দিচাংমুখৰ ডেকাটি- Disangmukhor Dekati- Bhupen Hazarika

Поделиться
HTML-код
  • Опубликовано: 1 дек 2024

Комментарии • 2

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +1

    সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ সৃষ্টি ৰাজী আছিল ভিন্নধৰ্মী। প্ৰতিটো গীতৰকথা,সুৰ কাহিনী,বিষয়বস্তু আছিল পৃথক পৃথক।ঔপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ"মিৰি জীয়ৰী"ৰ জংকী-পানেইৰ কাহিনীও বাদ পৰি যোৱা নাছিল।সেয়ে হয়তো সৃষ্টি হৈছিল মিচিং ডেকা-গাভৰু জংকী-পানেইৰ প্ৰেমৰ কাহিনীক লৈ এই চিৰসেউজ গীতটো।গীতৰ মাজত কোৱা হৈছে,আজিৰ পানেই নমৰে,জংকীয়েও নেকান্দে....।হে চিৰ নমস্য তোমাক দূৰৈৰ পৰাই জনালোঁ শত সহস্ৰ প্ৰণাম।তুমি যে অসমী আইৰ সুযোগ্য সন্তান।

    • @rashmitagogoi761
      @rashmitagogoi761 2 года назад

      L a l l l a pl
      L a l a pllp a pllp pl lppllllllpl l a llllppllpppplllllpp a pl pppllpllpllllllllllllllllllpplpl
      pp a pp a pp p a ll