ডাক্তৰৰ জীয়েক বুলি ক’লে এতিয়া লাজ লাগেএসাজ খাই এসাজ লঘোণে থাকো

Поделиться
HTML-код
  • Опубликовано: 16 дек 2024

Комментарии • 737

  • @sumitradeb8538
    @sumitradeb8538 4 часа назад +23

    বহুত ধন্যবাদ ইমান দুখতো হাঁহি হাঁহি কথা কোৱা ময়না জনী আশিৰ্বাদ কৰিছু ❤ 👏👏👏👏👏🙏🙏🙏

  • @MofidurRohman-u5n
    @MofidurRohman-u5n 18 часов назад +209

    আপোনাৰ ছোৱালী গৰাকী লৈবহুত বহুত ধন্যবাদ, ভগৱানে সহায় কৰিব।

  • @amulyagogoi3257
    @amulyagogoi3257 6 часов назад +30

    ভগবানৰ ওপৰত বিশ্বাস ৰাখক, বেয়া দিন সদায় নাথাকে, এদিন নিশ্চয় ভাল হব। আৰু আৰ্জেণ্টিনা লৈ আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শুভেচ্ছা থাকিল। তোমাৰ আশা-আকাংক্ষা সকলো পূৰণ হওক, তাকে কামনা কৰিলোঁ ।

  • @TigerBoss-r4s
    @TigerBoss-r4s 7 часов назад +23

    ইমান দুখৰ মাজত আকমান হাঁহি দেখি বহুত ভাল লাগিল , তোমাৰ চেষ্টা সফল হওক 🫡🫡🫡🫡🫡🫡🫡🫡🫡🫸🫷🫸🫷🫸🫷🫸🫷

  • @KSC9353
    @KSC9353 15 часов назад +139

    ঈশ্বৰে মংগল কৰক.......🙏
    টকা পইছা হলে বহুত বন্ধু বহুত লগৰ কিন্তু পইছা নাথাকিলে একো নাই,অপ্ৰিয় হলেও সত্য.

  • @flamingsaber5938
    @flamingsaber5938 18 часов назад +195

    ইমান ‌মৰম লগা ছোৱালী জনী তাইৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো

    • @SankardevRoy-ju1fh
      @SankardevRoy-ju1fh 11 часов назад

      জীৱন টো এনেকুৱায হয়

  • @bishnuraibaruah2043
    @bishnuraibaruah2043 7 часов назад +23

    একালত সুখ একালত দুখ,আপুনি আত্ম বিশ্বাস অটুট ৰাখক,নিশ্চয় অমাবস্যাৰ পিছত আকৌ জোন ওলাই ঠিক তেনেকৈয়ে এদিন আকৌ আৰ্জেণ্টিনাৰ জৰিয়তে আপোনাৰ ঘৰ খন পূৰ্ণিমাৰ জোন টোৰ দৰে উজ্জ্বল হব🙏🙏

  • @rajkumarpathak6988
    @rajkumarpathak6988 6 часов назад +14

    পৰিয়ালটো অতি স্ংগৰামৰ মাজেৰে চলি থাকিব লগীয়া হৈছে। ছোৱালী জনীৰ পঢ়া শুনাত সকাহ হওক বুলি ৪০০০/- টকা ওপৰোক্ত বেংক একাউণ্ট টোত আগবঢ়ালোঁ।

  • @Swargodeu.Suhungmung
    @Swargodeu.Suhungmung 6 часов назад +16

    মই আজি এটা কথা কৈ যাম । এই জনি ছোৱালী এদিন APSC, UPSC clear কৰিব ।

  • @guptasarmah8949
    @guptasarmah8949 18 часов назад +128

    উপকাৰী গছৰ ছাল নাথাকে । অৰ্থাৎ আনক বেছি উপকাৰ কৰিবলৈ গ'লে কেতিয়াবা এনে হয়। যিকিনহওক ঈশ্বৰে মঙ্গল কৰক তাৰেই কামনা থাথিল ।

  • @RipunjoiKalita
    @RipunjoiKalita 10 часов назад +24

    আকৌ ভাল দিন আহিব | আৰ্জেণ্টিনা জেদ নেৰিবা , আনৰ বেয়া নাভাবিবা | বেয়া কথা কোৱা সকলক চিনি থবা |সময়ে সকলোকে চাই থাকে | আনৰ দয়াৰ বাবে আশা নকৰিবা বা সহায় কৰোতা সকলক না পাহৰিব |মা দেউতাক সাহ দিবা | দেউতাই লাখ টকা থাকোতেও কিয় ঘৰ বাৰী নবনালে মই নাজানিলো | সেই ডুল টো তুমি মন কৰিব লগীয়া |শেষত একো দিব নোৱাৰিলেও এষাৰ কও সাহ আৰু স্বাভিমান থাকিলে শুভ দিনলৈ সময় কম লাগে | তোমালৈ মোৰ আশা আৰু আশীর্বাদ থাকিল |

  • @joypadun7771
    @joypadun7771 18 часов назад +131

    ছোৱালী, তুমি ভাল কৈ পঢ়িবা। ভগৱানে সহায় কৰক তাৰেই কামনা কৰিছোঁ।

  • @BulbulGosait
    @BulbulGosait 19 часов назад +68

    ছোৱালী জনিৰ কথা শুনি বহুত দুখ লাগিছে।😢😢 God bless you 🙏❤️ maina.

  • @djentertainment9281
    @djentertainment9281 6 часов назад +13

    ঈশ্বৰে মংগল কৰক🙏🙏🙏।ছোৱালী জনীক বহুত বহুত সন্মান জনাইছোঁ

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 6 часов назад +8

    এই সমস্যা বহুল জীৱনত তেখেতৰ ছোৱালীৰ উৎসাহ, মনোবল সঁচাকৈয়ে ভাল লাগিল। ঈশ্বৰে সহায় কৰে যেন।

  • @nityanandamahanta1849
    @nityanandamahanta1849 18 часов назад +74

    ভগৱানে ভাল কৰিব ,ৰাইজে সহায় কৰিবলৈ আগবাঢ়ি আহক

  • @pinkigogoi1918
    @pinkigogoi1918 10 часов назад +16

    সকলোৱেই কামনা কৰিব যাতে অসমৰ মূখ্য মন্ত্ৰীৰ সাহায্য সফল হয় মানুহ জন।

  • @KalpanaBora-c4v
    @KalpanaBora-c4v 8 часов назад +13

    তোমাৰ আশা পূৰণ হওকঁ মাজনী ।দুখ লাগিল কথা বোৰ শুনি ।

  • @SAIFULISLAM-hc1iw
    @SAIFULISLAM-hc1iw 17 часов назад +54

    গাঁৱৰ প্ৰতিনিধি সকল অন্ধ যেন লাগিছে আল্লাহ ভগৱানে সহায় কৰক অভিনন্দন থাকিল।

  • @PikumoniYein
    @PikumoniYein 19 часов назад +87

    ছোৱালী গৰাকীৰ কথা বাৰ্তাবোৰ খুব ভাল লাগিল ।

  • @dadugogoi5548
    @dadugogoi5548 15 часов назад +80

    আৰ্জেন্টিনা, তোমাৰ সপোন সফল হওঁক । আপোনালোকক ভগৱানে সহায় কৰিব । 🙏

  • @hemantaboruah2004
    @hemantaboruah2004 14 часов назад +46

    আৰ্জেন্টিনা ভগৱানে। তোমাক মঙ্গল কৰক তুমি আগ বাহা তোমাৰ ভবিষ্যত সুন্দৰ হোৱাৰ ভগৱানৰ ওচৰত পুনৰ কামনা কৰিলো। আৰু 1000টকা আগ বঢ়াইছো।

  • @jitendrarabha4660
    @jitendrarabha4660 22 часа назад +68

    ভাগ্যৰ বিৰাম্বনা,অতি সত্যত চলা লোকসকলৰ এইদৰে অৱস্থা হয়৷আনৰ দুখত টকা দি সহায় কৰা সকলৰ এই অৱস্থা হয়েই৷টকা ধাৰে দিলে বন্ধুৰ অভাৱ নাই,বিচাৰিলেই টকা ধাৰে নিদিলেই আপুনি বেয়া৷গতিকে অতি সদ্‌ হোৱা বেয়া৷টকা দি বেয়া হোৱাতকৈ টকা নিদি বেয়া হোৱাই ভাল৷

  • @dancestudio8920
    @dancestudio8920 8 часов назад +8

    ভন্টিৰ কথাখিনি বহুত স্পষ্ট, ধুনীয়া। ভাল হওক তোমাৰ।

  • @kamrupassam3683
    @kamrupassam3683 17 часов назад +94

    তিৰস্কাৰ কৰাৰ পৰিবৰ্তে আমি সকলোৱে ঘৰখনক , ছোৱালী জনীক অলপ সহায় কৰাৰ কাৰণে চেষ্টা কৰিব পাৰো ।

  • @birenburagohain8132
    @birenburagohain8132 8 часов назад +14

    ঈশ্বৰে আশীৰ্বাদ কৰক।এই দুৰবস্থাৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰক।

  • @anubhutisaikia4754
    @anubhutisaikia4754 14 часов назад +20

    ভগৱানে ছোৱালীজনীক কিবা এটা সংস্থাপন দিয়ে যেন ,মই ভগবানৰ ওচৰত এয়ায়ে প্ৰাৰ্থনা

  • @dibakardas1668
    @dibakardas1668 9 часов назад +12

    দাদা চিন্তা নকৰিব। ভগৱানে আপোনাৰ লোকক সহায় কৰিব।❤❤

  • @DibakarJAB
    @DibakarJAB 18 часов назад +33

    আৰ্জেন্টিনা আগুৱাই যোৱা, তোমাৰ doctor হোৱাৰ আশা পূৰণ হওঁক

  • @jayantasonowalsonowal98
    @jayantasonowalsonowal98 12 часов назад +11

    বিশেষকৈ ছোৱালীক সন্মান জনাইছো আৰু ভবিষ্যতে মানৱজাতিৰ ভাল কাম কৰিব পৰা।

  • @TapanNath-j9r
    @TapanNath-j9r 9 часов назад +10

    কণা কণা‌বুলি কোৱা কেইজনক ভগৱানে যেন অন্ধ কৰি দিয়ে যেন

  • @dilumonibaruah1741
    @dilumonibaruah1741 20 часов назад +62

    যি নহওঁক কিয়। এনেকৈ নকবদিয়ক। মানুহৰ কেতিয়া দুখ আহিব কোনেও কব নোৱাৰে। একালে দুখ একলে সুখ। ভগৱানে এদিন চকু মেলি চাব।

    • @riturazojha8544
      @riturazojha8544 16 часов назад +5

      Hosa kotha koise dada.. vogobane di sai.. vogobane ni sai..hukh hbo adin vogobanr usort parthona jonalu 🙏🙏

    • @rajashreesaikia-kf8md
      @rajashreesaikia-kf8md 9 часов назад +1

      Ohankar hbo nlge..Manuhok manuh buli goinya kribo lge.manuhr aarshibad u lge

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 15 часов назад +21

    আপোনাৰ সুখৰ দিল আহিৱ৷ধৈৰ্য্য ধৰক৷হতাশ নহৱ৷এম.এল.ফাণ্ড এটাৰ বাবে আবেদন কৰক৷তাৰ পৰা যি টকা পায় আপুনি হোমিওপেথি ব্যৱসায়টো পোনৰ আৰম্ভ কৰক৷আপুনি মুখেৰে ঔষদৰ কমপজ টো কৈ দিৱ ছোৱালীজনীয়ে মিলাই দিৱ৷মোৰ মতে ছোৱালীজনীয়ে পাৰিৱ৷

  • @PronotiMohon
    @PronotiMohon 11 часов назад +7

    বুজন বহুত বুজন তুমি । ভন্তীজনী সাহস আৰু মনোবল অটুত ৰাখা । তোমাৰ দেউতাক লৈ কোনোবাই উপহাস কৰিছে কৰিবলৈ দিয়া ।মানুহৰ সময়বোৰ সদায় একে নাযায় । তোমালোকৰো এদিন এনে দিন আহিব যি হাঁহিছে সি তোমালোকৰ কাষ চাপি নিজৰ ভুলৰ বাবে অহংকাৰৰ বাবে অনুতপ্ত হ'ব ।সৰস্বতী আই তোমাৰ কণ্ঠাগত হওঁক ❤❤

  • @KrishnaDas-l9g
    @KrishnaDas-l9g 11 часов назад +7

    শুনি বৰ দুখ লাগিল । ভগৱানে আপোনালোকক মঙ্গল কৰক ।

  • @RamchandraKalita-by4zo
    @RamchandraKalita-by4zo 20 часов назад +38

    ভগৱানে মঙ্গল কৰক তোমাসবক। তুমি আগবাঢ়ি যোৱা।এয়াই প্ৰাৰ্থনা ভগৱানে ওচৰত

  • @Momesonowal-i4g
    @Momesonowal-i4g 16 часов назад +20

    আইজনী কথা কেইটাৰ বৰ ভাল পালোঁ তুমি আগলে ভাল মানুহ হবা

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 18 часов назад +58

    আজিকালি টকাই সকলো।আজিৰ মানুহে(আনকি ময়ো)টকা নহলে কাকো চিনি নাপায়।।অপ্ৰিয় হলেও সত্য।

  • @SarojaniNath-qx1vd
    @SarojaniNath-qx1vd 17 часов назад +21

    এদিন ছোৱালী জনী ভাল ডাঙৰ মানুহ হব তাইৰ কথা বোৰ বৰ মৰম লগা। কাৰ কেতিয়া কি দিন আহে কোনেও কব নোৱাৰে।

  • @RameshSharma-vu6si
    @RameshSharma-vu6si 11 часов назад +17

    With a secretive smile the daughter seem to be very intelligent intact she is a fighter soon she will be able to change the time for her father.... May God protect this family...

    • @acty6067
      @acty6067 7 часов назад

      Yes the daughter is mentally strong and matured. May GOD bless them.

  • @ajitnarah6687
    @ajitnarah6687 7 часов назад +5

    কোনোবা প্ৰভাৱশালী ব্যক্তি সহায় কৰিলে নথৈ সুখী হ'ব পৰিয়ালটো।

  • @basisthaacharya6590
    @basisthaacharya6590 15 часов назад +10

    সম্পদত সাত ভাই, বিপদত কেও নাই।😢😢😢

  • @samidulislam1298
    @samidulislam1298 6 часов назад +4

    আল্লাহ আপনি তেওঁলোকক সহায় কৰক

  • @selimkhanstudio6569
    @selimkhanstudio6569 7 часов назад +3

    মোৰ মতে সকলোৱে তেখেতৰ বাবে সহায়ৰ আগবঢ়োৱা উচিত। এইজন ব্যক্তিৰ পৰা এটা শিক্ষা লোৱা উচিত যে সঞ্চয় কৰিব লাগে আৰু বিপদৰ সময়ত প্ৰকৃত বন্ধুৰ পৰিচয় পোৱা যায়।😢😢😢😢😢

  • @ponkojDutta-wq9mg
    @ponkojDutta-wq9mg 15 часов назад +14

    Sir,Your daughter has Quality.
    She will touch the sky one day.
    Sky may be the limit.
    God Bless you 🥰

  • @prabinborah3726
    @prabinborah3726 10 часов назад +4

    সঁচাই দুখ লাগিল। চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰিব লাগে
    কিবা help kora সুবিধা থাকিলে দিব চেষ্টা কৰিম help কৰাৰ

  • @ashokbarman2733
    @ashokbarman2733 8 часов назад +6

    আইজনী ভগবানৰ সহায় পাবা, ধৈৰ্য্য ধৰা নং দিবা অলপ হলেও সহায় কৰিম।

    • @Dhanu93
      @Dhanu93 8 часов назад

      Account no olai ase screenot di Diya kiba ata

    • @Lalung88
      @Lalung88 3 часа назад

      Oo

  • @pahidas34859
    @pahidas34859 15 часов назад +4

    মন ভাঙি নেপালাবা ।ভগবান আছে ।তুমি ভালকৈ পঢ়া মাজনী

  • @taradoi7957
    @taradoi7957 18 часов назад +19

    মোৰ মনৰ দৃষ্টিৰে------------------
    যি কম সঁচা কম ।-----------------
    মানুহ ৰূপি বিষাক্ত জীৱবোৰৰ প্ৰকৃত সততা , মানৱতা, নৈতিকতাৰ অভাৱ ঘটাৰ বাবে বিপদত মানুহ আতৰি যোৱাৰ এটা স্বভাৱত পৰিণত হৈছে । কোনো মানুহক বিশ্বাস কৰিব নেপায় আজিকালি ।

  • @bhabeshlahkar2350
    @bhabeshlahkar2350 9 часов назад +5

    এষাৰ কথা আছে সুখৰ বন্ধু দামাদামি দুখৰ বন্ধু নাই। ছোৱালী জনীক পঢ়াৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবলৈ অনুৰোধ জনালো।

  • @northeastindia279
    @northeastindia279 11 часов назад +5

    ছোৱালীজনী ভাগি পৰা নাই সেইবাবে ছোৱালীজনীক ধন্যবাদ, ছোৱালীজনীয়ে ঘৰখনলৈ এদিন সূখ আনিব।।

  • @phanidharrabha8057
    @phanidharrabha8057 18 часов назад +19

    দোষ কাৰ ? নিজৰ অহঙ্কাৰ ।কৰ্ম ফলে জীৱে শাস্তি পায় । ডাক্টৰ হৈ নিজৰ চিকিৎসা কৰাৰ পৰিবৰ্তে ধোৱাখুলীয়া হৈ টকা উৰুৱাই নিব নালাগে । চিকিৎসাৰ বাবে ব্যৱস্থা কৰা উচিত।

  • @ajgarali1955
    @ajgarali1955 Час назад

    ছোৱালী জনি বহুত ভাল হয় সুন্দৰকৈ কথা বাৰ্তাবোৰ কৈছে । আশীৰ্বাদ কৰিছোঁ ভৱিষ্যত উজ্জল হওঁক।

  • @ushadas1841
    @ushadas1841 11 часов назад +4

    নিশ্চয় তুমি ডক্তৰ হবা দে ❤❤❤

  • @SriCCDas
    @SriCCDas 18 часов назад +8

    ভাল কাম কৰা মানে ঈশ্বৰৰ আশীৰ্বাদ পোৱা আৰু মৃত্যুৰ আগতে ভগৱানে এই গতি কৰে কাৰণ বিপদতে মানুহে ভগৱানৰ নাম লয়।

  • @RantuDas-o1d
    @RantuDas-o1d 15 часов назад +10

    বন্ধু ভগৱান আছে চিন্তা নকৰিবা মোৰো একেই গতি ভগৱান বিশ্বাস কৰোঁ এদিন ভাল দিন আহিব

  • @probhatpatoi6930
    @probhatpatoi6930 16 часов назад +11

    কাৰ কেতিয়া বিপদ আহে কোনেও নাজানে।গতিকে ইতিকিঙ্ কৰা কেইজন মানুহৰ শাৰীত নপৰে।

  • @AchyuthazarikaAchyut
    @AchyuthazarikaAchyut 8 часов назад +5

    😢😢😢😢😢😢 সকলোৱে মিলি একেলগে অলপ সহায় সহযোগ কৰিব লাগে ,নাপায় ।

  • @mindrefresh715
    @mindrefresh715 18 часов назад +15

    এইয়া জীৱন একালি সুখ - একালি দুখ কিন্ত জীৱনত হাৰ মানিব নালাগে।

  • @dh1296
    @dh1296 13 часов назад +6

    আন্ধাৰৰ পাছত পোহৰ অহাৰ দৰে তোমালোকৰ জীৱনলৈ এদিন পোহৰ আহিব। ভগৱানৰ ওপৰত বশ্ৱাশ ৰাখা ।

  • @dasvlog2390
    @dasvlog2390 19 часов назад +14

    ভগৱানে কৃপা কৰক। কৃষ্ণ 🙏🙏🙏

  • @Dhanu93
    @Dhanu93 8 часов назад +5

    Your daughter is so talented..will definitely get some good job.gods will help you.

  • @DipaliDutta-y5p
    @DipaliDutta-y5p 8 часов назад +4

    ভগৱানে মঙ্গল কৰক।

  • @BijuDas-c8g
    @BijuDas-c8g 12 часов назад +3

    ভগৱানে মঙ্গল কৰক । বহুত দুখ লাগিল ।

  • @RahulNgatey-qh6dd
    @RahulNgatey-qh6dd 20 часов назад +12

    এইয়া য়ে মানুহৰ জীৱন।😢😢😢😢😢 আৰু আপুনি প্ৰকিত মানুহ

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 15 часов назад +7

    বেজী লৈ সকলো শেষ হৈ গৈছে বেমাৰ বেচিহে হৈছে পৰিয়াল তিলৈ বহুত মৰম শুভেচ্ছা থাকিল ভগৱানে মঙ্গল কৰক ❤❤🥰🤗👌

  • @santanatamuli5236
    @santanatamuli5236 9 часов назад +3

    ভাল লাগিল ❤ ভগবানৰ সহায় হওঁক

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 15 часов назад +5

    কথাবিলাক সম্পূৰ্ণ সঁচা কিন্তু কি কম আমিও আপোনাৰ দৰেই ভুক্ত ভোগী তথাপি এই অধমে আপোনালোকলৈ এটাই উপদেশ দিও হতাশ নহবা ভৰিৰ তলুৱা পৰে যদি সহি তথাপি বন্ধু আগুৱাই যাবা

  • @Sivasagar04
    @Sivasagar04 10 часов назад +4

    মানুহক সহায় কৰিব নাপায় আৰু বিপদ হলে আজিৰ দিনত কোনেও চকু তুলি নাচায়, চিন্তা নকৰিব আপোনাৰ ছোৱালীয়ে আপোনাক তুলি ধৰিবই ১০০% যদি আপোনি সত্যত আছে আপোনাৰ উদ্ধাৰ হবই

  • @MohanChutia-q2l
    @MohanChutia-q2l 11 часов назад +3

    ভগৱানে আপোনালোকক আশিবাদ কৰক।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 15 часов назад +4

    ছোৱালীগৰাকীৰ উন্নতি কামনা কৰিলোঁ। আশাকৰোঁ দুখৰ মাজেৰেই তেওঁ জীৱনৰ সুন্দৰতা অনাত সফল হ'ব।

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y 8 часов назад +10

    Akha koru news live cm sir or hohaiara swali jonike grade 4 post ata holeu byabosta kore deboloi anirudh jonolu.poreltuk udhar korok.

  • @pranjalchandi4788
    @pranjalchandi4788 5 часов назад +1

    ভগৱানে মঙ্গল কৰে যেন ❤🙏🙏

  • @manashdeka9272
    @manashdeka9272 16 часов назад +6

    ছোৱালী জনি ভাল লাগিছে ভগবানে ভাল কৰিব তোমাক

  • @rintusaikia5450
    @rintusaikia5450 4 часа назад +1

    কিবা দিব পৰা শক্তি মোৰ নাই , কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকৰ ভাল দিন অতি সোনকালেই আহক

  • @DipjyotiBorsaikia-m3s
    @DipjyotiBorsaikia-m3s 13 часов назад +3

    ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ভাল দিনবোৰ আকৌ ঘুৰি আহিব।

  • @AtowarRahman-h9v
    @AtowarRahman-h9v 16 часов назад +6

    পৰিশ্ৰমী আৰু মিতব্যয়ী হ্লেহে উন্নতি সম্ভৱ

  • @bimansaikia4305
    @bimansaikia4305 14 часов назад +6

    মানুহ নামৰ প্ৰাণীয়েই বিধেই পৃথিৱীত আটাইতকৈ স্বাথপৰ জীৱ। স্বাথৰ বাবে কুনটিয়ে কিমান তলতৈ নামিছিল মহাভাৰতে জ্ঞান দি থৈ গৈছে।আমি তাৰ পৰা জ্ঞান ল'ব লাগে। আমিও জীৱনত বহুতো ভূল কৰিলো আৰু নকৰোঁ।

  • @himashivolgchannel
    @himashivolgchannel 12 часов назад +5

    শেষৰ বাক্য শাৰীৰ কিয় নুশুনোৱালে আপোনাৰ লোকো সেই বোৰৰ লগত জড়িত মানুহ যে ক'ত শুনোৱাব ...

  • @lakhimidutta6352
    @lakhimidutta6352 7 часов назад +2

    ভনী তোমাৰ হাঁহি টো বৰ উজ্জ্বল।তোমাৰ হাঁহি টোৰ দৰে তোমাৰ জীৱনটো উজ্জ্ল হওক।

  • @NehoruRamday
    @NehoruRamday 7 часов назад +2

    বৰ দুখৰ বিষয় মোৰ অনুৰোধ চৰকাৰে ছোৱালী শিক্ষাৰ ক্ষেত্ৰত সহায় কৰে যেন ।

  • @pareshdas2570
    @pareshdas2570 14 часов назад +5

    দিন সকলোৰে সমানে নাযায়৷সত্য পথত থাকিলে আকৌ ভাল দিন ঘুৰি আহিব৷ইশ্বৰে কৃপাদৃষ্টি কৰিব৷সাহসী হোৱা আগুৱাই যোৱা৷🙏

  • @RimjimKotoky
    @RimjimKotoky 14 часов назад +4

    ছোৱালী জনীৰ কথা কেইটা বহুত ভাল লাগিল।

  • @DibakarJAB
    @DibakarJAB 18 часов назад +11

    বহুত দুখ লাগিল

  • @BinapaniBoruah
    @BinapaniBoruah 14 часов назад +3

    ভন্টি তুমি সাহসী হোৱা আৰু আগুৱাই যোৱা সঁফল হবা

  • @nityanandakonwar2775
    @nityanandakonwar2775 2 часа назад

    মাজনীয়ে যে জীৱনত কিবা এটা কৰিব পাৰিব সেইটো ধূৰুপ । কাৰণ তাই বৰ সৰুতেই জীৱনৰ ৰং নিজ চকুৰে দেখিছে। তাইলৈ শুভ কামনা যাঁচিলো

  • @kashmireesaikiagyanmondir
    @kashmireesaikiagyanmondir 12 часов назад +2

    ভগৱানে আপোনাক পথ দিয়ক ৷

  • @PrabinPegu-l1v
    @PrabinPegu-l1v 11 часов назад +3

    ছোৱালী চেষ্টা আৰু কষ্ট কৰা ভগৱানে নিশ্চয় আশীৰ্বাদ কৰিব, নিৰাশা নকৰিবা।

  • @dhirenboruah4665
    @dhirenboruah4665 10 часов назад +3

    ভগৱানে সহাই কৰক

  • @madhujyanath8095
    @madhujyanath8095 16 часов назад +3

    ছোৱালী জনীক ভাল দৰে পঢ়োৱালে আপোনাকৰ আকৌ ভাল দিন আহিব

  • @debojanib7636
    @debojanib7636 12 часов назад +3

    ভুক্তভোগী নিজেও। বুজি পাওঁ থকা ঘৰখনৰ পৰা সকলো নি:শেষ হৈ গ'লে কি পৰিস্থিতিৰ সৃষ্টি হয়। পইচাই মেইন মুঠতে।

  • @manojpegu4065
    @manojpegu4065 17 часов назад +5

    সঁচাই দেই...সময়ে যে মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় 😭😭😭...

  • @pastorakashMorang
    @pastorakashMorang 6 часов назад +1

    ছোৱালী জনী কিন্তু মনতো বহুত সুন্দৰ নিশ্চয় এদিন হপল হব

  • @PrafullaMedhi-c9p
    @PrafullaMedhi-c9p 11 часов назад +4

    ভগবানে মঙ্গল কৰক। বন্তি সাহস নে হেৰুৱাব, যুজিবলৈ সাহস কৰা।

  • @RajibKuli-in3gb
    @RajibKuli-in3gb 11 часов назад +4

    ছোৱালীজনী ৰ কথাখিনি শেষ কৰিব নিদিলে

  • @momiboruah355
    @momiboruah355 21 час назад +31

    Lakh টকা থাকোতে ঘৰটো নসজিলে । বাইক কিনিলে, গাৰি কিনিলে , কিন্তু ঘৰ টো নাসজিলে, আচৰিত

    • @Lalit_dutta_
      @Lalit_dutta_ 18 часов назад +2

      Bor beya lagel

    • @Kaustav-s7d
      @Kaustav-s7d 7 часов назад

      Sell kori dile sob

    • @4KEDITASSAM
      @4KEDITASSAM 7 часов назад

      Aitu original ghor nohoi ghor mati bikri korise

  • @irfanhoque1346
    @irfanhoque1346 8 часов назад +3

    CM sir e Direct help koribo lage... Dukh lage....

  • @kumalpegu3503
    @kumalpegu3503 12 часов назад +3

    ভগৱানে সহায় কৰক।

  • @bhanumatidas7043
    @bhanumatidas7043 12 часов назад +2

    ভগৱানৰ ওপৰত বিশ্বাস ৰাখক এদিন ভাল দিন ঘূৰি আহিব।

  • @inglishvlogs1015
    @inglishvlogs1015 6 часов назад +1

    চৰকাৰে ছোৱালী জনীৰ মুখৰ ফালে চাই কিবা অলপ চিন্তা কৰিলে ভাল আছিল,