo
ভাল মানুহ ভাল কাম👍👍👍
ভাল লাগিল
Best of luck tumalukoloi
Bohut bhal kam korise... Bhal lagise hridoyban
Bahut vl lagil🙏
Bhut vl lgl ..xokoluye dukhya mnhk bhtdy matok aru Ekhas xuwak
Bhogobanok un eta rup 🙏🙏🙏👍👌
bohut val lagil ase show to sai
ভাল কাম কৰিছে শুভেছা থাকিল
সঁচাকৈ বহুত ভাল লাগিল ।
Love from naharkatia ❤️❤️❤️❤️
সচাকৈ বহুত ভাল লাগিল । জন্মদিনৰ শুভেচ্ছা জনালো ।
Good job happy birthday 🙏🙏🙏
Very nice
Great full work
Val lagil sokrapani da...
Chakro da nd Imdad da salute to both of u
Good program.
চক্ৰপাণি দাদা আপোনাৰ বাৰ্তালাপ মই সদায় চাওঁ কিন্তু কʼমেন কৰা নহয়। কিন্তু আজি যিটো জন্মদিন পালন কৰা দেখিবলৈ পালো সচাঁই মনটো ভাল লাগি গʼল । এনেদৰে যদি সকলো য়ে ভাবিলে ধনী -দুখীয়া, জাতি -ধৰ্ম কথা মানুহৰ মনত এনেধৰণৰ ভাৱ নাহিল হয়। এনেধৰণৰ বাৰ্তালাপ সদায় চাবলৈ পাওঁ তাৰে কামনা কৰিলো।😘😘😘❤️❤️কʼমেন লিখোঁতে কিবা ভূল হ'ব পাৰে,তাৰ বাবে ক্ষমা বিছাৰিলো।
Xosake val lgil
Grt
God bless you
Ram rahim god blas you.
Moja Dada 🙏🙏🙏🙏
Moja dada
Mojjja
Bor bhal lagise
ইয়াৰ লগত জড়িত সকলোৱে সমাজৰ গৌৰৱ, আদৰ্শ ।
Aiyahe original Muslim....
🙏❤❤
great
👌👌👌
All of you
🙏🙏🙏🙏🙏🙏
moja 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
Nice 🙏🙏🙏
Reall hero
🙏🙏🙏
Maja
Nice 👍
❤️❤️❤️
Nice
Val manuh xodai val
Asam manuhe hindhu mushlim buli kajiya lagi thake heihokole ai mohan lukor pora kiba hika usit
Right
apunar monto bahut besi pabittra hoi imdat da sakra pani da apunaro monto pabittra
Suvesa janalu
Bhagabana tumak aru bhal karak haijan manuh nahai bhagaban
bor vl lgil mon sui gol
Manuhey Manuhor Babe....
Ki ju
Imdat dar no..lage..muk..log koribo bisarisu
Val lagil hindu Muslim ako ni..
Manuh manuhe
Bug selute
Bal lagil
Bhaxa nai ki buli kom .
Bor Val com