Sob kotha aneke nokoba Mr Rishi suwali aneke kua adhikar kune dise ha.. prithibi t ki lora kimm beya ase najana nki kotha vlke koba suali r uprt aneke kotha kua right ni .apat taal okle nabaje bujisa
প্ৰেম কৰাজনেহে বুজি পায় প্ৰেমৰ মূল্য কি হুবহু কিছু কিছু কথা মোৰ লগত মিলি গৈছে l সঁচাকৈ মৰি মৰি জীয়াই থকা যায় স্মৃতিবোৰ মনত সদায় জীয়াই থাকে দিন ৰাতি সমান যেন লাগে l সঁচাকৈ বুজালেও সেই সময় খিনিত হে বুজি পোৱা যায় আৰু পিছত একেই হয় কাৰণ মইও এজনী ভুক্তভোগী ছোৱালী l কাৰোবাৰ সুখৰ বাবে মই নিজেই আঁতৰি আহিছো ভালেই থাকক সুখী হক l মোৰ নিচিনা যেন আৰু কাৰো জীৱনৰ লগত খেলা নকৰে কাকো যেন ইমান কষ্টত মৰি মৰি জীয়াই থাকিব নিদিয়ে ভালে থাকা সদায় সুখী হোৱা l
Akal suwali tenekuwa nahay larao ase.Apunar lagat beya hol buliye anar lagat nahabo pare, please agal suwalik dukh nidiba. All the best and go-ahead your life.
Being a girl or a lady, moi okonman beya palu j hokolu suwalik hanguri apuni suwali hokolok xaap buli kole… hokolu suwali beya nohoi Dada, don’t judge everyone for a single lady… Hoi,apunar logot beya hoise bohut aru suwali gorakir vul hoise aru beya Kintu don’t use the word ‘hokolu’… bohut val suwali ase june example set korise true love’r… lorau ase val tenekoiye… Thik tenedore beya lora- suwali duyuta thake…. Kintu hokolu nohoi… correct your words and choose word wisely. Sob lora val buli example dise teu kintu 98% percent beya buli koise, statement dise which is wrong.Aru Himashree, don’t accept such statement and correct that…Its your duty and responsibility as a host. By the way,Wish you a good life ahead❤
Moy vabi asilu fash video tur pist dada kt ase ki kari ase ? Aji tomr video t dadak dekha pai vl lagile.. life tu ajani R......r karane nahoy nijar ma deutar babe jiai thakibo lagibo❤❤ so xokolo bor bad di life tu notun ke start kora👍👍 Happy New life 💐
Rishi da tmi bht strong hoi thakiba, saba edin tmr life taitke khub besi goon thoka swali paba apni nibisarileyu vogobane edin apnak ei khukh diboye.. First video2 sai kandilu bht bsi beya lagil kin2 heibli tai bbey life2 new k start nokorakoi nathakibo taii ejoni bht dangor bighini asil apunar life t.. Ji hoi valor babey hoi time thakute vogobane apnak bosai dile rishi da.. You are save... Val loga kam kori jaok bg kri rakhok nijok, enekoi lahelahe hokolu patol hoi jabo...
@@chandangogoi4164 aamar protyek r logotei kom besi porimane ene ghotona kiba nohoi kiba etaa hoise... taar karone prothome bhukto bhugi jonoloi onukompa jage... but eketa ghotona ke haboti bohi thakile hobo ne ??? Soul growth kenekoi hobo ??? Aan manuh buror support pautei teulukor pora advice bur loi aagbarhibo laage... karon advice diya protyek manuh r life te tene ghotona ghoti goise etimodhye... aaru teuluke taak overcome koribo parise... so eke kotha ke haboti bohi nathaki practically tene manuh r advice lobo lage...
Aji video tu sai bohut val lagise karon apunar jogedi Rishi dai manuhor morom akhribad pai hahokhi hoi jibontu agbari jowat bohut val kam korise apuni . Agoloi anekoi aru val val kam korok.❤
The heart of a woman is not united; it is divided. While she is talking with one man, she looks lustfully at another and thinks fondly of a third in her heart. 😂😂😂Pubali botah he utuwai loi nodid pelai thoi gol 😢😢😅😅😅
Xosa val pua tu god gifted nature hoi... Aru dada ei prithibit xokoluke nijor dore buli nabhabibo nohole monot kosto hoi.... Vogoban e val korok apunar
ঋষি তুমি বহুত বেয়া কৰিছা । তুমি যেনেকৈ কথা বোৰ কৈছা যে জোনে যিমান বুজালেও মই তাইক পাহৰিব নোৱাৰিম । তুমি পিছৰ কথা টো এবাৰ ভাবি চোৱা । এদিন হলেও তোমাৰ জীৱনত কোনোবা নহয় কোনোবা এগৰাকী আহিবই যদি তেওঁ এই video টো চাই তেতিয়া তাই তোমাৰ লগত সুখী হব পাৰিবনে ? যদি তাই ভাবি লয় যে আগৰ জনীক এতিয়াও পাহৰিব পৰা নাই ভিতৰি তাইক মনত পেলাই থাকে নেকি ? এইবোৰ কথা যদি মনত সুমুৱাই লয় তেনেহলে জীৱনটো তুমি অকলেই পাৰ কৰিব লাগিব । চবেই ভয় খাব আৰু সন্দেহ কৰিব কিজানি তুমি আগৰ জনীক পাহৰিব পৰাই নাই । কাৰণ কোনো এগৰাকী নাৰীয়েই নিবিচাৰে যে নিজৰ মানুহ জনে আন কাৰোবাক মনৰ মাজত ৰখাটো। সন্দেহ টো কিন্তু বহুত বেয়া বস্তু। পিছৰ জীৱনটো আগুৱাই নিবলৈ হলে তুমি এইবোৰ কথা পাহৰি আন কাৰোবাক আপোন কৰি লবই লাগিব । নহলে অকলেই থাকিব লাগিব।
ঋষি তুমি তোমাৰ মা দেউতা বাবেই জীয়াই থাকিব লাগিব।কেতিয়াও আত্মহত্যা নকৰিবা।তুমি যিমান কষ্ট পাইছা তোমাৰ মা দেউতাই তাটোকৈ বেছি কষ্ট পাইছে তোমাক লৈ।
June hosa antote val pai, jar montu ake bare safa hi he bujib fake manuhe tu aku anubho nohoi. Muru ake hoise
এতিয়া তেখেতৰ লগত ইমান খিনি হৈ গৈছে কাৰণে তেখেতে এতিয়া তেনকৈ কৈছে সেইটো সকলোৰে লগত হব বা হৈ জেনেকৈ আমাৰ ছোৱালী ৰো লগত ঘটে বহুত তেনেকুৱা হৈ মিছা সপোন দেখাই ছোৱালীৰ মনটো বহুত বেছি আঘাত দিয়ে তেতিয়া আমাৰো এইবোৰ ভাৱ হৈ কিন্তু যাৰ লগত ঘটিছে তখেত সকলক যদি বহুত বেছি মৰম কৰা মানু্হ এজন বা এজনি পাই এদিন নহয় এদিন মন সলনি হবয়... আৰু তেখেতে সকলো কথা নিজৰ মনত যি আহিছে বা ভাবিছে সেয়েহে প্ৰকাশ কৰিছে আৰু বহুত ভাল কাম কৰিছে এতিয়া তেখেতৰ কথা আৰু মনতো জানি বুজি এজনী ছোৱালী আহিব আৰু জিজনি ছোৱালী পাব তেখেতক বহুত ভাল পোৱা মৰম কৰা বুজি পোৱা ছোৱালী পাব আৰু তেখেতে এদিন নিজে পাহৰি যাব জিজনিৰ কাৰণে তেখেতে ইমান পাগল আছিল হিজনি তেখেতৰ লগত ইমান কৰিলে আৰু আজি মই এনেকোৱা এজনী পালো জাক মই ইমান ভাল পাইছিলো তাতকৈও বেছি ভাল পোৱা এজনী পাইছোঁ তেতিয়া তেখেতে নিজে ঠিক হব...
মানুহৰ জীৱনত হাত প্ৰতি হাত থাকেই, গতিকে দুখৰ মাজতে সুখ বিচাৰি জীয়াই থাকা এই অন্যায়ৰ ফল তুমি নিজে ই দেখিবা, বিপদত ধৈর্য হৈছে মহান গুন তুমি জীৱন যুদ্ধত জয়ী হবাই পে্মৰ বাবে পাগল নহবা জেদ লোৱা আগবাঢ়ি যোৱা জীৱনে নিশ্চয় এদিন সুখ দিবি তাই আছিল তোমাৰ জীৱনৰ কাল নাগিনী, ভাগ্য ভাল আছিল বাবে বাচিলা, সত্যৰ সদায় জয় দুষ্ট ৰ দিন বাৰিয়া ৰ বান পানীৰ দৰে খন্তে কুয়াংচৌ সদায়ে সুখত থাকা, কামত মনোযোগ দিয়া,
Sob kotha aneke nokoba Mr Rishi suwali aneke kua adhikar kune dise ha.. prithibi t ki lora kimm beya ase najana nki kotha vlke koba suali r uprt aneke kotha kua right ni .apat taal okle nabaje bujisa
Rishi , তোমাক এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া তুমি এনে এটা কাম কৰা যিটো দেখি বা শুনি তাই দহি দহি নিজকে শেষ কৰি দিয়ে। আৰু সেইটোৱেই তোমাৰ জীৱনৰ সফলতা হওঁক। ভালে থাকা সদায়।
Yes thik ktha koise taik vl kri dekhai diok jate tai vbe je mi tar lgt nthki bht bea krilu buli onuvob hy ...ru rishi dada aapuni bht vl songi pbo sinta nkribo ...
এজনী ছোৱালীৰ কাৰণে গোটেই ছোৱালী জাতিক বদনাম কৰাটো ভাল নহয়। যদি সকলো ল'ৰাৰ গাত ৰাৱণৰ গুণ থাকিলে হেঁতেন আজি ধৰ্ষণৰ সংখ্যা বাঢ়ি নগ'ল হেঁতেন। সকলো ল'ৰা বেয়া নহয় কিন্তু বহুত ল'ৰাই বহুত ছোৱালীৰ জীৱন ধ্বংস কৰে। আৰু সকলো ছোৱালী একে নহয় কিন্তু বহুত ছোৱালীয়ে বহুত ল'ৰা জীৱন ধ্বংস কৰে। গতিকে কিছুমানৰ বাবে সকলোকে দোষ নিদিব। অলপ practically কথাবোৰ ভাৱিব। ইমান আৱেগিক হ'লে নহ'ব কিন্তু। আপোলোক একমত হয় নে ? মই ছোৱালীক সন্মান কৰোঁ কাৰণ মোৰ মা ও ছোৱালী হয়।
Right 🙏
Thik kotha koise, manuh mantally strong hbo lge ,prem dhkha khaisu buli tu nijok hekh krile nhbo no, krn maa deutatkoi swali jonir Prem dangr hbo nware, swali ba lora krne Mori juatu Prem buli nkoi eitu apuni zid loisile , vale thkk nijor life enjoy korok 👍👍nijok loi happy thkibloi try kribo 🙏🙏
Hosa ktha❤
লৰা হিচাপে বহুত আবেগিক ঋষি ।এনেকে হলে নহব,,,,যোৱা মানুহ যাব দিয়ক। পৃথিৱীত ছোৱালী কমি আছে নেকি? আৰু এজনীৰ কাৰনেই গোটেই ছোৱালী জাতিক এনেকৈ কিয় কব ?
@@nishitabharali111 taro mentality val nhoi. Hoito suali jonir pora dhoka khai, tar mentality anekua hol
ধন্যবাদ ঋষি তোমাৰ মুখৰ হাঁহি দেখি ভাল লাগিছে।তুমি যে মা দেউতাক নিঠাৰুৱা নকৰিলা ভগৱানে তোমাক ভালে ৰাখক ❤❤❤🥰🥰🥰
কাৰোবাক সচাঁ অন্তৰেৰে ভাল পালে কাকো পাহৰিব নোৱাৰি , মইয়ো এজন মানুহক বহুত ভাল পাইছিলোঁ নিজতকৈও বেছি ...অকল ছোৱালী বুলি নহয় কিছুমান লৰাও থাকে ভাল পাও বুলি জানিলে সেই ভালপোৱাত আঘাত কৰে আহি..হাজাৰ জনে বুজালেও বুজি নাপায় মনটোৱে ... যিজনে ভাল পায় তেওঁহে অনুভৱ কৰিব পাৰে কিমান কষ্ট,কিমান যন্ত্ৰণা,কেনেকৈ পাৰ কৰিবলগীয়া হয় প্রতিটো দিন প্ৰতিটো পল,প্রতিটো ৰাতি তেওঁ কি অনুভৱ কৰিব বাৰু?পাহৰি যোৱা তুমি কবলৈ সহজ কিন্তু যিজনে ভাল পায় তেওঁহে জানে ,তেওঁ কেতিয়াও বুজি নাপালে মোৰ ভালপোৱাক তেওঁ জানি বুজি মোৰ ভালপোৱাত আঘাত কৰিছে...সচা ভালপোৱাজনে কেতিয়াও কাকো পাহৰিব নোৱাৰে হাজাৰ চেষ্টা কৰিলেও..মোৰ এটাই অনুৰোধ কাকো মিচা আশা নিদিব ,সপোন নেদেখুৱাব যদি পূৰণ কৰিব নোৱাৰে কাৰণ এজন মানুহে সেই সপোন,আশাৰে জীয়াই থাকে ভাঙি নেপেলাব,যদি ভাল পাব নোৱাৰে মিচা ভালপোৱা নেদেখুৱাব কাৰণ কোনোৱাই সচা অন্তৰেৰে ভাল পায় থাকে আপোনাৰ লগত সপোন ৰচে সেই সপোনক ভাঙি নেপেলাব কাৰণ বহুত কষ্ট হয়,হাজাৰ ঠিক হলেও কেতিয়াবা বহুত বেয়াকৈ ভাঙি পৰা যায়..ভাষাই নাই বুজাবলৈ কি কম মই যিজনে সচা ভাল পায় তেওঁহে বুজিব...
Jie Jak jenekoi kosto dise sobeo paok khasti.
মনৰ কথাবোৰ কৈছা।
তুমি সচাই বহুত ভাল লৰা, তোমাক মোৰ নিজৰ আপোন ভাইটিৰ দৰে লাগে ,তুমি সচাই এজন সচাই অন্তৰ লৰা ,কিন্ত তোমাক মই এটা কথাই কব বিচাৰো তোমাৰ গোটেই জীৱন টো আগত ৰৈ আছে , তুমি কেতিয়াও ভুল নকৰিবা জীয়াই থাকিব লাগিব ঘাট প্ৰতিঘাটৰ মাজেৰেই, এদিন তুমি সুখী হবা আৰু আৰু আন দহজনক সুখী কৰিব লাগিব।
তাই কৰা পাপৰ ফল দেখা পোৱাৰ বাবে ভগৱানে তোমাক জীয়াই ৰাখিছে মা দেউতাৰ কাৰণে নতুন কে আগবাঢ়ি যোৱা
আজী দাদাৰ হাঁহি তু দেখি ভাল লাগিছে,,,, ও দাদা তুমি এজনী ছোৱালীৰ বাবে নিজৰ জীৱনটো ধ্বংস কৰিব খুজিচিলা 😢, সেই ছোৱালীৰ বাবে এই পৃথিৱী খন দেখা নাই দাদা মা, দেউতাৰ বাবে হে দেখিচা দাদা
Thikei, suwalik pai kisumne mak dewtak pahori jai,thik tnkoiye dada Jone vbile ,Tai nhle moi jiyai nthku Mori jam but gharr mnhr ktha ebaru nvbile 😱😱😱
ভালে থাকক দাদা, ভাল দিন আহিব। জীৱন এবাৰেই পাইছে, শেষ কৰাৰ কথা নাভাৱিব। নিজক ভাল পাবলৈ শিকক। ভাল ভাল motivational book পঢ়াৰ অভ্যাস কৰক। জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিকক। হাৰি নাযাব, সমস্যাৰ সৈতে যুঁজি যুঁজি আগবাঢ়িব পৰাটোৱেই জীৱন।
সচাকৈ তাই এজনী দুৰ্ভগীয়া ছোৱালী কাৰোবাৰ পৰা ইমান মৰম ভাল পোৱা পোৱাটো ভাগ্য লাগিব। তুমি সুখী হোৱা সকলো দেখিবা এদিন
সছাকৈ তাই দুৰ্ভগীয়া ছোৱালী আজি কালি সছা ভালপোৱা পাবলে নাই তাই যেতিয়া এনেকুৱা প্ৰেম বুজি নাপালে এদিন তাই প্ৰস্থাব লাগিব তাই কেতিয়াওঁ সুখ নহয় কৈ থলো।
বন্ধু @ Rishi Barman ৰ কথাত দুখ লাগিছে সঁচা কিন্তু সমান্তৰালভাৱে তেওঁৰ প্ৰতি পুতৌও জন্মিছে ৷ এজনী প্ৰেমত অভিনয় কৰিব পৰা ছোৱালী , এজনী চৰিত্ৰহীনা ছোৱালী যিজনী ছোৱালীৰ প্ৰেমিকৰ সংখ্যা অগণন , যিজনী ছোৱালীয়ে নিজৰ পিতৃতুল্য এজন মানুহৰ মানুহৰ লগত শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰিব পাৰে সেইজনী ছোৱালীক নিজৰ পৱিত্ৰ অন্তৰখনত ঠাই দি ৰাখিছে এতিয়াও ৷ বন্ধু ঋষিয়ে তাইক ভাল পাইছিল সঁচা অন্তৰেৰে কিন্তু তাই কেৱল আৰু কেৱল অভিনয় কৰিব জানিছিল ৷ সেইখিনি জনাৰ পাছতো এতিয়াও মন-মগজুত ঠাই দি থকাটোও এক প্ৰকাৰৰ পাপ বুলিয়ে ভাবোঁ ৷ বন্ধু ঋষি এবাৰ আমাক ফোন কৰিবা তোমাৰ সকলো দু:চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিম Good luck for your future life
একমত তোমাৰ লগত
Eke kahani aapunar dore mur o rishi da
যি প্ৰেমত সন্মান নাই যি প্ৰেমত মৰমৰ নাই বিশ্বাস নাই সেইবাবে প্ৰেম নহয় আপুনি হে প্ৰেম কৰিলে তাই প্ৰেম কৰা নাছিল..... পাহৰিবলৈ যত্ন কৰক জীৱনত আগুৱাই হওঁক
💯 right dae
আপুনি হে সচাঁ প্রেম কৰিলে, তাই কৰা নাছিল। তাই আপোনাৰ মৰম ভালপোৱাৰ যোগ্যই নাছিল। ভগবানে যি কৰে , ভালে কৰে। আগুৱাই যোৱা,,,,,,, সুখী থাকা।
Ami Sai biya patim tension nai
Phto sabo mon goise suwali joni
প্ৰেম কৰাজনেহে বুজি পায় প্ৰেমৰ মূল্য কি হুবহু কিছু কিছু কথা মোৰ লগত মিলি গৈছে l সঁচাকৈ মৰি মৰি জীয়াই থকা যায় স্মৃতিবোৰ মনত সদায় জীয়াই থাকে দিন ৰাতি সমান যেন লাগে l সঁচাকৈ বুজালেও সেই সময় খিনিত হে বুজি পোৱা যায় আৰু পিছত একেই হয় কাৰণ মইও এজনী ভুক্তভোগী ছোৱালী l কাৰোবাৰ সুখৰ বাবে মই নিজেই আঁতৰি আহিছো ভালেই থাকক সুখী হক l মোৰ নিচিনা যেন আৰু কাৰো জীৱনৰ লগত খেলা নকৰে কাকো যেন ইমান কষ্টত মৰি মৰি জীয়াই থাকিব নিদিয়ে ভালে থাকা সদায় সুখী হোৱা l
ঋষি দা আপোনাৰ কাহিনী টো আজিৰ লৈকে মই দহ বাৰ মান চাই বহুত বেয়া লাগিছে। আপোনাৰ প্ৰতিটো কথা কান্দি উঠিছো
ঈশ্চৰে যি কৰে ভাললৈ কৰে জীৱনতো সুুন্দৰকৈ সজাই তোলক তাকে কামনা কৰিলোঁ ।
Specially thanks baa apunak aku Richi dak apunar showt matar babe 💗😊
ইমান বেয়া চৰিত্ৰ বুলি জানিও যে তাইৰ পিচত লাগি আছে পৃথিৱীত আৰু বেলেগ ছোৱালী নাপাব নেকি যি হয় ভালৰ কাৰণে হয় বুলি কই তাইটকৈ কিজানি বহুত ভাল ছোৱালী আপোনাৰ ভাগ্যত আছে তাইৰ কথা পাহৰিব নোৱাৰিলে আহিব লগা জনিও কিন্তু সুখ নাপাব তাইৰ নিচিনা চৰিত্ৰ হিনা এজনীৰ কথা ভাবি থাকি কি লাভ ভাল এজনী চাই সুখী হওক তাকে কব বিছাৰিলো আহিব লগা জনিক সুখ দিব বিচাৰক আহিব লগা জনিক দুখ নিদিব আৰু এটা কথা কও সকলো ছোৱালী একে নহয় মইও ভাল পায়ে বিয়া হৈছোঁ তাই আচলতে আপোনাক ভাল পোৱা নাছিল আপোনাৰ টকাক হে ভাল পাইছিল তাই টকা লুভিয়া
Rishi tumar vaal houk ____ Hodaai hukhot thaka ❤
তোমাৰ প্ৰেম, তোমাৰ ভালপোৱা, তোমাৰ বিশ্বাসক চেলুত দিছো । সচা প্ৰেমিক তুমি, কিন্তু আজিৰ কথাখিনি ভাল নাপালোঁ, তুমি আত্মহত্যা কৰিব খোজা কথাটো বেয়া পাইছোঁ, মা আৰু দেউতাৰ কথা ভাবিবা । এজনী ছোৱালীৰ বাবে, কিমান দিন লগ পাইছা , মা, দেউতাই সৰুৰে পৰা ডাঙৰ দীঘল কৰিছে । তাইক মনৰ পৰা উলিয়াই পেলোৱা। তাইৰ কৈ ভাল ছোৱালী বহুত আছে
Akal suwali tenekuwa nahay larao ase.Apunar lagat beya hol buliye anar lagat nahabo pare, please agal suwalik dukh nidiba. All the best and go-ahead your life.
জীৱনত এনেকুৱা এজন ব্যক্তি লগ পাবলৈ বহুত ভাগ্য লাগিব। ইমান খিনি ভালপোৱাৰ পাছতো ইমানখিনি স্বাধীনতা দিয়াৰ পাছতো যে তাই বুজি নাপালে বহুত ভুল কৰিলে। জীৱনত কেতিয়াও তাই উধাৰিব নোৱাৰিব কিয়নো কাৰোবাক মনৰ লগত খেলি , ভালপোৱাৰ লগত খেলি কোনো ব্যক্তি সুখত থাকিব নোৱাৰে। হয়টো দুদিন দেৰি হব কিন্তু এদিন নহয় এদিন তেওঁ সেই কৰ্মৰ ফল ভোগ কৰিবই। ভগৱানেও সহ্য কৰি আছে এইবোৰ চাই তেওঁ যোনদিনা সহ্য কৰিব নোৱাৰিব সেইদিনা তেওঁ তাৰ পাপৰ চিন দেখাবই। ছোৱালী জনিয়ে যদি এই video টো চাই আছে,,, কেনেকুৱা লাগিছে বাৰু আপোনাৰ অকনো বেয়া নালাগিলে নে আপোনাৰ,, হয় আমি বুজিছোঁ যে আপুনি ঘৰৰ কথা মতে এনেকুৱা কৰিলে। তথাপিও আপোনি এবাৰ ৰিছি দাৰ কথা নাভাবিলে নে কিয় তেঁওৰ ভালপোৱা খিনিৰ লগত খেলিলে। তেওঁ কেনেদৰে জীয়াই থাকিব এবাৰো ভাৱি নাচালে। ভগৱানে আপোনাক কিন্ত এৰি নিদিব এই পাপ যে কৰিলে। ৰিছি দা আপোনাৰ এই video টো upload দিয়া দিনায়ে চালো সঁচাকৈয়ে বহুত মনটো দুখ লাগিলে 2 বাৰ 3 বাৰ চালো। মোৰ চাইয়ে কিবা লাগিলে মনটো। আপুনি এইবোৰ যন্ত্ৰণা সহ্য কৰি আহিছে কিমান কষ্টত আছে সেইটো আপুনি বুজি পাব। হাজাৰ আমি বুজালেও আপুনি বুজি পাবলৈ কষ্ট হব। তথাপিও আকৌ এবাৰ কৈছোঁ যি হল সেইবোৰ বাদ দি নতুনকৈ জীৱন টো আগুৱাই নিয়ক। নহলে এইবোৰ মনলৈ আহি থাকিলে আপুনি শান্তিত থাকিব নোৱাৰিব লগতে আপোনাৰ দুখ কষ্ট বোৰ দেখি আপোনাৰ মা দেউতাৰ বহুত কষ্ট হ'ব। অলপ মান মা দেউতাৰ কথা চিন্তা কৰিবছোন। নালাগে ভালপোৱা গৰাকী জীৱনৰ লগত থাকিবলৈ। মা দেউতাৰ লগতে থাককছোন মা দেউতাৰ মৰম ভালপোৱা বোৰ লগত লৈ। চাব সকলো বোৰ পাহৰি যাব।মা জনিয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি কিমান কষ্টৰে ডাঙৰ দীঘল কৰি মনত এগাল মান আশা পুহি আপোনাক লৈ আজি ইমান খিনি ডাঙৰ কৰিলে আপুনিও এগৰাকী ছোৱালী ক ভাল পাবলৈ খিকিলে চাওকচোন কিমান ডাঙৰ হল। দেউতাই কিমান কষ্ট কৰি আপোনাক পঢ়ালে আপোনাক লৈ এটা সপোন গঢ়ি কিমান কষ্ট কৰিলে ভাৱকছোন কিমান কষ্ট কৰিলে তেওঁলোকে আপোনাক লৈ। আপুনি কিয় এজনী সাধাৰণ ছোৱালীৰ কাৰণে নিজৰ জীৱনটো মৃত্যু মুখলৈ ঠেলি দিছে। এইবোৰ নকৰিব মা দেউতাই বহুত কষ্ট পাব। আমি সকলোৱে বুজিছো আপুনি অগাধ ভালপোৱাৰ পাছত কেনেকৈ এইবোৰ পাহৰিব পাৰিব। হলেও পাহৰিব লাগিবই তেওঁ যেতিয়া আপোনাৰ লগত এনেকুৱা কৰিলে আপুনিও তেওঁক দেখুৱাই ভালকৈ থাকক। চাব আপোনাৰ বহুত ভাল হব আপোনাৰ লগত ভগৱান আছে মা দেউতাৰ আশীৰ্বাদ আছে আমিও আছোঁ লগত। আপোনাৰ ভাল হবই। ভগৱানে আপোনাক এইবোৰ পৰীক্ষা কৰি চাইছে আপুনি কেনেকুৱা মনৰ হব পাৰে মাথোঁ আপুনি এইবোৰ সহ্য কৰি যাৱক। চাবছোন এজন এজন ভাল ব্যক্তিৰ জীৱনলৈ এনেকুৱা এটা বিষাদ ভৰা যন্ত্ৰণা আহেই। আপুনি এইবোৰ সহ্য কৰি যাৱক ভগৱানক মূৰ দুৱাই সকলো ভাল কৰিব ভগৱানে। আপুনি আনৰ কথা অহিত কথা চিন্তা নকৰিব ভগৱান আপোনাৰ লগত আছে। নিজৰ ভন্টিৰ দৰে কৈছোঁ এইবোৰ পাহৰি যাব ৰিছি দা নিজক এটা নতুন দিশত আগবাঢ়ি যোৱাত কষ্ট কৰক আমি আছোঁ আপোনাৰ লগত। আশা ৰাখিলোঁ আপুনি এইটো পৰিস্থিতিৰ পৰা আঁতৰি আহিব বুলি।😞🙏🏻 ভালকৈ থাকিব
আগৰ ভিডিঅটো মই বহুত বাৰ চালো। আজি হৰ্থাৎ আকৌ একে কলা ৰংৰ চোলা দেখি আচৰিত হৈ ভিডিঅ চাইছো। কি বা হল আজি,,,
নিজৰ জীৱনৰ কথা ভাৱক দাদা😘😘 মা-দেউতা আছে। ভাল ৰ্কম কৰি যাওঁক। 🙏🙏
প্ৰেম মানেই বিবাহ নহয়টো , প্ৰথম ভালপোৱাত বহুতেই সফল নহয় , সেয়েহে বাকি থকা সময় খিনিৰ সদব্যৱহাৰ কৰি আগবাঢ়ি যোৱা । তাইকে দেখুৱাই ভাল ছোৱালী এজনী বিয়া পাতা আৰু মা দেউতাৰ অন্তৰত অলপ সুখ দিবা বুলি আশা কৰিলো
বহুতে কৈ আছে তেওঁক যে তাই ইমান বেয়া ছোৱালী তথাপি আজীৱন তাইকে ভাল পাওঁ,, বহুত ভাল পাওঁ,,,, আচলতে এয়াই প্ৰেম,,,,তাই যিয়েই নহওক,,, তেওঁৰ প্ৰেম নিভাঁজ আৰু সছা আছিল,,, ভাল পাই ন,,, ভাল পোৱা শব্দ টো সাধাৰণ যেন লাগে কিন্তু বহুত কিবা কিবি আছে জানা এই শব্দটো ৰ ভিতৰত,,,,,,,বাকী সকলো ভালে থাকক,,, আনক ঠগি কোনেও ডাঙৰ মানুহ নহয়,,, ভগৱান আছে ন,, বিশ্বাস ৰাখক,,, অভিশাপ বোলা শব্দ এটা আছে ন,,, গতিকে 😊,,,,,,😢😭
💯
ছোৱালী জনীক চাব মন গৈছে,, কেনেকুৱা আছিল দেখিবলৈ।।দাদা আপোনাক যাতে ভগৱানে সদায় ভালে ৰাখে।। ভগৱানৰ কৃপাদৃষ্টি সদায় তোমাৰ ওপৰত থাকক 😊
সঁচা মোৰো বহুত বেছি মন গৈ আছে
বিয়া নপতা আগত যি প্রেম হয় সেই প্রেম বিভেচাৰ ......শুনিৱলৈ অলপ বেয়া লাগিব পাৰে কিন্তু এয়াই সত্য.... প্রেম কৰক বিয়া পতা পাচত প্রেম কৰক .......(সমগ্ৰ পৃথিৱী বিভেচাৰত ডুব গৈ আছে)
Kotha tu xuni bhal lagil
100 💯
Xosa
Risi da apuni aguai jauk please past r kotha vbi nijr bortomanor hmoi khini neheruabo..❤
Being a girl or a lady, moi okonman beya palu j hokolu suwalik hanguri apuni suwali hokolok xaap buli kole… hokolu suwali beya nohoi Dada, don’t judge everyone for a single lady… Hoi,apunar logot beya hoise bohut aru suwali gorakir vul hoise aru beya Kintu don’t use the word ‘hokolu’… bohut val suwali ase june example set korise true love’r… lorau ase val tenekoiye… Thik tenedore beya lora- suwali duyuta thake…. Kintu hokolu nohoi… correct your words and choose word wisely. Sob lora val buli example dise teu kintu 98% percent beya buli koise, statement dise which is wrong.Aru Himashree, don’t accept such statement and correct that…Its your duty and responsibility as a host. By the way,Wish you a good life ahead❤
ঋষি মানুহৰ জীৱনত দুখ থাকেই ।আমিও পাৰ কৰি আগবাঢ়ি আহিছো।ধনাত্মক কথা পতা লোকৰ লগত থাকা।
আপোানা কাহিনীটো শুনি পথম হুনিচিলো আৰু সাহস হৈছিল যে মইও কম এদিন মই ও কৈছিলো tq দাদা
Rishi da apuni bohut bohut vl suwali pabo apuni dukh Kori nathakibo ❤😢
ৰিশিক ভগৱানে কিয় জীয়াই ৰাখিছে জানা ছোৱালী জনীৰ পিছৰ বেয়া হোৱাটো দেখা পাবলৈ ।তাই কৰা পাপ ৰিশিয়ে দেখা পাবই
100%tai papor fol pabo
Sure
আপোনাক বিপৰীতজনে কিমান ভাল পাই সেইজনক ভাল পাওক, আপুনি বহুত ভাল ছোৱালী পাব চিন্টা নকৰিব,আগলৈ আগুৱাই যাওক,তাইক অনাৰ পিছত কিজানি ভবিষ্যতে আপোনাৰ বেয়াই হ'ল হয়, নিজকে ভুল নকৰিব,তাই এসময়ত ফল পাব ধৈৰ্য আৰু সাহস ধৰক ☝️👍
ভাল হওঁক আপোনাৰ , ভগৱানে যিকৰে ভালৰ বাবেই কৰে কিছুমান ❤
সকলো ছোৱালী একে নহয় আৰু সকলো লৰাও একে নহয়
90% suyali a anekuya.... 10% suyali he val
You are right @@ajmal_ali_a
ৰ্ৰিশি তুমি নতুন চিন্তাধাৰা কৰা চোন । ভাগি নপৰিবা
দাদা তুমি তোমাৰ জীৱনটো আৰু তোমাৰ মা দেউতাৰ কথা ভাবি ধুনীয়াকৈ থাকা। জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰা। তুমি তাইৰ কথা যিমান খিনি কলা টো তাইক মই এজনী বেচ্ছা বুলি কলো। তাইৰ সংসাৰ কেতিয়াও সুখী নহয়। সেইটো ফাইনেল আৰু যিজন লৰাই বিয়া কৰাইছে তাইক, টো সিও পস্টাব কিছুদিন পিছত। কাৰণ কুকুৰৰ নেজ কেতিয়াও চিধা নহয়, টো কাইলৈ আৰু কাৰোবাৰ লগত পলাই যাওতেও ভৰষা নাই। টো তাইৰ কথা ভাবি নাথাকিব।আপোনি আপোনাৰ মা দেউতাৰ কথা ভাবি ভবিষ্যত আগুৱাই যাওক।।
Dada aponi sosake ajon val lora ....ajon val lorai hoi Maa deotar Jibont sukh aro santi diyok ....ajoni sadharn sowalir karne jibon dan diya Maa deotak mont dukh nidib .... Aponak vgbane jibonto sukh aro santit thakibor karne taik aponar pora atorai nise....aponar interview agte saiso ...aibar dekhi val lagil ...vgbane vale rakhk aponak ... Maa deotak aagt rakhi ntonkoi jibon2 aguwai niba ...god bless you🙏🙏🙏
Rishi Dak Dekhi bohut vl lagil.akha korisu tekhet hodai vale thakok.
চৰিত্ৰহীনা এজনীৰ কাৰণে নিজৰ জীৱনটো কিয় শেষ কৰিব লাগে।যিদিনা তোমাক ঘৰত থাকিব মাতিছিল সেইদিনাই তুমি বুজিব লাগিছিল কেনেকুৱা ছোৱালী।তুমি ভুল কৰিলা।
Anekuwa beya suwali kotha vabi nathakib apuni vale thakok dada ❤❤❤❤
Ketiyaba jdi Rishi dadai biya pate o tenehole baa Abar interview loba sn para jdi❤
👍
আত্মহত্যা কাপুৰুষৰ কাম।ইমান হৃদয় বিদাৰক কাহিনী। কিন্তু বেলেগৰ জুথা বুলি চিহ্নিত হোৱাৰ পিছত তাইক লৈ কান্দি থকাটো অৰ্থহীন ৰিশি। তাইৰ সন্মুখত কেনেকৈ ধুনীয়া জীৱন এটা যাপন কৰিব পাৰি তাৰে চেষ্টা কৰিব লাগে
Be strong Rishi da....❤
True love napahriba Karn pahrib nowari positive blessings vabi dream hicapelio happy hoi taklio jiya thaka long life Rishi Ture love
ঋষি এতিয়া তুমি সুখী বুলি ভাবা।
Tumak thanks Tumi jiya thaki lifeto happy hle bhut true love kri nopowa shkl mri mri kenekoe hahi hahi jibn jiyablie perna pab gtike bhutr perna Risi perna Risi hie happy thaka Life tobhut shundr hab
Anjoli . Anjoli me tomhe bhul jao a hone nehi dunga . Or Tom mujhe bhul jao a hone nehi donga .😂 (Dharkan )
আগৰ ভিদিওটো চাই কৈছো নহয় কিমান দিনলে যে মনত পৰি আছে মই বুজাব নোৱাৰো সছাই 😔 আৰু কিমান দিন যে বিছাৰিছিলো fb t বিছাৰি নাপালো । বাকি যিয়ে নহক তোমাক আজি এই অৱস্থাত দেখি ভাল লাগিছে । আগুৱাই যোৱা 😍🥰👍
Rishi,tumi swaliaru bowari bhal koi paba diyaoh.ok.❤❤❤❤❤❤
Hard time t jdi support koribo nuware then pist ahi sympathy dexai lav ni...rishi tmi bht vl korisa!❤👍
Jar jibnt hoi ase ....hei a buji pai...kene kua lge....kimn kosto jiyai thkibo lge😢....
Right, Apounar kotha khini ji hoise sage val r babe hoise
Suali jnir name tu lge ru insta id lge amiu sau tair mukhkhon😂😂
Muru sab mon ase😂
sbo lgisil taikk bht essa ase dkhb😂
Mu ki baat chin liya aapne😂
Apuni bhal ke thakib. Nijor maa aru deutar karone. Nijor family r karone jiyai thakok. Jibontu bohut sundor belegor karone nijor jibon dhongkho nokorib. Beleg kamt busy thakok. Muru bohut dukh. Kintu prokash krib nuwaru.
তুমি যিমানেই হৃদয়ৰ পৰা ভাল নোপোৱা কিয় , ছোৱালী জনীয়েই যদি বদমাছ হয় , পৰপুৰুষৰ পৰা পইচাৰ বাবেই তোমাক লাঠ মাৰিব পাৰে । তেন্তে তোমাৰ প্ৰকৃত ভালপোৱা তেনে ছোৱালীৰ বাবে নহয়য়েই । ভগবানে যোৰ বনাই থৈছে তোমাৰ বাবে । ফালটু ছোৱালী এজনীৰ বাবে এবাৰ লাভ কৰা মানুহৰ জীৱনটো ধংস নকৰিবা ।তুমি এতিয়া তাইৰ কথা বা তোমাৰ প্ৰেমৰ চিন্তা কৰি অবাবত সময় নষ্ট নকৰিবা । ডেকা জীৱনটো আগুৱাই নিয়া । ভাল কৰ্ম কৰা। সময় নষ্ট কৰাৰ সময় নাই ডেকা লৰা । 👍
ৰৃচি, ভাল পোৱা দুজনৰ মাজত হে হয় ।আগলৈ চোৱা ।হৈ জোৱাবোৰ পাহৰি জোৱা।
আগুৱাই যোৱা।
Aponar vdo 2 ta sai bya lagise ,kintu valo lagise aponar val houk God bless you ..
Rishi dar love story sowar pisot aponar chanel2 r proittek video sai asu...aji rishi dar video pai bohut val lagil..
😢 ভগৱানে যি কৰে ভালৰ কাৰণে কৰে।তোমাৰ ভবিষ্যত ভাল হ'ব।
Moy vabi asilu fash video tur pist dada kt ase ki kari ase ? Aji tomr video t dadak dekha pai vl lagile.. life tu ajani R......r karane nahoy nijar ma deutar babe jiai thakibo lagibo❤❤ so xokolo bor bad di life tu notun ke start kora👍👍 Happy New life 💐
Rishi da tmi bht strong hoi thakiba, saba edin tmr life taitke khub besi goon thoka swali paba apni nibisarileyu vogobane edin apnak ei khukh diboye.. First video2 sai kandilu bht bsi beya lagil kin2 heibli tai bbey life2 new k start nokorakoi nathakibo taii ejoni bht dangor bighini asil apunar life t.. Ji hoi valor babey hoi time thakute vogobane apnak bosai dile rishi da.. You are save... Val loga kam kori jaok bg kri rakhok nijok, enekoi lahelahe hokolu patol hoi jabo...
Dada apunar vall houk . Hodai hukhot thaka ❤❤ love from bajali❤❤
Tumi maditetion +counceling kara .God is All.dhajya param bandhu .God bleass you Rishi .
Comming soon 300k subscribers🎉❤️🔥
300k hoi gol aji
সঁচাই বহুত দুখ লাগিল।তাই কিন্তু উচিত শাস্ত্ৰী পাব।চাই থাকক
Eyaak bujai ekku labh nai.... nije jetia loike bujibo nukhuje kuneu bujabo nuware.... ejoni suwalir karone pagol hua burok moi bhal napau... prithivi t okol bhal puai sb nohoi... bohut kaam aase kori jaboloi...
Hokolu manuh apunar nisina practical nhoi ru hokolu Rishi r nisina imman emotional u nhoi. Sob blg blg ami. Bya pabo logia tat aku nai. Ami accept koribole hikibo lge individual difference❤
Jar logt hoi se hi gom pai
@@garc9192 bhulor pora jodi nihike tente tar logot xodai eke ghotonai hobo... besi practical jenekoi beya thik heidore besi emotional u beya... balance thakibo lage... but eyaar khetrot emotional tu besi... aaru eyaar baabe he nijei jogoriya jodi emman manuh r support r pisotu jodi he ekekhini kotha loiye dukh kori aase... eibur Karmic cycle ... lesson hikaboloi aahi lesson hikai gusi jaai... accept kori aag barhibo lage... soul growth tetia heh hobo... eyaat over emotional manuh k jaar jenekua nature buli excuses di taak aakow bhul buli jani moi respect dibo nuwaru dei... practically kom jate aakow heikhini nubhugok... olp practical manuh buror porau hikibo lage..
Practical manuh yeu kande... but eketa kotha ke haboti bohi nathake...
@@chandangogoi4164 aamar protyek r logotei kom besi porimane ene ghotona kiba nohoi kiba etaa hoise... taar karone prothome bhukto bhugi jonoloi onukompa jage... but eketa ghotona ke haboti bohi thakile hobo ne ??? Soul growth kenekoi hobo ??? Aan manuh buror support pautei teulukor pora advice bur loi aagbarhibo laage... karon advice diya protyek manuh r life te tene ghotona ghoti goise etimodhye... aaru teuluke taak overcome koribo parise... so eke kotha ke haboti bohi nathaki practically tene manuh r advice lobo lage...
Brother tmi bht loyal hoi that's y tmi nwara pahoribo bujisu... Sensitive hoi manuh jon tmi. But phir bhi heal hba haitu jnu everything is temporary a prithibit. Homoi a sb bhl kribo tumk
Love from jorhat❤❤
Rishi daa r video tot atiya 1.1M views xoklotkoi popular video ❤
জীৱন টো এবাৰ ,বয়স বহুত বেছি আছে। যি কৰে ভগৱানে ভালেই কৰে। জীৱন টো সুন্দৰকৈ ৰঙীন হ'ব। জীয়াই থাকক , ছোৱালী জনী চৰিত্ৰ কৈছে । বুজিবলৈ কি
Risi tumi sob pahori aguyai juwa notun life start kora
Jak bht besi val pua jai,,,teok ketiao pahoribo nuari...
আচলতে কি জানা ৰিচি তাইক বিয়া কৰালে চাগে তোমাৰ বহুত বেছি বেয়া হল হয় সেই কাৰণে ভগৱানে তোমাক হব নিদিলে। কাৰণ তোমাৰ মন টো বহুত পবিত্ৰ, সেয়ে তোমাক বেয়া ছোৱালী জনীক ভগৱানে ই আঁতৰাই দিলে। বেয়া চিন্তা মনলৈ নানিবা তোমাৰ খুব ভাল হব অলপ অপেক্ষা ৰ প্ৰয়োজন।
Times heal everything Rishi....
এনেকুৱা ছোৱালীৰ কথা কিয় ভাবি আছা মই বুজি পোৱা নাই
তাকে টো পৃথিৱীত ছোৱালী অকল তাই এ আছে নেকি বাৰু কোনো কম নহয় দুয়োটা সমান@@kamakhyadas3713
Aji video tu sai bohut val lagise karon apunar jogedi Rishi dai manuhor morom akhribad pai hahokhi hoi jibontu agbari jowat bohut val kam korise apuni . Agoloi anekoi aru val val kam korok.❤
Aponake lag pab bhut essa ase ba I from Mangaldai ❤❤
Dada kotha bur val lage aji ako dadak dekhi mon khush hoi gl❤
বা তুমি ঠিক কথা কে কৈছা.....! এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱনটো শেষ কৰাটো ময়ো ভাল বুলি নাভাবো.....! কাৰণ মাক - দেউতাকে মনত বহুত দুখ পাব.......! 😢😢😢
100%ভিতৰ ত 90%ছোৱালীয়ে সেনেকোৱা ।নিজ স্বাৰ্থৰ কাৰণে হে।আপোন হোৱাৰ অভিনয় কৰে । যেতিয়া লৈ তাইৰ স্বাৰ্থ পুৰাণ নহয় । তেতিয়ালৈ আপোনাৰ লগত তাইৰ সমস্ত শৰীৰ টো দি হলেও থাকিব বিচাৰে ।আপোনাৰ লগত স্বাৰ্থ পূৰণ হোৱাৰ পিছত । বকুত চুৰি মাৰি যায় । তাইৰ ফল তাই পাব।
The heart of a woman is not united; it is divided.
While she is talking with one man, she looks lustfully at
another and thinks fondly of a third in her heart.
😂😂😂Pubali botah he utuwai loi nodid pelai thoi gol 😢😢😅😅😅
আৰু হব তাইৰ লগত তাই সদাই কন্দিব যাৰ লগত হৈ হি হে বুজি পাই চকু পানী এটোপাল এনে নুলাই এটোপ এটোপ চকু পানীৰ উচিত শাস্তি তাই নিজে নিজে পাব আপুনি খালি চাই যাওক আৰু তাইৰ সেই চকু পানী দেখি আপুনি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন হব.... সঁচা ভাল পোৱা কি যাৰ লগত এইবোৰ ঘটে তেখেত সকলে হে বুজিব... আপুনি পাহৰি ব খালি অলপ সময় লাগিব.. আপোনাৰ ভাল হব আৰু কামত গুৰুত্ত দিয়ক আগুৱাই যাওক সদায় পিছৰ ফালে ঘূৰি চাব নেলাগে আগুৱাই গলে সুন্দৰ এখন পৃথিৱী দেখিব সেইকাৰণে সদায় আগোয়াই যাওক দাদা ... প্ৰেমত এবাৰ হাৰিছে কিন্তু জীৱনত ভাল কাম কৰি যাওক চাব এদিন আপোনিয়ে জিকিব... প্ৰেম আৰু হব আপোনি যিমানে নকওঁক কিঅ প্ৰেম সুন্দৰ্য চাই নহয় মনৰ পৰা হৈ সেইটো আপোনাৰ আৰু হব হয়টো দুই তিনি বছৰ পিছত আহিব কিন্তু হব আৰু বহুত সুখী মানুহ জন আপোনি হব দাদা চাই থাকক.. আজি আপোনাক আকৌও এবাৰ দেখি বহুত ভাল লাগিল আগৰ ভিদিও টো চাই ভাবি আছিলোঁ আপোনাৰ কি হল কেনকৈ আছে আজি ভাল লাগিল আগুৱাই যাওক সদাই আমাৰ মৰম সদায় আপোনাৰ লগত আছে ভাল কাম কৰিব সকলো লগত থাকিব...বেয়া কাম কৰিলে সকলোৰে লাত চৰ খাব এতিয়া তাই পাই আছে সেইবোৰ ... তাই জ্বলি জ্বলি মৰিব লাগিব নিজেই
Moi ata 16th year or lora hoi moi nijei kandisu
প্ৰেম এটি খেল নহয় । প্ৰেম হৈছে, সাগৰ । প্ৰেমক যদি প্ৰতাৰণা কৰে । তেওঁ ভবিষ্যতে শান্তি নাপায় । প্ৰেমৰ ইমানেই শক্তি আছে তাক ভাষাৰে বুজাব নোৱাৰি। ধৰ্ম,কৰ্ম,আকাশ, পাতাল একো চিনি নাপাই। গতিকে আপুনি চাওঁ হক প্ৰেম এটি মচিব নোৱাৰা আখৰ। এই বুলি কি হ'ব জন্ম, মৃত্যু, বিবাহ আমাৰ ইচ্ছা বস্থ নহয় ্সেয়া মাথো বিধিৰ বিধান।
আৰু ইস জন্মৰ ফলাফল। গতিকে মই সেয়াই ক'ব খুজিছোঁ যে, ইয়াৰ প্ৰতিশোধ তুমি ল'ব পাৰিবা।সেয়া তোমাৰ ক্ৰেডিট। তুমি এটাই কাম কৰে নিজক শুধৰণি কৰক ।তাই বিয়া হোৱাৰ আসে পাসে ছোৱালী এজনী বিয়া পাতি তালৈ যি সপোন তোমাৰ আছিল তাইৰ চকুৰ আগত কৰি দেখুৱা ।তাই তোমাক কি কাৰণে ত্যাগ কৰিছিল তাৰ প্ৰমাণ মাত্ৰ তোমাৰ হাতত।
Emn vl puwa mnh amr life t he nahe 😢
নিজক শেষ কৰাৰ কথা কেতিয়াও নাভাৱিব দেই দাদা।
মইও 4বছৰৰ প্ৰেম বিচ্ছেদ হোৱা স্বত্তেও নিজকে চম্ভালি জীয়াই আছোঁ।💪👍
আমি যাকেই বহুত বেছি ভাল পাওঁ
সেই সকলে আমাক বুজি নাপাই।💔😢
Same yrr
Swalik xonman korba lage kintu bishak nohe 😢
Aguai jowa rice da apuna loi bht basi dhuk lagisa
Rice 🍚 da... Direct vat da buli kobo parila hoy 😂😂😂 how funny..
Sowali borok bishash kori love nai
Sob suwali ake nhoi.ae karone sob suwali buli nkoba😠
Xokolu suwali ake nhoi😢😢😢
Sob sowali ake nahoi kin2
Sob swali ake nhoi kintu murtu loraburk biswakh nhoi.... Karn jibont bor beakoi abar thog khlu🙂jitu kahini hoitu xokoluye xunile mnuhk blv krib nuwarib🙂
Sob swali a ake , amar maa hator generation tuh bht vl asil but atiyar generation or sob fl2
Rishi agor kotha bilak pahori tmi aguwai juwa ❤❤❤
pagol ata ei. emn dangr mesiurd lora atar kotha xunk sn raij.
Blgk pagol kuar agt spelling to correct kri lua(matured)
@@mrsame6871tke
Toi bor hoiso j matured...njk abr sailo gm paiso toi lukok kua k...tur life t ki hoiase blg a knke jnibo njk abr bhbi sbi stupid
Ji hoise pahori aguwai jaok jibonot taitkoi bhut val suwali pabo
Rishi da tumi aku sinta nokoreba, tumer jibontu dhoja dhora
তোমাৰ জীৱনটো মা আৰু দেউতাই হে দিছে গতিকে মা বাদে কাকো মণটো নিদিবা।মা কাৰণে নতুনকৈ জীৱনটো গঢ়িতোলা সুখি হবা
Xosa val pua tu god gifted nature hoi... Aru dada ei prithibit xokoluke nijor dore buli nabhabibo nohole monot kosto hoi.... Vogoban e val korok apunar
-ভগবানে সহায় কৰক তোমাক সেই অতিতৰ স্মৃতি বোৰ পাহৰি-মোরা নতুন নতুন কথা চিন্তা কৰা
যি মান অন্তৰত দুখ পাই ছা সিমান বেছি সুখ পাবা
Emn vidio salu...Rishi da dre ktha kua blg nplu...bhut khula mnr manuh❤
Ummmm
eta raw solution disu bhai---,share krithakasun eneke kahini2... specially wid suali frnds....besi bujipabo tmk... ,saba 1/2yr manor past enekua lagibo kiman suali tmk buja /valpua ase,..nijei olp val feel kriba,... practical solution
ru eta timot enekua lagibo..thankGod tmalukr era eri hol..olp dhojyor proyujon etya....,guiter sitar hika...it helps/gym join kra frnds bonua...