Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কংগ্ৰেছে 2026 ত চৰকাৰ কৰিব???নোৱাৰে,সম্ভৱ নহয়।কংগ্ৰেছে যদি ডালে ডালে বিজেপি পাতে পাতে।।।2026ত বিজেপি চৰকাৰে থাকিব।।
অখিলৰ নিচিনা পাগল এটাৰ লগত কোনো মিলি থাকিব নোৱাৰে
😂😂😂
Right. .
Good step Congress Acc President Bhupen Borah. who are Akhil Gogoi.
মোৰ কথা সকলো মিলিয়েই আছে্।আজিয়ে লিখিৰাখক ২০২৬ ত আকৌ বিজেপি চৰকাৰ অসমত গঠন কৰিৱ ।বিজেপি জিন্দাবাদ বিজেপি আমাৰচি,এম জিন্দাবাদ জয়শ্ৰী ৰাম
অখিলৰ উত্থানত প্ৰথমে কংগ্ৰেছৰ কোনো ভূমিকা নাছিল পিছতহে ভূমিকা কিছু লোৱা দেখা গল। ভবিষ্যৎলৈ সন্মিলিত মৰ্চাৰ যথেষ্ট সুযোগ আছে।
Naw. Buri. Lew. Tigor. Pora. Nanamibi. Bupai.
কঙগেছে দেশ ৰসাতলে গলেওই গোড়ামী নেৰে
150 years INC might be finished if there is not alliance
Aneou kam nai... BJP government ai hbo
আকৌ হব চিন্তা নকৰিব কাৰন অকলে দল গঠন কৰিব নোৱাৰে সেই কাৰনে গগৈ দায় চিঞৰি আচে
ধৰুৱা ফেক্টৰীৰ কৰ্মীয়ে তেতিয়ালৈকে বুকু ফিন্দায় যেতিয়ালৈক তাৰ মালিক কৰায়ত্ব নহয়।চব পীযুয নহয় তো ! অসমৰ বৰেণ্য মাননীয় অখিল-লুৰিণ,ভূপেন মহাশয়ৰ মাজত যেন সংঘাত নহওক।আকাশৰ চন্দ্ৰ-সূৰ্য- -নক্ষত্ৰ মণ্ডলীৰ মাজত ঠেকা-খুন্দা নিশ্চয় ধুমকেতু সদৃশ কাৰোবাৰ আকৰ্ষণ-বিকৰ্ষণৰ বাবেই হয়।সেই ধুমকেতু হিমন্ত বিশ্ব শৰ্মা নহয় নে বাৰু?
কঙগেছ যিমানেই পুৰনি নহওক অখিল বাদে জিকিব বুলি নেভাবো
১৫০ বছৰীয়া কংগ্ৰেছ চৰকাৰ খন কিন্তু অখিল গগৈয়ে হৰোৱাইছিল । ১০১ খন আখনত খেলি ২৬ খন হে জিকিল যে তেনেহলে কিয় ১৫০ বছৰীয়া কংগ্ৰেছ এ। কংগ্ৰেছী সোপা অহংকাৰী practical field ত কাম নাই অৱস্থা বেয়া, ৰাইজৰ দলৰ অৱস্থা বৰ্তমান সময়ত তাতকৈ বেছি ভাল
১৫০ বছৰীয়া কংগ্ৰেছে কাৰো কথাত উঠা বহা কৰাৰ দৰকাৰ নাই। মাথোঁ এটাই কাম কৰিলে হ'ল --- ভুলৰ শুধৰণি। আৰু পাৰে যদি এৰিব লাগে অকলে খোৱা স্বভাৱ। নাও দুবাৰ আগতে টিঙৰ নামিবলৈ শিকিব লাগে।
কঙগেছে mind set সলাব লাগিব অন্যথা মান আৰু বৃটিছে সুবিধা পাব
Akhil dai iman beyakoi congress dalak gali pare,enekuwa gali xuni mitrata koratu congress dalar babe apomanor bikhay.
Akhil AK. Ari . Dib...lageCongress..zindabad
Good
INC change your idealism. Otherwise no hope for next 50 years.
অখিলক তেজপুৰত থব লাগিব।
কংগ্ৰেছৰ কাম নাই।
Haryana / Maharashtra ??? Jharkhand won due to Kalpana Soren .
Congress zindabad ❤
এইজন থাকিলে কাম নাই
🎉
Akhil Gogoi mirundhoheen byakti.
Vale sews valehobo sir Borai
Congress or Leader Hakal Dhani hoi ase tu hai karone Assam bahut uparale goisil Mur panchayat ot Congress dekhai nai
Congress r eku ostitto nai Assam t
BJP is good👍👍👍👍
Ata dangor 0
There is no equivalent leader in congress party in Assam comparison to Himanta Biswa Sharma .
Akhil gogoi Kam nai
Good Congress long live
কংগ্রেছৰ চেটেৰে তই গৈ কটি মাৰা ।
Pogla BJP logot taka akhil 😁😁😁
Akile BJP r lagot thake a val
Congress hatao ,AIUDF hatao Akhil jitao😂😂
কংগ্ৰেছে 2026 ত চৰকাৰ কৰিব???নোৱাৰে,সম্ভৱ নহয়।কংগ্ৰেছে যদি ডালে ডালে বিজেপি পাতে পাতে।।।2026ত বিজেপি চৰকাৰে থাকিব।।
অখিলৰ নিচিনা পাগল এটাৰ লগত কোনো মিলি থাকিব নোৱাৰে
😂😂😂
Right. .
Good step Congress Acc President Bhupen Borah. who are Akhil Gogoi.
মোৰ কথা সকলো মিলিয়েই আছে্।আজিয়ে লিখি
ৰাখক ২০২৬ ত আকৌ বিজেপি চৰকাৰ অসমত গঠন কৰিৱ ।
বিজেপি জিন্দাবাদ
বিজেপি আমাৰ
চি,এম জিন্দাবাদ
জয়শ্ৰী ৰাম
অখিলৰ উত্থানত প্ৰথমে কংগ্ৰেছৰ কোনো ভূমিকা নাছিল পিছতহে ভূমিকা কিছু লোৱা দেখা গল। ভবিষ্যৎলৈ সন্মিলিত মৰ্চাৰ যথেষ্ট সুযোগ আছে।
Naw. Buri. Lew. Tigor. Pora. Nanamibi. Bupai.
কঙগেছে দেশ ৰসাতলে গলেওই গোড়ামী নেৰে
150 years INC might be finished if there is not alliance
Aneou kam nai... BJP government ai hbo
আকৌ হব চিন্তা নকৰিব কাৰন অকলে দল গঠন কৰিব নোৱাৰে সেই কাৰনে গগৈ দায় চিঞৰি আচে
ধৰুৱা ফেক্টৰীৰ কৰ্মীয়ে তেতিয়ালৈকে বুকু ফিন্দায় যেতিয়ালৈক তাৰ মালিক কৰায়ত্ব নহয়।চব পীযুয নহয় তো ! অসমৰ বৰেণ্য মাননীয় অখিল-লুৰিণ,ভূপেন মহাশয়ৰ মাজত যেন সংঘাত নহওক।আকাশৰ চন্দ্ৰ-সূৰ্য- -নক্ষত্ৰ মণ্ডলীৰ মাজত ঠেকা-খুন্দা নিশ্চয় ধুমকেতু সদৃশ কাৰোবাৰ আকৰ্ষণ-বিকৰ্ষণৰ বাবেই হয়।সেই ধুমকেতু হিমন্ত বিশ্ব শৰ্মা নহয় নে বাৰু?
কঙগেছ যিমানেই পুৰনি নহওক অখিল বাদে জিকিব বুলি নেভাবো
১৫০ বছৰীয়া কংগ্ৰেছ চৰকাৰ খন কিন্তু অখিল গগৈয়ে হৰোৱাইছিল । ১০১ খন আখনত খেলি ২৬ খন হে জিকিল যে তেনেহলে কিয় ১৫০ বছৰীয়া কংগ্ৰেছ এ। কংগ্ৰেছী সোপা অহংকাৰী practical field ত কাম নাই অৱস্থা বেয়া, ৰাইজৰ দলৰ অৱস্থা বৰ্তমান সময়ত তাতকৈ বেছি ভাল
১৫০ বছৰীয়া কংগ্ৰেছে কাৰো কথাত উঠা বহা কৰাৰ দৰকাৰ নাই। মাথোঁ এটাই কাম কৰিলে হ'ল --- ভুলৰ শুধৰণি। আৰু পাৰে যদি এৰিব লাগে অকলে খোৱা স্বভাৱ। নাও দুবাৰ আগতে টিঙৰ নামিবলৈ শিকিব লাগে।
কঙগেছে mind set সলাব লাগিব
অন্যথা মান আৰু বৃটিছে সুবিধা পাব
Akhil dai iman beyakoi congress dalak gali pare,enekuwa gali xuni mitrata koratu congress dalar babe apomanor bikhay.
Akhil AK. Ari . Dib...lage
Congress..zindabad