Big breaking/ৰাজনীতি ডাঙৰ খবৰ।নীতুমণি অনুষ্ঠানত মহাতাণ্ডৱ।/virel news

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2024

Комментарии • 151

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf 3 месяца назад +13

    হিমন্ত ৰাজনীতিত থাকিলে অসমখন এটা বৃহত কোম্পানীত পৰিণত হব আৰু এই বৃহত কোম্পানীটোৰ মালিক হব হিমন্ত বিশ্ব শৰ্মা ।

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 3 месяца назад +7

    ভালেই হৈছে অন্ততঃ কংগ্ৰেছৰ ভয়তে ৰাজ্যখনত অলপ development বেছি হব।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc 3 месяца назад +19

    ৰাইজৰ এজন মূখ্যমন্ত্ৰী হিচাবে ইমান মিচলিয়া আৰু প্ৰবঞ্চনা মূলক কথা বতৰা কাম কাজ কৰি আছে, যে কি কম আৰু ধিক্কাৰ জনক ঘটনা হৈ গৈছে। আমাৰ মূখ্যমন্ত্ৰী জনৰ যদি ইমানেই লাজ, আত্মমৰ্যদা আছে তেন্তে তেখেতে পদত্যাগ কৰি চুপচাপ বহি থাকক। তেতিয়া হলে ৰাইজে আৰু বেছি ভালহে পাব।

  • @didarmirdha123
    @didarmirdha123 2 месяца назад

    Thank you so much for your kind information.

  • @hemantamahanta5578
    @hemantamahanta5578 3 месяца назад +64

    লাখ লাখ কোটি টকা ধাৰ. কৰি আচনি দিয়াটো উন্নয়ন. নহয় ।

    • @NibaranNath-bx4ee
      @NibaranNath-bx4ee 3 месяца назад +9

      তেনেহলে আগতে চৰকাৰে কৃষকৰ যি 60 হাজাৰ কোটি লোণ মাৰি দিছিল, সেই টকা বোৰ কৰ পৰা আহিছিল? আপুনি মোক এটা কথা কওক যে চৰকাৰে যে বাজেটত লাখ কোটি টকা ঘোষণা কৰে, পইছাবিলাক কি বিলাক উৎসৰ পৰা আহে। Deficit বাজেটৰ টকা বিলাক আগৰ চৰকাৰে কৰ পৰা উচুল কৰিছিল। আজিৰ চৰকাৰে কোৰ পৰা কৰে। বুজাই কব। deficit বাজেট খনৰ ধন খিনি চৰকাৰে সঁচাকৈ পূৰণ কৰে নে?

  • @banikalita3082
    @banikalita3082 3 месяца назад +35

    বিজেপিৰ প্ৰতিজন মানুহেই অত্যন্ত মিছলীয়া

    • @aynalhoque5048
      @aynalhoque5048 3 месяца назад +3

      Right

    • @shriatiramrabha9388
      @shriatiramrabha9388 3 месяца назад

      Relatives of political leaders enjoy creamy layer facilities. Every body knows today.

    • @shriatiramrabha9388
      @shriatiramrabha9388 3 месяца назад +1

      Subject matter should be maitained Mr. Nitumoni.

    • @shriatiramrabha9388
      @shriatiramrabha9388 3 месяца назад

      Cctv footprint may be checked .

    • @ramdeka788
      @ramdeka788 3 месяца назад

      নমনীয় স্বীকাৰ কৰিলে ঘাটোৱাৰে

  • @KORUNBASUMATARY
    @KORUNBASUMATARY 3 месяца назад +39

    26 ত পৰিবৰ্তন অনিবাৰ্য

  • @BhabaniGogoiHazarika
    @BhabaniGogoiHazarika 3 месяца назад +5

    মই এটা কথাই বুজিছো,এইবাৰ সিমন্তই জীয়েকৰ নামতো সম্পত্তিৰ পাহাৰ বনাব।

  • @rationale-point3023
    @rationale-point3023 3 месяца назад +2

    বৰ্তমানলৈকে অসমৰ অসমৰ্থ মুখ্য মন্ত্ৰী হ'ল হিমন্তবিশ্ব শৰ্মা। বিজেপি দলৰ কেন্দ্ৰত অপ্ৰতিৰোধ্য খহনীয়াৰ উমান পায় আমাৰ জনে নিজক বচোৱাৰ উপায়ৰ চিন্তাত ব্যস্ত, কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা প্ৰক্ৰিয়াৰে।জয় আই অসম, সত্য কৰিবলৈ ২০২৬ত বিবেক ভোটাৰ হ'ম। লেতেৰা বোৰ ডাষ্ট বিনত ৰাখিব লাগিব অনাগত দিনত।

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p 3 месяца назад +8

    হিমন্তৰ ইমান সম্পত্তি কৰা পৰা হল তেও আলাউদ্দিন চাকি নেকি এইতো হে জানিবলৈ লাগে

  • @fellfhun3331
    @fellfhun3331 3 месяца назад +3

    Indian national Congress zindabad.

  • @sanibdoley525
    @sanibdoley525 3 месяца назад +13

    কিছুমানে ৰাইজৰ উন্নয়নৰ বাবে ৰাজনীতি কৰে আন কিছুমানে নিজৰ উন্নয়নৰ কাৰনে ৰাজনীতিত থাকি বেপাৰ কৰে ।

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 3 месяца назад +15

    নতুনত্ত্বই নহয় যোৰহাটৰ বাবে জনতাৰ বহুত ধন খৰচ কৰি চৰকাৰৰ বাঘা বাঘা নেতা সকলে ডীঙিৰ শিৰ ফুলাই যোৰহাটত বহু ভোটট জয় হম বুলি বহুবাৰ কৈছিল এজনে তো গৌৰৱ গগৈ জিকিলে ৰাজনিতি ত্যাগ কৰিম বুলি কৈছিল এতিয়া কেনেকৈ হাৰিলে?ৰাজনিতি এৰা নাই কিয়?

    • @ranjitduttaey3967
      @ranjitduttaey3967 3 месяца назад

      Bjpসচা কথা নকয় আৰু এই দল বগৰা নেতা সকলক ভোট দি য়া টো ৱে ৰাইজৰ ভুল হ'ল আৰু আগন্তুক দিনত যাতে পুণৰ চলাহি কথাত ভুল নাযায় আৰু দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানীক বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্বাচিত কৰিব বুলি আশা ৰাখিলোঁ জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ

    • @SahaAlomBepariBepariSahaAlom
      @SahaAlomBepariBepariSahaAlom 3 месяца назад

      সেই জন বহুত ওপৰৰ মাল

    • @SahaAlomBepariBepariSahaAlom
      @SahaAlomBepariBepariSahaAlom 3 месяца назад

      ধাৰ লৈ ৰাজ্য চলোৱা,এইটো উন্নয়ন বুলি কোৱা আৰু কণা হাঁহক পতান দিয়া একেই কথা।শুকুৰ আলীও ধাৰ লৈ ৰাজ্য চলাব পাৰিব ।

  • @darpandeka5141
    @darpandeka5141 3 месяца назад +9

    পূৰ্বৰ পৰা এতিয়ালৈকে অসমৰ যিমান মূখ্যমন্ত্ৰী হৈ অসমত শাসন ভাৰ চলালে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান সম্পত্তিৰ গৰাকী অসমৰ কোন মূখ্যমন্ত্ৰীৰ পৰিয়ালত আছে ।

  • @misbahuddinahmed9996
    @misbahuddinahmed9996 3 месяца назад +2

    হিমন্তক বিশ্বাস কৰিব নোৱাৰি।ভয় খোৱাতো সত্য

  • @alamtajahmed4126
    @alamtajahmed4126 3 месяца назад +8

    মামা বহুত বেছি চতুৰ হয়।

  • @shyamolikabora2924
    @shyamolikabora2924 3 месяца назад +14

    বি জে পি তোমালোক মহা জনা মূৰ্খ পণ্ডিত মনত ৰাখিব সাধাৰন জণগণ ইমান মূৰ্খ নহয়

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p 3 месяца назад +14

    হিমন্ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচত দকাইতৰ দল এতা বেচি হল।

  • @hareswarhandique2096
    @hareswarhandique2096 3 месяца назад +11

    জন্ম গত পিতৃয়ে দিয়া সসপতিৰ বাদে আজিলৈ মিনিষটা বিলাকে কিমান সম্পতি গহিলে অসমৰ জনগনে দেখি আছে ।

    • @jugalsaikia6700
      @jugalsaikia6700 3 месяца назад

      2:44 2:46 2:48 2:50 2:52 2:58 3:14 😊😊

  • @MakhaniBuragohain
    @MakhaniBuragohain 3 месяца назад +4

    আপোনালোকৰ উন্নয়নৰ ফোপোলা দিশটো ভাল দৰে চাই লক সকলো উভত গুৰে নাচন ধৰিছে।

  • @gh12138.
    @gh12138. 3 месяца назад +1

    Congress❤

  • @kanaksaikia9643
    @kanaksaikia9643 3 месяца назад +13

    কিমান ঠগ খাব ৰাইজে।বাৰে বাৰে কিন্ত টেঙা আম বেছিব নোৱাৰে।

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 3 месяца назад

    Right, Nitumoni

  • @jayadass2681
    @jayadass2681 3 месяца назад +6

    আবুল কাবুল বকিব নালাগে মাত্ৰ বস্তু ৰ দাম কমাওক ইয়াৰ ওপৰত আলোচনা কৰক।

  • @dkpanging5592
    @dkpanging5592 3 месяца назад

    বিজেপিৰ জিকাৰ মূলমন্ত্ৰ হিতাধিকাৰ ৷

  • @shyamolikabora2924
    @shyamolikabora2924 3 месяца назад +8

    নেভাবিবা সাৰি যাম ধনৰ বলত নাভাবিবি সাৰি যাম বুদ্ধি ৰ চলত

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад +5

    Onumaan korishu
    .APCC sobhapoti Bhupen bora

  • @manojkumardutta8590
    @manojkumardutta8590 3 месяца назад +1

    কোনো মন্ত্ৰী য়ে কেতিয়াও চকি নেৰে এইবোৰ এনেই কয়

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 3 месяца назад +2

    এতিয়ালৈ অসমৰ উন্নতিৰ ক্ষেত্ৰত কি কি কৰিলে সেইয়া সন্দেহৰ বিষয়।

  • @jugalnath6635
    @jugalnath6635 3 месяца назад +6

    Development মানে মুখ্য মন্ত্ৰীৰ Development নহয় জানো?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад +4

    Nirbachonot Himanta biswa sarmar kelengkari bilak prochar koriboi lagibo

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA 3 месяца назад

    মোৰ প্ৰয়াত ডাঙৰদাদা aims ত চিকিৎসাধীন হৈ থাকোতে আমাৰ পৰিয়ালক যি সহায় কৰিলে আমি কোনোদিন নাপাহৰিম ।

  • @ramanikumar9028
    @ramanikumar9028 2 месяца назад

    বি জেপিৰ দি কি ঘেণ্টা ডেভলপ হৈছে ।এজাক বৰষুণতে গুৱাহাটীত বাণ পানী হয় ।ৰাষ্টা ঘাট ভঙা ৰোগীটো বেলেগ ভাল মানুহো অহা যোৱা কৰিব নোৱাৰে ।খাদ্য বস্তুৰ জুই ছাই দাম ।ৰাজ্যত ধাৰৰ উপৰি ধাৰ এক লাখ চাকৰি দিম নোৱাৰিলে ।

  • @probudhborah4821
    @probudhborah4821 3 месяца назад +2

    B J P Sarkar Missolia 😮

  • @MrinalGoyari-sb6et
    @MrinalGoyari-sb6et 3 месяца назад +2

    সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সপোন দেখা অপৰাধ হব নোৱাৰে ।

  • @nakulbanikya6653
    @nakulbanikya6653 3 месяца назад +8

    চি: চি: কি ৰাজ্যত বাস কৰিছো

  • @muktiboro334
    @muktiboro334 3 месяца назад +8

    ভূপেন বৰা গুপ্ত চৰ

  • @hareswarhandique2096
    @hareswarhandique2096 3 месяца назад +1

    বিশেষ শাখাৰ ব্যক্তি/ কং গেছৰ ব্যক্তিৰ বডি গাৰড ইত্যাদি ইত্যাদি চোৱাঙ চোৱা থাকিব ও পাৰে।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc 3 месяца назад

    আপুনি EVM ৰ কথা নকয় কিও ২০১৪ চনৰ পিছৰ পৰা আপোনালোকক ৰাইজে বেছিকৈ আঁকোৱালি লৈছে বেছিকৈ ভোট দি আছে, এই ইত্যাদি কথা বোৰ বাদ দিয়ক না পাৰিলে EVM ঘটোলা বাদ দি চুৰৰ চৰিত্ৰ এৰি সুস্থ ভাৱে ভোট খেলি চাওক না যদি আপোনালোকৰ দম আছে।

  • @PRANJALBORUAH
    @PRANJALBORUAH 3 месяца назад

    2026 ত অসমত BJP নাতৰালে আমি খাটিখোৱা অসমীয়া বোৰ নাঙঠা যাব

  • @sadanandadutta6747
    @sadanandadutta6747 3 месяца назад

    1985 চনত অতুল কোঁছৰ লগতো ইলেকচন খেলি পৱন সিং হাৰিছিল৷মইঅতুল কোছঁৰ ইলেকচন এজেন্ট আছিলোঁ৷পৱন সিংৰ আচৰএণ বৰ ভাল পাইছিলোঁ৷তেওঁ হৰাৰ সম্ভাবনা দেখি মোক ধন্যবাদ দি গুচি গৈছিল৷

  • @balendas2049
    @balendas2049 3 месяца назад +2

    অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কভিড বিজাণুক পৰাস্ত কৰি পাচবছৰৰ কাৰণে অসমবাসী ৰাইজে মুখ্যমন্ত্ৰীক শাসন ভাৰ দিলে। কিন্তু আগন্তুকত অসমবাসী ৰাইজে তেওঁক শ্ৰদ্ধা ভক্তিৰে বিদায় দিব।

  • @anowara.begum23
    @anowara.begum23 3 месяца назад

    Nice 👍🏻🎉🎉🎉

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA 3 месяца назад

    পৰিয়ালক সমালোচনা কৰাটো সমৰ্থন কৰিব নোৱাৰি ।

  • @abdulmozid3039
    @abdulmozid3039 3 месяца назад

    উন্নয়ন মানে হিন্দু আৰু মুছলমান

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk 3 месяца назад

    বিজেপি চৰকাৰ মিচলিয়া চৰকাৰ । কোটি টকা ধাৰত চৰকাৰ চলাই আছে ।

  • @faridabegum4564
    @faridabegum4564 3 месяца назад

    ঘাটুৱাল দাঙৰীয়া ধন্যবাদ আপনাকে, অসমৰ মিছলীয়া মূখ্য মন্ত্রী নাম কি,? হিমন্ত মামা দঙৰীয়া

  • @pradipkumardas7571
    @pradipkumardas7571 3 месяца назад +1

    E daily big breaking news diye. Actually total false

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад +3

    Dada brigade or bidhayok ba montri
    Keitai nirbachonot pohu kheda khabo ujoni aru uttor asomot

  • @dulusaikia1653
    @dulusaikia1653 3 месяца назад

    একো ডাঙৰ ডাঙৰ কথা নহয়। হিমন্ত বিশ্ব শৰ্মায়ো বহু সময়ত কিছু ৰাজনৈতিক লোকৰ পৰিয়ালৰ কথা কৈ ভাষন দিয়াৰ নজিৰ আছে । পুৰণি ভাষন বিচাৰিলেই ওলাব। সেইটোকে লৈ talk shaw পতাৰ কোনো যুক্তি নাই।

  • @ajaysonowal568
    @ajaysonowal568 3 месяца назад

    বস্তু দাম বৃদ্ধি কৰাত কিন্তু এক নম্বৰত আছে।

  • @DimbanathDoley
    @DimbanathDoley 3 месяца назад +1

    মিছলীয়া মুখ্যমন্ত্ৰীৰ ? ? ?

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 3 месяца назад

    ঠাকুৰীয়া ডাঙৰীয়া দেশত বিৰুধীৰ উত্থান ঘটিছে বুলি গম পোৱা নাই নেকি। নিজে সন্তুষ্টি লাভ কৰি থাকক।

  • @Chy1390
    @Chy1390 3 месяца назад

    Dr Himanta Bishwa Sarma zindabad

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад +1

    Nitu moni saikiak Bihpuriya somostit pora BJP pi ticket dibo jen lagise

  • @PunaBora-l3i
    @PunaBora-l3i 3 месяца назад +1

    😢k😅wait for 26 😊

  • @arunsaloi209
    @arunsaloi209 3 месяца назад

    বদৰুদ্দি বৰ্তমান ফিল্ডত নথকা বাবে এইটো কাম নতুনকৈ আৰম্ভ কৰিছে।

  • @nagendas9671
    @nagendas9671 2 месяца назад

    Education health communication ot gathanmulak Kam karak. kintu ji asani karise tar besivagei political motivated kia . achani kari education ot lora sowalik vag kari fees bilak besi kari medium low classor lora chowalic ses karile. medicine hospitalor price bibhinna tax high price kio. Communicationor namat commission.gas gasani kati pahar sesh karile.Amrit achaniro politics. Muthor opporat kebal Lutraj . Comment kari kari sesh karib nowari.

  • @ushakonwar8389
    @ushakonwar8389 3 месяца назад +1

    Ami akebare bea rastat oha jua kori. Road development ami dekha nai

  • @ChandrakamalBorah-m2p
    @ChandrakamalBorah-m2p 3 месяца назад

    Porha-xuna kori thoka Himanta putra 18 bosor boioxot 18 ta companir malik kenekoi hol Andha vokto jone bujai kobo neki baru !

  • @tilakdutta7457
    @tilakdutta7457 3 месяца назад

    Loan loat biswa avilesh, development

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 3 месяца назад

    Assam ani kiman corors rini central. Asarkaror osorat? Yea development naki, raijor murat kiman jen dhar aji marketor obosta kene?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад +1

    Norendra Modi sarkarei jao jao obostha.
    Norendra Modir sarkar bhagile..
    Himanta biswa sarmar obostha ki hobo

  • @syedforidhussain90
    @syedforidhussain90 3 месяца назад +1

    Bhupen is most evil he is greedy for post and check king ?

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 3 месяца назад

    P. Gatwar sb iman patol kojur bakti nohoy. Moi baktigoto biswas nokoro.

  • @sampritymahanta6372
    @sampritymahanta6372 3 месяца назад

    Rajnitigàlise

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 3 месяца назад

    Hei jonor guptachor jono tenekuai hobo!

  • @sashibhusankakati748
    @sashibhusankakati748 3 месяца назад

    10 Namber Misa katha koat

  • @padumibaruah2798
    @padumibaruah2798 3 месяца назад

    Rahul. Gandhir. D N A. Kihor. Karone. Lage. Agote. Karubar D N A. Test. Korisil. Neki. Sih. Sih. Bohut. Tololoi. Gol. Dei. Rajniti. Pothar. Khon. Kut niti. Aru. Durnitirei. Vori. Porise. Des khon

  • @highspeed1513
    @highspeed1513 3 месяца назад

    Guru teg Bahadur those are killed they are now close friends with shikhs,
    The congress party govt killed thousands of assames but now assames are close friends with congress,
    Bengali hindus were entered in india to save their live from muslims goons, now West Bengal hindus are close friends with Muslim,

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf 3 месяца назад

    BJP Misoliya

  • @bharatbaruah5702
    @bharatbaruah5702 3 месяца назад +1

    BJP আন ৰ দোষ দেখে নিজৰ টো তথাই বছ

  • @PRIYAGOGOI-m6g
    @PRIYAGOGOI-m6g 2 месяца назад

    Bhagawat baikhya

  • @LolitGogoi-e9k
    @LolitGogoi-e9k 3 месяца назад

    সন্মানীয়-নিতুমনিশইকীয়া আপোনালৈ অনুৰোধ-এনেবোৰ "ইচু"লৈ ট্‌ক শ্ব পাতি আমাৰ "বহুমুলিয়া'৬০ মিনিট সময় নষ্ট নকৰে যেন!নহলে আপোনাৰ অনুষ্ঠান চাবলৈ বাদ দিব লাগিব!🙏

  • @parhanabegum9534
    @parhanabegum9534 3 месяца назад

    Adip kumar dangoriar kotha khini xuni bhal lage.

  • @shyamolikabora2924
    @shyamolikabora2924 3 месяца назад

    Nitumoni himonta congrass + b j p also durnite ata exm patibo nuwara c u t result sheet dila chabo shun nitumoni

  • @RohitKhanikar
    @RohitKhanikar 3 месяца назад

    All ready cleared by ghatuar.

  • @jaanbackpacker
    @jaanbackpacker 3 месяца назад +3

    nice sharing

  • @laksheswarbaruah4494
    @laksheswarbaruah4494 3 месяца назад

    চোৰৰ সাক্ষী মাতাল

  • @minahazarika7578
    @minahazarika7578 3 месяца назад

    ছি ঃ ছিঃ নিকিষ্ট মানসিক তাৰে ৰাজনিতি কৰে

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo 3 месяца назад +1

    Ppe keet r thikaata moko dibo dai

  • @pradipkumardas7571
    @pradipkumardas7571 3 месяца назад

    Amrit kalot bih kahboloi poisa nai.

  • @AbdulAziz-ch9zs
    @AbdulAziz-ch9zs 3 месяца назад

    T V CHENEL B J P ... TOKAR GULAM

  • @robiroy2771
    @robiroy2771 3 месяца назад

    Bjp jadi evm temparing kari loi tatia hala cong.tini khon seat pabo assam ot jiman bur evm asa hakalu bur bhal ka cheek karak hakalu bur dhara poriba . Nahala 11 seat pam buli kuna dala kaba nuwara janiba .aibur voter or katha .

  • @lnbora7529
    @lnbora7529 3 месяца назад

    Dhaynabad khatuar

  • @mamunulkarim6944
    @mamunulkarim6944 3 месяца назад

    Video but olop short korok

  • @toseswarsaikia1038
    @toseswarsaikia1038 3 месяца назад

    Akhil gogoi assamar c m neki aitut badmas manuhak laloi kio repoter bilak kio emam usywho is he

  • @mojammilhoque744
    @mojammilhoque744 3 месяца назад

    চকি এৰি দিলে জেলত জাব্ লাগিব

  • @vimaldeep8055
    @vimaldeep8055 3 месяца назад

    তহতৰো কাম নাই বেলেগৰ নিউজ চোৰ কৰি আৰামত চলি আচ। লাজ নাই।

  • @dhanjitdeka2979
    @dhanjitdeka2979 3 месяца назад

    Spy Jan kpn Hoi?Rajahuwa krk CM sir/

  • @arupdas8897
    @arupdas8897 3 месяца назад

    Modir bjp ahar pasat aru na bjpt join karat politics jahaname goise karan pradhan mantri nijei rahul Gandhi aru teor parialok 2014 sanar para apaman kari ase

    • @arupdas8897
      @arupdas8897 3 месяца назад

      Parialor ki karise taak loi enquiry diyak jodi congress misa matise

  • @RanjitBorah-s7r
    @RanjitBorah-s7r 3 месяца назад

    Ghatoar is gentleman

  • @kanikadhar9579
    @kanikadhar9579 3 месяца назад

    আপোনালোকে যেনেকৈ ছোনিয়া ৰাহুলক আক্ৰমণ কৰি নেহেৰুৰ পৰিয়ালক সাঙুৰি লয় । ছোনিয়া ৰহুল ৰ মনতো যে আঘাট লাগে , সেেয়াও বুজক।

  • @tapandas5309
    @tapandas5309 3 месяца назад

    rahul gandhir family loi kole dukh na lage ne ?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 3 месяца назад

    Pabon sing ghatuware Himanta biswa sarmak bhal dore jane..Himanta biswa sarma ejon subidhabadi manuh
    Tarun gogoir dore ejon manuhok ji Himanta biswa sarmai opodoshthyo koribo pare.

  • @bijoytodi800
    @bijoytodi800 3 месяца назад

    Thakuría bujabo pora nai.

  • @jeherulislam-l1y
    @jeherulislam-l1y 3 месяца назад

    Thakuriyai ki boki ase 😅😅😅

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo 3 месяца назад

    Dhar loi meat khowa jen lagefai

  • @tarunchandranath
    @tarunchandranath 3 месяца назад +1

    Returpan.tumar.katha..bahut.baya.sadhran.manuh..hisaby.kalu.

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo 3 месяца назад

    Nak to ari kotha kobo lage he Thakuria