Honuorble Rajes bhuyak nomoskar.behor bari recordr babe nohoi sadai amar bukut thakibo. Bondho korile bhal. Kisuman episode falto kori thake. Aru soliboloi hole tita hobo. Film actor serial t nidia bhal.
Beharbari outpost bor val pau dei joba n si siror couple logote hoklu avineta avinetrike bohut val lage solai jua amiu upovug kori jau neriba dei beya lagibo tumalukok nedekhile thank u ❤
Val nalage nisitak behabarit aru ase kei goraki man tar holoni muhon k k nisina beharbarik kuneu hei thai purabo nuwara karone behabari nasau aru val napau aru kunue nusuwa karone bondho nokori koribo ki
Long live Beharbari out post. Please place a good actor in place of Pritam Barua.I like this character.This is my small request .I always enjoy this serial before sleep ,also, it carries a message to our society. I remain outside of Assam for two months in a year still I have not missed this serial.Today also I have seen 57 minutes vdo with beharbari out post actor and actress from Dubai.
বেহাৰ Bari আউট post বন্ধ হব নিদিব l কাৰণ আমাৰ বহুত অসুবিধা হব l আমাৰ সদায়ে এটা অয়ভাস হৈ গৈছে l অকণমান হাঁহি ব সুবিধা পায় আছো l
😢
বেহাৰবাৰী শেষ নহয় সেইদিনা ৰাজেশ দা কৈছে 10000 episode target heno
@@kameswardas58081
বেহাৰ বাৰী আউট পোষ্ট সঁচাকৈ প্ৰতিদিন নোচোৱাকৈ নোৱাৰি আৰু কেনেবাকৈ চাব নাপালে মনটো একেবাৰে ডেমেজ হৈ পৰিব বেহাৰ বাৰী আউট পোষ্টলৈ আন্তৰিক শুভেচ্ছাৰে দীৰ্ঘায়ু কামনা কৰিলো৷
sundayu serch kori sau sabo babe..
প্রীতম দা থাকিলেহে ভাল লাগে আৰু বিয়াখন হবলৈ দিব লাগে ভাল লাগিব 🙏🙏
মিছা কথাৰ ঠেং ছুটী | ঠাৰমেলত মিছা লিখিছা|বেহাৰবাৰী কিয় বন্ধ হব আকৌ, আৰু ৩০০০ পুৰা কৰি ৬০০০ হবগৈ| চাই থাকা ভাই |হয় নে নহয় |জিন্দাবাদ বেহাৰবাৰী আউটপষ্ট|
KK, মোহন যোৱা পাছত এইখন চিৰিয়েল হৈ থকা নাই। তেওলোক দুজন যদি নাথাকে বন্ধ হলেও বেয়া নেলাগে।
Right
বেহাৰবাৰী আমাৰ জীৱ। গতিকে জীয়াই ৰাখিব
বহুত বহুত ভাল লাগিছে 🧡,যি কোনো কৰি থাকিলেও ভাল লাগে,প্ৰিতমে জবাক সোনকালে বিয়াটো কৰাব লাগে 🧡💜
প্ৰিতম খাৰঘৰীয়াৰ অভিনয় আমাৰ ভাল লাগে , ৰাকেশ নহলে বেহাবাৰী বেয়া লাগিব ৷ কে কে আৰু মোহন আকৌ বেহাবাৰীলৈ আহিব নেকি ? বিউটিৰ অভিনয়ো ভাল লাগে ৷
ভাল লাগিছে ।
প্ৰীতম বৰুৱা দেৱলৈ শুভেচ্ছা থাকিল। কহিনুৰ ৰ মঞ্চত সুন্দৰ অভিনয় দেখা পাম
❤bahut,Val,lage👍
beauty and susmita return lge..
Bahar Bari long live
বেহাৰবাৰী আউট পোষ্ট বন্ধ নকৰিব
Bht vl lagil dhonyobad jonalu apunaluk k
বেহাৰবাৰী Out Post বন্ধ হ'ব নিদিব ।
বন্ধ নকৰিব বেয়া লাগিব😢😢😢
Ei serial bond hole mur khub dukh lagibo. Ajiu sabole too asu. Hokolue Vale thakok🙏👍❤️
বেহৰবাৰী আউট সদাই চাও বহুত ভাল লাগিল আৰু শলাগ লৈ নোৱাৰিলো
পিয়তমক দেখিবলৈ খঙাল যেন লাগে কিন্ত ৰিলত দেখি গম পাইছো হিওঁ চেনি ও
Beharbari outpost bandha hobo nelage. Khub bhal lage serial khon.
Beharbari out post bandha hobo nidibo
মই এদিন ভাত নোখোৱাকৈ থাকিব পাৰিম । কিন্তু বেহাবাৰী আউট পোষ্ট নোহোৱাকৈ থাকিব নোৱাৰো ।
😢বেহাৰ বালী বন্ধ হ'লে বৰ বেয়া লাগিব ।
বেহাৰবাৰী আউট পোষ্ট বন্ধ হ'লে মনটো বেয়া লাগিব। Like Comment পোৱা নাই যদি দুবাৰ দুবাৰ দি দিম।বন্ধ নকৰিব।
ৰাজেশ দা কৈছে 10000 episode target heno bondho nhoi
বেহাবাৰী ধাৰাবাহিক, বন্ধ হ'ৱ নালাগে।
Khashi bahut vhal lagea
Bondho. Nokoribo. Aponalokok. Anurodh. Korisu.
বেহাৰ বাৰী বন্ধ নকৰিব
Beharbari outpost কেতিয়াও বন্ধ নহয় এয়া মোৰ গেৰাণ্টি 👍👍
বেহাৰ বা ৰি outpost আমি সদায় চাবলৈ পাম বুলি আশাৰে বাত চালোঁ,
Beharbari outpost is d.. T
Kk মোহন নথকাকৈ নচলিল serial খন, চিধা কথা...মইও চাবলৈ বাদ দিলোঁ..পুৰণা episode বিলাকহে চাওঁ....
প্ৰীতম দা।কে কে দা নথকাৰ বাবে অসম্পূৰ্ণ যেন লাগিল!
Beharbari all the best 👍❤
Bhout val lagile 👌
Behorbari out post khon bondho hoi jabo nidib .behorbari khon saw vat khawte gutei sari tare hahi hahi vat khaw.behprbari khon sai montu val lage.bondho hobo nidib.❤
সদায় চাও আৰু চাম kk মোহন নাই যদিও চাম
বেহাৰ বা ৰি outpost বন্ধ নকৰিব 😊
বন্ধ হ'লে সঁচাই বেয়া লাগিব
প্রীতমদা আপুনি বেহারবারী আউট পোষ্ট এরি নাযাব। এই ছিরিয়েলটোর জরিয়তে যিমানখিনি পরিচিতি আরু দর্শকর মরম পাইছে থিয়েটারত😊 সেইখিনি নিশ্চয়কৈ নাপায়। তারোপরি আপুনি ইয়ার পরা গুচি গ'লে দর্শকর আগ্রহ নেথাকিব ছিরিয়েলখন চাবলৈ। জনপ্রিয় চিরিয়েলখনক মরহি যাবলৈ নিদিব প্লিজ।
মনোজ দা উওৰ দিব দেই
😮
সাদৰক নেওছা নিদিবৰ বাবে অনুৰোধ জনালোঁ ।
Madum Dr. Bhagabwan haba nuware
এই চিয়েল খন আমাৰ ফেমেলিৰ বহুত পিয় বন্ধ হব নিদিব।
বেহাৰ বাৰিৰ ৰাজেশ ভূঞাৰ মন্তব্য জানিব খোজা
বেহাৰ বাৰি আউট পষ্ট বন্ধ কৰি নিদিব❤🥺
❤❤❤❤❤
মনোজ দা মই অভিনয় কৰিব পাৰিম নে বেহেৰবাৰিত বহুত আশা আছে মনোজ দা
Behorbari sai bohut Val Lage k k ARU Mohan Aku ahibo buli AXha thakil
বেহাবাৰী আউট পোষ্ট প্ৰতিদিন নোচোৱাকৈ নোৱাৰো । প্ৰতি গৰাকী অভিনেত্ৰী অভিনয় চাই ভাল লাগে । আৰু আগুৱাই যাওক।
অভিনেতা
Jindabad Beharbaree🎉❤
😢😢❤❤🎉
বেহাৰ বাৰি আউট পোছ ৰ পৰা যিখিনি দৰ্শনী চালোঁ আৰু নজনা কথা শিকিলোঁ । অনুভৱ কৰোঁ যেন মহাভাৰতৰ কাহিনী খিনি ৰ কিবা এটা কাহিনী আছে নেকি। মহাভাৰত আৰু বেহাৰ বাৰি আউট পোছ তাৰ মাজত পৰিয়ালৰ অন্তৰ্গত কিছুমান সাদৃশ্য দেখা পোৱা যায় । কাৰণ মই পঞ্চম খণ্ডৰ পৰা আজিলৈকে চাই আছোঁ
বহুত দুষ লাগিছে | আকৈ ছলাব নোৱাৰি নি?
Honuorble Rajes bhuyak nomoskar.behor bari recordr babe nohoi sadai amar bukut thakibo. Bondho korile bhal. Kisuman episode falto kori thake. Aru soliboloi hole tita hobo. Film actor serial t nidia bhal.
বেহাৰ বাৰী আউত post সদায় চাও। বেহাৰ বাৰী চালে মনৰ দুখ বেদনাবোৰ আঁতৰি যায়।অকলে অকলে হাহি থাকো।শেষ নকৰিব আৰু আগুৱাই যাওক।
আমাকো অলপ অভিনয়ৰ সুযোগ দিবছোন।
মিছিঙ মানুহকো chance দিব লাগে।
My parents regularly watch this,
যদি কেকে মোহন acting কৰা বাদ দিয়াৰে পৰা নুচুৱাই হলো
Adorok.newsha.debo.napai xosakoi.bohut val paw .lov lov❤❤❤❤
Behabri. Out. Post. Serial. Khan. Baandh. Nakrib
বেহাৰবাৰী যদি বন্ধ হয় ,তেন্তে অসমতেই নহয় বাহিৰ দেশতো বহুত হাহাকাৰ হ'ব ।বেহাৰবাৰী এক মনোৰঞ্জন ছিৰিয়েল । এই ছিৰিয়েল জৰিয়তে ৰাইজে বহুত কষ্টতো যেন কষ্ট অনুভৱ নহয় ।বেহাৰবাৰী আউটপোষ্ট অমৃত সম ঔষধি হৈ আছিল। ডাঙৰ ডাঙৰ বেমাৰীয়ে বেহাৰবাৰী ছিৰিয়েলৰ জৰিয়তে উপভোগ কৰি বেমাৰ আজাৰ পাহৰি গৈছিল। কিন্তু আজি বেহাৰবাৰী বন্ধ হ'ব বুলি জানি বহুতৰে আনবোৰ সেমেকা হৈ পৰিছে। আমি সঁচাকৈয়ে বহুত ভাল পাইছিলো হাৰ্ট,নাৰৰ্ভ,প্ৰেচাৰ, বিষ,বিশাল, মানসিক, শাৰিৰীক tension বোৰ আতৰি গৈছিল। এতিয়া দেখিছোঁ লাহে লাহে এই বেমাৰ আকৌ পুনৰ গাইন্না ল'ব যেন লাগিছে ।
গতিকে আমি আপোলোকক সকলোকে অনুৰোধ জনালোঁ আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনি বন্ধ নকৰিব।শেষত সকলো অভিনয়/আৰু অভিনেতা আন্তৰিক শুভেচ্ছা থাকিল।যাতে পৰবৰ্তী দিন বিলাকত আপোলোকক পাই থাকো ।
ধন্যবাদ।
K k sir aru mohan k laga amak
Mojja
Kk dak akow maje maje hole oliyabo lage
Beharbari outpost bor val pau dei joba n si siror couple logote hoklu avineta avinetrike bohut val lage solai jua amiu upovug kori jau neriba dei beya lagibo tumalukok nedekhile thank u ❤
Val nalage nisitak behabarit aru ase kei goraki man tar holoni muhon k k nisina beharbarik kuneu hei thai purabo nuwara karone behabari nasau aru val napau aru kunue nusuwa karone bondho nokori koribo ki
Apunar activity tu pallb dai beharbarit saritra hisape upasthaponor hidhanta lobo sage
Long live Beharbari out post. Please place a good actor in place of Pritam Barua.I like this character.This is my small request .I always enjoy this serial before sleep ,also, it carries a message to our society. I remain outside of Assam for two months in a year still I have not missed this serial.Today also I have seen 57 minutes vdo with beharbari out post actor and actress from Dubai.
Mur kintu rakeshok besi Val lage
O. Moni. Bow. K k dadak. Koloi. Pothale. Behar. Bari. Out. Post. Oloi. Akou. Mati. Anok
Behar bari outpost bondho nokoribo moi khub val paw b
tq so much🙏🙏🙏
কেতিয়াও হব নোৱাৰে, 😂😂
Theatar loi sab jabo na heikarone bandho hobo na .bea lagiba bandha nokoribo
Tumar Chennai tu raije anu sai. Kintu tumar photo nidile nachabneki kishuman breaking news Sab napau app soru kriba photo Khan.
Nishoy dada tq so much🙏🙏🙏
Thengku
নহব বন্ধ হলে মোৰ বোৰ প্ৰিও বেহৰবাৰি
Kamlk val lage
Pritom dada nathakile beya lagibo 😢
Behor bari hodai chanw amee
Pritom dak jabo nedebo plzzz😢😢
বহুত ভাল লাগে মানুহৰ সুখ দুখ আবেগ অনুভুতিৰ প্ৰাণ কেন্দ্ৰ বেহাবৰী ৷ আমি আৰু আগবাঢ়ি যোৱাটো বিচাৰো ৷ ❤🙏
Baherbari longlife.....pallab dar ph no to dibason
Pritom sar thakiba
Please bandha nakariba.apnaluk all are live long.god be with all.
Behorbarir bondho habo nalage bor dukh lagiba
Nice ❤
Good
❤
Muru behorbaarit acting koriboloi mon thakil ru aase
ai serial khano aalom loi aaji kori Tirutai loi bohute mone mne kiba love kori nijor ghort problem kori ase.haito biya hoise.
Ba manu tu boni gol dakun 🙄🙄🙄
Nice❤
Serialar, vitarat, valpia, pua, seriala, mai, val, pau, bahar, bari
😃🙂🤭👍👧🏻
Manuh, abar, ganama, hay, tar, pesate, isar, a, haude, bisar, kariba
Nice
Lk dn
Kk Moho'n nai j hai babai bond
Toi side ot ki korie aso saduvi thamnal khon ki bl logaiso