SCOৰ সন্মিলনত ভাগ লোৱাৰ বাবে পাকিস্তানৰ ভূমিত পদাৰ্পণ জয়শংকৰৰ

Поделиться
HTML-код
  • Опубликовано: 15 окт 2024
  • সুদীৰ্ঘ ১০ বছৰ বিৰতিৰ অন্তত ইছলামাবাদত পদাৰ্পণ ভাৰতৰ প্ৰতিনিধি৷ ২৪ ঘণ্টাৰো কম সময়ৰ বাবে ইছলামাবাদত সাংহাই সহযোগিতা সংস্থাৰ বৈঠকত উপস্থিত থাকিব ভাৰতৰ বিদেশ মন্ত্ৰী ড০ সুব্ৰমণিয়ম জয়শংকৰ৷
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Комментарии • 4

  • @KhagenBora-c9l
    @KhagenBora-c9l 7 часов назад +1

    সুন্দৰ বাতৰি

  • @monishagogoi3330
    @monishagogoi3330 11 минут назад

    অতি সুন্দৰ বাতৰি।ইতিবাচক

  • @mhmondal5463
    @mhmondal5463 6 часов назад

    Good news

  • @GautamkumarDas-h1i
    @GautamkumarDas-h1i 4 часа назад

    Es Pakistane santana birdhit hasiuthe 😂