Apunar video tu sai bor val lagil. Dihanaamor bikhoie bohutu nojona kotha gom palu.ei kotha khinir pora bohut upokrito holu tar babe apunaloi okhekh dhoinniobad thakil
বাইদেও, আপোনাৰ কথাখিনি পৰা বহু শিকিলো আৰু হয়তো বহু শিকিবলগীয়া আছে। আপোনাৰ পৰা ভৱিষ্যতে আৰু এনেধৰণৰ মূল্যৱান কথা জানিব পাৰিম বুলি আশা ৰাখিলো। দিহানামৰ নিয়মাৱলী খন আমি পাবলৈ কিবা উপায় আছে যদি অনুগ্ৰহ কৰি জনাবচোন।
🙏🙏🙏🙏🙏🙏🙏eman vhal lagise baido apunar Kotha xuni mur soku Pani ulai goll 🙏🙏🙏🙏♥️🙏🙏🙏🙏
ধন্যবাদ, আপোনাৰ কথা বিলাক শুনিলে শুনি থাকিব মন যায়।
বাইদেউ আপোনালৈ ভক্তি ভৰা শ্ৰদ্ধা নিবেদিলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই বহুত ভাল কথা কৈছে
বহত ভাল লাগিল
কথাখিনি ভালদৰে বুজায় দিয়াৰবাৱে ধন্যৱাদ বাইদেউ ! আমি আপোনাৰ নামসমূহ ধৰ্মীয় অনুস্থান আৰু প্ৰতিযোগিতাত গাৱ পাৰিমনে বাৰু !
বাইদেউ আপোনাৰ মন্তব্য় ই আমাক বহুত উত্সাহিত কৰিছে ॥
Hundor Baideo bohu kotha janilu
সুন্দৰ পৰামৰ্শ বাইদেউ
🙏🙏🙏বাইদেউ আপোনাৰ দিহা নামবোৰ বহুত ভাল লাগে। ৷
আপোনাৰ নাম বিলাক শুনি বহুত বহুত বহুত ভাল লাগে বাইদেউ । আপোনাক শতকোটি প্ৰণাম জনাইছোঁ। আপোনাৰ গুণ গৰিমা যাতে গোটেই বিশ্বত বিৰল বিস্তৃত ভাৱে বৈ থকা আৰু আপোনাৰ দীঘায়ূ হোৱাৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ । ধন্যবাদ।
*খুব সুন্দৰ গধুৰ আধ্যাত্মিক তত্ত্ব কথা*
গুৰুত্বপুুৰ্ন কথা কৈছে বাইদেউ আমাৰ উপকাৰ বাবে
বাইদেউ ভাল লাগিল। এনেকুৱা বিষয় বস্তু লৈ ভিদিঅ বনাই থাকিব।🙏🙏🙏
Bahut bhal lagil baideo
Anedhornor poramorkho vbishyatew d thakiboo
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ সেৱা ভাগি নিবেদিছো কৃষ্ণ🙏🙏🙏🙏
কৃষ্ণ সুন্দৰ আই অতি গুৰুত্বপূৰ্ণ কথা ।।
বহুত ভাল বাইদেউ
অনন্ত নমস্কাৰ!জয় গুৰু শ্ৰী শ্ৰী শঙ্কৰ,জয় গুৰু শ্ৰী শ্ৰী মাধৱ,জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়, অনন্ত নমস্কাৰ।
বাইদেউ আপোনাৰ পৰা দিহানামৰ বিষয়ে শুনি ভাল লাগিল ৷মই বহুত বাৰ দিহানামত অংশগ্ৰহন কৰিছো বাদ্যযন্ত্ৰত৷ ৷আমাৰ মাজুলীত দিহানমৰ সোৰ ;লই লাস এইবোৰ ভালেই পাওঁ ৷কিন্তু বিচাৰক সকলক কবল’গা আছে ৷কাৰণ তেওঁলোকৰ সকলোৰে বিচাৰ একেই নহয় কোনোজনে কয় এটা নিয়ম আকৌ কোনোজনে কয় এভাগে ৷আমি দলবোৰ বিপাঙত পৰিব ল’গা হয় ৷আপুনি মাজুলীত বিচাৰক কৰিবলৈতো আহিছে আপোনাক কোৱাৰ প্ৰয়োজন নাই বাৰু ৷সকলো বিচাৰকৰ মতামত আপুনি একেই পাইচেনে বাৰু? বাকী আপোনাৰ পৰামৰ্শ বোৰ আমাৰ কাৰণে পথ পদৰশক৷ভাল পালো ৷ধন্যবাদ
Oo bohut val kotha koise apuni,akujon bisaroke koi jatilau,aru akujone koi pani lau but bisar bur kio ake nahoi baru,?
Hoi ear upai lge
Bhal lagil baideo .
বাইদেউৰ ভাষণ শুনি ভাল লাগিল
আপোনাৰ দিহা পৰামৰ্শ বৰ্তমান সময়ত বৰ সময় উপযোগী হৈছে।
কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ------------------++
খুব ভাল লাগিল কথাখিনি।।কিছু কথা শিকিলোঁ।
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ। বহু দিনৰ পৰা দিহানামৰ বিষয়ে জানিবলৈ মনটো ব্যাকুল হৈ আছিল। আপোনাৰ এই কথাখিনিয়ে মোৰ সেই আশা যথেষ্টখিনি পূৰণ কৰিছে। অতিকে অনুপ্ৰাণিত হলো কথাখিনি শুনি। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
কৃষ্ণ ❤
Joi guru sankr aponar nam bohut val pao Krishna moio di ha nam gao aponar upodex bor bohut val lage
শিৱসাগৰৰ ক'ত ঘৰ আপোনাৰ।
বহুত নজনা কথা জানিবলৈ পালো বাইদেউ। ভাল লাগিল।
Baido apuni iman dhuniya diha naam gay bohut val lage
Hundor baidow
Bahut val lagil hori namto aru apunalukak.Aru huniboloi bahut ahabadi ami.
দিহা নামৰ উৎপত্তি কিন্তু গুৰু জনাৰ আগৰ"""""'
বহুত ভাল লাগিল বাইদেউ । আপোনাক ভক্তি ভৰা প্ৰণাম জনাইছো ।
বহুত ভাল লাগিল বাইদেও এনে ধরণর পরামশ' ভবিষ্যতেও দি থাকিব, কৃষ্ণ...
আপোনাৰ বক্তব্যৰপৰা বহুত কথা গম পালোঁ ।ধন্যবাদ বাইদেউ ।।
baideur kotha khini mor khub val lagil moi o dihanaamor protijogita kori aso bortoman
Apunar kotha bur huni Val lagil baideo apunar diha Nam huni m khub Val Pau xodai hunu..
বাইদেউ, আপোনাৰ শ্ৰী মুখে দিহা নামৰ প্ৰকৃত ৰূপ তথা বিষয় বস্তু সুন্দৰ ভাবে প্ৰকাশ পাইছে। বিচাৰক সকললৈ দিয়া পৰামৰ্শ সলাগীব লগা। বহু বিচাৰক লগ পালো, কিন্তু দিহা নামৰ বিষয় বস্তুৰ ওপৰত জ্ঞান নোহোৱাকৈ বিচাৰকৰ আসন গ্ৰহণ কৰি গুৰুজনাক অপমান কৰি দিহা নামকবেলেগ দিশলৈ লৈ গৈছে। ধন্য বাদ
"কৃষ্ণ, আই আপোনালৈ ভক্তি ভৰা সেৱা নিবেদিলো। নতুন মন্দিৰ প্ৰতিষ্ঠা বা গুৰু আসন প্ৰতিষ্ঠা কৰা দিনত দিহানাম এটি শ্ৰৱণ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ। তিনিওটা লয়ৰ কৃষ্ণ।''
Bhut hundor kotha koise baideo
Apunar video tu sai bor val lagil. Dihanaamor bikhoie bohutu nojona kotha gom palu.ei kotha khinir pora bohut upokrito holu tar babe apunaloi okhekh dhoinniobad thakil
আই ভাল লাগিল। কৃষ্ণ।
ভাল লাগিল কথাখিনি শুনি বাইদেউ ।মোৰও দিহা নাম গাবলৈ মন আছে । আপোনাৰ উৎসাহ পালে আগবাঢ়ি যাম ।
Apuni bohut val kotha koise
বাইদেউ আপোনাৰ কথাখিনি বহুত ভাল লাগিল।
Krishna ,,,,,,shardar ai ,,,,apunar ai. Program tur joriata bohut kotha bujilu ,,,dhoinabad ,,
Thank you apunr diha .namboir.chai Val lage
বাইদেউ আপোনাৰ কথাখিনি বহুত ভাল লাগিল । কৃষ্ণ ।
কৃষ্ণ কৃপাৰে সমৃদ্ধ কৰে যেন
আপোনাৰ কথা বোৰ বৰ ভাল লাগিল ।
ভাল লাগিল ভিডিঅ'টো চাই, আপোনাৰ কথাৰ পৰা বহুত উপকৃত হ'লো |
Krishna gobinda hari Rama Krishna gobinda hari pranam
Krishna
Hundor 💕
Apunar usrt Hikib bohut mon ase...moi Jorhat Tiek pora koisu....moi borgeet gaw...kintu Dihanam bikhoe val koi janib ,Hikib apunar usrt bohut Hepah ase.....
সুন্দৰ।
Bohut val lagila baido , apunar lgt abar gai sabo mon asa
Val lagila apunar Katha bur ki Dora agbohoi dila.anakoi di thakibo.apunar nam bahut Val pao
Hoi ba apunak bor bhal lage nam gaithakile amiou dihanam afaki gaisu apunar nam huni
Vl lgl
Apunar ktha hunile huniboi mon jai. Eman dhuniya aponar ktha bilak. Bht vl paw Moy apunak
বাইদেউ সৰ্ব প্ৰথমে আমি অভাজনে আপোনাক ভক্তিভৰা সেৱা নিৱেদিছো ৷আপোনাৰ প্ৰগ্ৰেম বোৰ চাই খুৱ ভাল লাগে লগতে নজনা কথা বহু খিনি শিকিৱ পাৰিছো ৷বাইদউ আপোনাৰ লগত অলপ কথা পাতিৱ লগা আছিল ফোন নম্বৰটো দিৱ নেকি ?🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏
baidew apunar nam xoni bahut val lage .apunar kothai xokoluke muhi pelai 🙏🙏
ba bohut vl lagil kisu jonuwer karone. ba ATA rqast apunar dolor badya bojuwakeijonok kisu geet Ann pertylogot dekha jai.kintu fktya jenpaww.ba apunar dolor loogkeijonok belegor logot dekhanapambuli Akha thakil.apuner logot rakhile potitugeet bohut vl Lage.ba Moi apunar potytu geetei vl paw.ok VB ba thnks
Bhal lagil aaigoraki, apuni hokolu kotha thikei koise buli bhabu mur drishtit..
Krishna baidew🙏🙏 moi apunr notun subscriber.diha nam kekoi gai najanu ekdome najanu.frstr pra lastloi video eta dibosun xohoj vabe
ভাল লাগিল বাইদেউ বহু কথা জানিব আৰু বুজিব পাৰিলো |
apunr diha nam moi huni bor vl .Pau apunar diha nam moi hodai rati pua hunu bhut vl lage.
আপোনাৰ কথা বিলাকৰ লগত মোৰ প্ৰায় একমত হয় ।
Diha namor bikhowe bohut kotha janibo parilu bhal lagil
Apunar Diha nam khuni bohut Val pau Ooo Amiya Baideu
rupa bordoloi amia baideu apunar dihanam vag bohut val house ami hodai sau
বহুত গুৰুত্বপূৰ্ণ কথা কৈছে।উপকৃত হৈছোঁ।আপোনাৰ পৰা এনে ভিডিঅ আৰু পাম বুলি আশা ৰাখিছোঁ।মোৰো
লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰাৰ ইচ্ছা এটা আছে।
ভাল লাগিল বাইদেউ, কথা বোৰ জানিব পাৰি,, কৃষ্ণ
আপোনাৰ নাম শুনি মোৰ বহুত ভাল লাগে
দিহা নামৰ প্ৰনালী সকলোতে বেলেগ হোৱাৰ কাৰণে আমি বৰ বিপাঙত পৰো ।
মই ভবাৰ মতে দিহানামৰ compition সমূহ আয়োজন কৰা হয় দিহানামৰ শুদ্ধ ৰূপ আনিবলৈ। আমিও সেইটোৱেই আশা কৰো। কিন্তু বাইদেউ আপুনি কোৱাৰ দৰে সাজ - সজ্জাতকৈ সকলোৱে দিহানামষাৰত বেছি মনোনিবেশ কৰিব লাগে। কিন্তু যদি দিহানামষাৰত ভূল নাই হোৱা তেন্তে এটা হাত ঘড়িৰ কাৰণে দলটো পুৰস্কৃত হব নোৱাৰিব নিকি!
সু্প্ৰভাত বাইদেউ.. আপোনাৰ হৰিনামবোৰ সচাই অমিয়া,বহুত ভাল লাগে। ধন্যবাদ
বাইদেও, আপোনাৰ কথাখিনি পৰা বহু শিকিলো আৰু হয়তো বহু শিকিবলগীয়া আছে। আপোনাৰ পৰা ভৱিষ্যতে আৰু এনেধৰণৰ মূল্যৱান কথা জানিব পাৰিম বুলি আশা ৰাখিলো। দিহানামৰ নিয়মাৱলী খন আমি পাবলৈ কিবা উপায় আছে যদি অনুগ্ৰহ কৰি জনাবচোন।
🙏🙏🙏🙏
Dhanayabad baidew .Moi vabu bisarokxkol upkrit hob .
Ba Saab and 59feet
Baa apunar diha bor br val lage
হয় বাইদেউ।আমি আপোনাৰ দিহানাম সমুহ গাব পাৰিম নে অৰ্থাৎ অনুমতি পাম নে আপোনাৰ পৰা।কৃষ্ণ
অমিয়া বাইদেউ আপোনাৰ পৰা দিহা নামৰ বিষয়ে জানি বহুত ভাল লাগিল ।কিন্তু আপোনাৰ পৰা আৰু বহুত শিকিব আছে ।গতিকে এই অভাগিনিয়ে আপোনাৰ লগত কেনেকৈ ফোনত যোগাযোগ কৰিব পাৰিম ।অকনমান সহায় পালে ভাল লাগিব ।
o ba tumi guwa naam sob sau moi bohut val pau sai hodai hunu tnx
বাইদেউ দিহা নামৰ প্ৰকাৰৰ বিষয়ে অলপ জনালে আৰু ভাল হব
Pranati saikia maramor byedew apuner mngal howk apuni sera hukhi howk , ( Lakhimpur)
Hosai apunar diha nam huni bought val lga
Val lagil
bahut Val lagil
নমস্কাৰ বাইদেউ, মই আপোনাৰ ভিডিও বিলাকৰ এজন নিয়মীয়া শ্ৰোতা, আপোনাৰ নাম শুনি ভাল লাগে, আপোনাৰ পৰা আমি কিছু কথা জানিব পাৰিছোঁ আৰু আগলৈও আপোনাৰ পৰা দিহানাম ৰ ওপৰত ভাল পৰামৰ্শ বা ভাল কথা জানিব পাৰো তাৰ আশা কৰিলোঁ ।
লগতে বাইদেউ আপোনাৰ যোগাযোগ ৰ নম্বৰ টু পাম নেকি ?
Val laga apnar geet
অমিয়া বা , দিহানাম ~ নাগাৰা নাম চলাই যাওক | ভাগিন প্ৰীঞ্চি প্ৰিয়া (সোণ) আৰু ৰশ্মিক আগবঢ়াই নিব | বা , প্ৰভূ ভগৱন্তই আশিষ কৰক
আপোনাৰ নাম শুনি মোৰবৰ ভাল লাগে বাইদেউ
আপোনাৰ vidio টৌ চাই উপকৃত হলো
বা ইদে উ সৰোবৰৰ মাজে পৰি কান্দে গজৰায় নামটো লিখিত ৰূপত দিব নেকি ?ভিডিও ত শুনি কিছুমান শব্দ বুজি পোৱা নাই ,লিখিত ৰূপত দিলে মই বৰ উপকৃত হম 🙏🙏
Krishna baideo
Bor dhuniya kotha kole baideo.bor upokrit holu.
হয় বাইদেউ মই আপোনাৰ লগত নাম গাবলে বহুত বহুত মন আছে
Baideo. Val Lagise.garnum hiore goise. Mur ghar. (Lakuwa.t).🌸🌺🙏.krishna.🙏
Nikhil Kr Mohan বাইদেউ দিহা নামত্ ৰাগিনী ভাগ নিদিয়ে নেকি বাৰু ? ৰং চেনেলত নিদিয়ে বুলি কোৱা শুনু । মই কিন্তু আপোনাৰ কৰ্ম শালাত পাইছিলো । জনাবচোন
।