বৰষা ৰাণী বিষয়াৰ কি কথাত আমি মনত ইমান দুখ পালো // জীৱনত পাহৰিব নোৱাৰা ঘটনা ঘটিল আমাৰ লগত //vlog

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 1,5 тыс.

  • @assamesevloggersmitakhi1107
    @assamesevloggersmitakhi1107 3 года назад +301

    ভাল লাগিল।আপোনালোকৰ পৰিয়ালটো খুব ধুনীয়া।যি আছে যেনেকৈ আছে সেইটোৱেই দেখাব পৰাটোৱে আচল কথা।best wishes

    • @rushnachangmai773
      @rushnachangmai773  3 года назад +24

      ধন্যবাদ ❤️ তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে 😊 লগ পাম কেতিয়াবা তোমাক বেছি দূৰৰ নহয় আমি 😊❤️

    • @trishnakonwar4347
      @trishnakonwar4347 3 года назад +5

      Apuni bht mnuhr interviews loise apunk vl lgee bht

    • @assamesevloggersmitakhi1107
      @assamesevloggersmitakhi1107 3 года назад +7

      @@rushnachangmai773গম পাই ভাল লাগিল ।লগ পাম কেতিয়াবা।মাজতে এদিন ভাবিছিলোঁও সেইফালে যাওঁতে ইয়াতে কৰবাত ঘৰ আপোনালোকৰ বুলি...😊

    • @rushnachangmai773
      @rushnachangmai773  3 года назад +2

      আহিবা আমাৰ ঘৰত কেতিয়াবা 😊❤️ ভাল লাগিব 😊

  • @aditiborah2952
    @aditiborah2952 3 года назад +10

    আপোনাৰলোকৰ পৰিয়ালটোক বহুত ভাল লাগে।আৰু আপোনাৰলোকে সকলোকে কমেন্ত বিলাক ৰিপ্লাই কৰে বহুত ভাল লাগে।আপোনাৰলোক সুখি হওক সদায়।

  • @mayurigogoi1044
    @mayurigogoi1044 3 года назад +53

    ডিব্ৰুগড়ত থাকিও তোমালোকৰ ভিডিওচাইহে গম পালো পাৰ্লাৰ খনৰ কথা।ভাল লাগিল। প্ৰায় অভিনেতা অভিনেত্ৰী সকলে এখন মুখা পিন্ধি থাকে।পাহৰি যায় আমাৰ নিচিনা মানুহে তেওঁলোকৰ অভিনয় চোৱা বাবেই আজি তেওঁলোক প্ৰতিষ্ঠিত। টকাপইচা নহয় মানুহৰ ব্যৱহাৰেই পৰিচয়।

    • @assamesefactszone808
      @assamesefactszone808 3 года назад +1

      যদি আপোনালোকে নতুন নতুন কথা জানি বা শিকি ভাল পাই,তেন্তে এবাৰ এই চেনেল টোত আহি চাবচোন দেই, যদি ভালপায় অলপ support কৰিব।

  • @চোহানাফাৰহা
    @চোহানাফাৰহা 3 года назад +146

    বৰষা বা মোৰ প্রিয় আছিল কিন্ত আজি গম পাই বহুত বেয়া লাগিল...আপোনালোক আগুৱাই যাওঁক👍

    • @binudtali9545
      @binudtali9545 3 года назад +4

      Borakha ranik Ru kiman toka lage he from moiu borkha gogoi bora moi tumalukok bht vl pau

    • @pallavigogoi8771
      @pallavigogoi8771 3 года назад +4

      @@binudtali9545 borxa rani soritrohin joni duta mota mur subua joni

    • @putaliborah1973
      @putaliborah1973 3 года назад +8

      @@pallavigogoi8771apunii nu ki oo... lukor sorityo uprt anguli nutuabo.... borasha ba live ahisil vedio 2 sbo hu abr...gm pbo tetya kun bhul kun huddho...nojona koi eku nkbo...

    • @ramulyaghatwal6663
      @ramulyaghatwal6663 3 года назад +2

      @@putaliborah1973 sosa khota poisa r karan kun ki kam korise tataya janibo.kune views bora bole aibelak kam korise

    • @rashmikalita9215
      @rashmikalita9215 3 года назад +1

      @@pallavigogoi8771 ajoni maiki manuh anak kobola beya loga ny....

  • @myvlogwithmyrecipe6136
    @myvlogwithmyrecipe6136 3 года назад +50

    আজিহে গম পালো অভিনেত্ৰী সকলক RUclips t দেখুৱাবলৈ হলে পইচা দিব লাগে বুলি।

    • @rashmikakoti7830
      @rashmikakoti7830 3 года назад +1

      Moi u aaji he gom palu

    • @rajuroy1806
      @rajuroy1806 3 года назад

      tohotor kotha bur xuni laj paisu kenekoi troll koribo pari take vabi thaka

  • @bivamonidas3082
    @bivamonidas3082 3 года назад +2

    বৰ ভাল লাগিল আপোনালোকৰ পৰিয়াল টি দেখি আৰু আপোনালোকৰ দৰ্শন।👏👏👏👏👏
    সেইগৰাকীয়ে নিজকে বহুত ডাঙৰ চেলিব্ৰেটী বুলি ভাৱে। য'তে ত'তে পৈয়েকক লৈ যায়।
    আপোনাক ৰূচানা বা বহুত ধন্যবাদ।
    মই সত্য ক বিশ্বাস কৰো।
    আৰু এই বাবাজনক মোৰ প্ৰণাম যাছিলো। তেখেতক আপোনাৰ জৰিয়তে দেখি ভাল লাগিল। 💐💐💐

  • @juritivlogs3338
    @juritivlogs3338 3 года назад +6

    মই ও এবাৰ লগ কৰিবলৈ গৈ একেই হল কিন্তু মই জীৱনত বেয়া অভিজ্ঞতা পাহৰি গৈছো।। দুখ নকৰিব

  • @p.official7244
    @p.official7244 3 года назад +1

    Ati dhunia hukhi poreal...😊😘😘😘hodaiii hahi thakok hohuai thakok.....😊😇😇

  • @nangmona2005chawrok
    @nangmona2005chawrok 3 года назад +4

    কোনোবাই নিজকে সৰগৰ পাৰিজাত বুলিয়ে ভেম কৰে পিচে ৰাতি ফুলিয়ে মৰহে...আনক বিলাব নোৱাৰা সৌন্দৰ্য আৰু সুগন্ধৰ কি মহত্ব থাকে...🤔🤔 বিশেষ নকওঁ শহাৰ দৌৰত কাছ জানো পিছ পৰে?? নিজৰ স্বকীয়তা সদায় বজাই ৰাখা.....বহুত মৰম দিলো সকলোকে

  • @prasantagogoi3562
    @prasantagogoi3562 3 года назад

    1st view,,val lagil janibo pari।।।aguwai jauwk hodai।।।

  • @uddipanalahon2095
    @uddipanalahon2095 3 года назад +26

    আপোনালোকৰ ভিডিঅʼ চাই বহুত ভাল পাওঁ.... কিন্তু বৰষা ৰানী বা কথা জানি হে বেয়া লাগিল,টকাই সকলো নহয় ব্যৱহাৰ হে আচল কথা, দুখ নকৰিবা তোমালোক আগুৱাই যোৱা....

  • @rimiboro6959
    @rimiboro6959 2 года назад

    Ba apuna lokor vedio bor sai bohut vl lage, kinto aji bohut beya lagil ei kotha bor suni

  • @lovelychutia4729
    @lovelychutia4729 3 года назад +18

    আপোনালোক বহুত সহজ-সৰল হয় । ❤️ বহুত বেছি ভাল লাগে। ❤️❤️

  • @urbashibora8474
    @urbashibora8474 3 года назад

    Apunalukor vdobur sai bohut besi vallage agbahi jauk ami hodai support kori jam..hokolue valpai apunalukor vdo sai..heiye d jauk vidio hokolue morom dbo.hukhi porial hukhi houk baa

  • @ipsitabordoloi9059
    @ipsitabordoloi9059 3 года назад +87

    Khuri eta kotha kou Manuhr onhonkar ekdom khontekia bostu . Ami matir manuh matitai mili edin ami naikka hoi jam ..Amr familytu edin outing t goisilu Batote Bokakhatt pera lbo rolu , amr sider garikhn Asil Axomr Oti bikhat Actress Monjula Borua r , tewk ami garir vitrte dekha palu , maae first dekhi tewloi hahi eta marisil tar past vaitiew tewk dekhil moi mon kora nasilu , loga log tew Glasskhn uthai , black cover ekhn logai dile , yaiyai tewr behaviour , tetiar pora i tewr proti ji dharona asil xokolu bhangi gl , Ami manuh kun ketia uproloi uthu , ketia namu ru ketia yai pritivir pora naikia hoi jaw kunew njnu , manuh hoi olpman xohari jonale nijr eku hani nhi , jigidin ase xokolu ek hoi thakibo lge , Apunalukk val lge monor pora , Khuri , khura , vaiti ru pokemon valdore thakok xokolu

    • @teenaslife9700
      @teenaslife9700 3 года назад +1

      সেইটো সঁচা কথা তেনেকৈ হলে ভাল নলগা হৈ যায়।প্ৰত্যুত্তৰত হাঁহি এটা মাৰি দিলে কি হল হয়।

    • @oleehandique3033
      @oleehandique3033 3 года назад +1

      Ahankare poton r Muk karon...asomor celibrity r background sbe Jane ...hihoti Amar uporote jiai ase ..

    • @faith8718
      @faith8718 3 года назад +1

      Thik koise baa apuni

  • @Gayatri_verse
    @Gayatri_verse 3 года назад +2

    সিহঁতে‌ মানুহৰ ‌আবেগক‌ ভৰিৰে ‌মচিবও জানে‌ আৰু চেলেকিবও পাৰে ‌। গতিকে ‌আপোনালোকে দুখ নকৰিব। সদায়ৰ দৰে হাহিঁ স্ফু্তি কৰি আগুৱাই যাওক। বৰ্ণালী বা তুমি মন‌ বেয়া নকৰিবা ইহঁত এনেকুৱাই। আপোনালোকৰ আশাক বৰষাই ‌বৰ‌ অপমান কৰিলে। এইয়া এক জীৱনৰ শিক্ষা বুলি ভাবিব। তাই নিজৰ প্ৰকৃত পৰিচয় হে দিলে।

  • @mridusmitadas4950
    @mridusmitadas4950 3 года назад +72

    আমিয়েই তেওঁলোকক জনপ্ৰিয় কৰিলো চিনেমা থিয়েটাৰ চাই। এতিয়া এনে কৰিলে কোনে ভালপাব।

    • @karimuzzaman1693
      @karimuzzaman1693 3 года назад +1

      Right...

    • @monmechutia2545
      @monmechutia2545 3 года назад +1

      Khei krne Moi Assamese aku nasau khihote alp uport uthile sob pahori jai..

  • @LightIndia
    @LightIndia 2 года назад +1

    বহুত বহুত ভাল লাগিল ভিডিঅ'টো

  • @bontysvariety4026
    @bontysvariety4026 3 года назад +51

    কথাবোৰ clearlyকৈ দিলা , good. মইটো তাইৰ channel তো unsubscribe এ কৰি দিম, ইমান ভেম নে। Pokemon always ❤️ love.

    • @jyotismitadeka8813
      @jyotismitadeka8813 3 года назад +3

      হয় ময়ো unsubscribe কৰিম

    • @nilakshidas4800
      @nilakshidas4800 3 года назад +2

      moio..

    • @krishnaranigogoi582
      @krishnaranigogoi582 3 года назад +5

      moi tu subscriber ei nai kra nkru dorkaru nai amr nicna hadhorn manuhr krne emn uprt paisege ako hai manuhkhini ke vl bebohar kribo njne buri jni korobar 😣aji vdo tu sai tair proti vl vab nohae hl..... poisa pgl jni....

    • @sumpisonowal8511
      @sumpisonowal8511 3 года назад +1

      মইও আনফ্ৰিণ্ড কৰিম

    • @rishirajborah4560
      @rishirajborah4560 3 года назад +1

      Moiu unsubscribe krim atia... Anekiwa dekhuwale val nalage ami manuh nhoi ni... Fal2 aibur manuhk manuh buli navane..

  • @BTS-fj7df
    @BTS-fj7df 3 года назад +1

    আপোনাৰ ভি দিঅ বোৰ চাই খুব ভাল লাগে। আৰু বৰষা বাইদেউ কথা কবলৈ গলে তেখেতৰ ভেমটো অলপ বেছি। আৰু দুটা ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আছে কিন্তু আপোনাক খুব বেছি ধুনীয়া আৰু ন বোৱা ৰি যেন লাগে। তেখেতৰ কথাত কান নিদিব তেখেতক আপোনাৰ ছোৱালী জনীয়ে খুড়ি মাতিলেহে ভাল লাগিব

  • @nimikhagogoi8218
    @nimikhagogoi8218 3 года назад +13

    আপোনালোক সহজ সৰল মানুহ।।মোৰ সদায় প্ৰিয়।।

  • @queenmonidas5184
    @queenmonidas5184 2 года назад +1

    Kiba vol buja buji hoise sage...Barsha bak bht vl pau...

  • @bandanadas7096
    @bandanadas7096 3 года назад +5

    Vdo tu sai val lagil 😍❤ Barasha baar ktha tu gom pai vl nalagil teok enekuwa boli voba nasilu

  • @beautyaxomiyasuwali793
    @beautyaxomiyasuwali793 3 года назад

    Xdy apunalokr vedio r babe roi thako ketiya ahibo boli...bht vll lge apunalokr vedio sai...apunalokr lgt ami xdy aso...mr o mn jai apunalkok lg pabo♥️

  • @anitasarania8511
    @anitasarania8511 3 года назад +16

    আপোনালোক ইমান সহজ-সৰল, খুব ভাল লাগে ভিডিওবোৰ চাই। সদায় এনেকুৱা হৈ থাকিব, আমি সদায় থাকিম আপোনালোকৰ লগত❤

  • @soontorakalita6232
    @soontorakalita6232 3 года назад +1

    তেখেতক মই তিনিবাৰ লগ পাইছোঁ একেলগে ফটো উঠিছো কিন্তু এনেকুৱা যে ইমান বেয়া মন এটা আছে ভাবিবই নোৱাৰি।বহুত বেয়া লাগিল আপোনালোকৰ লগত এনেকুৱা কৰা বুলি জানি।দুখ নকৰিব আগবাঢ়ি যাওক আগত যেনেকৈ বনাইছিল সাধাৰণভাৱে ভিদিঅ আপোনালোকৰ ভিদিঅ চাবলৈ সদায় ৰৈ থাকো বহুত ভাল লাগে।💞💞

  • @bornalicreation5511
    @bornalicreation5511 3 года назад +22

    Moiu akelge borokharanir lgt rakh nasisilu.....tair lgt 1ta selfie loisilu 1ta slfie bya holt aru ata maribo loisilu tai ndile bht lbl.....teu nijei eman dngr dngr ktha koi tai janene tai jj actress huar agte ajoni manuh gotike manuhk kne bibohar kribo lge janibo lge....mi ttyar pora bya paw taik....ru atiau....kintu tumalukok hdai vlpw ank agbahi jua...😊

    • @pinkikalita7138
      @pinkikalita7138 3 года назад +4

      Barsha rani r dore actress bur e guwahati t rastai ghate ghure. Ami ba pattai nidiu.

  • @reshmicippy4189
    @reshmicippy4189 3 года назад

    Fst view dei val lagile. Fm Namrup log pam ketiyaba.

  • @jbcreations8474
    @jbcreations8474 3 года назад +13

    ভাল লাগিল ব্লগটো, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।। আপোনালোক সদায় এনেদৰেই ভালে থাকক💞💞 মাটিৰ গোন্ধ থকা মানুহ হৈ থাকক এনেকৈয়ে ।।

  • @urbashiphukan3416
    @urbashiphukan3416 3 года назад

    Khub vl lage apunalokok dhuniya dhuniya vidio bnai thakib... Karo kthat dhukh nkriba bhut uparloi jua borkha ba kthatu a tumalok ru chang krib dhukh ple adin hukh pai

  • @sibangkudutta7524
    @sibangkudutta7524 3 года назад +26

    ভাল লাগিল আপোনালোকৰ ভিদিও চাই💕।বাবাক আপোনালোকৰ ভিদিও জৰিয়তে দেখি বৰ ভাল লাগিল,বাবালৈ শতকোটি প্ৰণাম ।🙏🏻🙏🏻🙏🏻

  • @priyamixtureuchil8961
    @priyamixtureuchil8961 3 года назад

    ভাল লাগিল, HAPPY family আপোনালোকৰ। পইচা দিব লগা কথাটো আমাৰ লগত হোৱা হলেও বেয়া লাগিলহেতেন। আপোনালোকক ধন্যবাদ জনাইছো, আমিও সাৱধান হব পাৰিম। কিন্তু এটা কথাও হয় ,Barsharani বা ৰ Friends বহুত আছে যে ,হাতত সময় কম থাকে। আৰু কেতিয়াবা কি হয়, মানুহে বেছি মৰম পালেও এটা attitude হৈ যায়।

    • @binitahandique2753
      @binitahandique2753 3 года назад

      শিল্পীসকলে অহংকাৰী পোছাকযোৰৰ পৰা সদায় আতঁৰতে থাকিব লাগে,নহ'লে পতন নিশ্চিত!

    • @priyamixtureuchil8961
      @priyamixtureuchil8961 3 года назад

      @@binitahandique2753 হয় ,কেৱল শিল্পীয়েই নহয়। আমি সকলোৱে অহংকাৰী হব নালাগে

  • @simplerecipes4644
    @simplerecipes4644 3 года назад +54

    কি আচৰিত!! কিছুমান নিয়ম থাকিব পাৰে কিন্তু সেইবুলিয়েই সকলো সময়ত টকা নহয়।

    • @kangkana
      @kangkana 3 года назад

      আচৰিত ...

    • @krishnaranigogoi582
      @krishnaranigogoi582 3 года назад +1

      thik koise haibure okl poisa ha cini paiii baki manuhr lgt kaneka mrm seneht bebohar kribo lge njne hbla

  • @bindaassonowaldaa3192
    @bindaassonowaldaa3192 3 года назад +1

    তোমালোকৰ প্রায়বোৰ ভিডিঅ চাই থাকো । বহুত বেছি ভাল লাগে। তোমালোকৰ দৰে খোলা মনৰ মানুহ বহুত কম থাকে।
    ভগবানৰ বিচাৰ দেৰি হব পাৰে কিন্তু কেতিয়াও কাকো ৰেহাই নিদিয়ে।
    মানুহে লোভত পাহৰিব পাৰে ভগবানক কিন্তু ভগবানে মানুহক পাহৰি নাযায়।

  • @julisonowalvlog2330
    @julisonowalvlog2330 3 года назад +51

    মন বেয়া নকৰিবা। চেষ্টা কৰিলে তেওঁৰলোকতকৈ ভাল মানুহ হবা । ❤❤❤🥰🥰🥰😘😘

    • @rajuroy1806
      @rajuroy1806 3 года назад +1

      dhemali xoday dhemali hoi thake apunaloke dhemalik ahonkar nokoriba

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 3 года назад +1

    আপোনালোকক লগ পাব ম'ন আছে।সুখী পৰিয়াল। আপুনা লোকক সুখ মৰম ভক্তি বোৰে মনটো ভাল লগাই দিয়ে।চিন্তা ভাবনা বোৰ ইমান সহজ সৰল।

  • @Joydepkalita
    @Joydepkalita 3 года назад +11

    জীৱনত প্ৰথম শুনিলোঁ , দেখাবৰ কাৰণে টকা লাগে বুলি , কি কম ভাল মনৰ ব্যক্তি বুলি ভাবিছিলোঁ

  • @minakshigogoi2042
    @minakshigogoi2042 3 года назад

    Valei hol video nokorela....manuh bure nijoke ki buli bhabe najanu ru da...bad diya lukor kotha...agbahi juwa .....🥰🥰🥰🥰🥰

  • @assamesevloggernayani9135
    @assamesevloggernayani9135 3 года назад +5

    খুৰী বুলিয়েই কব লাগে সচাঁ কথা কৱলৈ গলে ।

  • @libiramahanta4089
    @libiramahanta4089 3 года назад +1

    Babu.....beti eman dhuk nokoriba.....eman buri joniu jodi eman kando giyan nai......ki kom hoi hosa murei khong uthie goise.......aku nai mon beya nokoriba.....hodai hahokhi....huwa........asu nohoi ame bur hodai Logot

  • @minakhisaikia5776
    @minakhisaikia5776 3 года назад +5

    অভিনেত্ৰী গৰাকীয়ে পইছা বিচাৰিলে ৷।😜️ আচৰিত পাই ৷ ইমান টকা কি কৰিব বাৰু 😨বাদ দিয়া ৷ তোমালোকৰ কাম কৰি যোৱা। ❤️

  • @sangitahatiboruah9679
    @sangitahatiboruah9679 2 года назад +1

    Val. Lage apunalokr family morombillak.dekhi..👍❤️❤️❤️❤️

  • @bharatiborah3194
    @bharatiborah3194 3 года назад +56

    আমি তাইৰ চেনেল নেচাওঁ ।আমি তোমালোকৰ চেনেল চাওঁ ।Don't worry, keep going.Love u all.

    • @jeww1_
      @jeww1_ 3 года назад

      You are right💖

    • @Dhruba438
      @Dhruba438 3 года назад +1

      Tene k nkba o ....borokha baar libe6 tu sba sun asol ktha janiba

  • @sumuborah7327
    @sumuborah7327 3 года назад

    Pahar bur duror pora saboli ha dhunia usoror pora sabo gole tar beauty pua najai. Glamour jogot khonu akei. Sob manuhor personality akei nohoi. So, aiburot mon bea nokoribo apunaluke.. eman ata happy family anekei thakot hodai.. Val lage apunalukok 💚..best wishes

  • @bhabanidas3445
    @bhabanidas3445 2 года назад +4

    আমাৰ অসমীয়া অভিনেতা-অভিনেত্ৰী বা গায়ক-গায়িকাসকলৰ বেছিভাগেই অহঙ্কাৰী। বহুত জনা বুলি ভাবে নিজকে।বলিউডৰ শিল্পী সকলৰ লগত ফেৰ মাৰিব পাৰিব নেকি সিহঁতে ?

  • @rejinaswargowari5384
    @rejinaswargowari5384 3 года назад +1

    Kotha burot hodai negative/positive thake,,so positive tu lole misunderstanding tu nethake,,So be positive

  • @chimpiboruahboruahchimpi1297
    @chimpiboruahboruahchimpi1297 3 года назад +110

    Barsharani bixoiya jnik vl pisilu kintu atiaa hey gm plu BOM lbldhari...buri hol tii oths xru lorajnr lgt biyaa Hoi njkee btsa buli eee vbi lolee nky...mnuhk ontrt jiee nthkk kioo mukhr agt mnt bya lgakoi kuatu vl nhyy😊❤️MN byaa nkriba.bor Ake celebrity joni..aji gm plu mukht ataa misa hahi loi acing lyfr dore ghuri fure..tmlk xsakoi bht moromial..xukht thkaa xklu❤️

    • @pallavigogoi8771
      @pallavigogoi8771 3 года назад +7

      Moiu bhisilu Bohut vl nky bulii buri boihot horu lora ata pai tmm futoni

    • @SUMWorld944
      @SUMWorld944 3 года назад +7

      Haru Lara tor lagat biya hai level ye beleg hal.nijake Hollywood r actress buli vabe neki.Mumbai te tikib nobara he.ako val nalage.ajikali to tair acting nashaobe.

    • @mitalijyotishvlog5512
      @mitalijyotishvlog5512 3 года назад +4

      Right👍

    • @pallavigogoi8771
      @pallavigogoi8771 3 года назад +1

      @@rushnachangmai773 wlcm ❤️

    • @ImranHussain-gm5dc
      @ImranHussain-gm5dc 3 года назад +6

      Barsharani bixoiya ketiao ane koi nkoi bohut Val ba apunalk farto begr boddam kra

  • @sunshine2131
    @sunshine2131 3 года назад +1

    Moi ghy t bht k a dekhisu akdm osrr pora.. Bt aji loik kaku mati puwa nai n okora mokora k sai o nathaku.. Hihotio manuh, amio manuh emn besi importance dble vgbn nhoi so normally a bhv koru.. Hihot burok dekhi ketiyao excited hoi puwa nai.. Ghy r bate pothey bht r lgt mukha mukhi hou.. Mr lgr burok dekhao bt hihotk kou besi sai nathakibi..karon sbrey self respect ase.. Besi sai thakile besi kori dekhabo buli a... Apunlk a aibur manuhr kotha care a nkribo...

    • @barashaduwari9416
      @barashaduwari9416 3 года назад

      Thik moiu tnkua usrt pleu selfie nolow dai mur office usrt Zubeen da thke lg pw bhl bea khbr lw kintu selfie utha ni aji loike .....

    • @rupaschannel5856
      @rupaschannel5856 3 года назад

      Moio eman besi excitement nedekhao kunu celebrety'k, Karu pisot dauri nufuru, teulok duror pora sai ye moi hontusto, moi eman pagol nhoi

  • @karabigogoi6208
    @karabigogoi6208 3 года назад +13

    ভাল লাগিল। আপোনালোকৰ পৰিয়ালটো মোৰ অতিকৈ প্রিয়। আপোনালোক যেনেকৈ আছে, তেনেকৈয়ে দেখাব পৰাটোহে আচল কথা❤❤❤

  • @suprimsparsha2684
    @suprimsparsha2684 3 года назад

    Aajihy janilo bahut kotha ...towlokor cenel bor OK tenty aami anei sai thako ...tewlokor mokhor hahi bilak real nohoi aasoloty ....aaponalokok Val lagy ..aagowai jawk

  • @rintuhandique5883
    @rintuhandique5883 3 года назад +5

    Ba tmk bht vl lgise
    Hodai anedore hahi thkiba nd anekoie vl vl vlg di jaba ..

  • @neelkitchen
    @neelkitchen 3 года назад

    First time xaisu video khub bhal lagise. Aru aguwai juwa

  • @devikagogoi2898
    @devikagogoi2898 3 года назад +3

    ধন্যবাদ জ্ঞাপন কৰিলো । বৰষা বুঢ়ীয়ে মনত ৰাখিব লাগিছিল তাই অতীত তো কি আছিল ।

  • @paporidsaikia3048
    @paporidsaikia3048 3 года назад

    Tumaluk valdore poha.. pohatkoi Dangor aku nohoi... Jibonot hokolutkoi aagbarhi jua❤️❤️

  • @parishmitabora3731
    @parishmitabora3731 3 года назад +9

    Thik kotha koisa মানুহৰ ব্যবহাৰ য়েই পৰিচয়।।love from jorhat deiii😊❤️

  • @ipshaslifestyle2150
    @ipshaslifestyle2150 3 года назад

    Iman ohongkari ne.. Borokha bhl lgisil kintu etiya pora nepau aru...tumluk aag barhi jua..👍 rply eta dibasun...

  • @ratulgogoi1796
    @ratulgogoi1796 3 года назад +7

    বৰষাৰাণী এজনী অসমীয়া জগতৰ ফকটীয়া অভিনেত্রী

  • @aparajitaborgohain2878
    @aparajitaborgohain2878 3 года назад

    Hosa val laga tumalokor vedio sai. Aru tumalukok log paisu bohut val laga

  • @rnnikugogoipurty5506
    @rnnikugogoipurty5506 3 года назад +3

    ভাল লাগিলছে তোমালোকৰ কথাবোৰ

  • @dulumonidas7746
    @dulumonidas7746 3 года назад

    Fast coment korisu. . Sei burhi jonik kune sai o. Vale korisa nedekhala J.tenekuwa manuhbur anor mrm aru honmanor jugya nhy.

  • @ashmitaentertainment4814
    @ashmitaentertainment4814 3 года назад +5

    তোমালোকক বহুত ভাল পাওঁ আৰু লগতে মামা ৰ ঘৰৰ খন সেই বিলাক ভিডিঅ' বনাবা
    অদৰকাৰী মানুহৰ পাছত লাগি মন বেয়া নকৰিবা

  • @nizaradas2892
    @nizaradas2892 3 года назад

    Barsharani anekua buli vabanasilu ajihe gompalu. Tumlukr family tu bohut vl lge. Aguai jua

  • @amu536
    @amu536 3 года назад +5

    তোমালোক ৰ ভিডিঅ' ভালে। কিন্তু কাৰোবাৰ ওপৰত অভিযোগ চচিয়েল মিডিয়াত আনিবলৈ বিচৰাতকৈ দুয়োপক্ষই ভাবিলে ভাল। সময় পৰিস্থিতি কথাও আছে। ধেমালিও বুজিব লাগে।

  • @dilipkakoty4253
    @dilipkakoty4253 3 года назад +1

    Bohut 2 val lagil

  • @swapnagandhiamixchannel2802
    @swapnagandhiamixchannel2802 2 года назад +3

    Apunaluke jeneke video diye tenekoie val lage so dangr manuhk nedekhaleu ami sam.poisa di kio dekhab lage valei koril poisa di nedekhale.hohoj horol manuh hodai mur priyo.borsha bak val lage kintu eitu kotha babe ekdm val nalagil..

  • @karishmaborua1176
    @karishmaborua1176 3 года назад +1

    Apunaluke Borokha baar live video Tu sale ne..apunalukor kotha koise.. Tau clear kori dise...

  • @rupjyotigogoi7510
    @rupjyotigogoi7510 3 года назад +14

    বৰ দুখ ‌লাগিল কথটো‌‌ জানিব পাৰি। কোনো ‌মানুহক এনে কৰিব নাপায়। আজিৰ দিনত কোনো সৰু বৰ নাই।সকলো‌ সমান।

  • @parbinsultana508
    @parbinsultana508 3 года назад

    Right ba apunar kotha khini val lgisa, celebrity buli ki taoluk mnuh nhoi nki,,uthi oha sam tu taolukor emn respect kore ,taoluke jdi anekua kre taolukor poti amar mnt respect r vab tu nuhua hoi jbo,,janu o Assamese actress bure nijoke bollywood r actress' Jen attitude dekhuai,bd diok ami asu apunar lgt hodai thkim ❤️

  • @ushadeka3979
    @ushadeka3979 3 года назад +4

    আপোনালোকৰ ভিডিও বোৰ চাই থাকো ভাল লাগে বহুত ।বৰষা বা মোৰ বহুত প্ৰিয় বহুত ভাল পাওঁ তেওঁক তথাপিও যেন বিশ্বাস কৰিব পৰা নাই বা এনেকুৱা বুলি....কিন্তু এয়াই বাস্তব ছাগে ।

    • @Dhruba438
      @Dhruba438 3 года назад

      Thik koisa tumi ...u tube live saba sob kotha gompba

  • @sumianupvlog5076
    @sumianupvlog5076 3 года назад

    Ba apunalukok Bohut val Lage ...log pabo mon aase....Moi moharastror pora Sai Thaku❤️❤️❤️❤️❤️

  • @gayatriborah2519
    @gayatriborah2519 3 года назад +7

    বৰ্ষা বাক বহুত ভাল লাগিছিল ।কিন্তু এতিয়া কথা বোৰ জানি মনটো বেয়া লাগি গল ইমান অহংকাৰী হব নাপাই,

  • @poetastermouchumidevi2378
    @poetastermouchumidevi2378 3 года назад

    Apunalukor family tu bohut val lage mor. Aagbarhi jaok .

  • @deepscreating493
    @deepscreating493 3 года назад +21

    জীবনটোত কেই দিনীয়া তাকে লৈ কিয় ইমান অহঙ্কাৰ মানুহ বোৰৰ। ।

  • @rinkislifestyle1411
    @rinkislifestyle1411 3 года назад

    Apunalokr volg xodai sau bhut bhl lage....apunak ru lora suwali kaita bhut bhl lage

  • @roshmigogoi4612
    @roshmigogoi4612 3 года назад +25

    Barsharanik moi bohut val paisilu horur porai mur favorite asil but aji kotha bur gom pai bohut beya lagil anekua buli voba nasilu ketiyau olop man karubar logot video uthiboloiu toka loi manuhok ki okol tokai pryoujon neki mat akhar dibou toka lage ki asorit teu sun anushthaan bilakot bor dangor dangor bhakhon dia heibur tarmane manuhor mon joy koriboloihe koi.. Bad diyok heibur kotha hihot kar karone dangor manuh hoise amaburor babe ami jodi val napau ketiyau dangor manuh hobo nuare.

    • @upolokhigohain8368
      @upolokhigohain8368 3 года назад +1

      U r right 👍

    • @barshagogoi8881
      @barshagogoi8881 3 года назад +1

      Moiu bhut bese bhl pau kintu ai kthatu huna karone beya lagil.. Ata video uthibole ba olp teukh dekhabole...pay kribo lage aitu kenekua ktha.. Bor beya lagise aitu ktha huni...

    • @roshmigogoi4612
      @roshmigogoi4612 3 года назад +1

      @@barshagogoi8881 Takei to ai kotha khar huni teur proti thoka valpua bur jen korobat herai gol

    • @rupabora2769
      @rupabora2769 3 года назад +1

      এই বোৰ মূখা পিন্ধা হয়।

    • @roshmigogoi4612
      @roshmigogoi4612 3 года назад

      @@rupabora2769 umm

  • @dimpichangmai2869
    @dimpichangmai2869 Год назад +2

    Love from Dibrugarh ❤️😍🥳

  • @bhaskarofficial.2533
    @bhaskarofficial.2533 3 года назад +42

    বৰষাক আজি দিনত একো ভাল নালেগে

    • @bornaliborah2528
      @bornaliborah2528 3 года назад

      Hosa kotha. Notun actress hole sai bhal lage. Horu r pora dakhi dakhi atiya amoni lagil

    • @himachuladhara3125
      @himachuladhara3125 3 года назад

      Hsk ....Mr to enu vl nlg .

  • @bishalhazarika6727
    @bishalhazarika6727 3 года назад

    Val lgse vdo tu apunalukr... Celebrity nlge deok eneki val lge... ❤vdo bur

  • @twoindiangamer4868
    @twoindiangamer4868 3 года назад +8

    We support you all rushna family

  • @mallikakalita4269
    @mallikakalita4269 3 года назад

    Right..nijor beboharei nijor porichoi..but barsha baak anekua buli ketiyao voba nasilu...

  • @pankajaxom6238
    @pankajaxom6238 3 года назад +4

    বৰষাৰণীক বাদদিয়ক হে,আমি CAA আন্দোলনত ভালকৈ চিনি পালো৷ বহুত বহুত শুভেচ্ছা থাকিল চাংমাই পৰিয়ালৰ সকলো সদস্য লয়৷from Guwahati.

  • @samikhyabortamuly3609
    @samikhyabortamuly3609 3 года назад

    অভিনেত্ৰী গৰাকী মোৰ খুব প্ৰিয় আছিল।কিন্তু এবাৰ লগ পোৱা পাছত হে গম পালো তেঁও আচলতে মই ভবাৰ দৰে নহয়।তেঁওৰ কথা বোৰ শুনিলে লাগে সঁচাকৈ যেন খুব মৰমীয়াল।কিন্তু মই বিপৰীত হে পালো।সাংঘাতিক Attitude থাকে।বৰঞ্চ তেঁও লগত ফটো উঠক বুলি ভাবি বিয়া ঘৰত পাক মাৰি ফুৰে। তেঁওৰে পৰিয়ালৰ বিয়া এখনত লগ পাই জানিব পাৰিছিলো।

  • @rupabora2769
    @rupabora2769 3 года назад +25

    হে ঈশ্বৰ বৰ্ষাৰাণীৰ ইমান অহংকাৰী নে? কি ফতোৱা , ইমান অহ্ংকাৰ ভাল নহয় এইয়া ভাল লক্ষণ নহয় এইয়া পতনৰ আগজাননী। ভৱা নাছিলোঁ ছিঃ ছিঃ।

  • @tanphasworld4453
    @tanphasworld4453 3 года назад

    Asorit lagil kothabur huni.... Heibilak ignore kori aguwai jaok😊😊

  • @ronjitaroy1767
    @ronjitaroy1767 3 года назад +34

    অহংকাৰে অধংপতন মাহী🙏🏽👌👍🏻100%

  • @urbashibora8474
    @urbashibora8474 3 года назад

    Mon bea nokoriba..tumalukor vdo bur saie hokolue valpai..beleg kaku dekhua drkar nai..apunalukor simple lifetue vallage..agbahi jauk...

  • @nipuchangmai9665
    @nipuchangmai9665 3 года назад +8

    বৰষা মানুহ গৰাকী কেনেকুৱা,, ভাল কে জানো,,,,তাই অবস্তা হ'ল কিহৰ বাবে,,,নিজকে ভাৱে বহুত ‌ডাঙৰ মানুহ,,,কি আছে অ' তাইৰ,,,

  • @Deepshikha882
    @Deepshikha882 3 года назад +1

    Mr pocemon bak vl lage besekoi 🤭😚😚😚❤️❤️aru aguai jaok tare kamona korilu 😗

  • @karishmaray627
    @karishmaray627 3 года назад +8

    Eibilak kotha vabi nthakiba dada baido.. aguwai jowa tumi all the best ❤️😘

  • @alpanadas2891
    @alpanadas2891 3 года назад

    Beta beti aru baa tumalukok khub val lage amar iman mon jai log pabole abar ..beta ,beti anor kothat gurutto nidiba. khokolu manuhore ontor bilak tumalukor nisina nohoi kisumane bohut bohut besi kori dekhai...😘😘😘...👍

  • @parishmitadeka3986
    @parishmitadeka3986 3 года назад +5

    Hai bur dhori Mon beya Kori nathakiba ,moi school t pohi thakute Amar school t thiotar koribo ahisil baa dekhi sobe photo tulat lagil moiu tulibo goisilu ,Muk sobor khnmukhot atori jabo kole mur bohut beya lagisil aru laju paisilu sobor khonmuxot so hai bur khi hote buji napai ,Tumi aguyai jua tuma lukor video bur aru vl Kori aguyai jua😊

    • @parishmitadeka3986
      @parishmitadeka3986 3 года назад

      @@swapnaliakakh2449 khihote okol poisa sini Pai tar bahire eku nai .

    • @Dhruba438
      @Dhruba438 3 года назад

      Borokhai baai koisil niki nij mukhere atora buli

  • @dharitridhiyanshi6198
    @dharitridhiyanshi6198 3 года назад

    Bohut val lge apunalokr poriyal tuk.. Video bilak sabole roi thaku

  • @kalyanibaishya5853
    @kalyanibaishya5853 3 года назад +17

    আপোনাৰ লৰাৰ কথা বিলাক শুনি ভাল লাগে

  • @nibeditachutia5131
    @nibeditachutia5131 3 года назад

    Tumalukor video bikal 1st r pora last loike sau vall lage aru val logar karon2 hol vaiti tumi baa aru tumar baak dhemali kori jukai thka j so sai aamoni nalage 💕💕

  • @sanuvlogsassamese7716
    @sanuvlogsassamese7716 3 года назад +6

    মন বেয়া নকৰিবা । যিমান পাৰা আগুৱাই যোৱা 👍👍👍👍

  • @hemenbaruah2832
    @hemenbaruah2832 2 года назад

    Val lagil apunar lukar video tu sai

  • @hungrycook2231
    @hungrycook2231 3 года назад +3

    Tahator attitude r kotha ki kbo ru..val korile poisa loi ngol anei waste hole heten😂 apunalok k sai a val lagil...❤️❤️❤️pehi babu maina bohut maram deii❤️❤️❤️

  • @sweetysarma7946
    @sweetysarma7946 3 года назад

    Baa apunalukr vdo aji salu vl lgil ,ru dada kom ne vaiti kom njnu ken2 tau bht vl lgil enka free mnhu vl lge

  • @sagarikaduarah
    @sagarikaduarah 3 года назад +7

    Poujont teuk aita buli u matibo lgibo noh ...Atiya biya hol jtiya teu karubar khuri a ,karubar pehi...kisuman khetot alp bec kore biya hua pora aru bec hoise ..mon beya nkrba aibur manuh ankuai ame a teu lukok bec uport uthai dsu

    • @deepsikhamissong4500
      @deepsikhamissong4500 3 года назад +3

      Nijotke 15 yrs horu puwali atar logot Biya hoi nijoke 25 bosoriya vabi loise tai ......tai tu 2nd marriage Korise heitu pahori gol saage..... nijoke bohut uporor manuh buli vabi loise Barsha burhi joni

    • @sagarikaduarah
      @sagarikaduarah 3 года назад +1

      @@deepsikhamissong4500 hosake dei ...he 2 ru tair hator putola he ...dekhi a lage ghoiniyeke nosuai fure

    • @deepsikhamissong4500
      @deepsikhamissong4500 3 года назад +1

      @@sagarikaduarah hoi

    • @lenasarma8918
      @lenasarma8918 3 года назад +1

      @@sagarikaduarah Thik koisai😂

    • @lenasarma8918
      @lenasarma8918 3 года назад +1

      @@deepsikhamissong4500 Right

  • @gayetrigogoi1129
    @gayetrigogoi1129 3 года назад

    Tumalukor video sai Bor val laga.katiyaba log pam aakha thakil.Im from Jorhat.love you.