বিদ্যুৎ নাথাকিলেও মাচুল কৰ্তন কৰে স্মাৰ্ট মিটাৰে
HTML-код
- Опубликовано: 7 фев 2025
- বিদ্যুৎ নাথাকিলেও বেলেন্স কৰ্তন কৰে বিদ্যুৎ বিভাগে। স্মাৰ্ট মিটাৰৰ বিশ্বাসযোগ্যতা কিমান?
#nbnews #nbnewsdigital #electricity #APDCL #ElectricityBill
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
এয়াই বিজেপি চৰকাৰৰ পৰিবৰ্তন হা হা হা।কি ডাল হব কিছুমান গোবৰ ভক্তই কয় যিমান যি হলেও ভোট বিজেপি চৰকাৰকে দিব।
Bjp barbad kari dile ..enekuwa din aahibo laghne maribo
Kobo gole bohut ase bjp sorkaror
Amar manuh bilake hoise burbok sorkare anekuwa dise tenekuwa dise
Kinto amar Poisa nijoke khuwai ase aru luti goi ase
Apunar ghrt logale ne ni .... Ni jdi bill xn diok
Pagol 😂😂😂😂
Ekdom right 👍
সকলো গ্ৰাহকে আইনৰ সহায় ল'ব লাগে।
গাখীৰ দিয়া গাই গৰুৰ লাঠি খালেও সহ্য কৰিব লাগিব, কিয়নো অৰুণোদয় আৰু লাখ পতিৰ দৰে আচনিও আপুনি আদায় কৰি আহিছে ।
জনতাক শোষণৰ ইয়াতকৈ আৰু কি শ্ৰেষ্ঠ উদাহৰণ হব পাৰে ?????????????
নামত স্মাৰ্ট কামত নাই...গ্ৰাহকক টুপী পিন্ধোৱা নাই নে?
অসমত এনেকুৱা হ'ব ই। কাৰণ অসমৰ মানুহৰ কথাৰ মূল্য নাই যদি মূল্য থাকিলে হয় ইয়াৰ সমাধান এদিনতে হ'ল হেঁতেন। ধন্যবাদ
Smart mlter uthaba lage
এইয়া জনসাধাৰণলৈ চৰকাৰৰ পুৰস্কাৰ। উন্নয়নৰ ফোপোলা স্বৰূপ অসমৰ ।
Kintu vote tu BJP dibo
Ayaa bjp sarkar r val din dei apuni buji na pay neki.
All BJP govt politics
D!on AAN. TAK
Right cmt sir .
Apdcl টকা লুটিবলৈ smart মিটাৰত জুৰ জুলুমকৈ লগাই দিছে ৷
😂অখভযৈ ঊই😅তধঢ়❤
আমাক লেঙটা কৰাকৌশল
স্মার্ট মিটার নালাগে নালাগে দুখিয়াক লুটীব এই চরকারে।
Smart mitar amar Kati dew
গ্ৰহনযোগ্য নহয ।
টকাৰ ঘটা উপাই এনেকৈই চৰকাৰ বেছিদিন নছলিব ।
এই মিটাৰ টো উঠাই দিবলগীয়া হৈছে
এদিন সকলো জনতাই এনে মিটাৰত কুঠাৰ মাৰি ভাঙিবলৈ বাধ্য হ'ব -- মইটো কুঠাৰ মাৰি ভাঙি পেলাম এনে হলে ।
Ami public a vul Bjp sorkarok support kora
Aru j kunobai free soler paise free na ghanta dise Sob + koribo mahili bill t
গ্ৰাহকক লুটাৰ বাবে স্মাৰ্ট মিটাৰ
তীব্ৰ প্ৰতিবাদ হব লাগে। এয়া জনসাধাৰণৰ ওপৰত শোষণ l
কিয় সাধাৰণ মিটাৰ ত প ইচ্ছা নাপায় নেকি? তেনেকুৱা ক্ষেত্ৰত আমাক ইচমাত মিটাৰ নালাগে।
ইয়াৰ পিছত শৰীৰৰ পৰা অংগ কাটি নিব। সেনেকুৱা দিনলৈকে আগবাঢ়ি গৈ আছে। আৰু বেচি দিন নাই।
দুখীয়া মানুহৰ টকা লুটা
জনসাধাৰণক লুনঠৰ নতুন কৌশল ।
সুন্দৰ পৰিবৰ্তন
জনগনক লুটা কৌশল এইখন চৰকাৰৰ দিনত সুলভ ৷
এই ফটোৱা মিটাৰবোৰ অতি শুণকালে বন্ধ কৰিব লাগে। এইবোৰ স্মাত আমাক নালাগে। মুল্য বৃদ্ধিত, ৰাইজৰ সমস্যাবোৰ ত স্মাত দেখাব লাগে।
স্মাৰ্ট মিটাৰ থাকিলে আমি লাইন কাটি দিম। মোৰ দহ দিনতে এহেজাৰ টকা কাটিছে।
Etu a hol BJP sorkaror sal kinto amar manuh bilake Bjp sorkarok he support kori ase
sob bostu GST 😆😆😆
Ekhon hol din dakati sorkar
গোটেই অসমত হৈ আছে আমাৰ বঙাইগাঁও জিলাত হৈছে
পষ্টপাইড চিষ্টেম ঠিক আছিলে,এতিয়া প্ৰেপাইড চিষ্টেম ইনষ্টল কৰা কাৰণে জনতা পানীত হাঁহ নসৰা অৱস্থা।অতি শীঘ্ৰেই চৰকাৰে উচিত ব্যৱস্থা লওক।
very good video
Katiboi dia . Nohole kouti kouti tokar elctrol bond kenekoi dib?
Electricity bill t bohut dangor kelengkari soli aase kintu Axomot ! Sorkare Electricity Department or uporot soku diyar xomoy aahi poril.
বোলে "মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ??? কাৰণ সকলো মিলি-ভকত ।
মোৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা মাত্ৰ দুমাহ হৈছে। দুমাহ পাছত মেচেজ আহিছে 1100 টকা।
মোৰ খৰচ হৈছে 230 unit আৰু বিল আহিছে 500 unit ।।।
Moi prati mahe 250/300 recharge korisilu, ai April mahot 600.00 recharge koribo logiya hl . at Dergaon
গ্ৰহকক-লুটাৰ-বাবে-ম্মাট-মিটাৰ
পুৰণি কলা মিটাৰ লগাব লাগে, স্মাৰ্ট মিটাৰ খুলি পেলাই দিব লাগে ।
কেবল মাত্ৰ বিদ্যুত বিজুলীয়ে নহয় মোবাইল ৰিচাৰ্ছ আৰু ৰন্ধন গেছ ডীজেল পেট্ৰোল নহ'লে জণগন চলিব নোৱাৰে হেই কাৰনে অসমৰ জণোগনৰ ওপৰত দুৰ্বল তাৰ সোজুখলৈ এইখন ঠক বাচ চৰকাৰে বিভীন্নৌ ওপায়েৰে অসমৰ সাধাৰন জণগনৰ চকুত ধোলিদি এইখন চৰকাৰে জণোগনৰ পৰা ধন লুটি আহিছে
Same condition amaru.....matha gorom hoise aru..
Smart meter উঠাই দিবলৈ ৰাইজে দাবী কৰিব লাগে উঠাই নললে বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত ল'ব লাগে
লুট ৰাজ।চৰকাৰে দোকান খুলিলে
Smart Meter Bon koribo lage
APDCL হৈছে অসম চৰকাৰৰ সোণৰ কণী পৰা হাঁহ।
আগৰ মিটাৰবোৰ যদি ক্ৰুটিপূণ্' আছিল তন্তে ৰাইজৰ মাজত কেনেকৈ আহিবলৈ পালে?যদি শুদ্ব হয স্মাৰ্ট মিটাৰৰ প্ৰয়োজন কত । আজি যিটো ভাল আহাকালি সেইটো বেয়া ।স্মাৰ্ট মিটাৰৰ পিচত যে আৰু কি নাহিব, কম সময়ৰ ভিতৰত দেখিবলৈ পাব
Sarker re action lobo Lage
আগতে pospaid meterত মাহেকত আমাৰ বৰ বেছি 200 টকা বিল আহিছিল,এতিয়া prepaid meterত 300 টকাত দশদিনো নোযোৱা হ'ল
স্মাৰ্ট মিটাৰ আমাক নেলাগে আগতে ভাল আছিল।আগৰ মিটাৰটোৰ কি দোষ আছিল।এনেকৈ দুখীয়া ৰাইজক মাৰিব নেকি?
হয় আমাৰ নাৰায়নপুৰত দুলীয়াপথাৰত আমাৰ ঘৰত আগৰ মাহত 388 টকা আহিছিল এই মাহত বিল আহিছে 3880 টকা আহিছে।।।
মোবাইল লৰ দাতা আৰু tv recharge same hoi nai nki
Dhuli ni kat current ase test Karlie hoi
Takai Poriborton hoise
ৰাইজ বুজিলেনে.......
জুৰ জবৰদস্তি স্মাট মিটাৰ লগাবলৈ ৰাইজক বাধ্য কৰোৱাৰ কাৰণটো...
Ishbar new goverment laaoo
মামাই আঁচনি বিলাক কৰ পৰা দিব তে , এনেকৈয়ে চৰকাৰে টকা লুতি ৰাইজক আঁচনি দি আছে ।
Solar panel ব্যৱহাৰ কৰিব লাগে
পুৰণি পদ্ধতিৰ মিটাৰেই ভাল। চৰকাৰে বিদ্যুৎ মাছুলৰ নিৰিখ কমাওক। পোন প্ৰথমে যি মিটাৰ প্ৰয়োগ হৈছিল সেই মিটাৰ যথেষ্ট ভাল আছিল।
আজি কালি কোনো অঞ্চলত বিদ্যুৎৰ মাছুল সংগ্ৰহ কৰিবলৈ একোজন ব্যক্তি নিয়োগ কৰিছে। কিন্তু সেই ব্যক্তিজন চৰকাৰী চাকৰিয়াল অৰ্থাৎ বিদ্যুৎ বিভাগৰ নহয়। তাৰ ফলতো বিদ্যুৎৰ মাছুল বেছিকৈ আহে নেকি! মায়ং মৌজাৰ ঝাৰগাওৰ বিদ্যুৎ অফিচত মই জনাইছিলো ফোন যোগে কিয় আমাৰ বিদ্যুৎ মাছুল বেছিকৈ আহে এই বুলি। লাইট ফেন বেচি নজ্বলালেও বহুত বিল আহে।
মই দহ দিন ঘৰত নথকাৰ পাছতো দৈনিক ১৫ টকাকৈ স্মাৰ্ট মিটাৰ পৰা টকা কাটিছে। মোৰ ঘৰ তিনিচুকীয়াত।
Thanks
আচৰিত কথা।
দুদিন চিঞৰিম আপুনি মই পাছত Adjust হব লগিয়া হয় ।
এ পি ডি এচ এলৰ গ্ৰাহকৰ ওপৰত লুন্ঠনৰ গভীৰ ষৰযন্ত্ৰ ৰচনা কৰিছে ।
এইটো স্মাৰ্ট মিটাৰ নহয় ডকাইতি কৰা আৰু মূৰ্খামি কাম কৰা মিটাৰ হেই কাৰণে বিদ্যুৎ নাথাকিলে ও পইচা চুৰি কৰি থাকে এফালে আঁচনি দি আছে আন ফালে পইচা উঠাই আছে টেকনিক কৰি কৰি বস্তুৰ দাম বঢ়াই
এইবাৰ BJP হাৰিব
BJP য়ে অমৃত কাল বুলি মানুহৰ তেজ শুহা কাল আৰম্ভ কৰিলে |
সকলো অসমৰ ৰাইজে কা, প্ৰতিবাদৰ নিচিনাকৈ প্ৰতিবাদ কৰিবলৈ উলাই আহিব লাগে স্মাৰ্ট মিটাৰ বিৰুদ্ধে ।
আচলতে এইতো চোৰ মিতাৰ হে😂😂😂
Eneka miter amak nalage ami agor Dore kerasin kini saki solam
সরকারি আরো কত নতুন নতুন আবিষ্কার উলাবোগাহক পরিসনি ভাবে
This is true... Even no light metre light blink for 5 minute
এই চৰকাৰ খন বহুত বেয়া চৰকাৰ অসমৰ মানুহৰ সহজ সৰলতা দেখি অসমৰ মানুহক পুঙা কৰি আছে আৰু আমাৰ সমাজখনে একো কবলৈ ও সাহস কৰা নাই। আৰু যাতে এইবাৰৰ পৰা এই চৰকাৰ খন ক ভোট নিদায়ে আৰু যাতে নহ'লে বহুত বেয়া দিন দেখিব লাগিব
মোৰ ঘৰতো হৈ আছে
এইখন চৰকাৰে আমাক লুতিপুতি খাই আছে। এইটো মিটাৰ আতৰ কৰিব লাগে।
চৰকাৰ আৰু APDCL কৰ্মচাৰীৰ লগত বুজা বুজি আছে ছাগে আৰু এই টকাৰেই মাছৰ তেলেৰে মাছ বাজিছে আৰু এই বোৰ টকাৰেই অৰুণোদয় আচনিৰ ধন,বন্দন গোটৰ ঋণ,লাখপটি আৰু বিভিন্ন আঁচনিৰ টকা দিছে ।
Post paid metre thakute manuhe current sur korisil, kintu atiya nuare
আচলতে APDCL চুৰ নেকি ?
Sir mor silchar ot ghor carrent na taka obostay amar ghoror bil utiase
মুখ্য মন্ত্ৰীয়ে কয় কাটি বৈ নোৱাৰে।তেওঁ এনেকুৱা বুজাব খোজে অসমৰ গোটেই মানুহ বোৰে যেন মিছা কথা হে কৈছে।তেওঁ কোৱা বোৰ সঁচা।ইয়াৰ পৰা এইটোৱেই বুজিব পাৰি ইয়াৰ মাজত কিবা লাভৰ অংক লুকাই আছে।
এনেকুৱা চৰকাৰ আমাৰ দৰকাৰ আছিল,আজি পাইছো।😁😡😫😭🤣😭
হয় মোৰ ইষ্টমাট মিটাৰ কাৰেন্ট নথকাত তথাপিও বিল কাটি আছে আৰু বহুতো অসুবিধা হৈ আছে। মোৰ ঘৰ ধুবুৰী জিলাৰ কিচমত হাচদহ ২য় খণ্ড গাঁৱত গাঁও পঞ্চায়ত কালাৰহাট।
এয়া হ'ল চৰকাৰে আমাৰ নিজৰ ঘৰৰ ,ভাড়া ছৰকাৰে লোৱা এতা টেকতিছ
ভগৱান যি কৰে কৰা আমি হ'লে মৰিবলৈ সাজোহলো আৰু এই চৰকাৰৰ দিনত মানুহে জিয়াই থকাটো বাবিবয় নোৱাৰিব
Postpaid connection ত মাহত Bill মোৰ আহিছিল সৰ্বোচ্চ 500টকা।
Prepaid metre ত Bill হয় সৰ্বোনিম্ন 1300 টকা কেনেকৈ ,,,🤔🤔🤔
ৰাইজৰ পৰা টকা চুৰি কৰাৰ চেষ্টা কৰিছিল এয়া। মোৰ ঘৰ পৰাও লিমিটৰ ওপৰত কাঠ কৰিছে।
Aito hosa kotha amar hojai district, flood hoise line nai 4 din dhori kintu balance kati ase mitter
এয়াই হল ৰাইজক লুটা পদ্ধতি
Okol Axom t smart meter logaise...onyo kunu State t logua nai..Bjp sorkar tez suhise jonotar
Aru di jaa Modi zindabaad........prepaid Mtrr poisa tu account t di dibo aibar
জনসাধাৰণ বাচিবলৈ হলে 26 লৈ বিজেপি চৰকাৰক বিদায় দিব লাগে, হিন্দু মূছলমানৰ ৰাজনীতি কৰি বিজেপি চৰকাৰে জনসাধাৰণক তেজ সূহি আছে
আইনৰ সহায় দৰকাৰ।
Sir mur ghorotu automatic unit barhie goi thake light bondh kori tholeu, electric bibhage kiba step lobo lage eyaar uporot
সত্য কথাই কৈছে
নামত স্মাৰ্ট মিটাৰ। কামত একো নাই। মাথো জনতাৰ পৰা টকা সৰকা বুদ্ধি।
খা দুখীয়া ৰাইজ তেজ
100% True .people should protest .
Smart meter ত off / on চুইছ লগাই দিব লাগিব। APDCL এ মিটাৰ হেক কৰি সদায়েই এনেকৈ পইচা শেষ কৰি দিয়ে। smart meter হেক কৰিব পৰাৰ video social media চলি আছে।
Amaru bohut bill ahise agote 120 mahot ahe atya 300 tokareu ,1 mah juwa nai karon ki moi gulaght
Sesh korse re
একদম সঁচা কথা। প্ৰমাণ পাইছোঁ।
Smart mitar nalage......
Naam se hi nahi kaam se bhi smart.😂😂😂
ভাল কথা কৈছো আপেনী
Smart মিটার বন্ধ করক আমার স্মার্ট মিটারে আগর তুলনায় ৯০% বিল বছি আহে
Mur 8 din hoise , 1 gonta Kori current diase, balance katise 20 Toka kori , ar mane 15 Toka kori extra katise.
আকৌ বিজেপি দলকে ভোট দিয়াৰ কথা ভাবক চোঁ ন!
কাৰেন নাথাকিলেও যদি বেলেছ কাটি ছে চৰকাৰে এই কথা বীলাক গুৰুত দিবলাগে
Karentnatakasomoybilkate
Gute manushok ata e request j ay video khon gute Facebook ot viral kori diyok
Aiyai hol digital India