Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
🙏🏻🙏🏻🙏🏻🙏🏻 আশীৰ্বাদ কৰিছোঁ মিনু বাইদেউ যাতে দীৰ্ঘজীৱি হওঁক 🙏🏻🙏🏻🙏🏻🙏🏻❤❤❤❤
মিনু বড়োৰ সাহসীতা তথা তেখেতৰ উপস্থিত বুদ্ধিক সলাগিছো তথা গৌৰৱ অনুভৱ কৰিছো,তেখেতলৈ অশেষ ধন্যবাদ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ....।
ধন্যবাদ বাইদেউ গৰাকীনৈ
বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ আপোনাক। সঁচা কৈ অসমৰ গৌৰৱৰ কথা।
Sabeswar bhuyan ।তেজপুৰ মিনো বড়ো বাইদেউ লৈ বহু বহু ধন্যবাদ থাকিল। ভগৱানে সকলো তীৰ্থস্থান পৰা ভালেকুশলে নিজ নিজ ঘৰ আহি পাই যেন।
এয়াই অসমীয়া নাৰী। আপোনাৰ সাহসিকতাক শত সহস্ৰ প্ৰণাম জনাইছো ৷জয় আই অসম 👍৷
আপোনাৰ এই সাহসিকতা হেজাৰ গৰাকী অসমীয়া নাৰীৰ কাৰণে এক আদৰ্শ হওঁক।🙏
প্ৰত্যুতপন্নমতি মানসিকতাৰ সুন্দৰ আৰু সফল কাম পৰিচয় । বাহন চলোৱাৰ জ্ঞান আৰু দক্ষতা সিদ্ধহস্ত ভাৱে কাৰ্য্যত পৰিণত কৰি নিজৰ আৰু আনৰ জীৱন ৰক্ষা কৰাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া এগৰাকী মহিলাৰ প্ৰসংশনীয় তথা তৎপৰ বুদ্ধিমত্তাৰ বিৰল নিদৰ্শন ।
তোমাৰ সাহখ মানিলো ইমানখিনি জীৱন ৰক্ষা হল তেলোকৰ গোতেই জীৱন মনত থাকীব তোমাক কূতীকূতী ধন্যবাদ জ্ঞাপন কৰিছোঁ
এইয়া আমাৰ অসমৰ বাবে ডাঙৰ গৌৰৱ। যাক কব পাৰি Olympic কৰ 17টা সোণৰ পদক বিজয়ী খেলুৱৈ। বহুত বহুত ধন্যবাদ। জয় আই অসম ।
Minu Boru thank you
ধন্যবাদ বড়ো বাইদেউ আপোনাক ধন্যবাদ অসমৰ গৌৰৱ ভগবন্তয় দীর্ঘায়ো কৰক
ধন্যবাদ বাইদেউ । প্রণাম জনাইছোঁ।
মিনু বড়ো লৈ শত কোটি ধন্যবাদ।
মিনু বড়ো বাইদেউক ভাৰত চৰকাৰে অহা ২০২৫ চনৰ গণতন্ত্ৰ দিৱস অনুষ্ঠানত ৰাজহুৱা ভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰক। বাইদেউ লৈ ধন্যবাদ।
নাৰী কোনো গুণে কম নহয়। নাৰী শক্তি জিন্দবাদ।🙏🙏🙏
তোমাৰ সাহসক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ দীঘায়ু কামনা কৰিলো
Madam,we are very very proud of you.Really a u r one of the most bold hero from our Assam soil as well as from India also.God bless you.
God help.minu bori.❤❤
Very good Madam
Good job done.thanks
মিনু বড়ো বাইদেউক অশেষ ধন্যবাদ জনালোঁ
মিনু বাইদেউ লৈ ধন্যবাদ থাকিল
বহু বহুত বহুত ধন্যবাদ বাইদেউ।❤🎉🎉🎉
আপোনাক বহুত ধন্যবাদ
Apunak dirghayu akhirbad korisu,bhagawane apunak hostha rakhak khokhal Rakhok 🙏🙏🙏🙏
Thanks Minu baidew aapuni NARI SAKTI dekhuwai dile .
হৰ্থাতে লব পৰা সিদ্ধান্ত আৰু সাহসী কতাৰ বাবে নিজ সহযাত্ৰীৰ লগতে পাছত আহি থকা যাত্ৰী সকলকো বিপদ মুক্ত কৰিবলৈ সক্ষম হল ধন্য আপোনাৰ জীৱনৰ এক বিৰাত সাফল্য প্ৰণাম 🙏এয়া তীৰ্থ ভ্ৰমণৰ সফলতা য'ত এনে এক বিপদত ভগৱানে হয়তো বিপদ সঙ্কুল বাটতো আপোনাক শক্তি প্ৰদান কৰিলে । শুভেচ্ছা জনালোঁ ।🎉🎉🎉🎈
অসম গৌৰৱ মিনু বাইদেউ লৈ অশেষ ধন্য জনালো
বহুত বহুত শুভেচ্ছা জনালোঁ মিনু। তোমাক লৈ আমি গৌৰৱ বোধ কৰিছোঁ।
Glory of Assam,dear Minu Boro.
মিনু বড়ো বাইদেউক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো ।🙏🙏🙏
Minu tumi eman bhal kam korila tomak sakola asharbad korliso 16:02
Brave lady. We feel proud of you.
শতকুতি আশীৰ্বাদ কৰিছো ভগৱানে আৰু সাহসী কৰি তুলক।এইয়াই হৈছে অসমৰ মহিলা।
বহূত.বহুত.ধনবাদ..আপোনাৰ.সাহক
Grate job,sehude minu boru,joi aai Assam.
বাইদেউ চেলুত, ,❤❤
বহুতো ধন্যবাদ থাকিল আপোনাৰ লৈ।
ৰাখে হৰি মাৰে কোনে , মাৰে হৰি ৰাখে কোনে ।
আপোনাৰ সাহসীতি দেখি সলাগিছো গৌৰৱ অনুভৱ কৰিছো বাইদেউ
Thank you ,minu madam,
বহুত ভাল ভাল খবৰ ।
এইয়াই আমাৰ অসমৰ গৌৰৱ
ধন্যবাদ মিনুবাইদ❤❤
বাইদেউ ধন্যবাদ,
Val lagise. God bless you Baideo.
Bohut bohut dhayanobad jonaichu. Minu baidewk bhogobane aapunak kukhole rakhok❤❤❤❤❤❤❤❤
Well done. Minu Boro. amar. Boro. Mohila. Suwali. Belk. Bhut. Khahokhi. Strong.
Thanks
তেওঁ ভগৱান স্বৰূপে থিয় দিলে। তেওঁক ভগৱান আশীৰ্বাদ কৰিব
Thank u
মিনুবড়োৰ সাহসিকতা প্ৰশঙসনীয় ঈশ্বৰে ভালে ৰাখক
Asorit kotha Minu borok bhogobane akhirbad korok lakhon salute
Thanks baidow god bless you
Many many thanks to Minu Boro. your the great.
সঁচাকৈয়ে অসমৰ কাৰণে গৌৰৱ
Minu boro best of luck
God bless you minu baideo❤❤💓💓❤️🔥❤️🔥🙏🙏
Minu Borok ami antorik abhinandan jonaisu 🎉🎉
Axomar xahaxi aru Pratyutpannamoti Nari Minu Boro Axomar Gaurab aru ateor xahaxitar parichoy diyaar babe teok 2025 Barxor Ganatantra Dibasat 26 January Tarikhe Bharatar Rastrapatir dwara pradatta Xahaxikatar Puraskar diya ba pradan Kara uchit ,aei dabi Mur lagote Axomar Raijor !
Congratulations Minu Badeo
Many many Thanks to Minu Boro.❤❤❤❤❤
Bohut val lagile
Dhanyavaad
Minu boro bor hahokhi tai tezpur Ghoramari higher secondary school student asil. Moi dwijen Basumatari aru মইয়ো সেই স্কুল khanate জুনিয়ৰ আছিলো তাই bor hahokhi asil. Moi তাইক class 9th মানতে bulet drive kora dekhisu. May god bless you বাইদেউ
Thank you, Mina Boro long live and sucsese in your life.
Bohut vl👍
She deserves ' Assam Baibhab' award...
ধন্যবাদ আপনাক 🎉
মই এই সাহস বহো ধন্যবাদ জ্ঞাপন কৰিলোঁ
প্ৰতি গৰাকী মহিলাই জনা উচিত draivinng কৰিবলৈ লগতে সাহস থাকিলেহে কৰিব পাৰিব। তেখেতৰ সু সায়স্থ্য কামনা কৰিলো।
Thank u god bless you
ৰাখে হৰি মাৰে কোনে। তেওঁ লোক সঁচা অন্তৰে ভগৱানৰ প্ৰতি থকা বিশ্বাস অতল। ভগৱানে ৰক্ষা কৰিলে। কৃষ্ণ কৃষ্ণ।
মিনু বড়ো লৈ বহুত বহুত শুভেচ্ছা থাকিল।
এয়া আমাৰ অসমৰ বাবে ডাঙৰ গৌৰৱ। জয় শ্ৰী ৰিম
Real hero salute you ma'am respect 🙏🙏🙏🇮🇳
God bless you
Big salute you ma'am 🙏🙏
Bhole babar ashirwad asil babei sage Minu baideur sahokh jonmil. Dhanyawad baideu sothik xomoyot apuni xokolu Tirtho yatrik pran rakhya korile. Baba bhulanathe apunar mongol korok . Jai Shiv Sankor 🙏
Salute god bless you minu boro.
Very good
Very very thanks
Salute ,Boru Baideu
Bhagobana Bhala BhalaRakhok. Dhanabad Minu Baidau
আমি গৌৰৱান্বিত
ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে .....গীতটোলৈ মনত পৰিল।
Ok. A lot of tks. A great work. God bless you by the benediction of God.
ভগৱান শ্ৰী কৃষ্ণন ৰখাকৰীলে
আপোনালোকে নিজা অতি সুন্দৰ , বহুত ভাল মন্তব্য সমূহ লিখাৰ অন্তত ( ! ) এই ভাববোধক চিন টো ব্যৱহাৰ কিয় নকৰে ?
God bless you ,minu boro baideo
মিণু বড়োলৈ ধন্যবাদ থাকিল।
মিনু তোমাৰ খবৰ টো জানিব পাৰি গৌৰৱ অনুভৱ কৰিছো । লগতে পঢ়ি থকা দিনৰ মিনু জনীলৈ মনত পৰিল ।
কৃষ্ণ কৃষ্ণ হৰি ৰাম।মিনু বড়ো ভগৱানে আপোনাক কৃপা কৰক,আপোনাৰ সাহসিকতাক লৈআমি গৌৰৱ কৰিছো।কৃষ্ণ ❤❤❤❤
Salute Minu baidou apunak 🙏🙏🙏🙏 নাৰী জিন্দাবাদ 🙏❤
Thanku you minu
Good
শতকৌটি প্ৰণাম জনালো।
বহুতে ভাল কাম কৰিছে বাইদেউ
Thanks you menu Barua
Thank you mam
Long live Minu Boro sister.
❤
🙏🏻🙏🏻🙏🏻🙏🏻 আশীৰ্বাদ কৰিছোঁ মিনু বাইদেউ যাতে দীৰ্ঘজীৱি হওঁক 🙏🏻🙏🏻🙏🏻🙏🏻❤❤❤❤
মিনু বড়োৰ সাহসীতা তথা তেখেতৰ উপস্থিত বুদ্ধিক সলাগিছো তথা গৌৰৱ অনুভৱ কৰিছো,তেখেতলৈ অশেষ ধন্যবাদ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ....।
ধন্যবাদ বাইদেউ গৰাকীনৈ
বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ আপোনাক। সঁচা কৈ অসমৰ গৌৰৱৰ কথা।
Sabeswar bhuyan ।
তেজপুৰ মিনো বড়ো বাইদেউ লৈ বহু বহু ধন্যবাদ থাকিল। ভগৱানে সকলো তীৰ্থস্থান পৰা ভালেকুশলে নিজ নিজ ঘৰ আহি পাই যেন।
এয়াই অসমীয়া নাৰী।
আপোনাৰ সাহসিকতাক শত সহস্ৰ প্ৰণাম জনাইছো ৷জয় আই অসম 👍৷
আপোনাৰ এই সাহসিকতা হেজাৰ গৰাকী অসমীয়া নাৰীৰ কাৰণে এক আদৰ্শ হওঁক।🙏
প্ৰত্যুতপন্নমতি মানসিকতাৰ সুন্দৰ আৰু সফল কাম পৰিচয় । বাহন চলোৱাৰ জ্ঞান আৰু দক্ষতা সিদ্ধহস্ত ভাৱে কাৰ্য্যত পৰিণত কৰি নিজৰ আৰু আনৰ জীৱন ৰক্ষা কৰাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া এগৰাকী মহিলাৰ প্ৰসংশনীয় তথা তৎপৰ বুদ্ধিমত্তাৰ বিৰল নিদৰ্শন ।
তোমাৰ সাহখ মানিলো ইমানখিনি জীৱন ৰক্ষা হল তেলোকৰ গোতেই জীৱন মনত থাকীব তোমাক কূতীকূতী ধন্যবাদ জ্ঞাপন কৰিছোঁ
এইয়া আমাৰ অসমৰ বাবে ডাঙৰ গৌৰৱ। যাক কব পাৰি Olympic কৰ 17টা সোণৰ পদক বিজয়ী খেলুৱৈ। বহুত বহুত ধন্যবাদ। জয় আই অসম ।
Minu Boru thank you
ধন্যবাদ বড়ো বাইদেউ আপোনাক ধন্যবাদ অসমৰ গৌৰৱ ভগবন্তয় দীর্ঘায়ো কৰক
ধন্যবাদ বাইদেউ । প্রণাম জনাইছোঁ।
মিনু বড়ো লৈ শত কোটি ধন্যবাদ।
মিনু বড়ো বাইদেউক ভাৰত চৰকাৰে অহা ২০২৫ চনৰ গণতন্ত্ৰ দিৱস অনুষ্ঠানত ৰাজহুৱা ভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰক। বাইদেউ লৈ ধন্যবাদ।
নাৰী কোনো গুণে কম নহয়। নাৰী শক্তি জিন্দবাদ।🙏🙏🙏
তোমাৰ সাহসক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ দীঘায়ু কামনা কৰিলো
Madam,we are very very proud of you.Really a u r one of the most bold hero from our Assam soil as well as from India also.God bless you.
God help.minu bori.❤❤
Very good Madam
Good job done.thanks
মিনু বড়ো বাইদেউক অশেষ ধন্যবাদ জনালোঁ
মিনু বাইদেউ লৈ ধন্যবাদ থাকিল
বহু বহুত বহুত ধন্যবাদ বাইদেউ।❤🎉🎉🎉
আপোনাক বহুত ধন্যবাদ
Apunak dirghayu akhirbad korisu,bhagawane apunak hostha rakhak khokhal Rakhok 🙏🙏🙏🙏
Thanks Minu baidew aapuni NARI SAKTI dekhuwai dile .
হৰ্থাতে লব পৰা সিদ্ধান্ত আৰু সাহসী কতাৰ বাবে নিজ সহযাত্ৰীৰ লগতে পাছত আহি থকা যাত্ৰী সকলকো বিপদ মুক্ত কৰিবলৈ সক্ষম হল ধন্য আপোনাৰ জীৱনৰ এক বিৰাত সাফল্য প্ৰণাম 🙏এয়া তীৰ্থ ভ্ৰমণৰ সফলতা য'ত এনে এক বিপদত ভগৱানে হয়তো বিপদ সঙ্কুল বাটতো আপোনাক শক্তি প্ৰদান কৰিলে । শুভেচ্ছা জনালোঁ ।🎉🎉🎉🎈
অসম গৌৰৱ মিনু বাইদেউ লৈ অশেষ ধন্য জনালো
বহুত বহুত শুভেচ্ছা জনালোঁ মিনু। তোমাক লৈ আমি গৌৰৱ বোধ কৰিছোঁ।
Glory of Assam,dear Minu Boro.
মিনু বড়ো বাইদেউক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো ।🙏🙏🙏
Minu tumi eman bhal kam korila tomak sakola asharbad korliso 16:02
Brave lady. We feel proud of you.
শতকুতি আশীৰ্বাদ কৰিছো ভগৱানে আৰু সাহসী কৰি তুলক।এইয়াই হৈছে অসমৰ মহিলা।
বহূত.বহুত.ধনবাদ..আপোনাৰ.সাহক
Grate job,sehude minu boru,joi aai Assam.
বাইদেউ চেলুত, ,❤❤
বহুতো ধন্যবাদ থাকিল আপোনাৰ লৈ।
ৰাখে হৰি মাৰে কোনে , মাৰে হৰি ৰাখে কোনে ।
আপোনাৰ সাহসীতি দেখি সলাগিছো গৌৰৱ অনুভৱ কৰিছো বাইদেউ
Thank you ,minu madam,
বহুত ভাল ভাল খবৰ ।
এইয়াই আমাৰ অসমৰ গৌৰৱ
ধন্যবাদ মিনুবাইদ❤❤
বাইদেউ ধন্যবাদ,
Val lagise. God bless you Baideo.
Bohut bohut dhayanobad jonaichu. Minu baidewk bhogobane aapunak kukhole rakhok❤❤❤❤❤❤❤❤
Well done. Minu Boro. amar. Boro. Mohila. Suwali. Belk. Bhut. Khahokhi. Strong.
Thanks
তেওঁ ভগৱান স্বৰূপে থিয় দিলে। তেওঁক ভগৱান আশীৰ্বাদ কৰিব
Thank u
মিনুবড়োৰ সাহসিকতা প্ৰশঙসনীয় ঈশ্বৰে ভালে ৰাখক
Asorit kotha Minu borok bhogobane akhirbad korok lakhon salute
Thanks baidow god bless you
Many many thanks to Minu Boro. your the great.
সঁচাকৈয়ে অসমৰ কাৰণে গৌৰৱ
Minu boro best of luck
God bless you minu baideo❤❤💓💓❤️🔥❤️🔥🙏🙏
Minu Borok ami antorik abhinandan jonaisu 🎉🎉
Axomar xahaxi aru Pratyutpannamoti Nari Minu Boro Axomar Gaurab aru ateor xahaxitar parichoy diyaar babe teok 2025 Barxor Ganatantra Dibasat 26 January Tarikhe Bharatar Rastrapatir dwara pradatta Xahaxikatar Puraskar diya ba pradan Kara uchit ,aei dabi Mur lagote Axomar Raijor !
Congratulations Minu Badeo
Many many Thanks to Minu Boro.❤❤❤❤❤
Bohut val lagile
Dhanyavaad
Minu boro bor hahokhi tai tezpur Ghoramari higher secondary school student asil. Moi dwijen Basumatari aru মইয়ো সেই স্কুল khanate জুনিয়ৰ আছিলো তাই bor hahokhi asil. Moi তাইক class 9th মানতে bulet drive kora dekhisu. May god bless you বাইদেউ
Thank you, Mina Boro long live and sucsese in your life.
Bohut vl👍
She deserves ' Assam Baibhab' award...
ধন্যবাদ আপনাক 🎉
মই এই সাহস বহো ধন্যবাদ জ্ঞাপন কৰিলোঁ
প্ৰতি গৰাকী মহিলাই জনা উচিত draivinng কৰিবলৈ লগতে সাহস থাকিলেহে কৰিব পাৰিব। তেখেতৰ সু সায়স্থ্য কামনা কৰিলো।
Thank u god bless you
ৰাখে হৰি মাৰে কোনে। তেওঁ লোক সঁচা অন্তৰে ভগৱানৰ প্ৰতি থকা বিশ্বাস অতল। ভগৱানে ৰক্ষা কৰিলে। কৃষ্ণ কৃষ্ণ।
মিনু বড়ো লৈ বহুত বহুত শুভেচ্ছা থাকিল।
এয়া আমাৰ অসমৰ বাবে ডাঙৰ গৌৰৱ। জয় শ্ৰী ৰিম
Real hero salute you ma'am respect 🙏🙏🙏🇮🇳
God bless you
Big salute you ma'am 🙏🙏
Bhole babar ashirwad asil babei sage Minu baideur sahokh jonmil. Dhanyawad baideu sothik xomoyot apuni xokolu Tirtho yatrik pran rakhya korile. Baba bhulanathe apunar mongol korok . Jai Shiv Sankor 🙏
Salute god bless you minu boro.
Very good
Very very thanks
Salute ,Boru Baideu
Bhagobana Bhala BhalaRakhok. Dhanabad Minu Baidau
আমি গৌৰৱান্বিত
ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে .....গীতটোলৈ মনত পৰিল।
Ok. A lot of tks. A great work. God bless you by the benediction of God.
ভগৱান শ্ৰী কৃষ্ণন ৰখাকৰীলে
আপোনালোকে নিজা অতি সুন্দৰ , বহুত ভাল মন্তব্য সমূহ লিখাৰ অন্তত ( ! ) এই ভাববোধক চিন টো ব্যৱহাৰ কিয় নকৰে ?
God bless you ,minu boro baideo
মিণু বড়োলৈ ধন্যবাদ থাকিল।
মিনু তোমাৰ খবৰ টো জানিব পাৰি গৌৰৱ অনুভৱ কৰিছো । লগতে পঢ়ি থকা দিনৰ মিনু জনীলৈ মনত পৰিল ।
কৃষ্ণ কৃষ্ণ হৰি ৰাম।মিনু বড়ো ভগৱানে আপোনাক কৃপা কৰক,
আপোনাৰ সাহসিকতাক লৈ
আমি গৌৰৱ কৰিছো।
কৃষ্ণ ❤❤❤❤