উত্তৰ-পূবৰ ৰাজ্যসমূহত ধৰ্মান্তৰকৰণৰ ভয়াৱহ ছবি

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025
  • ধৰ্মান্তৰকৰণৰে উত্তৰ-পূবৰ অধিকাংশ ৰাজ্য এতিয়া পৰিণত হৈছে খ্ৰীষ্টান ৰাজ্যত৷ অসমৰো বহু জিলাত ধৰ্মান্তৰকৰণে সলনি কৰি দিছে ধৰ্মীয় সমীকৰণ৷ ধৰ্মান্তৰকৰণৰ জালত পৰিছে নতুনকৈ অসমৰ বহু জিলা৷ ND24ৰ ধাৰাবাহিক বাতৰিৰ পাছত ধৰ্মান্তৰকৰণক লৈ এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷
    -------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24's RUclips channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Комментарии • 384

  • @jesuschrist3367
    @jesuschrist3367 Месяц назад +81

    প্ৰভু যীচু আপোনালোকক ক্ষমা কৰক যিমান মিছা কৱ সিমান প্ৰভু যীচুৰ ৰাজ্য বৃদ্ধি হব

    • @skyproduction185
      @skyproduction185 Месяц назад +4

      সিহঁতৰ কথা কি কব ওকল ক্ৰিষ্টেন এণ্ড মুছলিম কোৰি থাকিব

    • @ritupanmedhi6397
      @ritupanmedhi6397 Месяц назад +6

      তোমালোক গুৰি কি আছিল প্ৰথম? 😂... কেইটামান পইছা ৰ লালচত পৰি বিক্ৰি গৈ হিন্দু ৰ পৰা খ্ৰীষ্টান হৈছা । চিঃ

    • @mainuhandique7839
      @mainuhandique7839 Месяц назад

      Bhejal Christian

    • @Xxx-h4k2j
      @Xxx-h4k2j Месяц назад

      ​@@ritupanmedhi6397 oo mamai diye 1500 ami pao 1 month 1 lakh .Lagibo naki ? Apnak bc ke dbo pare mamai .

    • @Xxx-h4k2j
      @Xxx-h4k2j Месяц назад

      ​​@@ritupanmedhi6397 apnako lagibo naki ?Mamai 1500 tka diye ami pao monthly 1 lakh ke .Neurologist tok dakhai lbo brain2 .Surgery krile val hb val sinta ontoto braint Thai pabo ,Hindu ,Christian, Muslimr rajniti bad dibo.Stool pass,Urine pass and khwato rajniti aru kt kribo rajniti .Ga- Pa dhuwato Raj niti korok .Hindu a ga dhui ,Christian and muslim me ga nudhui buli .

  • @dilenphukan6760
    @dilenphukan6760 Месяц назад +6

    য'ত শান্তি আছে য'ত সত্য আছে ।য'ত অনন্ত জীৱন আছে ।তালৈ পৰিতান বিছাৰি মানুহ যাব টো। মই য়ো গলো।আমেন।

  • @ujjalchristopher5354
    @ujjalchristopher5354 Месяц назад +27

    Praise the Lord....God is good....aji jisur naam hokolu Thai te ...ghuhona hoi ase.

  • @pamri6028
    @pamri6028 Месяц назад +25

    Praise the lord

  • @anitathinsin4214
    @anitathinsin4214 Месяц назад +24

    খ্ৰীষ্টিয়ানৰ লগত কিয় লাগি আছে তেওঁলোকে আপোনালোকক মাৰিছে নে পিটিছে যিটো বিচাৰ কৰিব লাগে সেইটো কৰক ইমান যে ধৰ্ষণবোৰ হৈ আছে সেইবোৰৰ বিচাৰ কিয় নলয় মন্দিৰত ও হৈছে কিন্তু গীৰ্জা ঘৰত সেইবোৰ হোৱা হোনিছে জানো? যিবোৰ বিচাৰ লব লাগে সেইবোৰ লওক।

  • @xavierbarla1109
    @xavierbarla1109 Месяц назад +15

    Praise the lord 🙏

  • @ParmeswarSoren-hb7ho
    @ParmeswarSoren-hb7ho Месяц назад +17

    Bohut dhunia ke mediai bilake Jisu christor prosar kori ase Amen. Jai jisu.

  • @Matiastudu7938
    @Matiastudu7938 Месяц назад +6

    যিমানে খ্ৰীষ্টিয়ানক বিৰুদ্ধিতা কৰিব সিমানে গিৰ্জাঘৰ বাৰিব জনসংখ্যা বৃদ্ধি হব

    • @ZubinRabha-p
      @ZubinRabha-p Месяц назад

      Lag ngle tor ajo koka Ki asil , nati natini ki hol xahog aise jdi Tittal bad di Ali, Rahman likhok

  • @Hardbuttrue1991
    @Hardbuttrue1991 Месяц назад +24

    Merry Christmas 🎄
    MAMA❤
    Jesur kripa apunar logot hodai thake jen🎉🎉🎉🎉🎉

  • @JitenSarmahBordoloi
    @JitenSarmahBordoloi Месяц назад +10

    Praise the Lord hallelujah I love Jesus Christ

    • @MichaelAxom
      @MichaelAxom Месяц назад +1

      😂😂

    • @priyansu-gx7nb
      @priyansu-gx7nb Месяц назад +1

      Nam hindu nam ve jesus jusss rakh😂😂

    • @hnd8030
      @hnd8030 Месяц назад +1

      ​@@MichaelAxombordoloi likha baad diya boston likha

  • @Shivam-m9m
    @Shivam-m9m Месяц назад +7

    Thanks mama❤❤

  • @Dr.ZakirHussain100
    @Dr.ZakirHussain100 Месяц назад +9

    প্ৰলোভন দি ধৰ্মান্তৰিত কৰা সমাজৰ বাবে বিশাক্ত৷ নিজ ইচ্ছাত কৰক কোনে কি ক’ব৷ ঠিকেই কৈছে তেওঁ৷

  • @JeamKerketta-f6x
    @JeamKerketta-f6x Месяц назад +5

    Amen Amen Amen🙏🙏💐💐❤❤❤

  • @bhaityherenj3719
    @bhaityherenj3719 Месяц назад +9

    প্ৰলুভনৰ Evidence আছে যদি দিয়ক না মিছা মিছি বতৰি প্ৰছাৰ কৰি আছে mind was কৰিছে media. 2025ত বহুত মানুহে যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব কাৰণ যীশু খ্ৰীষ্ট হৈছে সত্য ঈশ্বৰ আমেন ।

  • @AvinashMunda-g6n
    @AvinashMunda-g6n Месяц назад +11

    Joi jishu

  • @rinkumoniguwala5325
    @rinkumoniguwala5325 Месяц назад +4

    Praise the Lord❤

  • @fulzenergu1150
    @fulzenergu1150 Месяц назад +12

    Jesus christ is the best 👍world dor sobot koi dangor Raja hoi jesus 🙏🙏🙏praise the Lord lve from Tezpur Assam

    • @RKD745-Ru
      @RKD745-Ru Месяц назад

      Maybe jesus Christ is one of the best personality but not the religion Christianity.

    • @InternetUser-b9i
      @InternetUser-b9i Месяц назад

      ​@@RKD745-RuWhy? Pls elaborate,

  • @anishagogoi159
    @anishagogoi159 Месяц назад +3

    Praise the lord 🙏 provu jisur mohima houk

    • @hnd8030
      @hnd8030 Месяц назад

      Tumi ahom nohoi goru

  • @ddmusic578
    @ddmusic578 Месяц назад +3

    আপোনালোকৰ কেনেকুৱা ধৰ্ম যে মানুহবোৰ বেৰ ভাঙি ওলাই যায় আন ধৰ্মলৈ😅।
    এইবোৰ ফকটিয়া বাতৰি। মানুহৰ ধৰ্ম হল মনৰ লগত ।

  • @Xxx-h4k2j
    @Xxx-h4k2j Месяц назад +6

    Praise the lord .Thank U himanta mama and assam news channels for Goodnews .Jesus loves all assam people and CM of assam .I bless you and pray for you in the name of jesus .

  • @Michel-gf1mj
    @Michel-gf1mj Месяц назад +11

    Thank you Jesus.🙏🙏🙏

  • @mahendramahanboro298
    @mahendramahanboro298 Месяц назад +1

    মুখ্যমন্ত্ৰীয়ে সঠিক কথাকে কৈছে।

  • @JamalUddin-il2nt
    @JamalUddin-il2nt Месяц назад +1

    মাননীয় মূখ্যমন্ত্ৰীয়ে সদায়ে মুছলমান জন সংখ্যা বাঢ়িজুয়া সদায়ে দেখে এতিয়া খৃষ্টান বাঢ়িযোৱাটু যে দেখিছে তেওঁলৈ ধন্যবাদ থাকিল

  • @DevojitChintey
    @DevojitChintey Месяц назад +28

    Zinda kuhda yesus mashi i love jesus ❤❤❤ from assam lakhimpur

    • @Dikshita_hazarika.
      @Dikshita_hazarika. Месяц назад +1

      কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
      কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk .

    • @MinuBania-s8x
      @MinuBania-s8x Месяц назад +6

      Zinda Khuda SHRI KRISHNA ZINDA KHUDA SHRI RAM ZINDA KHUDA SHRI HANUMAAN

    • @DibyajyotiNath-g7r
      @DibyajyotiNath-g7r Месяц назад +1

      যীচু- এজন নাথ যোগী
      পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
      এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
      -আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
      যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
      লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
      নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।

    • @latinangelg322
      @latinangelg322 Месяц назад +3

      Aikhn hindustaan, ru hindur dekh, hindur history ase, kintu tohotr convert huwa Christan dhormor bhartt ba axomr history tu alp kobo nki, krn amr hindur bhagavaan r history ase, provu Shri ram, sri krishna, xoklore history bharatt ase, jisur ase nki, yat, jodi xosa ktha olai pore tetya convert huwa olai poribo history sabo gole, jay shree ram 🙏

    • @MohammadAhmed-py1gz
      @MohammadAhmed-py1gz Месяц назад

      ​@@MinuBania-s8xSri Krishna Ram Hanuman eibilak sob kalponik name aru character.

  • @sanatanhira7726
    @sanatanhira7726 Месяц назад +4

    Praise the Lord 🙏⛪ Amen

  • @bulbulrabha6018
    @bulbulrabha6018 Месяц назад +5

    যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। 12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।

    • @NIRGUN-NIRAKAR5983
      @NIRGUN-NIRAKAR5983 Месяц назад +3

      এই পৃথিৱীত অশান্তি আৰু পৰিয়ালৰ মাজত ভেদভাৱ সৃষ্টি কৰিবলৈ আহিলে আৰু অন্য কাম নেপালে নেকি?🤔
      মথি 10:34 মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা; শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। 35 বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদ জন্মাবলৈহে আহিলোঁ

    • @NIRGUN-NIRAKAR5983
      @NIRGUN-NIRAKAR5983 Месяц назад

      এশ গুণ বেচি পাব, এই শোভ কামটো আজিয়েই কৰক🤗
      মথি 19:29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।

  • @RanjitDas-p8i
    @RanjitDas-p8i Месяц назад +26

    *Trending ত গৰুৰ মাংস আছিল....এতিয়া খ্ৰীষ্টান ধৰ্ম লৈ আহিলি... মানে ধৰ্ম থাকিবই বিজেপিৰ ৰাজনীতিত...এইবিলাক ধৰ্ম ছৰ্ম বাদ দিবি নে নাই? বস্তুৰ দাম কম কৰিব নে নাই কেলা?*

    • @Dikshita_hazarika.
      @Dikshita_hazarika. Месяц назад

      কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
      কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk

    • @NarayanRabidas-q6k
      @NarayanRabidas-q6k Месяц назад

      Dhormo poriboton korile sc/st pora bohiskar koribo lage

    • @Hardbuttrue1991
      @Hardbuttrue1991 Месяц назад +1

      Salute you Bro🎉🎉🎉

    • @bepositive5692
      @bepositive5692 Месяц назад

      Missionarry bilake kihor karone dhormantoron kri ase teolok a kio baad dbo para nai . Olp gaau a bhui a saai aibhi ki kri ase kune .

    • @bepositive5692
      @bepositive5692 Месяц назад

      ​@@Hardbuttrue1991salute tu dibi a karon ty o eke khetir a maal

  • @hemantapegu1053
    @hemantapegu1053 Месяц назад +2

    ধাৰ্মন্ত ঈশ্বৰে কৰে। কোনেও আনক ধৰ্মান্তৰিত কৰিব নোৱাৰে। ঈশ্বৰে কৰে।

  • @Intelligentmarak-jj9tp
    @Intelligentmarak-jj9tp Месяц назад +3

    বৰ্তমান Meghalaya ৰ Christian 75% ৰ অতিক , Nagaland 87.93% , Mizoram 87.16% , Manipur 41.29% , Arunachal Pradesh 30.26 , এইবাৰ Arunachal Pradesh o Christian State হ'বলৈ গৈ আছে । 😂😂😂

  • @gospelprogram2093
    @gospelprogram2093 Месяц назад +3

    Praise the lord 🎉❤

  • @GitanjaliPegu-h2o
    @GitanjaliPegu-h2o Месяц назад +9

    Thank you Mama, hodai anekoi takiba. Kunu dharmor logt agat nanibo. Tetiya hokolu manuhe hantit jubon japon koribo.

  • @premsagenhoro617
    @premsagenhoro617 Месяц назад +5

    ভাল খবৰ দিলা ককাই ❤

  • @sanjivbhangra5519
    @sanjivbhangra5519 Месяц назад +2

    Praise the lord,, hallelujah amen

  • @BhabakantaTaid
    @BhabakantaTaid Месяц назад +4

    গৰু ৰাজনীতি সমান্তৰাল ভাৱে এতিয়া খ্ৰীষ্টান ধৰ্মৰ সন্দৰ্ভত ৰাজনীতি কুড বি জে পি RSS.

  • @benipegu2302
    @benipegu2302 Месяц назад +6

    যি কেইখন ৰাজ্যৰ বিষয়ে উল্লেখ কৰিছিল, আমাৰ অসমত কৈ বহুত
    গুনে উন্নত,বোপাই, আৰু টেঙা
    বাতৰি নিদিব, ইমান তে সামৰণি
    মাৰিব, মোৰ তিনি হাল গৰু আছে,
    বৰ্তমান এইটো লৈ চিন্তা,যদি
    আপুনি বেপাৰী চিনি পায়, মোৰ
    ঘৰত পঠিয়াই দিব। যদি তুমি অসমিয়া, তেন্তে বৰ্তমান সময়ত
    সেইটো বিষয়ত আলোচনা কৰিব।
    ধন্যবাদ

    • @DibyajyotiNath-g7r
      @DibyajyotiNath-g7r Месяц назад +2

      যীচু- এজন নাথ যোগী
      পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
      এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
      -আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
      যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
      লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
      নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।

    • @Hardbuttrue1991
      @Hardbuttrue1991 Месяц назад

  • @jibionnarzary244
    @jibionnarzary244 Месяц назад +2

    Praise God, Hallelujah

  • @BishnuRabha-x1d
    @BishnuRabha-x1d Месяц назад +3

    ৰাজনীতি আৰু ধৰ্ম একে নহয় ।

  • @bideshkama8607
    @bideshkama8607 Месяц назад +2

    Joy jisu

  • @shyamamunda934
    @shyamamunda934 Месяц назад +1

    নিউজ টো সম্পূৰ্ণ দেখোৱাক, মিছাতে মন্ত্রীক বদনাম নকৰিব। মন্ত্রী খৃষ্টানক বদনাম কৰা নাই।

  • @thalerabha3235
    @thalerabha3235 Месяц назад +5

    Jiman dormantron hoyse sobei dukiya Manu neki emanje misoliya news debalage neki ?

  • @SanjayMura-sx4im
    @SanjayMura-sx4im Месяц назад +2

    Prise the lord .i love yesu

  • @dilenphukan6760
    @dilenphukan6760 Месяц назад +8

    এই বিলাক নিজৰ নিজৰ ইচ্ছা হয়। মই আহোম কিন্তু খৃষ্টান আজি।কিয়। মোক সুধিলোৱা।

  • @RimshanRabha
    @RimshanRabha Месяц назад +6

    Hahahahahaha jay jesus

  • @JayPegu-y5z
    @JayPegu-y5z Месяц назад +3

    আমি সৰু হৈ থাকোতে মাটি, শিল , ফটো পূজা কৰে বুলি হাহিছিল।

  • @sarmilaekka1181
    @sarmilaekka1181 Месяц назад +2

    নিশ্চয় ।ঠিকেই কোনোবাই স্বইচ্ছাই কিবা ধৰ্ম লয় তাত কবলগীয়া একো নাই এয়া যিয়েই ধৰ্ম নহওক । কিন্তু দুখীয়া দুৰ্বলতাৰ সুযোগ লৈ প্ৰলোভন দেখুৱাই অন্য এটা ধৰ্মলৈ টানি আনাটো কেতিয়াও গ্ৰহণযোগ্য নহয় ।শতাংশ বৃদ্ধিলৈ মন কৰিলে এটা কথা অনুমান কৰিব পাৰি ধৰ্মাকৰনৰ বিষবাষ্প বিয়পোৱা শিপাবোৰ অসমত বহু আগৰপৰাই বিস্তাৰিত হৈ খুব সূক্ষ্মভাবে ক্ৰিয়া কৰি আছিল যাৰ বাবে কেঞ্চাৰ সদৃশ এই ভাইৰাছবোৰ এতিয়াহে জলজলপটপটকৈ ওলাই আহিছে ।

    • @Matiastudu7938
      @Matiastudu7938 Месяц назад +1

      প্ৰলোভন দি কাকো ধৰ্মান্তৰিত কৰিব নোৱাৰে। যদি পাৰিলে অসমত অন্য ধৰ্ম নাথাকিলে হয়

  • @dipakrabha2866
    @dipakrabha2866 Месяц назад +2

    স্বৰ্গৰ তলত মানুহৰ মাজত এনে আন কোনো নাম নাই যাৰ নাম যীচু খৃষ্ট যিয়ে দিয়ে পাপৰ পৰা পৰিত্ৰাণ কোনোবা আছেনে এই পৃথিৱীত আপোনালোকে চিন্তা কৰি চাওক যিমানেই হেচিব সিমানেই বৃদ্ধি হ'ব ধন্যবাদেই ভাই সকল

  • @thomastopno1355
    @thomastopno1355 Месяц назад +2

    Yes mama is right..

  • @SudirRava
    @SudirRava Месяц назад +2

    খৃষ্টান হোৱাতে কিবা খতি হ্য় নেকি পেৰাচিতামল খায় ৰোগ নিৰাময় হ'লে কিয় ভেলৰলৈ যাব লাগে মানুহে।

  • @eliajarlakra9173
    @eliajarlakra9173 Месяц назад +2

    I love you Jesus

  • @MinaKandulna-hy9ms
    @MinaKandulna-hy9ms Месяц назад +3

    Prase the lord

  • @ripulkumarmedhi6253
    @ripulkumarmedhi6253 Месяц назад +2

    সংবিধান, ধৰ্ম গ্ৰন্থ আদিত ধৰি ধৰ্ম নিৰপেক্ষতাৰ সপথ খোৱা চৰকাৰে কেলেই মাত্ৰ এটা নিৰ্দিষ্ট ধৰ্মকহে সুৰক্ষা প্ৰদানৰ কাৰণে কাম কৰাটো নিউজ চেনেল বিলাকে আশা কৰে - নিৰপেক্ষতাৰ এয়াই নেকি আৰ্হি?!

  • @bulbulrabha6018
    @bulbulrabha6018 Месяц назад +3

    I'm proud to be a Christian catholic

    • @NIRGUN-NIRAKAR5983
      @NIRGUN-NIRAKAR5983 Месяц назад

      মুখেৰে ক'লে নহ'ব, হাতে কামে কৰিব লাগিব; আজিয়েই‌ জীৱন উৎসর্গ কৰক!🤗
      Matthew 10:37 যি কোনোৱে মোতকৈয়ো নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়; আৰু যি কোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। 39 যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে, তেওঁ জীৱন হেৰুৱাব; আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসর্গ কৰে, তেওঁ জীৱন পাব।

  • @KarbiGospelDiary
    @KarbiGospelDiary Месяц назад +8

    Assam CM❌,Hindu CM✔️

  • @binoyrabha2589
    @binoyrabha2589 Месяц назад +10

    Assomot 90% hobo lage

    • @gutharbasumatary4309
      @gutharbasumatary4309 Месяц назад +2

      Assam spelling lekhibo nejane haijone kuise dharmor kotha

    • @RajibBaskey-m8f
      @RajibBaskey-m8f Месяц назад

      ১ বোকা চুদা পৃথিবীৰ তুমিয়ে আছা....

  • @Pdrf-ppt
    @Pdrf-ppt Месяц назад +2

    Congratulations Cristian religion in Assam

  • @arneegronghang6663
    @arneegronghang6663 Месяц назад

    Technically comment mama❤

  • @starfilsangma8875
    @starfilsangma8875 Месяц назад

    Bohut bhal lagese kobor tu pai Joy JISU

  • @EmmanuelTaid
    @EmmanuelTaid Месяц назад +6

    Nonsense news

  • @TudukoraTudukora-x2z
    @TudukoraTudukora-x2z 23 дня назад

    Praise the lord Amen Halleluyah.

  • @lmodhusingha9562
    @lmodhusingha9562 Месяц назад +1

    ❤jai mashi praise the Lord amen 🙏

  • @swormah
    @swormah Месяц назад +4

    Bolne lagi...😂..Mera yassu yassu Mera yassu yassu 🕺🕺🕺

  • @pranitadas9235
    @pranitadas9235 Месяц назад +5

    Jesus h zinda huda hai amen hallelujah hallelujah

    • @bepositive5692
      @bepositive5692 Месяц назад

      Kiman taka paisa ty

    • @bkkhawbung6114
      @bkkhawbung6114 Месяц назад

      ​@@bepositive5692laura toi hindu hobole kiman poisa paiso kuwa agote

    • @bepositive5692
      @bepositive5692 Месяц назад +1

      Poisa loi dhrmo lowa mnu nhy ami bkasda. Ji dhrmo loi jnmo loisu xitay dhrmo . Ty kiman paisa nilaaj . Tr eko dhrmo nai leora.

    • @Xxx-h4k2j
      @Xxx-h4k2j Месяц назад

      ​@@bepositive5692 lagibo naki ?

    • @RajibBaskey-m8f
      @RajibBaskey-m8f Месяц назад

      ১ বতল চোলাই দিয়ে বিক্ৰী হোৱা মানুহ তহতে......লেউৰা

  • @GangaSharma-v7r
    @GangaSharma-v7r Месяц назад

    Good sir

  • @JuliKgdas
    @JuliKgdas Месяц назад +7

    Himanta biswasarma ai dekha paisel niki church Pani logot paracetamol milai kuwa teneke kobo napai abar hahi Sabo church ot miracle hoi praise the Lord

    • @namasteindia9168
      @namasteindia9168 Месяц назад +1

      Kimn tokat convert hole 😂😂 ...

    • @pradipsobor477
      @pradipsobor477 Месяц назад

      Tere me dam hai to paise dehke convert kar apni daram me , ab pata chala 24 subscribe study hub

    • @YoutubeRoyal94
      @YoutubeRoyal94 Месяц назад

      ​@@namasteindia9168toka pale he convert hoi neki

    • @RajibBaskey-m8f
      @RajibBaskey-m8f Месяц назад

      ১ বতল চোলাই দিয়ে বিক্ৰী হোৱা মনোহ তহঁতে.......

  • @dilenphukan6760
    @dilenphukan6760 Месяц назад +2

    ভাল ধৰনে জানিহে নিউজ প্ৰচাৰ কৰিব লাগে।আমেন।

  • @EmmanuelTaid
    @EmmanuelTaid Месяц назад +6

    Great mama

  • @mangalmurmu-yy2vm
    @mangalmurmu-yy2vm Месяц назад +1

    Cm sir dhanyabad .Becouse he have no objection.May the God bless you

  • @dhrubadutta5932
    @dhrubadutta5932 Месяц назад

    ধৰ্ম ত কৈ ধাৰ্মিকতা শ্ৰেষ্ঠ..

  • @BallodevRabha
    @BallodevRabha Месяц назад +2

    অতি সোনকালে অসমত 90% hobo lage

  • @JohnDoley-mi9mt
    @JohnDoley-mi9mt 14 дней назад

    Amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen amen ❤️❤️❤️❤️❤️❤️❤️ ❤️

  • @Aniruddha-ee5zw
    @Aniruddha-ee5zw Месяц назад +1

    God bless you Amen

  • @joysoren6385
    @joysoren6385 Месяц назад

    Praise the Lord....

  • @ImoniKhatun
    @ImoniKhatun 16 дней назад

    Haleluya

  • @josemenita3065
    @josemenita3065 Месяц назад +2

    Merry Christmas to all of you
    Apunar percentage tu pai bhal lagil.

  • @mukulbaruah1833
    @mukulbaruah1833 Месяц назад +8

    Ata samay t Uttar purbanchal t Brahmon Dharma nasil. Ahom rojai Bamun khakal k konujrpora mati ani ijor murat kuthar mari lua babe aji Ahom khakalr panit hah nasora laolua abostha aru matra 2% Bamun Assamr uthi roja bohi roja.

  • @Priyampanyang
    @Priyampanyang Месяц назад

    মামা তুমি একো নাজানাকে নকৱ আগতেই পেৰাচিটামল কোনোবাই নিকি মানুহবোৰৰ ইমান আকৰা নহয়

  • @BipulTanti-i5y
    @BipulTanti-i5y Месяц назад +1

    Hallelujah

  • @NATHNELKACHAP
    @NATHNELKACHAP Месяц назад +14

    আজিৰ যুগত মানুহ অশিক্ষিত নহয় যে মানুহে কাৰোবাৰ প্ৰলোভনেৰে ধৰ্ম সলনি কৰিব। সচাঁ কথা টো কক না। আজি অসত্য পথ ত্যাগ কৰি সত্য পথলৈ গমন কৰিব ধৰিছে। যীচু কৈছে যে-বাট পথ আৰু জীৱন মযেই ,মোৰ অবিহনে কোনেও স্বৰ্গলৈ যাব নোৱাৰে। হয মানুহে দিনক দিনে যীচুৰ বিশ্বাসী হৈ গৈ আছে আৰু গৈ থাকিব ইযাক বাধা দিব কোনেও নোৱাৰে এইটো সচাঁ কথা । কিন্তু তাৰ মাজত মিছা কথা লগাই কিয মানুহে খ্ৰীষ্টান বিৰোধী কথা কয? মিছা কথা কোৱাই সিহঁতৰ ধৰ্ম নেকি? যি ধৰ্মত সত্য নাই তাত মানুহ কিয থাকিব । আপুনি হে অসত্যক ভাল পায়,সকলোৱে তো নাপায। যীচুৰ মহিমা
    হওক।আমিন।

    • @NisengKarbipi
      @NisengKarbipi Месяц назад

      ND24 anti-christian channel hoi

    • @NisengKarbipi
      @NisengKarbipi Месяц назад

      Rss k thika dise nki tribal xomaje ? Tribal manu ami ji morji heitu dhrmo lom ami hindu nohoi

    • @Dikshita_hazarika.
      @Dikshita_hazarika. Месяц назад

      কিছুমান মানুহে comment দিবলৈ পইচা দিয়ে । Comment bur sob videot aketa id re diye . কিছুমান বন্ধুৱে খিষ্টান school t pohi msz diye . Per comment 100 pai .
      কৃষ্ণ কৃপা কৰক । Brainwash r pra basauk

    • @DibyajyotiNath-g7r
      @DibyajyotiNath-g7r Месяц назад +1

      Cm ye ki beya kole nu..? tohote tu dukhiya manuhok proluvon di loihe dhormantor koruwa. Aru swargot jaboloi hole manuhor mon xuddho hb lagibo prothom kotha..aibur misa misi kotha koi lav ny amak. jisuw ajon hindu bhoktoi asil..aibur missionary hokole tohotok nokoy..jisur nam isha nath asil.

    • @DibyajyotiNath-g7r
      @DibyajyotiNath-g7r Месяц назад +2

      যীচু- এজন নাথ যোগী
      পানী, জুই, পোহৰ- এইটো পোহৰ আৰু শব্দৰ বাপ্তিস্ম। ওম কৌশল হৈছে বাপ্তিস্ম কৌশল, য’ত আপুনি পোহৰ আৰু শব্দৰে বাপ্তিস্ম লয়। যেতিয়া যোহন-বাপ্তিস্মদাতাই যৰ্দ্দন নদীত লোকসকলক বাপ্তিস্ম দি থাকোঁতে ক’লে, “মই তোমালোকক পানীৰে বাপ্তিস্ম দিওঁ; কিন্তু মোৰ পাছত যি আহিব, তেওঁ পোহৰ আৰু অগ্নিৰে বাপ্তিস্ম দিব।” কিন্তু ইয়াত যীচুৰ কোনো উল্লেখ নাই; তেতিয়া তেওঁ ক’ত আছিল?
      এই সময়ত যীচু ভাৰতত আছিল, পোহৰ আৰু অগ্নিৰ বাপ্তিস্মৰ কৌশল-অংকাৰ কৌশল শিকিছিল ভাৰতীয় যোগী- চেতন নাথৰ লগত যিয়ে যীচুৰ নাম ৰাখিছিল -ঈশা নাথ; সেয়েহে ভাৰতত তেওঁ ঈশ্বৰ নামেৰে পৰিচিত হ’ল। ঈশ্বৰৰ অৰ্থ হ’ল ঐশ্বৰিক প্ৰভুৰ পুত্ৰ বা ঈশ্বৰ। গতিকে “ যোগীৰ আত্মজীৱনী” গ্ৰন্থখনত উল্লেখ কৰা মতে- ক্ৰিয়া যোগ অনুশীলন কৰোঁতে কি কৰি আছে?
      -আপুনি পবিত্ৰ আত্মাৰ ঐশ্বৰিক পোহৰত গা ধুই আছে।
      যীচুৰ আগমনৰ সময়লৈকে নাথৰ যোগ পৰম্পৰা ম্লান প্ৰাচীন আছিল। ই যীচুৰ যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
      লগতে “যীচু ভাৰতত বাস কৰিছিল”ত উল্লেখ কৰা মতে- যীচুৱে ইজৰাইললৈ উভতি অহালৈকে প্ৰায় পোন্ধৰ বছৰ, চৈধ্য বছৰ বয়সৰ পৰা প্ৰায় ত্ৰিশ বছৰ বয়সলৈকে ভাৰতত বাস কৰিছিল বুলি বিশ্বাস কৰা হয়।তাতেই তেওঁ ধৰ্ম শিকাইছিল, যিটো তেওঁ ভাৰতত শিকিছিল। কিন্তু ইয়াৰ ফলত ধৰ্মীয় কৰ্তৃপক্ষই তীব্ৰ বিৰক্তিৰ সৃষ্টি কৰিছিল আৰু পিছলৈ ইজৰাইল দখল কৰি ৰোমানসকলে তেওঁৰ মৃত্যুৰ পৰিকল্পনা কৰিছিল।
      নাথ যোগী সম্প্ৰদয়ৰ আগশাৰীৰ সত্তা চেতন নাথক যীচুৰ গুৰু বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ক্ৰুচবিদ্ধ হোৱাৰ পিছত তেওঁ যীচুক যোগ শক্তিৰে পুনৰুজ্জীৱিত কৰিছিল আৰু ভাৰতলৈ উভতি আহি যীচুৱে গোটেই জীৱন কাশ্মীৰৰ হিমালয়ত বাস কৰিছিল। অৱশেষত যীচুৱে চেতন নাথৰ পৰা ক্ৰিয়া যোগ কৌশল শিকিলে।

  • @PinkuSangma-ml8vo
    @PinkuSangma-ml8vo Месяц назад

    Amen jesus i love you ❤❤❤

  • @richananda
    @richananda Месяц назад

    Amen halleluja

  • @SomojitBasumatary-eh3vf
    @SomojitBasumatary-eh3vf Месяц назад +2

    Assamot 95%hobo kristan like Nagaland, mizoram

  • @iliassurin6782
    @iliassurin6782 Месяц назад +2

    Jesus is great

  • @amiyaminj4862
    @amiyaminj4862 Месяц назад

    God bless you all Amen

  • @AbhijitNagbonshi-bq9kb
    @AbhijitNagbonshi-bq9kb Месяц назад +1

    Moja mama 😊😊😊😊

  • @as_r_bhai5812
    @as_r_bhai5812 Месяц назад

    শিক্ষা নামত চিকিৎসা নামত জ্ঞানৰ নামত আৰু শিক্ষাত সুবিধা দিয়া নামত ধৰ্ম প্ৰচাৰ কৰিছে । মানুহক ধৰ্মৰ জ্ঞান দি , প্ৰভু যিশু কাহিনী শুনাই ধৰ্মৰ প্ৰেমী বনাই তুলিছে আৰু Christian ধৰ্মক বৃহত্তম কৰিব চেষ্টা কৰিছে ।
    নিজৰ পিতৃক পিতা নকয় আনৰ পিতৃক
    পিতা কবলৈ কেতিয়াও নাযাও ন 😁 ।
    ।। জয় আই অসম ।।

  • @Kandrpa91
    @Kandrpa91 Месяц назад

    Amen

  • @kartiknath8056
    @kartiknath8056 Месяц назад +5

    Atiya arunachal ot 80% hoise

  • @puspadhardowarah1932
    @puspadhardowarah1932 Месяц назад +1

    মোৰ মতে যাৰ যি ইচ্ছা!কোনোবাই ইচ্ছা কৰিলে লব পাৰে! ভাৰত যদি ধৰ্ম নিৰপেক্ষ দেশ হয়;তেন্তে ভুল কিহৰ?হিন্দু ধৰ্মত বৰ খেলি মেলি আছে কিন্তু অইন ধৰ্মত নাই।হিন্দু ধৰ্মতহে আছে কোনোবাই কাৰোবাৰ হাতে খাব পায়/নাপায়।নেতাবোৰে ধৰ্মৰ লগত লাগি নাথাকিব! ইয়াত কাৰো দাইল নেগেলে।আমিযে অধিক কৰৰ বোজা বহন কৰিছো তাতহে আমাৰ মহা চিন্তা! কোনোবাই কিবা"ধৰ্ম লৈছে সেইবোৰত গুৰুত্ব নিদিবলৈ মোৰ অনুৰোধ।সেইটোৱে কাৰো ক্ষতি কৰা নাই।সেইবুলি মই কোনো ধৰ্মলৈ যাৱা নাই।কিন্তু সুবিধা পালে বৌদ্ধলৈ যোৱাৰ ইচ্ছা!

    • @hnd8030
      @hnd8030 Месяц назад

      Dhormo nirokphekhyo korar karon tu Christian convert hoboloi xongbidhanot nai diya,agor pora thoka hindu , muslim,sikh,budh ,jain adik xoman odhikare palon koriboloi diya hoisil tare xubidha loi tengor missionary xokol amar xohoj xorol manuh khinik Christian convert korale goi

  • @321-5c
    @321-5c Месяц назад +2

    যিচু খ্ৰীষ্ট কোন জানে নে?
    উত্তৰ __ অতিত, বৰ্তমান, ভৱিষ্যত হৈ।

    • @hnd8030
      @hnd8030 Месяц назад

      Langta kora provu, langta hobo past ,present, future

    • @321-5c
      @321-5c Месяц назад

      @hnd8030 চুৰ দগাবাজ লোকৰ মাইকি গা ধুওৱা চাই থকা বোৰেহে তহতৰ প্ৰভূ।

  • @MaheswarNarzary-s9l
    @MaheswarNarzary-s9l Месяц назад +1

    Hoytoi hodai joy

  • @mangalmurmu-yy2vm
    @mangalmurmu-yy2vm Месяц назад +1

    Bartaman homoyat Mediya hokole Prabhu Jesus chritor bihoye prosar kori ase .
    Always can win the truth.

  • @nanareshpegu588
    @nanareshpegu588 Месяц назад +2

    Himanta mamau prosar kori ase

  • @brajentaid4426
    @brajentaid4426 Месяц назад +2

    Jesus said, I am the way and the truth and the life,no one comes to the father except through me. John 14:6

  • @josemenita3065
    @josemenita3065 Месяц назад +1

    Hopeless CM paracetamol pani dibo na kunubai

  • @georgesoreng458
    @georgesoreng458 Месяц назад +3

    Thank you lord for your love of Assam.,..... thank you for everything.

  • @RahulDoley-jh9qx
    @RahulDoley-jh9qx Месяц назад

    Good news

  • @Doni-q2h
    @Doni-q2h Месяц назад +2

    Mama probhu Jisuk grohon koribo moi tetiyahe vote dim. Apuni koribo neki?

  • @ajoykumar5601
    @ajoykumar5601 Месяц назад +2

    Fake news,christian people never ask anybody to accept christian religion but prays for all people all community's of world....praise the lord in Jesus name, amen.

  • @MohammadAhmed-py1gz
    @MohammadAhmed-py1gz Месяц назад +4

    হিন্দু ধৰ্মৰ নামত ৰাজনীতিৰ বজাৰ লগাইছে BJP য়ে । I love Christian people. হিন্দুৰ জালত নপৰিব আদিবাসী ৰাইজ ।

  • @villagevoice12
    @villagevoice12 Месяц назад

    ধৰ্মান্তৰ কৰিলে আপোনালোকৰ পেকেটৰ পইচা যায় নেকি?