Hey surokar aanha hey geetikar aanha.( হে সুৰকাৰ আঁহা হে গীতিকাৰ আঁহা )

Поделиться
HTML-код
  • Опубликовано: 30 сен 2024
  • Hey surokar aanha hey geetikar aanha.
    হে সুৰকাৰ আঁহা হে গীতিকাৰ আঁহা ।
    An Assamese modern song by Rumi Goswami recorded in the Studio of AIR Dibrugarh.
    কণ্ঠশিল্পী - ৰুমী গোস্বামী ।
    গীতিকাৰ - অখিল চক্ৰৱৰ্তী ।
    ( Credited to AIR Dibrugarh )
    { Note : - The image of the lady used in this video is of the singer, Rumi Goswami.}

Комментарии • 4

  • @rajkumartaid3744
    @rajkumartaid3744 2 года назад +1

    কবলৈ ভাষাই বিচাৰি নেপাও কিযে সুন্দৰ গীত। লগতে আকৌ আমনি কৰিবলৈ বাধ্য হৈছো সংগ্ৰহ কৰিব লগা গীতটিৰ অন্তৰাটি হৈছে "ইপাৰে যমুনা কদমৰ তলে গোসাঁই গৰখীয়া তাত সিপাৰে যমুনাৰ পানী সোনোৱালী ৰাধাই পানী অনা ঘাট"সৰুতে শুনা পাহৰিলো। লগতে আগতে অনুৰোধ কৰা গীত দুটিলৈ অপেক্ষা কৰিলোঁ।

    • @probinagogoi3805
      @probinagogoi3805  2 года назад

      গীতটি সংগ্ৰহৰ বাবে নিশ্চয় চেষ্টা কৰিম । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @dhirendeka5745
    @dhirendeka5745 4 года назад +1

    বৰ সুন্দৰ গীত

    • @probinagogoi3805
      @probinagogoi3805  4 года назад

      হয়, সঁচাকৈয়ে সুন্দৰ গীত। আপোনাৰ মতামতৰ বাবে ধন্যবাদ জনালোঁ।