Nagara Naam By - Kailash Talukdar // কৈলাশ তালুকদাৰ দেৱৰ সম্পূৰ্ণ নাগাৰা নামৰ Live ভিডিঅ'

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • Kailash Talukdar Nagara Naam
    নমস্কাৰ পোন প্ৰথমে সকলো দৰ্শকক মই মৰমী শইকীয়াই আমাৰ RUclips Channl
    Maa Digital Studio And Marami Saikia Entertainment লৈ স্বাগতম জনাইছো।
    নতুন নাগাৰা নাম আৰু Live নাগাৰা নামৰ ভিডিঅ' সমূহ পাই থাকিবলৈ আমাৰ RUclips Channl টি Subscribe কৰি নাগাৰা নাম প্ৰচাৰিত কৰাৰ লক্ষত উৎসাহ যোগাব বুলি আশা কৰিলোঁ ধন্যবাদ 🙏🙏
    বি.দ্ৰ :- অনুগ্ৰহ কৰি Youtubar আৰু Facebook Page ৰ গৰাকি সকলক জনাওঁ যে আপোনালোকে আমাৰ RUclips Channel Maa Digital Studio And Marami Saikia Entertainmentr Video সমূহ আমাৰ Channanlr চত্তাধিকাৰীৰ অনুমতি নোলোৱাকে Dowanload কৰি নিজৰ RUclips বা Facebook Pegt Upload নিদিয়ে যেন🙏🙏

Комментарии • 12

  • @minatichamuwa3424
    @minatichamuwa3424 2 месяца назад +2

    Val lage❤❤❤

  • @user-xb8ye4ko1k
    @user-xb8ye4ko1k 2 месяца назад +4

    এই সুন্দৰ প্ৰতিভা কেতিয়াও কিজানি দেখা নাপাম ! কি সুন্দৰ প্ৰতিভা বহুত বহুত আশা কৰিছো যাতে আগৰ প্ৰতিভা ঘুৰি আহে🙏❤️❤️

  • @akshaylahkar9845
    @akshaylahkar9845 2 месяца назад +1

    ভগৱানে কৈলাশ পাঠকক আগৰ দৰে শক্তি দিয়ক।

  • @AmalKalita-l4w
    @AmalKalita-l4w 2 месяца назад +4

    🙏🙏🙏___Mojaa 👌👌👌

  • @sanjaybarman9928
    @sanjaybarman9928 2 месяца назад +1

    আহি গল নামৰ ৰজা আগৰ দৰে

  • @bhrigukalita6479
    @bhrigukalita6479 2 месяца назад +3

    সুন্দৰ গুৰুদেৱ 🙏🙏

  • @ChandanDas-el7gc
    @ChandanDas-el7gc 2 месяца назад +4

    Nice 🙏🙏🙏🙏

    • @bishnubaruah4728
      @bishnubaruah4728 2 месяца назад +3

      Namaskar.moy.pravur.osarat.minati.karichu❤

  • @SabitaNath-sr1gw
    @SabitaNath-sr1gw 2 месяца назад +1

    ভগৱানৰ আশিষ যেন ছাৰৰ ওপৰত সদায় থাকে । কৃষ্ণ 🙏🙏🙏🙏🙏❤️

  • @rijukalita5635
    @rijukalita5635 2 месяца назад +1

    Nagara naam eaiborak koi. Val lahil

  • @sanjibdas506
    @sanjibdas506 2 месяца назад +2

    আশা কৰিলো আপোনাক আগৰ দৰে পাম বুলি

  • @jurikalita4756
    @jurikalita4756 2 месяца назад +4

    Vgbane xdai vale rakhok apunak 🙏