Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বৰ সুন্দৰ জ্ঞান ।
বৰ সুন্দৰ ভিডিঅ আগবঢ়ালে। ধন্যবাদ।🙏
ভাল লাগিল। বৰ শুৱলা আৰু স্পষ্টকৈ বুজাই দিছে।
Information khini diyar babe bor bhal lagil... thank you
ভাল লাগিল
Very useful tips. Thanks.
Most welcome!
Thank u advice tu diya babe.
Good information
Good information sir
Thank you so much for the quality information.
thank you.
সুন্দৰ
বহুত বহুত ধন্যবাদ দাদা🙏🙏
আপোনাৰ কথাখিনি ভাল লাগিছে। পাৰিজাত নাৰ্চাৰী যোৰহাটৰ ক'ত আছে জনাবনেকি?
খুড়া, ভাল লাগিছে বহুদিনৰ মুৰত আপোনাক দেখি। মই বিকাশ।
thank you bikash. please call whenever you are free.
Sir, nice video,aapuni regularly video diboloi try koribo,aami sabor babe roi thaku nahai, aapunar nursery t Thoka permanent flower plant bur dekhuwabosun logote tar price bur kiman Kobo.
ছাৰ, মোৰ এখন সৰু ফুলনী বাৰী আছে ,মই আপোনাৰ vdo চাই বহুত উপকৃত হৈছো ,ধন্যবাদ ছাৰ
Thanks for sharing this ♥👍🏻
Tinospora cordifulia Giloy powa jabo neki
What is an ideal mix for outdoor plants in Assam's weather conditions?
Thanks
দাদা parlite কি বস্ত
Good morning
Apunar pora phul kinile tubor hoite rui dibo ne?
Kindly Indoor plants r care r vdeo ata bonabo sun ..
Sir.. Bortoman cement r pot ulaise.. Tat phool rule knkua hoi jonabo sun.. Hei pot kiba bipod ghotabo pare nki
অনন্তমূলৰ গছ আপোনাৰ নাৰ্চাৰি পোৱা যায় নেকি
ভাল লাগিল । মোৰ ভাল লগা নাৰ্চাৰী খন
পৰিবেশ সংৰক্ষণৰ বাবেও plastic pot ৰ ঠাইত মাটিৰ pot ব্যৱহাৰ কৰাটো ভাল।
দাদা এজেলিয়া ফুলৰ বিষয়ে জনাবছোন , ঋমই আপোনাৰ নাৰ্ছাৰিৰ পৰা এটা পুলি আনিছো দুদিনৰ আগতে ।
জবা ফুল টাবত লগাই ফুলাবলৈ কোন সময়ত কাটিং কৰিব লাগিব আৰু কেনেধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে অনুগ্ৰহ কৰি জনাবচোন |আপোনালোকৰ video বোৰ চাই বহুত উপকৃত হৈছো |
অনন্তমূলৰ পুলি পোৱা যায় নেকি
Terracotta stain আৰু red oxide powder একে নেকি? Red oxide powder পানীত গুলি মই pot ত লগাইছিলো। দেখিবলৈ ভাল লাগিছে কিন্তু pot টো চুলে হাতত দাগ লাগে। কেনেকৈ লগাব লাগে জনাব নেকি
আপোনাৰ ভিডিঅ'সমূহত বহু প্রয়োজনীয় তথ্য পাওঁ|
thank you for the appreciation.
Ful pot bur kesu keo hoi...kesu hole kiba problem hobo niki puli to babe kobo sun...dekha jai growth to kom hoi...pat bur yellow hoi jai
Apuni uttar nidiea kio ?
নিম পুলি কেনেকৈ ৰুব পাৰি জনাবচোন
আপুনি দিয়া সাৰ বিলাক আমি সাৰৰ দোকানত পামনে জনাবচোন মোৰ সৰু ফুলনি এখন আছে সেই কাৰণে জানিব বিচাৰিছো।
indoor plant r karone jonabosun
পাৰিলে Perlite , vermicompos ,আৰু coolest ৰ বিষয়ে অলপমান আভাস দিবচোন ।
Cocopeat
Ceramic pot r price kenek
starts at 150/-
আপোনাৰ নাৰছাৰী খন মোৰহাতৰ কোন ঠাইত আছে জনাব নেকি
Jorhat Engineering College Road t ase. Bisari pua t problem hole amar number t phone koribo: 09435052313
Saaf দিব লাগিবনেকি