বহাগৰ জানমণি ♥️, Assamese new short film by Black And White 2023
HTML-код
- Опубликовано: 27 авг 2024
- An Assamese Short Film Comedy / Tragedy / Romantic Drama
Story & Direction: Bikash Das
singer: Mr. Ramen & Jyotishman Raj
Music+background score: Chandan sarmah
Flute: Gunindra Kalita
Gitar: Dhruva
Dubbibg: STUDIO ROCKLAND
Video editor: Hemen Baishya
Choreographer: jugal deka
ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
ভাল লাগিল বহুতেই. ..সদায়েই কমেদী ভিডিঅ চাই চাই আজিৰ এই বহাগৰ জানমনি চাই বুকুত কান্দোনৰ ৰোল এটা উঠিছে. .
বহুত বেছি ভাল লাগিল বিকাশ দা। সকলোৰে সুন্দৰ অভিনয় হৈছে। আগলৈকে আৰু এনেকুৱা ধৰনৰ ছুটি ছবি পাম বুলি আশা থাকিল। ধন্যবাদ।❤❤❤❤❤❤
ভিদিওতো চায় ভাল লাগিল বহুত কচট হৈছে চাগে। Black and white ভিদিও বোৰ চায় বৰ ভাল লাগে
বহুত সুন্দৰ কাহিনী লগতে তোমালোকৰ অভিনয় খুব সুন্দৰ হৈছে,, ভিদেও টো চাই বুকুখন হুকে খুন্দা মাৰি ধৰিল অ'' সঁচাকৈ খুব সুন্দৰ হৈছে❤❤ আগলৈও এনেকুৱা, ধুনীয়া ধুনীয়া ভিডেও পাই থাকিম বুলি আশা ৰাখিলোঁ,, l
N k production ৰ জানমণিতকৈ black and white ৰ জানমণি কোনো গুণে কম নহয়। ❤❤
হহুৱাই হহুৱাই কন্দুৱাই দিলে আপোনালোকে । আগুৱাই যাওক এয়াই কামনা কৰিলো । সুন্দৰ অভিনয়ৰ লগতে এক সুন্দৰ কাহিনীৰ সংযোগ । আগলৈ শুভেচ্ছা থাকিল ।
dhuniya hoose bikash daa ❤❤❤
Bahute val lagil dada God bless you & go ahead to our family.
বহুত ধুনীয়া 🥰হৈছে বিকাশ দা আৰু যাতে এনে দৰে আগ বাঁহৰি💓 জুৱা তাকে কামনা কৰিলো 🙏
কবলৈ ভাষা নাই বিকাশ দা ❤❤❤❤ ধুনীয়া কাহিনী ❤ সুন্দৰ অভিনয় ❤
আশা কৰোঁ আগলৈ আৰু এনেকুৱা ভিদিঅ পাম বুলি ❤
@Riyajulart😂🎉🎉😢😢😅😅❤❤❤❤❤😂❤❤
🎉🎉🎉🎉
Nice lagise video tu 😍😍😍😍😍😍😍😍😍😍
All time favourite🤝❤️🤝beautifull👍🙏♥️
অতি সুন্দৰ হৈছে বিকাশ দা ।এনেকুৱা ধৰণৰ video আকৌ পাম বুলি আশা থাকিল।❤❤❤❤
ইতিহাস ৰচিবলৈ জন্ম পাইছে এই মানুহজন❤
❤
😮😮😮
Yess😊
বিকাশ আৰু জানৰ অভিনয় খুব সুন্দৰ হৈছে। সছাকৈ বৰ ভাল লাগিল । আপোনালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।❤❤❤
So sweet 💓💓💓💓💓💓.ki buli dhannyabad dim kaboloi vakha nai bikash da ........
চকুপানি উলিয়াই দিলা ❤
আগুৱাই যোৱা , শুভকামনা থাকিল।❤
সঁচাকৈ বৰ ভাল লাগিল ❤❤ আগুৱাই যোৱা 🥰🥰short film খনৰ লগত জড়িত সকলোলৈ অলেখ মৰম আৰু ভালপোৱা যাছিলো💞
বিকাশ দা এনেকুৱা short film মই জীৱনত নাপাহৰো প্ৰথমতে বহুত ভাল লাগিল তাৰ পিছত বহুত দুখ লাগিল যি নিকি মোৰ চকুত পানী ওলাই গৈছে ❤🎉 তুমি যিমান বোৰ video বনাইছা তাৰ ভিতৰত a number 1 video aitu lv u black and white team তোমালোকে আৰু আগুৱাই যোৱা তাৰ a কামনা কৰিলোঁ ❤❤❤
Z
ভিদিও তু ছাই চকুৰ পানি অলে গেল ........❤❤❤❤❤❤❤💛💛💛💛💛💛
111 @@anamikabarman1332
ধুনীয়া কাহিনী ❤ সুন্দৰ অভিনয় ❤
বহুত বহুত ভাল লাগিছে আৰু দোষ ও লাগিছে...আৰু এনেকুৱা video আগলৈ দিব বুলি আশা থাকিল বিকাশ দা
কাহিনী আৰু অভিনয় অতি সুন্দৰ,♥️♥️🙏
Bikash da এনেকুৱা short film আগলৈকে পাই থাকিম বুলি আশা থাকিল।❤❤❤
,👍
Uncommon bikash da❤.. comedy r lgt a anekua bor o sai ketiaba vl lage ..stroyr logote acting xokolore val hoise..❤❤❤❤❤
বাস্তৱ জগতৰ বিকাশ দাদা thanks sowe mast dada 🥰🥰🥰🥰💞💞💞💞💞💞❤❤❤❤❤❤❤ bihu savisa thakel dada 🥰💞🥰🥰💞❤❤❤❤❤
একে একে দুই বহাগৰ জানমণি হৈছে জুই । অতি সুন্দৰ অভিনয় হৈছে বিকাশ দা।
সুন্দৰ, পুনৰ বহাগৰ শুভেচ্ছা জনালোঁ 💮
dhuniya Bikash da Aru jan baa tumaru val hoise❤️❤️❤️😻🥰😘😍
ধুনীয়া হৈছে👌👌 শুভেচ্ছা থাকিল....
একে একে দুই ব’হাগৰ জানমণি হৈছে জুই❤
ruclips.net/video/pkASx72o1F4/видео.html
Bhut dhukh lagil
একে একে দুই ব’হাগৰ জানমণি হৈছে জুই love From Barpeta ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
dhuniya lagil video tu sai
@@minakhidas2182 8
Salute all team members of Black and white আকৌ এনেকুৱা short film lage bikash daa love from barpeta ❤❤
কিবা এটা ভাল লাগিল ভিডিঅ'টিত সেইবাবে কমেন্ট নকৰাকৈ থাকিব নোৱাৰিলো।
ঘগ্ৰাপাৰৰ পৰা বহুত মৰম যাঁচিলো ❤❤❤❤
একে একে দুই বিকাশ দা তুমি🔥🔥, আগলৈও মাজে মাজে এনেকুৱা Album পাম বুলি আশা থাকিল।
অতি সুন্দৰ, মনোমোহা কাহিনী !
❤❤❤❤❤❤❤❤❤❤❤❤
বহুত ভাল লগিল, videoটো চাই মন চুই গৈছে। আকৌ এনেকুৱা ধৰণৰ কাহিনী চাব পাম বুলি আশা থাকিল।
Val lagil a dada
ধুনীয়া ❤❤❤❤❤,,, বিকাশ দা আৰু সমূহ কৰ্মীকৰ্তা লৈ love you আৰু এনেকুৱা ফিল্ম লাগে ❤❤
বহাগৰ জানমণি দ্বিতীয় খণ্ড অতি সোনকালে লাগে বিকাশ দা❤️
Joni Joni Bikash dak vl pai 1ta like
Hoi
Yee bhi koi bhikh mangne ka tarika hai😂❤
Tor xtt dal
😂😂😂😂 bikash dak aneo vl paw😅
Bikash dada jui 🔥🔥🔥
Maja😅😮😢😂🎉❤ dikaa dada
Bhut vl lagil sai hosa koi
Bikash Da বহাগৰ জানমণি Sai bohut bohut vl lagse aru lage amak anekuwa short film ❤️❤️❤️❤️ love from Bijni
হৃদয় চুই যোৱা কাহিনী বিকাশ দা ❤️
Moja
So nice vidio mojaaa lagis
Xosake bohut val lagil sai ❤
Very nice
Moja😊😅😮😢🎉😂❤
ভাল লািগল❤❤❤বহাগৰ জানমিন❤❤
next level bikash daa ❤❤❤
Story editing acting every thing is perfect ❤️
Whaaa beteee
@@upangshu____143 toi he babu 😂
@@Mr.nov48 ooo klaaa 😅🙌
@@upangshu____143 napai dei 😆😂
@@Mr.nov48 emn video nasabii hui thakk
Gtei blck and white family loi bht mrm jaisisu...bht bht val hoise kahini tu❤✨lot's of love blck nd white family ✨❤🌝
Mojjja
সচাকৈ বহুত ভাল লাগিছে ❤❤
শেষৰ খিনিত চকু পানী ওলায় গ'ল অ বিকাশ দা🥺
পিছলৈ আৰু পাম বুলি আশা ৰাখিলোঁ এনেকুৱা ভিদিও ❤❤❤
Mojja ❤
Majjjja
Ekdom xosa kahini jen lagise aru aguyai jowak apunaloke
বহাগৰ জানমণি চাই ভাল লাগিল, অভিনয় সকলোৰে ভাল হৈছে। আশাকৰোঁ black and white পৰিয়ালতো ভালে কুশলে থাকোক।❤❤❤❤
"জানমণি"
সকলো কৰ্ম কৰ্তা লৈ বহুত বেছি মৰম জনালোঁ ।
এনেকুৱা sort flim আৰু লাগে ❤🎉
Moja❤
সচাকৈ মনত সাঁচ বহুৱায় যোৱা কাহিনী। আগলৈকে এনেধৰণৰ সামাজিক কাহিনী পাম বুলি আশাবাদী।।।।।।
বহুত ভাল লাগিছে বিকাশ দা মন চুই গ'ল ❤❤
waiting for next episode......
We need next part
Outstanding 😍
Nice ❤
বঢ়িয়া হৈছে মহন্ত ভাই ।।। ৰাব্বানী ছয়মৰ 13 ৰ পিছত আজি আকৌ এনেকুৱা এখন চুটি ফিল্ম চাব পালোঁ,,, Black & White ৰঙীন হৈ আগবাঢ়ক,,, শুভেচ্ছা জনাইছোঁ,,, শ্বেৰ কৰিম whatsapp ফেচবুক ত
The story is really good as well as the acting.
Khokoloru ovinoi bohu khundor hoise... Moja lagise.....,.
বহুত ভাল লাগিল .sad love stories
বিকাশ ভাই শেষৰ ফালৰ দুৰ্ঘটনাৰ চিনতো নিদিলে বহুত ভাল লাগিল হয়নিকি,,,,কাহিনীটো বৰ ধুনীয়া বনাইছিলা মোৰ ভাল লাগিল কিন্তু মই ভাবো মানুহ বিলাকে এই অঘটনতোৰ বাবে বেয়া পাইহে দিচলাইক কৰিছে।
Background music bht dhuniya lagise💕
মজা লাগিছে বিকাশ আৰু লাগে নতুন কাহিনী❤❤
ধুনিয়া
এই video টোৰ জৰিয়তে সঁচা নিভাজ প্ৰেম কেনেকুৱা হব পাৰে বুজিলো ❤
Good story & nice concept 👍
Excellent acting, all the actors & actresses are good 👍
Music is also good ☺️
All the best & keep growing 💗
Bah bahut Val lagil true lovestory
Bahut dhunia hoise ,akhon khamajik bastab dhormi nat
Sai bhal lagil
মহন্ত দাদাৰ কাৰণে এটা লাইক 👍
ভাল লাগিল ❤️❤️বহাগৰ জানমনি ❤
Bohut bohut dhunia lagisy....
Mor saku pani ulai gol....
Bohut dukh lagil 😭😭😭
Mind blowing Bhai. Salute to your entire team.
Superb concept and acting also❤
মজা ❤
Bht val lgl video to si ❤❤❤❤
শেষত অলপ দুখ লাগিল 😔❤❤❤
Mind blowing performance❤
Moja hoisi ❤❤❤
Bohut val lagisay Sai video 2 aru dibo anekua video❤❤
Really outstanding this video never give up we support you 💯
সুন্দৰ কাহিনী ! সুন্দৰ অভিনয়!
বহুত ভাল লাগিল ভিডিও টো চাই।
Dhuniya lagise xsakoi❤
Acting dhuniya hoise🥰❤️
Vl lagil vedio to sai
এনেকুৱা প্ৰেম লাগে❤😊
বহুত ভাল লাগিল দ্বিতীয় খন্দতো চাবলৈ আশাৰে বাত চাই ৰলো।
Mojja❤❤
Dhunia hoise🎉🎉❤
Bhut Val lagise mon sui goise ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Bohut val lagil aagoly eny video pam boli aakha rakilo
Love from tamulpur ❤️🔥
best of the best black and white team ❤
Borhiya❤❤❤