Bhagowat Path/ Dhruba Charit, Part- 3 ধ্ৰুৱ চৰিত । খণ্ড -৩ কণ্ঠ, পৰিকল্পনা- মন মাউত (তিনিচুকীয়া)

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024

Комментарии • 50

  • @jinuchawrok9178
    @jinuchawrok9178 8 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏🙏

  • @junumech653
    @junumech653 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ গুৰুজনাৰ সেৱা জনাইছো 🙏🙏🙏🙏বহুত সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি

    • @Mahiruh
      @Mahiruh  2 года назад

      🙏🙏🙏

  • @digantagogoi5797
    @digantagogoi5797 Год назад

    jai shree krishna

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 4 месяца назад

    Krishna krishna krishna baap shway nebadulu krishna
    Joy guru Shankar krishna

  • @bkaxom...977
    @bkaxom...977 3 года назад

    Krishna bap🙏🏻🙏🏻khub hundor lagel apunar vagobd path huni 🙏🏻🙏🏻

    • @Mahiruh
      @Mahiruh  3 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @sanjibchetia9828
    @sanjibchetia9828 2 года назад

    কৃষ্ণ🙏 অতি সুন্দৰ হৈছে বাপ 🙏🙏🙏

  • @munindraborgohain6054
    @munindraborgohain6054 3 месяца назад

    Bhut.val.pao.huni.Krishna. Katha.Krishna. 🙏🏼🙏🏼🙏🏼🙏🏼

  • @bulbuligogoi7889
    @bulbuligogoi7889 2 года назад

    krishna , krishna Baap bahut hundor hoise path bhag , aapunar soron _jugolot hewa dhorisu krishna , krishna 🙏🙏🙏🙏 .

  • @renumedhi8501
    @renumedhi8501 4 месяца назад

    আপোনাৰ দৰদী কণ্ঠত মুগ্ধ হৈছোঁ,, বৈকুণ্ঠ প্ৰয়াণৰ পাঠ পাৰিলে দিবচোন,, আপোনাৰ কণ্ঠত অতি মধুৰ লাগিব,,জয় শ্ৰী কৃষ্ণ

  • @dibyagogoi7823
    @dibyagogoi7823 3 года назад

    কৃষ্ণ বাপ । সেৱাহে ।এই ভাগী ভাগৱত শ্ৰৱণ কৰি কৰি পৰম কৃতাৰ্থ ওআনন্দিত হৈছো । ভগৱন্তপুৰুষে আপোনাৰ মঙ্গল ওকৃপা কৰক। কৃষ্ণ বাপ ।🙏🙏🏻🙏

    • @Mahiruh
      @Mahiruh  3 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 3 года назад

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত ৰ পাঠৰ লগতে ব্যাখ্যা কৰিলে বহুত সুন্দৰ হব বাপ কৃষ্ণ ।।

    • @Mahiruh
      @Mahiruh  3 года назад

      নিশ্চয় চেষ্টা কৰা হ'ব

  • @krishnatamang7248
    @krishnatamang7248 4 года назад

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 বহুত সুন্দৰ পাঠ। শ্রৱণ কৰি আনন্দিত হলোঁ।
    কৃষ্ণ 🙏🙏

    • @Mahiruh
      @Mahiruh  4 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @upengogoi4699
    @upengogoi4699 2 года назад

    কৃষ্ণ বাপ জনা

  • @sanjibhandique6021
    @sanjibhandique6021 4 года назад +1

    প্ৰভুজনে দীৰ্ঘায়ু কৰক,,সুস্বাস্থ‍্য অটুট ৰাখক,,,আপোনাৰ কণ্ঠৰ পাঠৰ দ্বাৰা নিগৰিত প্ৰতিষাৰি শব্দই লৈ যায় তেৰাৰ শ্ৰীচৰণলৈ,,,শ্ৰৱনতে অমৃত পান কৰোঁ বাপজনা🙏🙏

    • @Mahiruh
      @Mahiruh  4 года назад +1

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

  • @monmout4108
    @monmout4108 4 года назад +2

    বন্ধু ,বান্ধৱৰ অনুৰুধ ৰক্ষা কৰি পুনৰ প্ৰচাৰ কৰা হল।সকলো লৈ সেৱা জনাইছোঁ কৃষ্ণ ।

  • @kalpanahazarika7631
    @kalpanahazarika7631 3 года назад

    Provu jona seya orpon korelu.bor sukymol kontho.porom sundor. Bikha nokolayu vab spoat fute uthay.

  • @atulokalita4134
    @atulokalita4134 4 года назад

    Baap Sunder path. Krishna Krishna

    • @Mahiruh
      @Mahiruh  4 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আশা কৰোঁ আগলৈ যেন আমাৰ লগত থাকে।

  • @dharjensaikia9367
    @dharjensaikia9367 3 года назад +1

    Dear all friends, please listen to him and feel the every word.

  • @prasantasaikia6351
    @prasantasaikia6351 4 года назад

    Krishna🙏

  • @rinabora8773
    @rinabora8773 2 года назад

    M

  • @tapanborah931
    @tapanborah931 4 года назад

    Krishna Val lagil huni

    • @Mahiruh
      @Mahiruh  3 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @dibyagogoi7823
    @dibyagogoi7823 3 года назад

    কৃষ্ণ কৃষ্ণ ।শ্ৰীযুত মন মাউচ বাপজনাৰ পাঠ সমূহ চেনেলৰ পৰা আতৰাই দিলে আমাৰ দৰে বৃদ্ধা অভাগীবোৰৰ ভাগৱত শ্ৰৱণ ওৰ পৰিব বাপ । অনুগ্ৰহ কৰি সেই ভাগী যেন ।মাউত বাপজনাক ভগৱন্তপুৰুষে কুশলে ৰাখক । কৃষ্ণ কৃষ🙏🏻🌷🙏

    • @Mahiruh
      @Mahiruh  3 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। তেখেতৰ পাঠ সমূহ চেনেলৰ বিশেষ কাৰণবশতঃ আঁতৰাই দিয়া হৈছিল। পুনৰ দিয়া হ'ল। আগলৈ আৰু দিয়া হ'ব।

  • @Mudoi
    @Mudoi 3 года назад

    Sundar choice

  • @sanjibhandique6021
    @sanjibhandique6021 4 года назад

    কিযে সুমধুৰ কণ্ঠ বাপজনাৰ,,ওৰে ৰাতি দিন শুনি থাকিলেও আমনি নালাগে,, আধ্যাত্মিকতাত বুৰ গৈ নিজকে অৰ্পন কৰি দিও অদৃশ্য জনক,, বাপজনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ লগতে অনাগত সময়ত বাপজনাৰ মুখৰপৰা নিগৰিত সুমধুৰ পাঠ শুনিবলৈ পাম বুলি আশা কৰিলোঁ 🙏🙏

    • @Mahiruh
      @Mahiruh  4 года назад

      নিশ্চয়। আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আশা কৰোঁ আগলৈ যেন আমাৰ লগত থাকে।

    • @sanjibhandique6021
      @sanjibhandique6021 4 года назад

      @@Mahiruh বাপজনা আছোঁ আৰু থাকিমো🙏🙏

  • @SabitaBorahBorah-yc4nw
    @SabitaBorahBorah-yc4nw Год назад

    Mama bhal lagesa ❤❤❤❤

  • @parikhitkalita1309
    @parikhitkalita1309 4 года назад +4

    আপোনাৰ পৰা আৰু শুনিবলৈ পাম বুলি আশা কৰিলো। ভগৱানে আপোনাক কুশলে ৰাখক। বৰ সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি।

  • @dibyagogoi2987
    @dibyagogoi2987 4 года назад

    কৃষ্ণ বাপ ৷ ইয়াৰ পাছৰ খণ্ড ভাগী পাঠ কৰা শুনিবলৈ আশা কৰি আছো ৷ হবনে বাৰু শুনিবলৈ ভাগ্য ? কৃষ্ণ সেৱাহে বাপ ৷দোষ হলে ক্ষমিব ৷

    • @Mahiruh
      @Mahiruh  4 года назад

      আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। পিছৰ খণ্ড নিশ্চয় দিয়া হ'ব।

  • @prasantacharingia2353
    @prasantacharingia2353 Год назад

    So euphonic we want more publications

  • @pronabjyotiduarah2601
    @pronabjyotiduarah2601 4 года назад

    মজা লাগিল শুনি

  • @upengogoi4699
    @upengogoi4699 2 года назад

    কৃৃ

  • @BinoyTamuli-g1c
    @BinoyTamuli-g1c 4 года назад

    @joy_guru_sankar

  • @dibyagogoi2987
    @dibyagogoi2987 4 года назад

    কৃষ্ণ বাপ ৷ ধন্যবাদ ৩য় খণ্ড পাঠ কৰি অমৃত পান কৰোৱাৰ কাৰণে ৷ সুললিত কণ্ঠৰ অধিকাৰী আপুনি ৷ ৪থ’ খণ্ড ও শ্ৰৱণৰ আশা ৰাখিলো ৷ বাসুদেৱ। বাসুদেৱ বাপ ৷

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 4 месяца назад

    Krishna krishna krishna baap shway nebadulu krishna

  • @upengogoi4699
    @upengogoi4699 2 года назад

    কৃষ্ণ বাপ জনা