9Aug-22, হৰিক লাভ কৰাৰ উপায়, নৃপেন শ‌ইকীয়া।

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • নগাঁৱৰ বঢ়মপুৰৰ গীতা পাঠ বিশ্লেষণ অনুষ্ঠান-৩
    #bhagawatkatha_Nipen_Saikia

Комментарии • 43

  • @prafullaborah7714
    @prafullaborah7714 Год назад +1

    Krishna Krishna Krishna provo

  • @ramcharandeka9143
    @ramcharandeka9143 2 года назад +2

    Om namah Bhagawate Vasudevaya.

  • @prafullabora5386
    @prafullabora5386 2 года назад +3

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন, হে মোৰ প্রাণৰ বান্ধৱ ; উত্তম উত্তম । অতি উত্তম । আমাৰো মনৰ ভ্রম আঁতৰ কৰি ষ্ঠিতপ্রজ্ঞ কৰিবলৈ প্রচেষ্টাৰ ক্রুতি নকৰা মোৰ প্রাণৰ সুহ্দ বান্ধৱ সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । জয় জগত গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ জয় । জয় জয় আৰু জয়

  • @rumiduarah7953
    @rumiduarah7953 2 года назад +2

    কৃষ্ণ কৃষ্ণ সেৱা জনালো 🙏🙏🙏🙏🙏

  • @jyotisankardas3637
    @jyotisankardas3637 Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @indrajithazarika3411
    @indrajithazarika3411 2 года назад +1

    Krishna Prabhu pronam 🙏🙏🙏

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 2 года назад +3

    Krishna Krishna

  • @sakuntalamazi1601
    @sakuntalamazi1601 2 года назад +1

    krishna krishna krishna 🙏🙏🙏

  • @abmonty7274
    @abmonty7274 2 года назад +1

    সেৱা জনালো প্ৰভুজনা👋👋👋কৃষ্ণ কৃষ্ণ কৃষ্ণ অঞ্জলি দাস

  • @nijaradas4894
    @nijaradas4894 2 года назад +1

    🙏🏼🙏🏼কৃষ্ণ 🙏🏼🙏🏼হৰি 🙏🏼🙏🏼ৰাম 🙏🏼🙏🏼কৃষ্ণ 🙏🏼🙏🏼

  • @kumudgayan1664
    @kumudgayan1664 2 года назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।বঢ়মপুৰৰ আই গৰাকীৰ গৃহত ভকত বৈষ্ণৱ একত্ৰিত কৰি আপোনাৰ অমৃতময় ভাগৱত বাখ্যাৰ অনুষ্ঠানৰ আয়োজন কৰি সেই অঞ্চলৰ সকলো ভক্ত বৈষ্ণৱৰ অন্তৰত কৃষ্ণভক্তিৰ তাত্ত্বিক পৰিবেশ সৃষ্টি কৰি জগতক ধন্য কৰিছে, সেয়ে সকলো লৈকে কৌটি কৌটি সেৱা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Namo Namo Narayan Namo Namo Narayan Pranam

  • @r.saikia4335
    @r.saikia4335 2 года назад +5

    কৃষ্ণ কৃষ্ণ হে কৃপালু প্রভু, সমস্তকে মোৰ ভক্তিভৰা কৌটি কৌটি প্ৰণিপাত জনাইছোঁ কৃষ্ণ|ৰাম জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম ৰাম হৰি 🙏🏻🙏🙏🏼🙏🏻|

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Krishna Krishna Ram Krishna Krishna Ram Krishna Krishna Ram Pranam

  • @reetabordoloi5258
    @reetabordoloi5258 2 года назад +3

    হে কৃপালু প্রভু ঈশ্বৰ , শতকৌটি প্রণাম জনালো | 🙏🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +3

    আজন্মৰ সেৱাৰস্হলীৰ প্ৰভু জনা আৰুবাপ্ও আইসমষ্তলৈ সেৱা আৰুশ্ৰদ্ধা আগ বঢ়াইছো।কৃষ্ণ ৰাম কৃষ্ণৰাম প্ৰণাম।

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Krishna Krishna Ram Krishna Krishna Ram Pranam

  • @anamikasaikia2845
    @anamikasaikia2845 2 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

  • @anjalibaruah7669
    @anjalibaruah7669 2 года назад +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏👏

  • @pusuribu7432
    @pusuribu7432 2 года назад +1

    Krishna Krishna 👃👃

  • @r.saikia4335
    @r.saikia4335 2 года назад +4

    কৃষ্ণ কৃষ্ণ হে আজন্মৰ সেৱাস্থলীৰ সেৱকী প্রমুখ্যে বাপ আই সকল আপোনাসৱৰ মহা ভাগ্য যে গীতা সমুদ্ৰত বুৰ গৈ থাকি আপোনাসৱে শ্ৰীহৰি কৃষ্ণৰ অমৃতময় তত্বৰ শুদ্ধ সত্য সুন্দৰ ৰসময় পাঠ আৰু আধ্যাত্মিক পৰ্যালোচনা শ্ৰৱণ কৰিবলৈ পাইছে |হে কৃপালু গুৰুজন আপোনাৰ কৃপাতে হৰিকথা ৰসৰ স্বাদ আমিও লবলৈ পাই নিজকে পৰম ধন্য মানিছো প্রভু |সেয়ে আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি বাৰ সেৱা নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ,কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ গোৱিন্দ গোৱিন্দ ৰাম ৰাম হৰি প্রণাম |🙏🏻🙏🏼🙏🙏🏼

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 года назад +2

    🙏 কৃষ্ণ 👣👈🙌

  • @mridulsaikiavlogdubai.1290
    @mridulsaikiavlogdubai.1290 Год назад

    Bulda huni bahut val lagel.

  • @prasannadaimary7872
    @prasannadaimary7872 2 года назад +3

    🙏🙏🙏

  • @dilipbora1903
    @dilipbora1903 Год назад +1

    কৃষ্ণ বাপজনা আমাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।আমাক এভাগ কথা বুজাই দিলে অতি কৃতাৰ্থ হম।কথাভাগ ভাগ হল আমি গাঁও মৎস কুৰ্ম নৰসিংহ বামন পৰশুৰাম কিন্তু আমাৰ মতে বৰাহ ৰূপভাগহে তিনিনম্বৰত হব লাগিছিল।ইয়াৰ কিবা তত্ব আছেনেকি?

    • @nipensaikia3763
      @nipensaikia3763  Год назад +1

      ছৱি ছন্দৰ( ব্যাকৰণ )প্ৰয়োগ হ'বলৈ, তেনেদৰে কৰা হৈছে। কৃষ্ণ কৃষ্ণ।

  • @prafullabora5386
    @prafullabora5386 2 года назад +4

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে মোৰ প্রাণৰ বান্ধৱ ,ভক্তি ভৰা সেৱা আৰু শত সহস্ৰ কোটি প্রণিপাত গ্রহন কৰিব

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Hari Hari Ram Naam Hari Hari Ram hari hari ram ram Pranam Krishna Pranam

  • @binabora5025
    @binabora5025 2 года назад +6

    Krishna. Punarber xuniboloi pai bhout val lagise pronam xewa jonaisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 2 года назад +3

    🙏🙏হে কৃপাল গুৰুজনা, আয়োজক পৰম শ্ৰদ্ধাৰ , হৰিৰ একান্ত সেৱক/সেৱিকা, পবিত্র দ্বিতীয় বৈকুণ্ঠত উপবিষ্ট বৈষ্ণব আই সমস্ত, আপোনাসৱ সবাৰে শ্রী চৰণত সন্ধ্যাৰ ভক্তি ভৰা সেৱা নিবেদিছো কৃপাৰে গ্রহণ কৰিব। আপোনাসৱৰ পৰম কৃপাত পৰম পুৰুষ ভগৱন্তৰ গুণাণু কীৰ্তন কৰ্ণা়ঞ্জলী ভৰি শ্ৰৱণ কৰিবলৈ পাইছে৷। শতকোটি প্ৰণাম জনাইছোঁ 🙏🙏🙏🙏🙏

    • @nipensaikia3763
      @nipensaikia3763  2 года назад +1

      Krishna Krishna Ram Krishna Krishna Ram Pranam

  • @tridipduarah
    @tridipduarah 2 года назад +2

    মহাভাৰত পাঠ বিচাৰিছো,আগবঢাব..

  • @tarunhandique2388
    @tarunhandique2388 2 года назад +2

    প্ৰভু 🙏 যোগমায়া কোন আছিল

  • @pabansaikia4845
    @pabansaikia4845 2 года назад +1

    বাপ , কীৰ্ত্তন আৰু ঘোষাৰ সুৰক সুৰক্ষা দি পৰিবেশন কৰিলে উদাহৰণ হৈ ৰৈ থাকিব তাৰ প্ৰতি লক্ষ্য কৰা ভাল ।