Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
দাদা, এজনী অসমৰ থলুৱা ছাগলীয়ে কিমান বাৰ পোৱালি দিব পাৰে ?
15/16 বাৰ ধুনীয়াকৈ দিয়ে
Black bengal sagoli paam neki
নমস্কাৰ গ্ৰহণ কৰিৱ 🙏,দাদা আপোনাৰ ভিডিও মই প্ৰায় চাও। দাদা অসম হিল ছাগলী জন্ম হোৱাৰ কিমান দিন পিচত হিতত আহে? আৰু কিমান দিন পিচত জন্ম হয়? জনাৱ বুলি আশাৰে বাত চালো।
🙏 জন্মৰ ৫ মাহ পিছৰে পৰা হিটত অহা আৰম্ভ হয় যদি ভালকৈ যত্ন লয় আৰু হীতত অহাৰ পিছত ১৪৫ ৰ পৰা ১৫৫ দিনৰ ভিতৰত জগে
@@vigya জনোৱা বাবে আপোনাক অশেষ ধন্যবাদ। আগলৈও এনেধৰনৰ সহাৰি পাম বুলি আশা ৰাখিলো। শেষত আপোনাৰ দীৰ্ঘায়ু কামোনা কৰিলো। 🙏❤❤❤
দাদা আমাৰ ছাগলী কেইটাৰ প্ৰথম জৰ হয় খাব নোৱাৰা হৈ মুখেৰে লেলাউটি ওলায়।ঘুৰি থাকে।তাৰ পিছত মৰে ।কিয় এনে হয়।
9085923012What's app কৰিব
dada sagolik saaul dhuwa pani khuwabo pari ne
পাৰিব
মই আজি খাচী ছাগলী এটা আনিলো তাৰ স্বাস্থ্যটো ইমান ভাল নহয় ঘাঁহ পাত আদি খাইছে কম পৰিমানে লেট্ৰিনটো থিকেই আছে তাৰ গাটো অলপ দুৰ্বল যেন মোৰ অনুভৱ হৈছে .. কি খোৱাব লাগিব Albomer আৰু এটা brotone আজি আনিছো খোৱালে ভাল হ'বনে বাকি আপোনাৰ উপদেশৰ বাবে অপেক্ষা কৰিলো
Albomar টো ৰাতিপুৱা খালি পেটত খোৱব আৰু লিভাৰ ৪ দিনৰ পৰা ১০ দিন খোৱাব তাৰ পিছত আকৌ মালতী ষ্টাৰ এটা আনি ১০ ml কৈ ১০ দিন পানী খোৱাৰ পিছত খোৱাব, ভাল হব
@@vigya বহুত বহুত ধন্যবাদ
Dada ei injection duta pregnancy safe hoi ne?
হয়
❤❤❤
Phone number to nodhore j @@vigya
Lolit da apunr no tu dibo sun
দাদা, এজনী অসমৰ থলুৱা ছাগলীয়ে কিমান বাৰ পোৱালি দিব পাৰে ?
15/16 বাৰ ধুনীয়াকৈ দিয়ে
Black bengal sagoli paam neki
নমস্কাৰ গ্ৰহণ কৰিৱ 🙏,দাদা আপোনাৰ ভিডিও মই প্ৰায় চাও।
দাদা অসম হিল ছাগলী জন্ম হোৱাৰ কিমান দিন পিচত হিতত আহে?
আৰু কিমান দিন পিচত জন্ম হয়?
জনাৱ বুলি আশাৰে বাত চালো।
🙏 জন্মৰ ৫ মাহ পিছৰে পৰা হিটত অহা আৰম্ভ হয় যদি ভালকৈ যত্ন লয় আৰু হীতত অহাৰ পিছত ১৪৫ ৰ পৰা ১৫৫ দিনৰ ভিতৰত জগে
@@vigya জনোৱা বাবে আপোনাক অশেষ ধন্যবাদ।
আগলৈও এনেধৰনৰ সহাৰি পাম বুলি আশা ৰাখিলো। শেষত আপোনাৰ দীৰ্ঘায়ু কামোনা কৰিলো। 🙏❤❤❤
দাদা আমাৰ ছাগলী কেইটাৰ প্ৰথম জৰ হয় খাব নোৱাৰা হৈ মুখেৰে লেলাউটি ওলায়।ঘুৰি থাকে।তাৰ পিছত মৰে ।কিয় এনে হয়।
9085923012
What's app কৰিব
dada sagolik saaul dhuwa pani khuwabo pari ne
পাৰিব
মই আজি খাচী ছাগলী এটা আনিলো তাৰ স্বাস্থ্যটো ইমান ভাল নহয় ঘাঁহ পাত আদি খাইছে কম পৰিমানে লেট্ৰিনটো থিকেই আছে তাৰ গাটো অলপ দুৰ্বল যেন মোৰ অনুভৱ হৈছে .. কি খোৱাব লাগিব Albomer আৰু এটা brotone আজি আনিছো খোৱালে ভাল হ'বনে বাকি আপোনাৰ উপদেশৰ বাবে অপেক্ষা কৰিলো
Albomar টো ৰাতিপুৱা খালি পেটত খোৱব আৰু লিভাৰ ৪ দিনৰ পৰা ১০ দিন খোৱাব তাৰ পিছত আকৌ মালতী ষ্টাৰ এটা আনি ১০ ml কৈ ১০ দিন পানী খোৱাৰ পিছত খোৱাব, ভাল হব
@@vigya বহুত বহুত ধন্যবাদ
Dada ei injection duta pregnancy safe hoi ne?
হয়
❤❤❤
Phone number to nodhore j
@@vigya
Lolit da apunr no tu dibo sun