Gangopadhay still thinks like a dominating authority. It only reflects his background and upbringing. Kudos to our brave and bold Gaurav Gogoi. He is one of the the best parliamentarians in India.
ৰাজ নিতিৰ ক্ষেত্ৰত পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ পাগলে কি নকয় আৰু ছাগলে কি নাখাই পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় মই ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম সকলো ক্ষেত্ৰত সকলোও সময়ত মাফ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
গৌৰব গগৈই ছাৰ অসমৰ সোনালি সম্পদ হয়, গৌৰব গগৈই ছাৰ জিন্দাবাদ
😂
Maki mass to 😂😂😂
@@rameshpayang7871 murkho nki....masor puali jonmo hoi knke najana atai ankoi koi 😂😂😂....murkho sb 😅
বাপেকৰ জহত
@@ratulahom797 tnke hole central minister khiniloi sauk 😆😆😆....bapekor johot kimne ki kori ase
অসমৰ একমাত্ৰ সাংসদ জন হৈছে গৌৰৱ গগৈ
গৌৰৱ গগৈ❤
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
জয় আই অসম ❤️
aiudf sarkar ahily hob paribo
আশা কম
Gaurav Gogoi is a true leader of calmness and resilience. Next cm of Assam.
গৌৰৱ গগৈ অসমৰ সম্পদ , অসমৰ গৌৰৱ । বিজেপি কিছুমান মন্ত্ৰী অহঙকাৰী আৰু অভদ্য শব্দ মুখত ব্যৱহাৰ কৰে।
Gaurav gogoi zindabad👌🎉
NEXT CM GOURAV GOGOI
বিজেপি 🐒🐒🐒 কেইটাৰ পৰা আৰু কি ভাল আশা কৰিব 😂😂
নিলাজ বিজেপি নেতা কেইজন..তহতে অসম ধংস কৰিলি..
বিজেপি অহংকাৰী কেইটাই গৌৰৱ গগৈ ক যিমান আক্ৰমন কৰিব সিমানে গৌৰৱ গগৈ জনপ্ৰিয়তা বাঢ়িব। ২০২৬ত তাৰ ফল অসমৰ ৰাইজে দিব উচিত প্ৰত্যুত্তৰ।
Next cm Gaurav Gogoi axom
Next CM of Assam
গৌৰৱ গগৈ।
😂😂😂😂😂😂😂😂
কোন ই আমাৰ গৌৰৱক গগৈক বেয়াকৈ কবলে... লগ পাব দে অভিজিত বোলা জনক দি আছোঁ....
গাতৰ চেঙেলি গাততে থাকা। বাহিৰলৈ ওলালে ডাঙৰ মাছে খাই পেলাব। 😂😂😂😂😂
গাতৰ চেঙেলিক ধৰিবলৈ ঘন্টা ঘন্টা জুপদি থাকে , চেঙেলি মাছ নিৰুগি বহুত দৰবৰ কাৰণে দৰকাৰী ।
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Balor. Gourav
নাথ ডাঙৰীয়া, শব্দ ভালদৰে ব্যৱহাৰ কৰিব। আমি তেখেতক সন্মান কৰো।@@pranjitnath3659
@@pranjitnath3659 toi aeitah nomunahe dexun kothate gm pai thuii bjp ....😂😂😂😂😂---######
@@RahulPatar-lf5psএই সকলক কয় লাভ নাই। কাৰণ নাথ বোলাজন হয় হিন্দু বাংলাদেশী নাইবা কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া।
এই আইটি চেলৰ ১৫০০ টকীয়া কেইটাৰ বাদে কোনেও বিজেপিক সমৰ্থন নকৰে । মই লিখিলেই বিজেপি ১৫০০টকাত বিক্ৰী হোৱা কেইটাই মোৰ লিখা ডিলিট কৰি দিয়ে।
Gourav Gogoi zindabad
Gaurav Gogoi - you are proud of Assam
বিজেপিৰ এইজন অভদ্ৰ সাংসদ।
অভিজিৎ গাংগুলী কলকতা উচ্চ নিয়ালায়ৰ প্রাক্তন ন্যায়াধীশ। তেখেত এজন উচ্চ নিয়ালায়ৰ বিচাৰপতি হৈ যিহেতু গৌৰৱ গগৈ ক ষ্টুপিদ বুলি কলে এইটো সাধাৰণ কথা কোৱা নাই। সদনত যেতিয়াই শাসক পক্ষৰ সাংসদে বক্তব্য ৰাখিব বিছাৰে তেতিয়াই বিৰোধী পক্ষৰ বিশেষ কৈ কংগ্রেসৰ গৌৰব গগৈয়ে সস্তিয়া জনপ্রিয়তা অর্জনৰ বাবে হকে বিহকে প্রতিবাদ সৃষ্টি কৰি সদনৰ পৰিবেশ কলুষিত কৰা দেখা যায়। অভিজিৎ গাংগুলী য়ে গৌৰব গগৈক জোকৰ মুখত ভালদবে চুণ সানি দিলে। এইবাৰহে বাহে কাঠে পৰিছে। বৰ্তমান অসমত কিছুসংখ্যক লোকে গৌৰৱ গগৈ য়ে সদনত কথা কলেই গদ গদ হৈ পৰে কিন্তু সেই ভাষণ বোৰৰ যুক্তি যুক্ততা আছেনে নাই বিশ্লেষণ কৰি নাচাই। কেৱল শাসকীয় দলক বিৰোধিতা কৰাৰ বাবেই গৌৰৱ গগৈ য়ে সদনত উচ্চস্তৰে ভাষণ দি সস্তিয়া জনপ্রিয়তা লাভ কৰিবলৈ প্রয়াস কৰে। গৌৰব গগৈয়ে সংসদত যে আন এজন বাঘৰ প্রবেশ ঘটিছে সেয়া বৰ্তমান অনুভব কৰিব।
@@kumudbaruah2001আপুনি ভালদৰে শুনক অধক্ষ্যই কাৰ অসংসদীয় শব্দ কাৰ্য্য বিবৰনিৰ উঠাই দিবলৈ বাধ্য হল। কাললৈ খ্যাতি ৰাখি থৈ গল আপোনাৰ বিখ্যাত ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে । এইয়া তেওঁৰ সমাজলৈ কি অবদান বুলি কব। ভালৰ পক্ষত নে বেয়াৰ পক্ষত ধৰিব। এনেকুৱা অসংসদীয় শব্দ এনে ব্যক্তি বিশেষৰ মুখত শোভা নাপায়।
@@kumudbaruah2001that means ,you can support Mr Ganguly, you and Ganguly both are same mentality people,
@@kumudbaruah2001tur naam tu jnkua braint thka ghiu kon u tenekuai..
Gaurav gogoi Zindabad
Nonsense bjp
Gourav Gogoi ❤️
Gourav gogoi zindabad long life ❤❤
Amar Gourav ✌️✌️✌️✌️✌️
Garov Gogoi zindabad
Gaurav Gogoi ❤ Best of luck ❤
গৈৰৱ গগৈ.❤ 🔥
Gaurav Gogoi zindabad
Nroth east king 👑 gourav Gogoi sir ❤
Gaurav Gogoi Right
Gaurav Gogoi zindabad Assam CM next
সাংসদ জোৱা বাদেই ইয়াৰ পিছত মুখ্য মন্ত্ৰী হোৱা নিছিদ হৈ আছে তেতিয়া জ্বলি চাই হৈ জাৱ বিজেপি চৰকাৰৰ মানুহ বিলাক তেতিয়া অসমৰ মানুহে ভাত এসাজ ভালকৈ খাৱ পাৰিব দেশ খন উন্নতি দেখা পোৱা যাৱ। ধন্যবাদ থাকিল ভগবানে গৌৰৱ গগৈ চাৰক আৰু উচ্চ চিন্তা কৰিবলে আশিবাদ কৰক ভগৱানে,।
আজি লৈকে এনে হোৱা নাছিল,,,
যি হৈছে ভালৰ বাবে হৈছে ,
যি হব ভালৰ বাবেই হব,,
শ্ৰী কৃষ্ণৰ বাণী
JOY Aai AHOM.
গৌৰৱ গগৈ জিন্দাবাদ
Gaurav Gogoi Jindabad ❤❤❤❤❤❤❤❤❤❤❤
গৌৰব গগৈ আপোনাৰ লিকিয়া আমাক লাগে
গৌৰব গগৈ ছাৰ জিন্দাবাদ
With gaurav ❤
সদনৰ মজিয়াত সদনৰ মান মৰ্যাদা ৰাখি বক্তব্য ৰখাটো ভাল মানুহৰ লক্ষ্ন । গতিকে " "আপোনাৰ ব্যৱহাৰেই আপোনাৰ
পৰিচয় ।
Love Gaurav Gogoi ❤❤❤
গৌৰৱ গগৈ 👌👍
গৌৰৱ মহোদয়ে কিনো মহান কাম কৰিলে মানুহৰ মাজত গৌৰৱ গৌৰৱ।
Gaurav Google jindabad❤❤❤
অসমৰ সাংসদ ক অপমান কৰিব , আমি অসমীয়া হিচাপে অপমান পাইছোঁ । তেওঁলোকে Northeast ৰ মানুহক কি বুলি ভাবে ? গৌৰৱ আমাৰ সম্পদ !!!
😂😂😂😂😂 okl tur nisina congress oxigen diya keitar babe hompod😂😂😂😂
গৌৰৱ গগৈ সিংহ হৈ বিধানসভালে গৈছে শিয়াল হৈয় জোৱা নাই সকলোয়ে জানে তলৰ পৰা উপৰৰ মহললৈকে জানে।
Only gourav gogoi
জ্ঞানী লোকৰ মুখত অজ্ঞানী শব্দ এতিয়াও নকয় আৰু ভৱিষ্যতেও নকয়।
Misa kotha kobole nibisaru kintu , Assam gourab , gaurab Gogoi sir hit❤
অসমৰ গৌৰৱ গৌৰৱ গগৈ ।
Gourab gogoi sir l voot di joi jugto korok
গৌৰৱ is always গৌৰৱ
বিজেপি নেতাই সদনত কেতিয়াও অপব্যৱহাৰৰ আশ্ৰয় নলয় শুনিবলৈ বেয়া হ'লেও এটা কথা কব লাগিব যে কংগ্ৰেছী নেতাই হে সদনত সহজ সৰল ভাৱত ভাষণ ৰখা দেখা পোৱা নাই আনকি মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱক আৰু অধ্যক্ষ মহোদয়ক সন্মান কৰিব নেজানে গগৈয়ে
Gourav gogoi zindabad
Dilip Saikiai bor bhal paise jen anubhab hai
Day by day Gogoi jr sir getting Sharp.. thank you Assam pride 🙏🏼
বি জে পিৰ বহু সাংসদ মূৰ্খ তাৰ প্ৰমাণ অভিজিত "বোলাতোৱে" Stupid বোলাতো মূৰ্খ নহয়নে ?
Keteyau nhoi kiyonu teu koi asil budget or bikhoye ru amar aijon pondit e manuhe lion lion kua babe kotha botora nai sioribo goisil😂😂😂😂😂
গৌৰবে গৌৰব কৰি ন অসমীয়া/ পমুৱা বিধায়কৰ লগ হৈ মুখ্য মন্ত্রী হব পাৰিব! খিলনজীয়া ক লৈ নোৱাৰে। জন্ম নিয়ন্ত্রণ আইন কংগ্রেসে কেতিয়াও নানে।
*অসমৰ এজনক বেয়াকৈ কৈছে আৰু অসমৰ বাকী 13 তাই কি চিঙি আছে।*
Next cm Gogoi
গৌরব গোগোই রাইট জিন্দাবাদ
অধ্যক্ষৰ আসনত বহি দাঁত চেলাই থকাজনক গৰিহনা দিছোঁ।বালিলৈ যিপাত,সুগ্ৰীৱলৈও একেপাতেই।
বিজেপি জিন্দাবাদ
মই এজন এক্স বিজেপি হিচাপে জীৱন ত আৰু কেতিয়াও বিজেপি ক চাপ ৰ্ট নকৰো।। অকল হিন্দু মুসলিম কৰি কৰি বস্তু ৰ দাম বঢালে, চৰকাৰী সম্পদ বোৰ ব্যক্তিগত কৰি ললে। আমাৰ অসমৰ এজনে আক সীমা চেৰাই গোটেই অসমৰ চাহ বাগান ৰ মাটি বোৰ নিজৰ কৰি আছে, তাত ব্যক্তিগত হস্পিটেল বনাইছে, ইংৰাজী মাধ্যমৰ বিদ্যালয় বনাইছে।। উজনি অসমৰ লৰা ছোৱালী য়ে প্ৰতিবাদ কৰিলে কবিতা লিখিলে ডাইৰেক্ট আলফা সজাই মাৰি পেলাই নহলে জেল পঠাই দিয়ে।।
Gaurav Gogoi zindabad ❤
তেওঁ কিন্ত মনে মে CM ৰ কথাওঁ ভাবি আছে৷ আমৰো অলপ অভিজ্ঞতা আছে৷
জয় শ্রী রাম জয় ভারত মাতা কি জয়
থু নিলাজ বোৰ
Gaurav gogoi is a good and decent leader
Gourab gogoi sir telent hoi bohut
শ ইকীয়াই খুব ভালপাইছে।
Thanks a lot to Mr.Gogoi
Real hero 💪💪💪💪
Right gourob
Always with Gaurav Gogoiji....
চুৰে যেতিয়া চুৰ কৰে,চুৰৰ পৰিচালক অৰ্থাৎ চুৰৰ সপক্ষিয়ৈ চাই থাকে তথা ৰখি থাকে চুৰক, চুৰ ধৰা পৰিবলৈ ল'লে চুৰৰ ৰক্ষকে তেতিয়া গৃহস্থক শান্তনাৰ সুৰে সুধে কি হৈছে বা কি হ'ল,?আচল চুৰ কিন্তু চুৰটো নহয় চুৰৰ ৰক্ষকহে আচল চুৰ।
Gaurav Gogoi jindabaad
গৌৰৱ গগৈযে অসমৰ কি ভাল কাম কৰিছে।
I live gaurab
Kartun...gogoi
G G❤❤❤❤❤
এনে জনা শুনা গুণী জ্ঞানী লোকৰ মুখত এইবোৰ শব্দই শোভা নাপায়। হয়তো গৌৰৱ গগৈ ডাঙৰীয়া ছাৰৰ যুক্তিত তেওঁ অতিস্থ হৈ তেনে আচৰণ দিছিল। তেওঁ ও পাহৰি গৈছিল চাগে সেইখন তেওঁৰ ঘৰ নে সদন
Good 👍
Guorob sir ♥️👌
Gangopadhay still thinks like a dominating authority. It only reflects his background and upbringing. Kudos to our brave and bold Gaurav Gogoi. He is one of the the best parliamentarians in India.
I love Gourob Gogoi
If Gogo is stupid B.j.p.M.P. Nonsense.
ৰাজ নিতিৰ ক্ষেত্ৰত পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ পাগলে কি নকয় আৰু ছাগলে কি নাখাই পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় মই ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম সকলো ক্ষেত্ৰত সকলোও সময়ত মাফ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
Dam ase vaii........gogoii .
গৌৰৱ গগৈ।
It's time to raise your voice otherwise they will even take away your right to speech .
Jai Hind 🇮🇳
গৌৰৱ গগৈ ক বলে নোৱাৰে। সিহঁত নিজেই ষ্টুফিট।
Gaurav, son of a maestro.
ভাল।কাম।কৰিচে
great gogoi ji
Gaurav sir assam ka next cm
Goru hoi
Right
ধূৰ আমাৰ গৌৰব গৈগৈ
এইটো সংসদৰ মুখত su কৰি দিব লাগে।
সিংহক জোকাই নলব bjp ৰ দুম হিলোৱা সকল
Ultra pro max rahul or gaurb